Lurinjyoti Gogoi Vs Sarbananda Sonowal | BJPৰ প্ৰাৰ্থী সোণোৱালৰ বাস গৃহত লুৰিন জ্যোতি N18V

Lurinjyoti Gogoi Vs Sarbananda Sonowal | BJPৰ প্ৰাৰ্থী সোণোৱালৰ বাস গৃহত লুৰিন জ্যোতি N18V
#News18AssamOriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#lurinjyotigogoi #sarbanandasonowal #bjp #loksabhaelection2024 #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 435

  • @dbhargab
    @dbhargabАй бұрын

    নিৰ্বাচনত জয়ী হোৱা নোহোৱা সেইটো সময়ে কব কিন্তু মানুহৰ যে মন জয় কৰিব পাৰিছে লুৰিনজ্যোতিয়ে সেইটো সত্য,মই তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ।

  • @pradiphandique9005

    @pradiphandique9005

    Ай бұрын

    Khub Val korise apuni. Enekuwa adokhor lage.❤❤

  • @surendrasurendra6163

    @surendrasurendra6163

    Ай бұрын

    সুন্দৰ পদক্ষেপ।

  • @hifzurgroupjamtol1835

    @hifzurgroupjamtol1835

    Ай бұрын

    Right

  • @user-pz6rm6tq5e

    @user-pz6rm6tq5e

    Ай бұрын

    Vote ❤❤lurin jyoty dada

  • @uchtadi

    @uchtadi

    Ай бұрын

    kzread.info/dash/bejne/amafmpmDY9rIhtY.htmlsi=6JqB_FP1pzERnBTR

  • @janardanbora2803
    @janardanbora2803Ай бұрын

    ভাল লাগিল এইবোৰেই আদৰ্শ অহংকাৰী নেতা গিতাই চাই লওক বিজেপিৰ 🎉🎉🎉

  • @uchtadi

    @uchtadi

    Ай бұрын

    kzread.info/dash/bejne/amafmpmDY9rIhtY.htmlsi=6JqB_FP1pzERnBTR

  • @anilboro4741
    @anilboro4741Ай бұрын

    সুন্দৰ। শত্ৰু হ'লে এনেকুৱা হ'ব লাগে।

  • @evadatta2944
    @evadatta2944Ай бұрын

    মাননীয় সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া এগৰাকী সংস্কাৰৱান ব্যক্তি... লুৰিনজ্যোতি গগৈ ও নম্ৰ, ভদ্ৰ, সংস্কাৰৱানৰ অধিকাৰ গুণৰ গৰাকী। আমি কেনেকৈ দিল্লীলৈ অসমীয়াৰ হৈ মাত মাতিব পৰা সাহস আৰু বজ্ৰ কন্ঠেৰে অসম আৰু অসমীয়াৰ অধিকাৰ সুৰক্ষা কৰিব পৰা নেতাক পঠিয়াব পাৰোঁ তাকেই কামনা কৰিব লাগে। জাতি মাটি ভেটি ৰক্ষা কৰিব পৰা কেইগৰাকীমান সিংহ পুৰুষ দিল্লীলৈ পঠিয়াবই লাগিব ব্যক্তি হিচাবে চাই... সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া এনেও দিল্লী ত আছেই... হাৰিলেও... . জিকিলেও... কেনেকৈনো আমি গৌৰৱ গগৈ, লুৰিনজ্যোতি গগৈ, মীৰা বৰঠাকুৰৰ নিচিনা ব্যক্তিক দিল্লীলৈ পঠিয়াব পাৰোঁ, ৰাইজৰ তাক চিন্তা কৰিব হল।

