মানুহে মুখতে বেয়াকৈ কৈ দিয়ে😭😭

Ойын-сауық

Пікірлер: 716

  • @pujamaina
    @pujamainaАй бұрын

    Aji oo video tu sai bohut kandisu😭😭Monor xokolu kotha khuli koisu kiba vul hoise jodi nijor buli khyoma koribo🥹❤️

  • @user-io8lv4xk8n

    @user-io8lv4xk8n

    Ай бұрын

    ❤❤❤❤❤❤

  • @sachindrasonowal

    @sachindrasonowal

    Ай бұрын

    Vll lagil pujamaina tumar video sai❤❤❤❤❤ moi dibrugarh parah moram jasilu

  • @barashadas856

    @barashadas856

    Ай бұрын

    Nakandiba ba .. ami xdii asu tumr lgt.. vidoe bnii jwa.. ❤Mr ata channel khro koi please everyone's support me

  • @jitumanikalita4637

    @jitumanikalita4637

    Ай бұрын

    Vl lgila dikha pai

  • @user-rr1en8bs8h

    @user-rr1en8bs8h

    Ай бұрын

    Puja ba tmr ai video tu sam sam buli bhut agrohe rokhi asilu finally aji pluu ❤sabo 😊❤

  • @puspadas9235
    @puspadas9235Ай бұрын

    কেঁচা পাকঘৰ আমাৰো ভাল লাগে, আচলতে তোমাৰ ভাল হোৱা দেখি হিংসা কৰে,চকুচৰহা এইবোৰ।❤❤❤❤😊😊😊

  • @senzingsenzing1693
    @senzingsenzing1693Ай бұрын

    এনে প্ৰেৰণাৰ অভিভাৱকৰ বাবে,, পূজা তুমি ভগ্যৱতী,, তোমাৰ ভবিষ্যত উজ্জ্বল হওক 🎉

  • @user-gv6qu6tw1m
    @user-gv6qu6tw1mАй бұрын

    Puja baar দেউতাকৰ কষ্টৰ কথা শুনি চকু পানী ওলাই গল কাৰণ মোৰ দেউতাইও বহুত কষ্ট কৰে 😢❤ আগুৱাই যোৱা বা তোমাৰ ভৱিষ্যত টো পূহৰাই তোলা ❤

  • @madhuridevi5107
    @madhuridevi5107Ай бұрын

    ছোৱালী হলে সদায় কামিলা আৰু হাঁহিমুখে থাকিব লাগে আগবাঢ়ি যোৱা

  • @bharashamedhi
    @bharashamedhiАй бұрын

    কেঁচা পাকঘৰ থকাটো লাজৰ কথা নহয়, গৌৰৱৰ কথা। আগৰ দিনৰ কিছুমান বস্তু এতিয়া বিচাৰিলেও নাপায়। আগুৱাই যোৱা তুমি।

  • @mitalibordoloi5676

    @mitalibordoloi5676

    Ай бұрын

    xosa kotha koisa 😊

  • @monikablog3498

    @monikablog3498

    Ай бұрын

    ❤❤❤❤

  • @j.svaunaboy8939

    @j.svaunaboy8939

    Ай бұрын

    Hosa kotha 👍🏻

  • @bipulgogoi9848

    @bipulgogoi9848

    Ай бұрын

    Hosa kotha❤

  • @assampulinbhai6145

    @assampulinbhai6145

    Ай бұрын

    Right 👍👍

  • @NibeditaDas-uf3zd
    @NibeditaDas-uf3zdАй бұрын

    মানুহে মানুহৰ ভাল হোৱাটো দেখিব নোৱাৰে। তেনে কুৱা মানুহৰ কথাত গুৰুত্ব নিদিবা বা আগুৱাই যোৱা তুমি ❤🥺

