মাছেৰে সোৱাদভৰা এসাঁজ । village style fish recipe |

Фильм және анимация

We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- amargaon20?utm_...
Watch all my videos - / @amargaon3296
some other videos.....
* Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle #villagecooking #ethnicfood #amargaon #villagekitchen

Пікірлер: 690

  • @dimpipriya3755
    @dimpipriya3755 Жыл бұрын

    Bht vl pww videobur sai....apunalukor porial2r hklure lgt sinaki video ata dibo...

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Nischoi, dhanyawad apunaloi 👍

  • @hirakdas8612
    @hirakdas8612 Жыл бұрын

    Xundor poribekh vl lge sai apunar video bur

  • @jintisworld6959
    @jintisworld6959 Жыл бұрын

    কোন গাওঁ বাৰু আপোনালোকৰ! ভিডিও বোৰ চাই মানসিক শান্তি পাইছোঁ। কোনো হাই উৰুমি নাই।খুবেই সুন্দৰ উপস্থাপন। বাঁ‌হীৰ মাতে সোণত সুৱগা চৰাইছে। লগতে বাবু মাইনাৰ খেল বোৰ যে দেখুৱাইছে সেইখিনিয়ে আটাইতকৈ সুখ দিয়ে। সুন্দৰ শৈশৱ এটা উপহাৰ দিছে আপোনালোকে। অধিক আগুৱাই যাওঁ‌ক❤️❤️❤️❤️❤️❤️❤️

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    ইমান মৰম চেনেহ আগবঢ়োৱা বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো, আমাৰ গাঁও চৰাইদেও জিলাৰ বৰহাট ত অৱস্থিত।

  • @Amiyaofficial5510

    @Amiyaofficial5510

    Жыл бұрын

    @@amargaon3296 borhat kun gaon ?

  • @dipakonwarlahkar6467
    @dipakonwarlahkar6467 Жыл бұрын

    Cemera man জন কোন বাৰু জনালে ভাল লাগিল হয় ।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    পাছলৈ নিশ্চয় জনাম

  • @prasantagoswami1477
    @prasantagoswami14774 ай бұрын

    ❤ মাছবছা কামটো সুন্দৰ হৈছে বাকী বিলাক জবাব নেহি।😊

  • @pompysonowal2009
    @pompysonowal2009 Жыл бұрын

    বৰ ভাল লাগে আপোনাৰ ভিডিওবোৰ চাই.

  • @dhrubajyotisharma6081
    @dhrubajyotisharma6081 Жыл бұрын

    Bhout dhuniya lagesy.....vedio too

  • @pronamibordoloi9118
    @pronamibordoloi9118 Жыл бұрын

    Eman Val lagil video tu Sai.

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thanks a lot 🧡

  • @ekhamoni6628
    @ekhamoni6628 Жыл бұрын

    আপোনালোকৰ ভিডিঅবোৰ যে চাই ইমান ভাল লাগে

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    💕💕🙏🙏🙏🙏🙏🙏

  • @karanpegu1030
    @karanpegu1030 Жыл бұрын

    Sai bohut bhal lagil ..gaon loi bohut mnt pore

  • @snigdhasarmah5935
    @snigdhasarmah5935 Жыл бұрын

    সুন্দৰ পৰিবেশ লগতে নুহু মাইনা জনিক দেখি বহুত ভাল লাগিল

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @kalyanidekadas7510
    @kalyanidekadas7510 Жыл бұрын

    Bht vl lge apunalukor vdo sai. Nuvaj gaolia xuad

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad apunaloi 👍

  • @deepgogoi221
    @deepgogoi221 Жыл бұрын

    সচাই বহুত ভাল লাগিছে

  • @dipaborah8139
    @dipaborah8139 Жыл бұрын

    প্ৰথমতে নিচাক ধন্যবাদ জ্ঞাপন কৰিছো, তেওঁ যে তোমাক ইমান সহায় কৰে, আৰু মানিছো ইমান গৰমতো জুইত ভাত চবজি, তাতে মেখেলা চাদৰ পিন্ধি vonti 😍😍

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ ইমান মৰম চেনেহ আগবঢ়োৱা বাবে