  • @user-xc1tt5ln2s

    @user-xc1tt5ln2s

    Ай бұрын

    Right

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069Ай бұрын

    আদৰ্শবান কাম কৰিছে । এনেকুৱা হব লাগে আচলতে । ভাল লাগিছে ।

  • @uchtadi

    @uchtadi

    Ай бұрын

    kzread.info/dash/bejne/amafmpmDY9rIhtY.htmlsi=6JqB_FP1pzERnBTR

  • @pranjitdas2160
    @pranjitdas2160Ай бұрын

    সচাকৈ শলাগিবলগীয়া।🎉

  • @uchtadi

    @uchtadi

    Ай бұрын

    kzread.info/dash/bejne/amafmpmDY9rIhtY.htmlsi=6JqB_FP1pzERnBTR

  • @harakantadeka7715
    @harakantadeka7715Ай бұрын

    সঁচাই,ভাল,লাগিছে,এনেকুৱা,হ'ব,লাগে,,ম ই,

  • @kaushik23.
    @kaushik23.Ай бұрын

    এয়াই ছাগে প্ৰকৃত উচ্চ মানবিশিষ্ট ৰাজনীতি।

  • @uchtadi

    @uchtadi

    Ай бұрын

    kzread.info/dash/bejne/amafmpmDY9rIhtY.htmlsi=6JqB_FP1pzERnBTR

  • @jituborah5788
    @jituborah5788Ай бұрын

    অতি সুন্দৰ নিদৰ্শন

  • @uchtadi

    @uchtadi

    Ай бұрын

    kzread.info/dash/bejne/amafmpmDY9rIhtY.htmlsi=6JqB_FP1pzERnBTR

  • @NirmolRay118
    @NirmolRay118Ай бұрын

    অসমৰ কাৰণে লুৰিণ আৰু গৌৰৱৰ দৰে ব্যক্তিৰ অতিকে প্ৰয়োজন।ম ই বিজেপিৰ কৰ্মকৰ্তা কিন্ত লোকসভালৈ এই দুয়োগৰাকীক জয়ী কৰিলে অসমীয়াৰ বাবে ভাল।

  • @TheAaeeeee

    @TheAaeeeee

    Ай бұрын

    Teo luk bjp t join dile val hoi

  • @user-hu6ko4fl6u

    @user-hu6ko4fl6u

    Ай бұрын

    Ghenta buli kolu

  • @dibakarnath4853

    @dibakarnath4853

    Ай бұрын

    Kelal😂

  • @ajitphukan7345
    @ajitphukan7345Ай бұрын

    সুন্দৰ। আৰ্দশ হৈ ৰওক।

  • @rinadutta4602
    @rinadutta4602Ай бұрын

    এইয়াই আদৰ্শ , ভাল লাগিল

  • @uchtadi

    @uchtadi

    Ай бұрын

    kzread.info/dash/bejne/amafmpmDY9rIhtY.htmlsi=6JqB_FP1pzERnBTR

  • @statusboy9985
    @statusboy9985Ай бұрын

    লুৰিণ অসমৰ কণ্ঠ ।

  • @bakulboruah2026
    @bakulboruah2026Ай бұрын

    লুৰীণজ‍্যোতি গগৈ জিন্দাবাদ।

  • @mridusmitasaikia83
    @mridusmitasaikia83Ай бұрын

    ভাল লাগিল,,BJP ye নিজৰ চৰিত্ৰ ৰ জৰিয়তে মানুহ ৰ মনৰ পৰা ওলাই গৈছে,,Himu mama ক যেতিয়া ই দেখো,,Pijush r vdo যিয়ে দেখো অকল লোকক যেন thatta কৰা কথা বতৰা হে,,, আদৰ্শ নাই তেওঁ লোকৰ চৰিত্ৰত,,,,,😊

  • @lokeswarkon341
    @lokeswarkon341Ай бұрын

    অহংকাৰী কেইজন চাই লব ,লোৰীন দাৰ মানসিকতা কিমান উপৰত ।

  • @dipalidevi8221
    @dipalidevi8221Ай бұрын

    ভাল লাগিল,এইয়াই আদৰ্শ ।

  • @aparajitatamuli7273
    @aparajitatamuli7273Ай бұрын

    দেখি ভাল লাগিছে, লু ৰি ন জয়ী হওঁক

  • @digantadas1883

    @digantadas1883

    Ай бұрын

    Bal joy hob

  • @pratappoultryworld5167

    @pratappoultryworld5167

    Ай бұрын

    Tar oukad nai

  • @janardanbora2803

    @janardanbora2803

    Ай бұрын

    ​@@digantadas1883 তই নিজকে নিজেই কি বুলি ভাবিছ বাৰু সৰ্বানন্দ সোণোৱাল দাৰ জেগাত বেলেগ এজন হোৱা হলে নিশ্চয় জয়ী হল হেঁটিন চাগে নিশ্চয় তেওঁ এজন ভাল মানুহ বিজেপিৰ তেওঁ অহংকাৰী নেতা নহয় বিজেপিৰ বাকি বোৰৰ দৰে

  • @gogoiaxomia1426

    @gogoiaxomia1426

    Ай бұрын

    ​@@digantadas1883as expected title sai a gom paisu kanakua reply hobo 😂😂

  • @sivaphukan4977

    @sivaphukan4977

    Ай бұрын

    ​@@digantadas1883 ... average...😂😂😂....chutmarni ..of..Assam ...

