lurinjyoti gogoi|interview|Lets talk with Manalisha|ritstime|lurinjyoti gogoiInterview

নিৰ্বাচন গ'ল! লুৰীণজ্যোতি গগৈয়ে এতিয়া জীৱনৰ আনবোৰ কথা কেতিয়া চিন্তা কৰিব?
#lurinjyotigogoi #letstalkwithmonalisha #interview #ritstime

Пікірлер: 188

  • @gulukgogoi8679
    @gulukgogoi8679Ай бұрын

    লুৰিণ জোতি গগৈ ভাৰতবৰ্ষৰ 10 নম্বৰ স্থানত নেতা হিচাপে সৃকৃতি পোৱাটো এটা অসমীয়াৰ গৌৰৱ । লগতে সাক্ষাৎকাৰ লওঁতা গৰাকীলৈ অশেষ ধন্যবাদ থাকিল কাৰণ সাক্ষাৎকাৰ লোৱা গৰাকীৰ ওপৰতো বহু কথাই নিৰ্ভৰ কৰে , সাক্ষাৎকাৰ লোৱা গৰাকীৰ বৰ্ত্তমান ৰাজনীতি, অৰ্থনীতি আৰু সামাজিক ব্যৱস্থাৰ ওপৰত দখল থকাটো অতি বাঞ্ছনীয় ।

  • @PitambarKonwar

    @PitambarKonwar

    Ай бұрын

    Ñext cm

  • @rinkudeka7171
    @rinkudeka7171Ай бұрын

    ককাইদেউ মোৰ আদৰ্শ জয় পৰাজয়ৰ কথা আমি কব নোৱাৰো ডিব্ৰুগড়ৰ মানুহে জানিব কিন্তুু আপোনি এগৰাকী যোদ্ধা সেয়া প্ৰমাণ কৰিছে। সফলতা নিশ্চয় জনতাই দিব বুলি আশা থাকিল।

  • @AbulHussain-dl6og

    @AbulHussain-dl6og

    Ай бұрын

    Lurine Sarba t koi jodi 3 lakh vote kom pai tothapi Lurin Zikil buliye kom , aru jodi kane kan mari holeo Lurin ziki jai tetiya BJP haril buli kom , Misa kole ki dal hobo hya ?

  • @dbhargab
    @dbhargabАй бұрын

    লুৰিনজ্যোতি গগৈক মই ব্যক্তিগতভাৱে বহুত ভাল পাওঁ ,তেওঁৰ ৰাজনৈতিক দৰ্শন ভাল ,খুব প্ৰতিভাসম্পন্ন এজন ৰাজনৈতিক নেতা হ’ব লগা ব্যক্তি তেওঁ কিন্ত ৰাজনৈতিক জীৱনৰ আৰম্ভণিতে তেওঁ ভূল সিদ্ধান্ত লৈ পেলালে ।তেওঁ আছু ত্যাগ কৰিছে ঠিকে আছিলে কিন্ত তেওঁ কোনোবা এটা সমষ্টিত সাংগঠনিক কাম কাজ নকৰাকৈ নিৰ্বাচন খেলাতো একেবাৰে ভূল সিদ্ধান্ত ।তেওঁৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি জয়েৰে হোৱাটো মই ব্যাক্তিগত ভাৱে বিচাৰিছিলো ।

  • @user-ln6kp8he6m
    @user-ln6kp8he6mАй бұрын

    লুৰিণ গগৈ জিন্দাবাদ

  • @ngogoi9229
    @ngogoi9229Ай бұрын

    লুৰীণ তোমাৰ কথা বিলাক খুবেই ভাল লাগিল। এই আদৰ্শৰে তুমি সদায় থকাতোকে কামনা কৰিলো।

  • @utpalbiju6182
    @utpalbiju6182Ай бұрын

    সঁচাকৈ বহুত ভাল লাগে আপোনাক মোৰ.. এদিন নিশ্চয় আপোনাক অসমৰ মুখ্যমন্ত্ৰীৰ আসন খনত দেখিবলৈ পাম ..