  • @birajgogoi2653
    @birajgogoi2653 Жыл бұрын

    অতি সুন্দৰ।।।।।।।। ভাল লাগিল

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu 🧡🙏

  • @abhispavlog4168
    @abhispavlog4168 Жыл бұрын

    বহুত ভাল লাগে আপোনাৰ ভিডিঅ চাই । কেমেৰা আৰঁৰ মানুহকেজন চাব মন । অকণমানি জনীলৈ বহুত বহুত মৰম দিলোঁ 🤗❤️

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Okhekh dhanyawad janalu 🙏

  • @babumoni426
    @babumoni426 Жыл бұрын

    Video sai bohut vl lagil

  • @pridejorhat4261
    @pridejorhat4261 Жыл бұрын

    ইমান সুন্দৰকৈ থলুৱা মাছ আৰু পাচলিৰ সৈতে ভাতসাজ বনালে দেখি খুব ভাল লাগিল।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thanks a lot 🧡👍🙏

  • @samirondutta3742
    @samirondutta3742 Жыл бұрын

    আপোনাৰ ভিদিঅ সমূহৰ বেকগ্ৰাউণ্ড মিউজিক সমূহ বহুত ভাল লাগে ❤️❤️❤️❤️

  • @medinitalukdar4873
    @medinitalukdar4873 Жыл бұрын

    Baideu good 👍 👌 blease you Bohut bohut bhal lagise

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou 🧡🙏

  • @pritomroy2348
    @pritomroy2348 Жыл бұрын

    Bhut bhal lgile montu bhal lgi gol

  • @nilakshiborahkalita1901
    @nilakshiborahkalita1901 Жыл бұрын

    মাছৰ ৰেচিপিবোৰ সচাঁই লোভনীয় ।অকনমাণি জনীক মৰম দিলো।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    ধন্যবাদ আপোনাৰ মৰম চেনেহৰ বাবে

  • @sangeetachutiasart
    @sangeetachutiasart Жыл бұрын

    Apunalukor video sabole roi thaku moi. Khub val lage , bahir hundar mator logot prokritir hundar mate monbur hanti kori diye logote dhuniya khadyo aru gaon r monurom poribekh ... Just wow. 🌻🌻🌻🌻🌻🌻

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ ইমান মৰম চেনেহ আগবঢ়োৱা বাবে

  • @gautamkalita1869
    @gautamkalita1869 Жыл бұрын

    Ba bohut Val lagise

  • @dhamakam.k.konwar7381
    @dhamakam.k.konwar7381 Жыл бұрын

    Apunar video sai bhut vl lage

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Okhekh dhanyawad gyapon korisu

  • @jollybhuyan8354
    @jollybhuyan8354 Жыл бұрын

    কিনো ক'ম ভাষাই নাই,ইমান সুন্দৰ।বাঁহীৰ সুৰটোৱে হিয়া জুৰ পেলাই যায়।কেমেৰা আঁ‌ৰৰ মানুহকেইজনক চাব মন যায়।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Okhekh dhanyawad apunaloi 👍🙏

  • @Janmonidutta
    @Janmonidutta Жыл бұрын

    Bohut vl lagile apunar video sai

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thanks a lot 🧡

  • @gamerfromheaven1524
    @gamerfromheaven1524 Жыл бұрын

    Bhut priyu apunar pati tu video ☺

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thanks a lot 🧡

  • @deepabora1865
    @deepabora1865 Жыл бұрын

    বৰ ভাল লাগিল ❤️ থলুৱা খাদ্য ৰ ৰন্ধন প্ৰণালী চাই মন প্ৰাণ সতেজ হৈ পৰে

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Okhekh dhanyawad apunaloi 👍

  • @manjildewri6163
    @manjildewri6163 Жыл бұрын

    আপোনালকৰ খুৱাদ বো দেখিলে মোৰ জিভা পানী পৰি যায় অ বাইদেউ।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    😊😊😊😊🙏🙏🙏🙏💕💕💕

  • @nikhilmissong8114
    @nikhilmissong8114 Жыл бұрын

    Manu bura jiman duniya prokitirur emane duniya lagise

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Okhekh dhanyawad apunaloi 🙏

  • @shivanisenapoti2419
    @shivanisenapoti2419 Жыл бұрын

    বহুত ভাল লাগিল চাই,একেবাৰে তৃপ্তিৰ এসাজ

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad apunaloi 👍

  • @kabitagogoi1579
    @kabitagogoi1579 Жыл бұрын

    Bohut val lage sai apunar prakghoro rondha ♥️apuni kor hoi jonabosun

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu 🧡 Borhat, Charaideo district

  • @manashrabha5812
    @manashrabha5812 Жыл бұрын

    Oti sunder ..morom loga poribekh..