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622Ай бұрын

    সুন্দৰ আদৰ্শ

  • @user-xg9ug5pn7x
    @user-xg9ug5pn7xАй бұрын

    Val lagile Dekhi

  • @Karma_is_Life.
    @Karma_is_Life.Ай бұрын

    ভদ্ৰতা, শিষ্টাচাৰ, ধৈৰ্য্য, সহনশীলতা, মূল্যবোধ, জ্ঞান, নৈতিকতা, আদৰ্শৰ নিদৰ্শন। আপোনাৰ পৰিয়াল, শিক্ষা গুৰু, পিতৃ মাতৃয়ে আপোনাক যি জ্ঞান গৰিমা দিছে, তাৰ বাবে তেখেতলোকৰ শ্ৰীচৰণত সেৱা জনাইছো।

  • @mintubharali3092
    @mintubharali3092Ай бұрын

    Ati xundr lagil dekhi. Ak atulonio adorso.

  • @soonmoni6746
    @soonmoni6746Ай бұрын

    লুৰীণ গগৈ zindabad ❤❤❤

  • @uchtadi

    @uchtadi

    Ай бұрын

    kzread.info/dash/bejne/amafmpmDY9rIhtY.htmlsi=6JqB_FP1pzERnBTR

  • @ranjanborah5983
    @ranjanborah5983Ай бұрын

    খুৱ আদৰ্শ মুলক কাম কৰিছে ৷ এটা কথা খুুৱ ভাল লাগিছে যে দুয়োজন নেতাই কথাৰ শালীনতা বজা ৰাখিব জানে। জয় আই অসম ৷

  • @bakulboruah2026
    @bakulboruah2026Ай бұрын

    লুৰীণক এইবাৰ আমি জিকামেই।

  • @dibakarnath4853

    @dibakarnath4853

    Ай бұрын

    Bal buli kalu😂

  • @user-kk9qr8fp4n
    @user-kk9qr8fp4nАй бұрын

    ভাইটী,বহুত বহুত ধন্যবাদ।তোমাৰ চিন্তাধাৰা বহুত উচ্চ মানদণ্ডৰ।

  • @poojabiswasharma3845
    @poojabiswasharma3845Ай бұрын

    Khoob val lagile

  • @niranjandeka2682
    @niranjandeka2682Ай бұрын

    Very good

  • @user-hf1lt9xt1y
    @user-hf1lt9xt1yАй бұрын

    BJ P go back

  • @user-lg3em1zv4q
    @user-lg3em1zv4qАй бұрын

    ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছো বহুত ভাল হৈছে

  • @rupom_moran17
    @rupom_moran17Ай бұрын

    অসম জাতীয় পৰিষদ জিন্দাবাদ 🎉❤

  • @omprakashbora993
    @omprakashbora993Ай бұрын

    No words Lurinda da.... great... God help you 🎉

  • @user-uv7pn5to4w
    @user-uv7pn5to4wАй бұрын

    কবলৈ ভাষা নাই ককাই। আপোনাৰ উজ্বল জীৱন কামনা কৰিলো।❤❤

  • @youtubetv9392
    @youtubetv9392Ай бұрын

    ভাল ল'ৰা ভাল কথা কিন্তু বামুণ হিমন্ত এই তছনছ কৰিছে অসমীয়া জাতী হিটাধিকাৰি বনাইছে আৰু ১০ বছৰতকৈ বেছি অসমত টিকি থাকিব নোৱাৰে

  • @apurbadas4151

    @apurbadas4151

    Ай бұрын

    Hobo tohote koch, kachari CM huwatu nibiasroo,, ami janu!!!