  • @dancestudio8920
    @dancestudio892029 күн бұрын

    কথা কোৱাৰ ধৰণ ইমান মৰমলগা, আজলী💐💐 বহুত ভাল লাগিল 💐💐

  • @monishatamuly791
    @monishatamuly791Ай бұрын

    তুমি বহুত সহজ সৰল, ভাল লাগিল। আগবাঢ়ি যোৱা, আনৰ কথা গুৰুত্ব নিদিবা। কিছুমান মানুহৰ মানসিকতা ইমান বেয়া। কোনো টো সংসাৰলৈ চিৰদিনৰ কাৰণে অহা নাই যি কেইদিন থাকো অন্ততঃ হাঁহি ধেমালিৰ মাজেৰে দিন বিলাক পাৰ কৰো চোন । কেঁচা ,পকা এই বিলাক কি? কেঁচা পাকঘৰতহে কিন্তু আচল মানে জুইত আচল সোৱাদ পোৱা যায়।

  • @RajDoley-bw5ye
    @RajDoley-bw5yeАй бұрын

    My favourite famel KZreadr...পূজা সহজ সৰল ছোৱালী,তাই কোনো দিনে কেতিয়াও বেয়া হ'ব নোৱাৰে। পূজা তুমি আগুৱাই যোৱা,তোমাৰ লগত সদায় আমাৰ মৰম থাকিব। Puja We want Next year 1milion subscribers.❤❤

  • @tapansaikiavlogs6209
    @tapansaikiavlogs6209Ай бұрын

    ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা বহুত বেছি মৰম তোমালৈ বা ❤ পূজা বা video চাই থাকো বৰ ভাল লাগে❤

  • @Assampolicepori
    @AssampoliceporiАй бұрын

    জীৱনৰ প্ৰতিটো খোজতেই দুখবোৰ থাকিবই দুখৰ অবিহনে সুখৰ সংজ্ঞা আধৰুৱা তেনেকৈ বিফলতাৰ অবিহনে সফলতা আধৰুৱা .. সফলতাৰ সম্মুখীন হ'বলৈ আমি হাৰিবই লাগিব আৰু জীৱনৰ ৰণক্ষেত্ৰখনত এবাৰ দুবাৰ হাৰি যাব লাগে কাৰণ হাৰি হাৰি যিজন জয়ী হয় তেওহে প্ৰকৃত জয়ী .. তোমাৰ কথাবোৰে বহুত আৱেগিক কৰিলে কাৰণ সেইখিনি মইও জীৱনটোত পাই আহিছো .. কিন্তু কেতিয়াও মই ধৈয এৰা নাই গতিকে আপোনালোকেও জীৱনৰ প্ৰতিটো খোজত নিজকে ইমান বেছি আৱেগিক কৰি নিদিব সদায় হয় কম আৰু সৎ চিন্তা তথা সাহসেৰে যুঁজ দিয়ক এদিন সফলতাই আপোনাকো লগত দিব .. যদিহে বিফলতাৰ সম্মুখীন হবলৈ ভয় খাইছা তেনে তুমি কেতিয়াও সফলতাৰ সম্মুখীন নহবা গতিকে দুখবোৰ আমি ইতিবাচক মনোভাবেৰে গ্ৰহণ কৰিব লাগে ❤️

  • @monikablog3498

    @monikablog3498

    Ай бұрын

    ❤❤❤❤

  • @assampulinbhai6145

    @assampulinbhai6145

    Ай бұрын

    Right ❤

  • @RashmiSharmaThakur
    @RashmiSharmaThakurАй бұрын

    কেঁচা পাকঘৰৰ মদকতা ই বেলেগ ❤❤❤❤❤

  • @Likhan_Xnwl...999
    @Likhan_Xnwl...999Ай бұрын

    বৰ থুনুকা হৃদয়ৰ গৰাকী দেই আপোনি... আগুৱাই যাওঁক👍👍

  • @bhairabideka2023
    @bhairabideka2023Ай бұрын

    গাঁৱত কিছুমান চকু চৰহা মানুহ আছে বহুত একো নাই তুমি আগুৱাই যোৱা সেইবোৰক দেখি বেছি ভাল কাম কৰি যাবা❤