  • @Bhaskar563
    @Bhaskar563 Жыл бұрын

    🥀enekua video sai ketiau amoni nelage ❤️❤️❤️

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    🧡🧡🙏🙏💕💕

  • @devjaniduarah9354
    @devjaniduarah9354 Жыл бұрын

    Khub val lage apunalukar paribes tu sale saku ruwa

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad apunaloi 👍🙏

  • @nabajyoti9252
    @nabajyoti9252 Жыл бұрын

    অসমৰ ইউটিউব চেনেল বোৰৰ ভিতৰত এটা ভাল চেনেল। আগবাঢ়ি যাওক । শুভেচ্চা থাকিল

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou 🙏🙏🙏 so much

  • @mongoliana-kohl7463
    @mongoliana-kohl7463 Жыл бұрын

    mojja bonaise de

  • @namitapatar2478
    @namitapatar2478 Жыл бұрын

    ভাতসাঁজ আপুনি সদায়েই বৰ ধুনীয়াকৈ ৰান্ধে , বৰ ভাল লাগে চাই ।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad apunaloi 👍

  • @shaishabmohan3813
    @shaishabmohan3813 Жыл бұрын

    Mon vori gol apuner video to sai

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu 🙏

  • @gyanbora6518
    @gyanbora6518 Жыл бұрын

    আজিৰ খণ্ডটি উপভোগ কৰি নিজকে ধন্য মানিলো ।ইমান সুন্দৰকৈ বনোৱা আমাৰ থলুৱা খাদ্য জীয়া পিঠিয়া মাছ তাকো নদীৰ মাছ নিশ্চয় সোৱাদ হব ।সুন্দৰকৈ ৰান্ধিছে ।তেলী কছুৰ লগত জালুকীয়া মাছ বৰ সুন্দৰ হয় ।মাছৰ পেটু ভাতৰ লগত ভাজি খাইয়ে মই ভাল পাঁও ।আপোনাৰ ৰন্ধন প্ৰনালী সঁচাকৈ শ্ৰেষ্ঠ ।সদায় নতুনত্ব থাকে । আজি বহুত দিনৰ পিছত লৰা ছোৱালীহাল দেখি ভাল লাগিল ।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ আমাক সদায়েই ইমান মৰম চেনেহ দি অহাৰ বাবে ।

  • @gyanbora6518

    @gyanbora6518

    Жыл бұрын

    এইটো মোৰ প্ৰিয় চেনেল ।সেইকাৰনে মই নোচোৱাকৈ থাকিব নোৱাৰো ,কেতিয়াবা চোৱা দেৰি হয় ।প্ৰকৃত নামটো আপোনাৰ জানিবলৈ মন থাকে ।Inboxt koba pare (fbt).

  • @jutikadeuri5790
    @jutikadeuri5790 Жыл бұрын

    Video tu aji he saisu bhal lagile

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত মৰম আৰু ধন্যবাদ আপোনালৈ

  • @shikharanihazarika1391
    @shikharanihazarika1391 Жыл бұрын

    আপোনাৰ Video বোৰ চাই ভাল লাগে

  • @ranjanahandique2171
    @ranjanahandique2171 Жыл бұрын

    বৰ ভাল লাগিল

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thanks a lot 🧡👍

  • @arunimasaikia5250
    @arunimasaikia5250 Жыл бұрын

    আপোনালোকৰ video বোৰ বৰ ভাল লাগে । গাঁওৰ পৰিৱেশ ইমান সুন্দৰ ।ইমান সুন্দৰ পৰিবেশন ।কি কেমেৰা ব্যৱহাৰ কৰে

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো, আমি Sony A7iii ব্যবহাৰ কৰোঁ