  • @funusenapoti9220
    @funusenapoti9220Ай бұрын

    লুৰিণজ্যোতি গগৈ জিন্দাবাদ 🙋

  • @nikhilphukan8279

    @nikhilphukan8279

    Ай бұрын

    প্ৰতি পাঁচ বছৰ মূৰে মূৰে জয়যুক্ত হ'ব বুলি আশা কৰিছোঁ ।

  • @UpenKalita-dx2cr
    @UpenKalita-dx2crАй бұрын

    লুৰীণজ্যোতি এজন দক্ষ ব্যক্তি। কিন্তু যেতিয়ালৈকে এটা আঞ্চলিক ৰাজনৈতিক দল গঠন নকৰে তেতিয়ালৈকে তেখেতে নিৰ্বাচনত নিজিকে। কোনো ৰাষ্ট্ৰীয় দলৰ লগত নথকাকৈ এটা বলিষ্ঠ আঞ্চলিক দল গঠন কৰিব বুলি আশা ৰাখিলোঁ। ২০২৯ চনলৈ শুভ কামনা থাকিল।

  • @lakhibaruah7540
    @lakhibaruah7540Ай бұрын

    ধন্যবাদ লুরিন তোমাৰ বাবে আমি অসমীয়া

  • @Minaramgogoi-xg4qo
    @Minaramgogoi-xg4qoАй бұрын

    Luinjyoti Gogoi Amar " JATI NETA" Ashom r neta .. JATI Kontho..,,. Joi houk Luinjyoti gogoi....❤❤❤❤

  • @manabdas4735
    @manabdas4735Ай бұрын

    আপোনাৰ জয় হওঁক ককাদেউ❤❤

  • @manashjyotisaikia4087
    @manashjyotisaikia4087Ай бұрын

    ভাল লাগে লুৰিন দাক

  • @tilamakalita6639
    @tilamakalita6639Ай бұрын

    লুৰুণ, তুমিতো সৰবানদ, হৈ তো নোযোৱা ? Please আমাৰ দুৰ্ভাগীয়া জাতিতো ৰক্ষা কৰিবা । আমি সুকীয়া জাতি । ভাৰতৰ আন প্ৰদেশৰ লগত আমি একে নহয় ।

  • @kartik7818
    @kartik7818Ай бұрын

    Lurinjuti, gogoi, zindabad, lakhimpur, laluk, Krishna, ❤❤❤❤

  • @robinboro5764
    @robinboro5764Ай бұрын

    আজিৰ তাৰিখত লুৰিনজ্যোতি গগৈ সছা অৰ্থত এজন ভাল আৰু সুদক্ষ জাতীয়তাবাদী হৈ ওলায় আহিবলৈ সক্ষম হৈছে

  • @hdeka6184
    @hdeka6184Ай бұрын

    AJP JINNDABAD

  • @mtphukan4062
    @mtphukan4062Ай бұрын

    Lurinjyoti gogoi etsa kora hole Ak ratir vitorot BJP t jug Dan kori BJP R Bidhayok, Montri hobo parile hoi kintu Lurinjyoti gogoi R ata adorso ase Borttoman somoyot Lurinjyoti gogoi a Ansolikotabadi dhaja uruabo sokkhom hoise ae bar Dibrughor Lukosovha Somostir pora Lurinjyoti gogoi a Kiba karonot Jodi Hariu jai tetiya hole 2026 sonot Bidhayok hisape Joe hoi ahibo Lurinjyoti gogoi Jindabad

  • @mohendradohutia
    @mohendradohutiaАй бұрын

    আমাৰ গৌৰৱ লুৰিণ জ্যোতি গগৈ,গৌৰৱ গগৈ অখিল গগৈ মীৰা বৰঠাকুৰ বাইদেউ।এই সকল আমাৰ অসমৰ সঞ্জীৱনী।।

  • @zayaborgohain6076
    @zayaborgohain6076Ай бұрын

    khub val lagil.......lurin jyotir sinta dhara bur hosakoi a bohut govir aru val lage huni

  • @mrinalmedhi8346
    @mrinalmedhi8346Ай бұрын

    আপোনাৰ মাজত আমি নৈতিকতাৰ ৰাজনৈতিক আৰু প্ৰগতিশীল জাতীয়তাবাদ উজ্জ্বল ৰেঙনি দেখা পাইছোঁ।

  • @khogenborah8276
    @khogenborah8276Ай бұрын

    Failure is the pillar of success.🙏

  • @binudas8708
    @binudas8708Ай бұрын

    লুৰীণৰ দৰে লৰা আমি ডিব্ৰুগড় সংসদ😊 হিচাবে পালে আমি বহুত আগলৈ ডিব্ৰুগড়খন নিব পাৰিম আৰু উন্নতি কৰিব পাৰিম। লুৰীণ তুমি আমাৰ পসোন।তুমি এতিয়া ভাৰতৰ 10 নম্বৰত আছা। তাৰ বাবে তোমাক আন্তৰিকতাৰে অভিনন্দন জনালো❤