  • @dipankarsarma5942

    @dipankarsarma5942

    Ай бұрын

    ki bamun banun

  • @ushahazarika137
    @ushahazarika137Ай бұрын

    উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @sharatmaina4918
    @sharatmaina4918Ай бұрын

    ❤❤❤আপুনি নৱপ্ৰজন্মৰ আদৰ্শ হৈ ৰওক ককাইদেউ❤❤❤

  • @narendradas5609
    @narendradas5609Ай бұрын

    Good thinks

  • @dipabhuyan3684
    @dipabhuyan3684Ай бұрын

    বহুত ভাল লাগিছে তোমাৰ এই আশীৰ্বাদ থাকিব আমি তোমাকেই বিছাৰিছো আহিব লাগিব

  • @nibransonowal9182
    @nibransonowal9182Ай бұрын

    ভাল কথা এনেকুৱা কৈ মানসিকতা লৈ ৰাজনীতি চলাই নিব লাগে

  • @manjitdeka2876
    @manjitdeka2876Ай бұрын

    এইবাৰ লুৰিন দা জিটিলে খুব ভাল হব

  • @mridulsonowal3198
    @mridulsonowal3198Ай бұрын

    ভাল লাগিল দেখি। অহিংসা নীতি মানি চলিছে আপুনি❤

  • @deepalideka718
    @deepalideka718Ай бұрын

    মহান কাম।

  • @user-wc2mw3rz7r
    @user-wc2mw3rz7rАй бұрын

    Really good personality...

  • @gopalchetri4866
    @gopalchetri4866Ай бұрын

    অতি সুন্দৰ আদৰ্শ

  • @PurnaTamang-xq8uz
    @PurnaTamang-xq8uzАй бұрын

    Thanks

  • @BhaskarjyotiSonowal-ql4jd
    @BhaskarjyotiSonowal-ql4jdАй бұрын

    Very nice step.

  • @lakhindarkachari4903
    @lakhindarkachari4903Ай бұрын

    অতি সুন্দৰ

  • @Dipankartamuli
    @DipankartamuliАй бұрын

    খুব সুন্দৰ লাগিল দাদা | আপোনাৰ এই কৰ্ম আদৰ্শ হৈ ৰ'ব

  • @pratimadeori9190
    @pratimadeori9190Ай бұрын

    অতি সুন্দৰ নিদৰ্শন ❤।

  • @rushanburagohain6803
    @rushanburagohain6803Ай бұрын

    Bhaal lagil.god bless you.

  • @bakulboruah2026
    @bakulboruah2026Ай бұрын

    লুৰীণজ‍্যোতি গগৈ❤❤❤❤❤

  • @MondeepVlogs
    @MondeepVlogsАй бұрын

    Your mentality is very well 👌…..

  • @nityanandasonowal2812
    @nityanandasonowal281229 күн бұрын

    দুই জনে সুন্দৰ বহল মনৰ চিন্তা ধাৰা মানু্হ ভাল লাগে

  • @manjitborah191
    @manjitborah191Ай бұрын

    Bohut Val lagil video tu Sai.... Lurinjyoti gogoi is a great 👍

  • @pareshnath4649
    @pareshnath4649Ай бұрын

    এনে আদৰ্শেৰে ৰাজনৈতিক নেতাবোৰে আগবঢ়াৰ সুন্দৰ নিদৰ্শন৷ফটোৱা বাক্যবান কৰাতকৈ আমি ৰাইজৰ বাবে কি কৰিম তাৰ প্ৰতিশ্ৰুতিহে দিয়া উচিত৷

  • @jyotirekha.bhuyan
    @jyotirekha.bhuyanАй бұрын

    Lorinjyoti zjndabad

  • @gagankumarnath9425
    @gagankumarnath9425Ай бұрын

    সুন্দৰ।

  • @PabitraBora-kn7cd
    @PabitraBora-kn7cdАй бұрын

    এবাৰ সুযোগ দি চাব লাগে , কেনে কাম কৰে,

  • @bhupenkumar8191
    @bhupenkumar8191Ай бұрын

    Great man great thinking.Lurin Jyoti Zindabad.

  • @emanali4528
    @emanali4528Ай бұрын

    I am happy at your behaviour

  • @user-in3xv4tc2y
    @user-in3xv4tc2yАй бұрын

    Good Job.

  • @nirugogoi4576
    @nirugogoi457629 күн бұрын

    অতি সুন্দৰ ভাল লাগিল

  • @mukutborah4081
    @mukutborah4081Ай бұрын

    ভাল লাগিল🙏।

  • @NazirAhmed-xy8lt
    @NazirAhmed-xy8ltАй бұрын

    তুমি মহান লুৰিণ, তোমাৰ এনে কাৰ্য্যৰ বাবে তোমাক চেলুট জনাইছো.....