  • @manaswineemahanta91
    @manaswineemahanta91 Жыл бұрын

    আই অ' নোহোহঁতৰ খেলখন। মাছটো বাচি থাকোঁতে ঘৰলৈ হে মনত পৰিছিল ।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    😊😊😊 dhanyawad apunaloi 👍🙏

  • @partharajkhowa7287
    @partharajkhowa7287 Жыл бұрын

    সুন্দৰ, ভাল লাগিল।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    👍👍🙏❣️

  • @dipsikhasaikia9373
    @dipsikhasaikia9373 Жыл бұрын

    চেনেলটোৰ সকলো সদস্যকে বহুত শুভেচ্ছা,মৰম আৰু সেৱা 🙏 জনালোঁ।আপোনালোকে অসমীয়া সমাজ জীৱনৰ প্ৰতিচ্ছবি অতি সুন্দৰ ডাঙি ধৰিছে।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @bhubankhanikor4763
    @bhubankhanikor4763 Жыл бұрын

    ইমান ধুনীয়াকে ৰান্ধিছে,দেখি খাও খাও লাগিছে,,,।টিলা দুইটাৰ মৰম লগা ধেমালি বহুত ভাল লাগিল।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @dksolomotovlogassamyt5325
    @dksolomotovlogassamyt5325 Жыл бұрын

    Anja Tu bahut testy lagibo dada amiu tnke khau

  • @pinkuasom8602
    @pinkuasom8602 Жыл бұрын

    Dhuniya lagil.luv lagi gol ge .😐

  • @nituldas612
    @nituldas612 Жыл бұрын

    Baidow moja moja

  • @mainiurang2690
    @mainiurang2690 Жыл бұрын

    একেবাৰে গাঁওৰ পৰিবেশ... বহুত বহুত ভাল লাগে চাই....

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad apunaloi 👍

  • @jyotibora8504
    @jyotibora8504 Жыл бұрын

    খাতি অসমীয়া খাদ্য ভাল লাগিল

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Okhekh dhanyawad apunaloi

  • @missdehingia9869
    @missdehingia9869 Жыл бұрын

    Emn dhuniya koi asomiya homajor ata poribekh dekhai dise bhut vl hoise😍❤️

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @vazkarroy3495
    @vazkarroy3495 Жыл бұрын

    Apunar video bilak sai bhut dhuniya lage 🙏🙏

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    🥰🥰🥰🙏🙏🙏🙏

  • @bitupongogoi8853
    @bitupongogoi8853 Жыл бұрын

    Apunar video bur hosakoi bor hundor uposthapon kore, sale sai thakibor mon jai, protitu bostu dhuniakoi dekhuai, eta val gaonr poribekh dekha pua jai, khadyo pronali bur hosakoi bor hundor, bacraund music🎶.... Bahhhhh k hundor, mon vori jai, hodai enekoie agbahi jauk, joi aii okhom........

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ ইমান মৰম চেনেহ আগবঢ়োৱা বাবে

  • @gauridevi3177
    @gauridevi3177 Жыл бұрын

    Dhunia lge sai hdai...

  • @popigogoigogoi2164
    @popigogoigogoi21649 ай бұрын

    Very very nice ♥️👍👍👍♥️ সঁচাই বহুত ভাল লাগিল

  • @aradhyahazarika953
    @aradhyahazarika953 Жыл бұрын

    বহুত ভাল লাগিল ভিডিঅ'টো চাই। আকৌ নতুন ভিডিঅ' লৈ অপেক্ষা কৰিলো।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @zubintazunakmusic7681
    @zubintazunakmusic7681 Жыл бұрын

    Iman dhuniya lagise

  • @parakhasonowal2452
    @parakhasonowal2452 Жыл бұрын

    ❤❤❤bhutt vll lgel vd2 sai❤❤❤

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu

  • @sunitabaglary8874
    @sunitabaglary8874 Жыл бұрын

    Video2 sai bohut bohut val lagise

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Video tu upobhug kori bhal puwa babe okhekh dhanyawad gyapon korisu