  • @Appika-io6hq

    @Appika-io6hq

    22 күн бұрын

    Gaot nhy town r mhunu o

  • @AnimaC19
    @AnimaC19Ай бұрын

    পুজা মাইনালৈ বহুত বহুত মৰম ❤️❤️❤️

  • @Phoenix_mAyB
    @Phoenix_mAyBАй бұрын

    তোমাৰ মা-দেউতা প্ৰকৃততে দুয়োৰে মানসিকতা অতিকৈ আগবঢ়া যিটো আমাৰ সমাজত ছোৱালীসকল স্বাৱলম্বী হ'বৰ বাবে নিতান্তই প্ৰয়োজনীয়।

  • @AnuwarAnuwar-ry6fp
    @AnuwarAnuwar-ry6fpАй бұрын

    কথা‌খিনি সোনি মনটো বহুত দূখ লাগিল দেই😢

  • @mridulkalita2976
    @mridulkalita2976Ай бұрын

    ভাল বেয়া জীৱনৰ এক অংশ, ভাল বোৰক অাকোৱালি লৈ বেয়া বোৰক পাহৰি , জীৱনত অাগুৱাই যাব লাগিব, এয়াই জীৱন ❤ তুমি অাগুৱাই যোৱা। ধুনীয়া ধুনীয়া ভিডিঅ বোৰ অামাক উপহাৰ দি যোৱা❤️❤️❤️

  • @priyankahaloipinky1404
    @priyankahaloipinky1404Ай бұрын

    Pujar pora bht hikibo Loga Ase ..hosa k gaon r saulir pora bht hikibo pari...emn Santo ,,vodro suali,,,real heroin ❤❤bht bsi agbarha Tumi...tmr ktha khinit mrm lagi log pabo Mon gyse...

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uzАй бұрын

    ধৈৰ্য্য সাহস চেষ্টা গোটাই লব ।ধন্যবাদ ।

  • @junaligogoi9387
    @junaligogoi9387Ай бұрын

    কেচা পাকঘৰ আমাৰো আছে ।ভাল লাগে ।

  • @JoydeepKonwar-tt4bp
    @JoydeepKonwar-tt4bpАй бұрын

    পূজা তুমি নিজে জী খিধান্ত লৈছা টাকৈ কৰিবা বেলেগৰ কথা খুনি লাভ নাই তোমাক কোৱা কথা খিনি খুনী বহুত দুখ লাগিছে তুমি যাতে আকো আগুৱাই যোৱা ,মোৰ ফালৰ পৰা তুমালৈ বহুত মৰম জাচিলো ❤🎉

  • @arunimas_world
    @arunimas_worldАй бұрын

    পূজা তোমালৈ আন্তৰিক শুভেচ্ছা থাকিল❤🎉

  • @bhadeswerchangmai9515
    @bhadeswerchangmai9515Ай бұрын

    সুন্দৰ প্ৰচেষ্টা ,পূজা।নেগেতিভ ছাইদে পিঠিদি আগুৱাই যোৱা।

  • @krishnashreehandique6668
    @krishnashreehandique6668Ай бұрын

    Sualijoni eman hohoj horol aru khula monor..hodai enedore thaka.bohut bohut huvokamona tumaloi.❤

  • @surajitboro7056
    @surajitboro705624 күн бұрын

    কেচা পাকঘৰ হৈছে এক বিশেষ পৰম্পৰা👍

  • @RoshmiBorah
    @RoshmiBorahАй бұрын

    ইমান মৰম লগা কৈ কথাবোৰ কৈছে তাই❤️❤️😍😍

  • @MadhusmitaDeka-vp4pn
    @MadhusmitaDeka-vp4pnАй бұрын

    Age tu khunilo 23😂😂😂 aru kuna kuna khunisa 😅😅

  • @munniiiiiiiiii

    @munniiiiiiiiii

    Ай бұрын

    Moi xuniisu 😂😂😂😂😂 moi kanot mbl tu loi xuniisu 😂😂😂❤❤❤❤ moi bar video saii bht vl paw ❤❤❤

