মাহৰ মাৰ দেখি তিলে বেত মেলিলে...

▶️মাহৰ মাৰ দেখি তিলে বেত মেলিলে...PRC বিষয়টোক লৈ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীয়ে মিছা কথা কৈছে। অসমজুৰি ব্যাপক প্ৰতিবাদৰ বাবে উচ্চ শিক্ষা বিভাগৰ জাননীখন নাকচ কৰা হ'ল বুলি ঘোষণা কৰিছে। বিজেপিৰ সৰ্বভাৰতীয় পৰিচয় জাপি দিবলৈ চেষ্টা কৰাৰ অভিযোগ অখিল গগৈৰ।

Пікірлер: 3

  • @GayatriMili
    @GayatriMili18 күн бұрын

    আমাৰ ইয়ালৈ আপুনি অহাৰ বাবে বহুত বহুত ধন্যবাদ 🤗

  • @RadheRadhe-sz7tv
    @RadheRadhe-sz7tv18 күн бұрын

    Aitu ki Aa aa kori thake?

  • @mintumedhi2330
    @mintumedhi233018 күн бұрын

    So be misa kotha koy toy khosa kotha ko mane, tur nisina khiyal akhomot bishwate nai

Келесі