  • @bikramsri6127
    @bikramsri6127Ай бұрын

    লুৰিন জিকিব জিন্দা বাদ❤❤❤❤❤

  • @RajuPegu-fb8ys

    @RajuPegu-fb8ys

    Ай бұрын

    Mur palor pora hapuni gikibohy jindabad

  • @bhabanigogoi3278
    @bhabanigogoi3278Ай бұрын

    Lurinjyoti.Gogoi.jindabad❤❤❤❤❤

  • @akshyagogoi7452
    @akshyagogoi7452Ай бұрын

    Lurinjyoti জিন্দাবাদ ❤❤

  • @elchapo7720
    @elchapo7720Ай бұрын

    দাদা আপুনি আগবাঢ়ি জাওক, আন্তৰিক শুভেচ্ছা জনালো। 👍👍👍👍

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan9127 күн бұрын

    ধন্যবাদ, লূৰিণ ডেউ । আপুনি সুযোগ্য বক্তা ।য্যোগ্য নেতৃত্বৰে আগুৱাই যাওক যোগ্য স্থান অধিকাৰ কৰি লৈ,,

  • @rajensingh9688
    @rajensingh9688Ай бұрын

    Lurinjyoti Gogoi jindabad ❤❤❤❤

  • @swapnagogoigogoi287
    @swapnagogoigogoi287Ай бұрын

    Lurinjuti gogoi jindabad

  • @gunaramdas131
    @gunaramdas131Ай бұрын

    ডাঙৰীয়া আপুনি স্থিত প্ৰজ্ঞ ,আত্ম বিশ্বাসী লোক,আপোনাৰ ব্যৱহাৰ পাতি কথা বতৰা ত প্ৰমাণ হয়,।আমি আশা কৰোঁ ভগৱানে নিশ্চয় কৃপা কৰিব!

  • @user-fp6ud8ym5k
    @user-fp6ud8ym5kАй бұрын

    Lurin Jyoti Gogoi is one of the best young political leader of Assam.He will fight for Assamese people without compromise on crucial problems of Assam.

  • @bishnuprasaddeka8800
    @bishnuprasaddeka8800Ай бұрын

    Lurin is the best leader of Assam.

  • @gubindraboraik1043
    @gubindraboraik1043Ай бұрын

    Lurinjyoti jindabad ✊✊

  • @debabratsenapati4642
    @debabratsenapati4642Ай бұрын

    Emerging shine in Political scenario of Assam.

  • @medinitalukdar4873
    @medinitalukdar4873Ай бұрын

    ❤❤ লুৰিণ জ্যোতি গগৈ জিন্দাবাদ ।। জয় আই অসম ।।

  • @zayaborgohain6076
    @zayaborgohain6076Ай бұрын

    Really very talented boy.....protitu bikhoy bostur uprot teor val knowledge ase

  • @ChayankHazarika
    @ChayankHazarikaАй бұрын

    My favourite politician

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9myАй бұрын

    Excellent speech delivered by lurinjyoti gogoi . So many thanks.

  • @SleepyFlipFlops-qf5sr
    @SleepyFlipFlops-qf5srАй бұрын

    মুখ্য মন্ত্ৰী হিচাপে চাবলৈ বিছাৰো।

  • @bipulborah2193

    @bipulborah2193

    Ай бұрын

    ৰাইজে নখ জুকাৰিলে নদী বয়।

  • @ramensaikia5553

    @ramensaikia5553

    Ай бұрын

    Yes❤️

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uzАй бұрын

    বহুত ভাল কথাই প্ৰকাশ কৰিছে ।ধন্যবাদ।

  • @harekrishnabora6743
    @harekrishnabora6743Ай бұрын

    Lurin is my brother, best friend and politician, I whis him success in life.