  • @sheshrajsharma7933
    @sheshrajsharma7933Ай бұрын

    ভাল কথা দাদা।। কিন্তু আপুনিতো বেলেগ এটা দলত সোমাবই সেয়ে মোৰ ভোট ভাৰতীয় জনতা পাৰ্টীলৈ।

  • @NurulIslam-vz5cn
    @NurulIslam-vz5cnАй бұрын

    Dhanyabad

  • @Akashsanatan47
    @Akashsanatan47Ай бұрын

    Politics... politics... politics...olopmaan basi ase..ccommon manuh tenekoi soli thakibo...ekku nokorileo...jikon basi ase haikon hekh hoi nejai heie kamona korisu..

  • @nitulbora374
    @nitulbora374Ай бұрын

    সুন্দৰ ❤

  • @rajurima
    @rajurimaАй бұрын

    "Bhaktas ofvBJP" should learn something from this gesture of Lurin!

  • @dipabhuyan3684
    @dipabhuyan3684Ай бұрын

    আমাক প ইচা নালাগে আমাক লাগে অসম অসম হৈ থাকক তোমাক যদি নাহা অসম এদিন বলেগলৈ পৰিণতি হ'ব হৈছে বুলি এ ধৰা তাকে আমাৰ ৰাইজে বুজি নাপালে নিজেই ৰখাতলে যাব ধন্যবাদ

  • @AbdulHamid-fe9qo
    @AbdulHamid-fe9qoАй бұрын

    Lurin is the model of assamesepeople zindabad

  • @romenshyam906
    @romenshyam906Ай бұрын

    Lurinjyoti Gogoi Jindabad

  • @raihanraihanagrwal6407
    @raihanraihanagrwal6407Ай бұрын

    Axomor karone gurvab r ru lurin oti upojukto neta❤

  • @brojenkhargharia15
    @brojenkhargharia15Ай бұрын

    Luren god bless you vogobana Kripa korebo

  • @surjitkrthakur5538
    @surjitkrthakur5538Ай бұрын

    Welcome ,appreciated.

  • @babulshill822
    @babulshill822Ай бұрын

    Good job. Joi aai axom

  • @parijat8921
    @parijat8921Ай бұрын

    মাননীয় লুৰিন জ্যোতি গগৈ ডাঙৰীয়া আগন্তুক লোকসভা নিৰ্বাচনত জয়ী হব নে নহব আজিৰ দিনত কবো পৰা নাযাব, কিন্তু এটা কথা ১০০% বিশ্বাস কৰা যায় যে ভৱিষ্যতে লুৰিন জ্যোতি গগৈ ডাঙৰীয়া অসমৰ ৰাজনীতি পথাৰৰ উজ্বল নক্ষত্ৰ ৰূপে জিলিকি উঠিব । যিটো নেকি তেখেতৰ ভাষণত, ব্যৱহাৰত আৰু তেওঁৰ শাৰিৰীক ভাষাত এতিয়াই প্ৰকাশ পাইছে।।

  • @JayPegu321
    @JayPegu321Ай бұрын

    দেখি ভাল লাগিল।।।

  • @munnirishi2089
    @munnirishi2089Ай бұрын

    Good thing.... urlay adjustment 😢

  • @msarmah3155
    @msarmah3155Ай бұрын

    লুৰিণ গগৈ আৰু সোণোৱাল ডাঙৰীয়া তথা গৌৰব গগৈ আৰু তপন গগৈৰ মাজত চলা সুস্থ ৰাজনৈতিক প্ৰচাৰে অসমত এতিয়াও গুণগত ৰাজনৈতিক পৰিবেশ বৰ্তি থকাতোৱেই সুচাইছে ৷🤗

  • @amarjitsandilya1236
    @amarjitsandilya1236Ай бұрын

    সোনোৱাল ডাঙৰীয়াৰ ঘৰৰ মূল প্ৰৱেশ দ্বাৰৰ ওপৰত থকা স্বস্তিক ৰ চিহ্ন টু ভুল কৈ অঁকা আছে বুলি মোৰ ভাব হৈছে। শুদ্ধ ভাবে চিহ্ন টু আঁকিব লাগে।🙏🙏🙏🙏🙏

  • @ridevloghs2243
    @ridevloghs2243Ай бұрын

    লুৰিনক এবাৰ সুবিধা দিয়াটো প্ৰয়োজন

  • @brajendeka4854
    @brajendeka4854Ай бұрын

    Bohut vaal lagil

  • @anitadutta7582
    @anitadutta7582Ай бұрын

    Khub xubdar Lurin.