  • @nirmalinirmali5040
    @nirmalinirmali5040 Жыл бұрын

    Mozz dai baa

  • @hemenmedhi1103
    @hemenmedhi1103 Жыл бұрын

    ইমান ভাল লাগে আপুনাৰ video বোৰ চাই😇

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou 🧡

  • @shajalray4777
    @shajalray4777 Жыл бұрын

    Wow amazing recipe 👍👍👍😋👍👍

  • @mausumibhuyan5747
    @mausumibhuyan5747 Жыл бұрын

    Apunalukor potitu video a bhut rokhal sale sai thakibo mon jai bhuuuuuut val lage video bur 😊

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত মৰম আৰু ধন্যবাদ জনাইছোঁ

  • @pompidas4698
    @pompidas4698 Жыл бұрын

    Bohut Bohut bhal lagil video টো

  • @jyotshnaparishna7951
    @jyotshnaparishna7951 Жыл бұрын

    Apunar vedio Sai bhut Val lage

  • @prityphukan4047
    @prityphukan4047 Жыл бұрын

    Birat vl lagil sai masor petu khini dekhi luv lagi gol ...❤️

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Okhekh dhanyawad apunaloi 👍

  • @debagogoi2363
    @debagogoi2363 Жыл бұрын

    ভিডীওটো চাই বৰ ভাল লাগিল ধন্যবাদ

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thanks a lot 🧡👍

  • @manojpegu4065
    @manojpegu4065 Жыл бұрын

    লোভ লগা ব্যঞ্জন 😋😋... পিছে ঘৰৰ মূৰব্বীজনকহে নেদেখোঁ।

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu 🙏, dekhuwa hoisil ,,, kzread.info/dash/bejne/f4ynprFxdpanZ5M.html

  • @ranubarman857
    @ranubarman857 Жыл бұрын

    Bah oti Xundor koi Randhisa dei 👌👌👌😋😋😋 next part xunkale diba ❤️❤️❤️

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou 🧡 so much 💕🙏

  • @PDPranjitVlogs
    @PDPranjitVlogs Жыл бұрын

    বহুত বেছি ভাল লাগিল video টো চাই 🥰🥰

  • @ankitabaruah6532
    @ankitabaruah6532 Жыл бұрын

    সঁচাকৈ ইমান নিভাঁজ পৰিৱেশ ❤❤সকলো সহজ সৰল ভাল লাগিল❤

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad apunaloi 👍🙏💕

  • @mousumigogoi7559
    @mousumigogoi7559 Жыл бұрын

    Hundor uposthapon....eyakei kolu aru.apuni bonua hkolukhini aanjayei asomiya tholua aanja.jikhini ami ari bleg kisumnhe agbarhu bonabole kintu hosakoi amar tholua khadyr huador lgt bkibur kom tulona kribo pari.krn amar hai khadyo khinir majot bohutu aaukhodhi gunu nihito thake.baideu apunak bohut dhonyobad ai hkolukhini amar agot hundorbhabe dangi dhorar babe.

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    বহুত বহুত ধন্যবাদ, এনেধৰণৰ comment য়ে মনলৈ উৎসাহ আৰু প্ৰেৰণা যোগায়।

  • @llnm4891
    @llnm4891 Жыл бұрын

    Eman. Dhuniake. Banable. Kat. Hikile. Baidew. Kat. Baru. Apunar. Ghar. Dekhile. Lov. Lagi. Jai

  • @pollobi11
    @pollobi11 Жыл бұрын

    Bhal lagil dei

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad apunaloi 👍

  • @tusharbabu9889
    @tusharbabu9889 Жыл бұрын

    অতি সুন্দৰ 👍👍আৰু আপোনালোকৰ পৰিবেশ বোৰ বহুত ধুনীয়া

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad apunaloi 👍

  • @kandarpakrray1760
    @kandarpakrray1760 Жыл бұрын

    Bor Dhuniya

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu 🧡

  • @rodaliprithibi4898
    @rodaliprithibi4898 Жыл бұрын

    ইমান সুন্দৰ ৰন্ধন প্ৰকৰণ👌👌ল'ৰা ছোৱালীহাললৈ মৰম❤️প্ৰায়ে চাওঁ আপোনালোকৰ ভিডিঅ'। প্ৰতিটোতে সুন্দৰ উপস্থাপন কৰে।আমনি নালাগে চায়।আপোনালোক বৰহাটৰ বুলি জানি বৰ সুখী হ'লো।মইয়ো বৰহাটৰে বোৱাৰী।কেতিয়াবা দেখা সাক্ষাৎ হ'ব🥰🤗