  • @AffectionateEspressoMach-du2pn
    @AffectionateEspressoMach-du2pnАй бұрын

    Love from naharkatia ❤❤❤❤❤❤❤❤❤❤❤

  • @jyotidoley9484
    @jyotidoley9484Ай бұрын

    আশীৰ্বাদ কৰিছোঁ লুৰিন তুমি আগুৱাই যোৱা

  • @smitabhuyan2556
    @smitabhuyan2556Ай бұрын

    প্ৰিয় মানুহ জন দাদা ❤

  • @alamtajahmed4126
    @alamtajahmed4126Ай бұрын

    Lurinjyoti gogoi jindabad

  • @chidhanandasaikia9408
    @chidhanandasaikia9408Ай бұрын

    Verry talanted

  • @manjubarman1855
    @manjubarman1855Ай бұрын

    আপোনাৰ দৰে নৱপ্ৰজন্মৰ আৰু কিছুমান নেতা তৈয়াৰ কৰক।

  • @digantaborah1705
    @digantaborah1705Ай бұрын

    Nice interview

  • @mridulgohain5633
    @mridulgohain5633Ай бұрын

    গগৈ চাৰে যি কৈ গল 100% সঁচা কথা কৈ গল

  • @Bongalkaton
    @BongalkatonАй бұрын

    Olop ahom r politics koratu u bhal. ST status r uporot jate kiba kore au

  • @pabitrachetia1084
    @pabitrachetia1084Ай бұрын

    Imane knowledge ase lurin da, baidew goraki a ki hudhuim confused hoi goise.

  • @gunakantabaruah6243
    @gunakantabaruah6243Ай бұрын

    আমি সুধিম অন্তৰৰ পৰা। আগৰ নেতাই অসম ৰক্ষাৰ ক্ষেত্ৰত কি কি ভূল কৰিলে।যাৰ বাবে ৯ খন জিলাত অসমীয়া এতিয়া বেলিমাৰ যাব। ক'লে ভাল পাম।

  • @gunakantabaruah6243

    @gunakantabaruah6243

    Ай бұрын

    নেতা অকল নেতাই নহয়।দুৰদশীও। নহ'লে বৰহমপুৰৰ জনৰ দৰে নাম নোহোৱা হৈ যায় । তেওঁৰ ছাতে বহু বৰগছ বহু ঠাই আগুৰি বিৰাজমান।দেশ বন্ধকত গলেও যক গাদী টনকিয়াল হ'ব লাগে।কি দিন ও কি প্ৰতিফলন।

  • @jibangogoi3824
    @jibangogoi3824Ай бұрын

    Best quetion Best answer

  • @duluduttadulu2138
    @duluduttadulu2138Ай бұрын

    লোৰিণৰ নিচিনা নেতা আজিৰ দিনত অসমীয়া ই যদি ৰাখিব নোৱাৰে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে

  • @user-sl6qo4qm8m
    @user-sl6qo4qm8mАй бұрын

    Bhal lagil. Lurinjyoti Zindabad.

  • @shukllabikash5354
    @shukllabikash5354Ай бұрын

    ❤❤❤ Val Lagil ❤ ai anusthan tu election huar ag muhurtat hua hole aru val asil ❤Lurinjeuti Gogoi loi Huvessa thakil ❤❤❤

  • @makibulhusain2508
    @makibulhusain2508Ай бұрын

    তেওঁ এদিন অসমৰ CM hobo paribo

  • @user-ze7wi6fq3g
    @user-ze7wi6fq3gАй бұрын

    ❤L.J.G.-ৰ সাক্ষ্যৎকাৰটো ভাল লাগিল ।❤ ধন্যবাদ ।

  • @user-of4yf2pu7w
    @user-of4yf2pu7wАй бұрын

    Good step👌

  • @DurlovGogoi-
    @DurlovGogoi-Ай бұрын

    Iurinjoti gogoi aibar tumi jikibai aru tumi aguai jua moi dibrugarhrpara dahnybad dilu......

  • @Rihangaming.66
    @Rihangaming.66Ай бұрын

    ❤❤❤ লুৰিণ ❤❤❤ আপোনাৰ কথা বোৰ ভাল লাগে ।

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090Ай бұрын

    Many-many thankful to you.❤❤❤

  • @user-pz9sp5dv9r
    @user-pz9sp5dv9rАй бұрын

    প্রিয় নেতা গৰাকী 🥰🥰

  • @lipidutta388
    @lipidutta388Ай бұрын

    Right...

  • @_Blexed._.wozzz_
    @_Blexed._.wozzz_Ай бұрын

    a bright future of Asssam

  • @bhargobjyotigogoi323
    @bhargobjyotigogoi323Ай бұрын

    Lurin da hahi tu bohut vl lge...❤

  • @JakirHussain-nh7ho
    @JakirHussain-nh7hoАй бұрын

    লুৰিণ দা আমাৰ বহুত মৰমৰ। লুৰিন দা জিকা তো কামনা কৰিলো।

  • @user-mc5dw9eu7y
    @user-mc5dw9eu7yАй бұрын

    Gogoi God Halp

  • @hemenkalita11
    @hemenkalita11Ай бұрын

    Lurin Da❤❤

  • @user-ir9dt4dd6z
    @user-ir9dt4dd6zАй бұрын

    I like you lurinjyoti

  • @induprovagogoi9597
    @induprovagogoi9597Ай бұрын

    Khub hundar.HakLuke loiya aami.Akhamiya.