  • @Niharika-Doley

    @Niharika-Doley

    Ай бұрын

    𝗠𝗼𝗶𝗶 😂

  • @MadhusmitaDeka-vp4pn

    @MadhusmitaDeka-vp4pn

    Ай бұрын

    @@munniiiiiiiiii moi o 3 br mn kant loi khuniso

  • @munniiiiiiiiii

    @munniiiiiiiiii

    Ай бұрын

    @@MadhusmitaDeka-vp4pn hihihihi 😁

  • @rintusubadar2130

    @rintusubadar2130

    Ай бұрын

    Moi u hunilu 😂

  • @dancestudio8920
    @dancestudio892029 күн бұрын

    কেঁচা পাকঘৰ সবাতোকৈ ভাল। জুইত ৰন্ধা সোৱাদে সৰগীয় 💐💐💐

  • @Dimpi_chutia
    @Dimpi_chutiaАй бұрын

    Puja bak dhuniya lage😍🥰

  • @MonikaMrs-uc7wd
    @MonikaMrs-uc7wdАй бұрын

    এইবোৰ মানুহৰ বাবে আমাৰ ছোৱালীবোৰ আগবাঢ়ি যাব নোৱাৰে। বা তুমি আন মানুহৰ কথা নুশুনিবা তুমি ভাল দৰে আগবাঢ়ি যোৱা , ভাল দৰে নিজৰ কাম কৰি যোৱা তোমাক সকলোৱে ভাল পাব। ❤❤❤❤❤ আমাৰ অসমৰ মানুহবোৰ তেনেকুৱাই ।❤❤❤❤❤😢😢

  • @DuluBora-pq3to
    @DuluBora-pq3toАй бұрын

    মাটি পাকঘৰ বহত ভাল লাগে,🙏🙏🙏

  • @tosaveerbasumatary2600
    @tosaveerbasumatary2600Ай бұрын

    Congratulations Puja kitiaba masor tenga juledi jutulogakwi kuaba tumak beaapooa osoror manubirok tehe tumak bujibo Pujar morom pakgoror jaduk. Pujak birath birath Val lage bohut besike.

  • @lachitgogoi5082
    @lachitgogoi5082Ай бұрын

    Kesa pakghor aamiu bohut bhal paw. juhal khont alupura, maspuri khuwar mojai beleg. Maina jonik bor morom lagise, tumar bhal hobo ,aguwai juwa.

  • @DipikaMedhiDipikaMedhi

    @DipikaMedhiDipikaMedhi

    Ай бұрын

    Kesa.pakghor.bhalpao😊

  • @comedymasterab6962
    @comedymasterab6962Ай бұрын

    অসমৰ মানুহবোৰ এনে কোৱাই ।কাৰো ভাল হোৱা নিবিচাৰে। এনেকোৱ মানুহবোৰক পাগল বোলিব পাৰি।

  • @rajkumarrabha8167
    @rajkumarrabha816714 күн бұрын

    ছোৱালী হলে এনেকা হব লাগে simple.. love from Goalpara ❤️❤️❤️

  • @porishmitaborah5726
    @porishmitaborah5726Ай бұрын

    Himaashri ba tumi hokot hoisa kintu dai, Bhut glow kori ase vedio tu saute ...vl lgise episode tu❤😢

  • @dipshikhabaruah9658
    @dipshikhabaruah9658Ай бұрын

    Puja baaa video tu dakhi ai video tur babe apakha Kori asilung. Bohut val lagil video tu Sai

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rsАй бұрын

    পুজা তোমাৰ সৰল কথা খিনি বহুত ভাল লাগিল ❤❤❤

  • @ansumwiboro7240
    @ansumwiboro7240Ай бұрын

    Pure gaowolia suwali. Kune Kune tangla r pora Sai asa ❤❤❤ bohut morom thakil Puja tuma loi.