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Nischoi, dhanyawad apunaloi 👍🧡🙏🙏

  • @pallabgogoi8223
    @pallabgogoi8223 Жыл бұрын

    Hostelot asu ... Masor boil tenga anjakon uff ...dekhiye luuv lagise .Ghoror pora durot asuhi bohu din hol enekua huwad lobo pora nai ..Apunalukr video bur sai ghrolehe monot pore..Ki hundor baahir mat ,hundor uposthapon..Aguwai jawok ..Lots of love from Sivasagar

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou 🧡 so much 💕🙏 imam marom senehor babe,

  • @bivagohain530
    @bivagohain530 Жыл бұрын

    সুন্দৰ

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad apunaloi

  • @hanumallik5196
    @hanumallik5196 Жыл бұрын

    Lub a lagi jai video bur sai sai adin jm dai khabo

  • @AnkurDeka-xy1oq
    @AnkurDeka-xy1oq Жыл бұрын

    Xundar lagil

  • @debotadebota4068
    @debotadebota4068 Жыл бұрын

    Hosakoi a bahut bhal lagil...👍👍👍👍👍👍

  • @suranjanasaikiaknowar5856
    @suranjanasaikiaknowar5856 Жыл бұрын

    গাওঁ খন যে ইমান ধুনীয়া

  • @dipshikharay8797
    @dipshikharay8797 Жыл бұрын

    Ketiya video ahibo ketiya ahibo lagi thake 😍💚🤤 Dhuniya

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Okhekh dhanyawad apunaloi 👍

  • @himadridas5838
    @himadridas5838 Жыл бұрын

    Dhunia hoise baa...video to sai bahut val lagil

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu 🙏🙏 heartity

  • @krishnagogoi8918
    @krishnagogoi8918 Жыл бұрын

    Emn mja lagil video2.. Ahaj khai sablehe mn asil o ba.

  • @bijudutta8798
    @bijudutta8798 Жыл бұрын

    ইমান ধুনীয়া লাগিছে।

  • @priyankabharali2560
    @priyankabharali2560 Жыл бұрын

    Apunar video sai bhut bhut vl lge baa

  • @Blueofficial44
    @Blueofficial44 Жыл бұрын

    Axomot jiman prajatir mas pua jai, ataire eta eta video bonale 365 ta ru upor video hobo. The best assamese youtuber. Carry on. 👍👍👍

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    🧡🧡👍💕💕🙏🙏🙏

  • @anjalidaimary1818
    @anjalidaimary1818 Жыл бұрын

    Hosa aitu video sai bohut Val lage Amar Assam r khaido bur Dekha paw aru janibow paru keneka bonai

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou 🙏🧡

  • @hemashriskitchen
    @hemashriskitchen Жыл бұрын

    Enebur lost recepie dekhi a bhal lage, moi a nejanu amar traditional food items bur bonabo.... So , sai aru besi bhal lage 🥰thanks a lot 🙏🙏

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Bahut bahut dhanyawad gyapon korisu

  • @momisvlog8022
    @momisvlog8022 Жыл бұрын

    Khau khau lagi goise ba xadai enedare aguai jua

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Thankyou so much 💕

  • @taniavlog7715
    @taniavlog7715 Жыл бұрын

    বহুত ভাল লাগিল

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu

  • @gautamsvlog7845
    @gautamsvlog7845 Жыл бұрын

    Unique hoi ..bakibur food vlog ot koi..👍

  • @ashimaboruah5935
    @ashimaboruah5935 Жыл бұрын

    Kije hundor aapunalokr poribeson. Khub val lagil

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu 🧡🙏🙏👍

  • @arponhatimuria5493
    @arponhatimuria5493 Жыл бұрын

    বৰ ধুনীয়া হৈছে,,, কেমেৰাৰ পিছফালৰ মানুহজনক এদিন দেখাবচোন

  • @amargaon3296

    @amargaon3296

    Жыл бұрын

    Dhanyawad janalu 🙏🙏, pasoloi dekhuwam nischoi

Келесі