  • @KaSiYali
    @KaSiYaliАй бұрын

    আভ্যন্তৰীন,বাহ্যিক যিয়েই নহওক গগৈদেৱে যি মূল্যবোধ,ৰাজনৈতিক সংস্কৃতিৰ কথা ক'লে ,প্ৰাসংগিক।নৱপ্ৰজন্মৰ এগৰাকী ব্যক্তি হিচাবে তেখেতৰ এই চিন্তা আদৰ্শই সমাজলৈ এক সুস্থ বাৰ্তা প্ৰেৰণ কৰিছে।এই মূল্যবোধ সমাজত প্ৰোথিত হওক।শুভেচ্ছা।

  • @user-sx7kr6oe2m
    @user-sx7kr6oe2mАй бұрын

    Bhal lagil

  • @prodipdihingia
    @prodipdihingiaАй бұрын

    Very good lurin da❤❤

  • @pradipdeka5148
    @pradipdeka5148Ай бұрын

    ৰাজনীতি আৰু মূল্যবোধ ।অতীতত আছিল কিন্তু বৰ্তমানে নাই আৰু ভৱিষ্যতেও নাথাকিব ।লুৰিণ বা সৰ্বানন্দৰ মূল্যবোধ হেৰাই গল ।মূল্যবোধৰ কথা কলে হাঁহি উঠে ।

  • @sonowalkachari6218
    @sonowalkachari6218Ай бұрын

    Good bht vl lagil

  • @user-cm6xi8uo9t
    @user-cm6xi8uo9tАй бұрын

    দেহিঐ ৰাজনিতি আৰু দেই।

  • @bolteswarsonowal5406
    @bolteswarsonowal5406Ай бұрын

    বহুত ভাল লাগিল । আমি আশীৰ্বাদ কৰিছোঁ। নেদেখা জনেও আশীৰ্বাদ কৰক ।

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6mАй бұрын

    আমাৰ আন্দোলন, আমাৰ বিতৰ্ক আৰু আমাৰ মতভেদ ব্যক্তিগত কেতিয়াও নহয়। আমাৰ আন্দোলন , আমাৰ অভিযোগ বা আমাৰ প্ৰতিবাদ হৈছে অসমীয়া জাতিৰ অস্তিত্ব কেন্দ্ৰিক, আমাৰ অধিকাৰ কেন্দৃক্ত। আমি আমাৰ জাতীয় অস্তিত্ব আৰু আমাৰ মৌলিক অধিকাৰ ৰক্ষা বা সুৰক্ষা কৰাৰ স্বাৰ্থত আন্দোলন বা তাতোকৈ অধিক কঠোৰ কাৰ্যসূচী ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু আমাৰ লক্ষ্য ব্যক্তিগত নহৈ সদায় অসমীয়া জাতিৰ স্বাৰ্থ কেন্দ্ৰিক হব। জয় আই অসম !

  • @user-vs2cp7ck2s
    @user-vs2cp7ck2sАй бұрын

    খছাকৈ ভাল লাগিল

  • @prasantaprasanta4503
    @prasantaprasanta4503Ай бұрын

    ভাল লাগিল ।

  • @rintuhatibaruah2297
    @rintuhatibaruah2297Ай бұрын

    অসমৰ প্ৰকৃত নেতাৰ মুল্যবোধ।

  • @Krishnamoni_Hzrika
    @Krishnamoni_HzrikaАй бұрын

    👏

  • @BorunBharali
    @BorunBharaliАй бұрын

    ভাল লাগিল

  • @lifetimeboys6979
    @lifetimeboys6979Ай бұрын

    Very good.Its the original Indian culture.

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638Ай бұрын

    লুৰিণজ্যোতি আৰু গৌৰৱ গগৈ দুয়োজন জয় হওক আৰ্শীবাদ থাকিল ৷

  • @ronaldotaid8253
    @ronaldotaid8253Ай бұрын

    😂😂😂 সৰ্বাৰ পৰা বহু পইচা ললে চাগৈ😂😂😂😂

Келесі