  • @dancestudio8920

    @dancestudio8920

    29 күн бұрын

    হয়, বহুত মৰমলগা💐💐

  • @bhagyadhardas1150
    @bhagyadhardas1150Ай бұрын

    She is soo simple and decent ♥️♥️Mur fave youtuber♥️

  • @ratuldas4335
    @ratuldas4335Ай бұрын

    ভালেথাকিব সদায় আপোনাৰ ভলহক❤

  • @dipaliburagohain5996
    @dipaliburagohain5996Ай бұрын

    Puja nakandiba be happy God bless u

  • @user-hd7yo4xw4x
    @user-hd7yo4xw4xАй бұрын

    Bht mrm Puja ba loi aru agbahi juwa ❤️

  • @user-dc5zi6ij1u
    @user-dc5zi6ij1uАй бұрын

    Puja baak hodai support. Love from gohpur❤❤❤.

  • @trailokyatalukdar9695
    @trailokyatalukdar9695Ай бұрын

    পুজা আগবাঢ়ি যোৱা ।নিগেটিভ চিন্তা অকণো মনলৈ নানিবা।

  • @user-xo2dm2lh2y
    @user-xo2dm2lh2yАй бұрын

    পূজা তুমি আগবাহি য়োৱা আনৰ কথা নোসোনিবা মানুবোৰ এনেকোৱাই❤❤❤❤

  • @monikablog3498

    @monikablog3498

    Ай бұрын

    ❤❤❤❤

  • @Anamika-choudhury--munu
    @Anamika-choudhury--munuАй бұрын

    Buhu dinr pora rokhi asilu.. Fanily pai golu 😍😍😍.. Puja baa sdy aguwai juwa.. Mnhur km ki kune ki krise kune ki kora nai take mnhue khusuri thke.. Blgr kotha bad diya.. Life Tu tmr gotike tumi tmr mote sola... Sdy video bnai thkiba 😘😘 love you puja baa... ❤ love from bongaigaon❤

  • @upasanadevi2561
    @upasanadevi2561Ай бұрын

    Suwalijoni buhut xohoj xorol eman amaiyik val lage agbahri juwa maina 🥰

  • @anjanagogoi6105
    @anjanagogoi6105Ай бұрын

    বহুত ভাল লাগিল ,আগুৱাই যোৱা শুভেচ্ছা থাকিল ❤️❤️।

  • @priyankanath1347
    @priyankanath1347Ай бұрын

    বহুত ভাল পাওঁ pujaa baa❤

  • @babysaikia8380
    @babysaikia8380Ай бұрын

    Bor mrm loga dei tumi puja eman dhuniya kotha bur huni khub bhal lagil

  • @NabinboraJan
    @NabinboraJan18 күн бұрын

    পূজা বা কিয় কানিচা❤❤😢😢😢😢😢❤❤❤

  • @H....Mahanta
    @H....MahantaАй бұрын

    বিৰাত সহজ সৰল লাগিল কথা খিনি আৰু আগুৱাই যোৱা তাৰে কামনাৰে ❤❤❤❤❤

  • @pinakimahanta11
    @pinakimahanta11Ай бұрын

    Pujai hahi thake seikarane val lage..eman morom loga

  • @user-pz1yl6nv4w
    @user-pz1yl6nv4w9 күн бұрын

    সদায় মনটো ডাঙৰ হব লাগে সিহতে তুমাৰ ভাল হোৱাটো কামনা নকৰে বা

  • @surajitboro7056
    @surajitboro705624 күн бұрын

    Podcast tu sai bohut besi val lagile...From Boko, Kamrup❤❤

  • @arupdas1436
    @arupdas1436Ай бұрын

    ভন্টি,,,,, খুব ভাল লাগিল আগুৱাই যোৱা ।🎉❤

  • @blackboy8201
    @blackboy8201Ай бұрын

    কেঁচা পাঁকঘৰ আমাৰো ভাল লাগে | আচলতে তোমাৰ ভাল হোৱা দেখি হিংসা কৰে চকুচৰহা এইবোৰ | ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @NajiraParbin-yy5vq
    @NajiraParbin-yy5vqАй бұрын