  • @bijubora1219
    @bijubora1219Ай бұрын

    Lurinjyoti gogoi jikile khub val lagebo kintu bohut kosto korise

  • @anuraggogoi2666
    @anuraggogoi2666Ай бұрын

    Val lagil...huveswa thakil lurin daa

  • @dibyabaruah8877

    @dibyabaruah8877

    Ай бұрын

    Xundr

  • @neelibordoloikalita9458
    @neelibordoloikalita9458Ай бұрын

    Lurinjyoti Gogoi Jikile bhal hobo

  • @himangshumohan3634
    @himangshumohan3634Ай бұрын

  • @mainiburagohain8275
    @mainiburagohain8275Ай бұрын

    আপোনাৰ কথাবিলাক বৰ আদৰ্শ মূলক আগবাঢ়ি যাওক।

  • @hiranyamudoi1767
    @hiranyamudoi1767Ай бұрын

    Verry talented

  • @khagenmoran9823
    @khagenmoran9823Ай бұрын

    Ami apunak vot disu, apuni apunar manujoni nam ki nukuwa

  • @nanditapatar509
    @nanditapatar509Ай бұрын

    ❤❤❤❤

  • @kalpanasaikia7235
    @kalpanasaikia7235Ай бұрын

    God bless you Lurin🙏

  • @pabitrahazarika6576
    @pabitrahazarika6576Ай бұрын

    লুৰিন জ্যোতি গগৈ জিকাটো অসমৰ বাবে ভাল ।।

  • @user-qo2bb4jv8s
    @user-qo2bb4jv8sАй бұрын

    Great leader

  • @bijuboruah8713
    @bijuboruah8713Ай бұрын

    Lurinjyoti sadai jen eke hoi thakibo ....

  • @deepjyotiborah4708
    @deepjyotiborah4708Ай бұрын

    Lurin da nisina manuh jodi hara tenehola dibrugarh oxomia manuhor dob doba khtm onaoxomia hero hobo dibrugarh bamuna amar oxomiagiri khtm kori dila dibrugrh

  • @lilimai43
    @lilimai43Ай бұрын

    Lurinjuti jindabad 💚💚💗

  • @rijuborah7781
    @rijuborah7781Ай бұрын

    Super

  • @durgeswarphukan8498
    @durgeswarphukan8498Ай бұрын

    You are welcome Lurin.

  • @kumarchampak5908
    @kumarchampak5908Ай бұрын

    Nurinjuti Ahmed

  • @user-di5kn4gh7u
    @user-di5kn4gh7uАй бұрын

    Luring zindabad .

  • @lakhibora7957
    @lakhibora7957Ай бұрын

    Lurin.is.the.future.ofassmies.people

  • @mintisonowal6230
    @mintisonowal623019 күн бұрын

    Joi huatu Eshorayu bisarisey mur Antoay koi❤

  • @jitusaikia331
    @jitusaikia331Ай бұрын

    আগতে প্ৰফুল্ল কুমাৰ মহন্তও এনেকুৱা আছিল কিন্তু এতিয়া তথৈবচ

  • @promodborah3497
    @promodborah3497Ай бұрын

    Interview লবলৈ নিজে অলপ prepare হৈ আহিব লাগে

  • @HarinathRonghang
    @HarinathRonghangАй бұрын

    Luring Jyoti Gogoi zindabad

  • @bijoygogoi7398
    @bijoygogoi7398Ай бұрын

    Lurin da apuni 100℅ jikibo

  • @jujanagandhadaschetia
    @jujanagandhadaschetiaАй бұрын

    ❤❤

  • @ShyamolGogoi-yh4bm
    @ShyamolGogoi-yh4bmАй бұрын

    Manuh jonok Val lage❤

  • @paragthakuria1995
    @paragthakuria1995Ай бұрын

    👏👏👏

  • @user-bf4dn4uz9k
    @user-bf4dn4uz9kАй бұрын

    বাইদেউ আপুনি বেছি টোষামদ কৰিলে।

  • @bijoypatar7747
    @bijoypatar7747Ай бұрын

    👍

Келесі