    Bhut vl lage Puja mainar video bilak sai

  • @Tushibora
    @TushiboraАй бұрын

    Bohut val lagile sai..montu beya u lagil...kesa pakghor val lage..aru agg bahi jua ❤❤

  • @Priyanka_dutta66
    @Priyanka_dutta66Ай бұрын

    Bhut bhut mrm Puja tumaloi🥺💓...ru vl vl Kam kri jua✨

  • @hirakjkalita4158
    @hirakjkalita4158Ай бұрын

    June tenekoi koi hihote najane je gaor poribekh tu kimn ji vl lge Puja baak bohut vl lge ❤❤❤ bohut bohut mrm tumaloi Puja baa

  • @Himadri_02
    @Himadri_02Ай бұрын

    Bht val lagil, aru puja ba loi mur falor pora bht morom aru aguwai jua ❤❤❤

  • @swapnarabha4896
    @swapnarabha4896Ай бұрын

    Puja maina tmk vll lge....lv from udalguri

  • @gunjanbaishya1843
    @gunjanbaishya1843Ай бұрын

    Pure soul puja ❤

  • @gargidevi3119
    @gargidevi31196 күн бұрын

    পুজা আগুৱাই জোৱা আনৰ কথাত গুৰুত্ব নিদিবা❤❤❤

  • @PritamDas-sl4yf
    @PritamDas-sl4yfАй бұрын

    Bhut val lagil anekoiye aguwai goi thaka kone ki koise koi thakibloi diya

  • @user-purnima462
    @user-purnima462Ай бұрын

    Mur kesa pakghr bht val lge ba.ata kotha kou ai pletfrom khn dia babe bht bht thank you..

  • @indugogoi3410
    @indugogoi3410Ай бұрын

    God bless you dear sister ❤❤❤

  • @PriyaSaikia-kc1zc
    @PriyaSaikia-kc1zcАй бұрын

    Nice video love you baa ❤❤tumaloi bht bht morom❤❤❤

  • @user-lk4vy2ez1b
    @user-lk4vy2ez1b16 күн бұрын

    Sikhabez k aibar matibo lage 😊❤

  • @BarbiGogoi-pn8dv
    @BarbiGogoi-pn8dvАй бұрын

    😊bohut val lage ba ba joni bohut dhuniya hoi 🥰🥰🤗🤗

  • @rekhagogoi9098
    @rekhagogoi9098Ай бұрын

    Kesa pakghor bohut dhunia eyar madokotai balage👌👌👌🙏

  • @Babykolita
    @BabykolitaАй бұрын

    👏👏👏👏 huni palu de😊😊23 val lagil aguwai juwa duyujoni❤❤.

  • @sulekhasaikia4951
    @sulekhasaikia4951Ай бұрын

    Bhut vl lgse tma video tu Sai ❤aru loi bhut bhut mrom,💓from Dibrugrh

  • @barnalideka2559
    @barnalideka2559Ай бұрын

    Khosai bhut dukh lagil tumar kotha khuni tumi bhut valke aguai jua, tarei prathona krisu

  • @user-dg2ft2sw1j
    @user-dg2ft2sw1j8 күн бұрын

    পুজা বা আপোনাৰ ভিদিও বিলাক ছাই বহুত বহুত বেছি ভাল লাগে বা ❤❤❤

  • @user-fc9qu3ww1j
    @user-fc9qu3ww1jАй бұрын

    Bohutt val lage puja ba tmr vedeo sai ...aguaii jua tumi atu amku inspire koriba ❤❤❤

  • @Poppy_Official_1
    @Poppy_Official_1Ай бұрын

    😢bohut dukh lagil kintu bar video sai bohut val lage hodei ag bahi jaba Puja ba❤

  • @dikshitakayastha5149
    @dikshitakayastha514925 күн бұрын

    Puja bar vdo sai bhut vl paw ru himashree baa k aji dhunia lgise❤

  • @pallabihazarika1514
    @pallabihazarika1514Ай бұрын

    Emn morom lage tumk emn hohoj horol suwali aguai juwa 🎉🎉

  • @lanasmitarabha230
    @lanasmitarabha230Ай бұрын

    Bhut dhuniya 🤗 himashri ba puja ba bhut besi dhuniya lagil tmalkr episode tu saiii 😢😢😢😢moiyu aitu bikhyot bhut besi ke mori mori jiyai asu njanu.mur o akha puron hb ne ni😢

  • @nishitadeka4494
    @nishitadeka4494Ай бұрын

    ba loi bahut morom thakil ❤❤❤❤❤xodai agowai ja ba ❤❤❤❤

  • @PriYam_0321
    @PriYam_0321Ай бұрын

    Puja ba best cooking vedio bonai kintu dey moi Ataw vedio skip nkru SB vedio a saw ❤Agbahi juwa Puja ba tmi 😊

  • @pujamaina

    @pujamaina

    Ай бұрын

    🥹

  • @ChayanikaNarzary
    @ChayanikaNarzaryАй бұрын

    Uff finally aji he palu vdo2 bhu dinr ontot..❤

  • @Kankanahandique-wr5cr
    @Kankanahandique-wr5cr22 күн бұрын

    বহুত ভাল লাগিল অনুস্থানতো চাই জীবনত সংগ্ৰাম থাকিবই আগবাঢ়ি যোৱা সফল সবা ।সিমাশ্রিলৈও বহুত বহুত মৰম থাকিল লগতে কেমেৰাৰ পিছ ফালে থকা বিযক্তি জনলৈও বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিলজীবনত আগবাঢ়ি যোৱা সকলো ❤❤😘😘💖💝

  • @arpanarabha6470
    @arpanarabha6470Ай бұрын

    Bht val lage Puja vontir vedio Sai..❤

  • @Polakhi_Dowari
    @Polakhi_DowariАй бұрын

    Bohut morom puja Ba Tumarloi🥺❤️aguwai juwa Tumi Hodai🫶

  • @Taraliroy321
    @Taraliroy321Ай бұрын

    Ba apunar vedio bur bohut val lge moi xokolu vedio a saisu apunar xsai bohut val lge..... Baki 100k subscribers hol apunar congratulations 🎉😊❤

  • @Triggu353
    @Triggu353Ай бұрын

    Baa prabin borah daak matiba na please teur interview bohute luwai nai matiba sun please ❤😭

  • @user-un4mu4hn4k
    @user-un4mu4hn4kАй бұрын

    Tmr ktha bilk xuni bht vl lgil. Bht dhunia hoi tumi❤

  • @bhitaligogoi3937
    @bhitaligogoi3937Ай бұрын

    Cute hoi baa joni 😘

  • @DipsikhakalitaPihu-mu6gp
    @DipsikhakalitaPihu-mu6gpАй бұрын

    Puja bak bht val lge😊❤

  • @user-zi3fg2tj5o
    @user-zi3fg2tj5oАй бұрын

    তুমি আৰু আগুৱাই যোৱা ভগৱানে তোমাক ভালে ৰাখক❤

  • @user-lp7df6kr3b
    @user-lp7df6kr3bАй бұрын

    Pujar video ami sai taku.pujar video bur sai bohut val lage.

  • @jeemonigogoi3455
    @jeemonigogoi3455Ай бұрын

    Bohut val lagile interview tu sai baa❤❤

  • @Minakshichakravarty31
    @Minakshichakravarty31Ай бұрын

    Bhut val pao moi pujar video sai. Lv frm kokrajhar🥰❤️

  • @_Debashri_
    @_Debashri_Ай бұрын

    Puja ba tumi strong huaa❤😊

Келесі