Love is like that - গৈ আছোঁ 😍

Signup & Register on Relevel Today & Get your Dream Job In 15 Days for Free! relvl.co/sgi5
meghali channal
• বহত ভাল লগা দিন মোৰ কা...
jonardan channel
• ডিম্পুৰ নতুন Dukan ৰ O...
popmi channel
/ @pompipallavi6298
old age home youtube
/ @oldagehomeutpal

Пікірлер: 1 700

  • @DimpusVlogs
    @DimpusVlogs2 жыл бұрын

    Signup & Register on Relevel Today & Get your Dream Job In 15 Days for Free! relvl.co/sgi5

  • @BRUCELEES

    @BRUCELEES

    2 жыл бұрын

    Hello Bhai good morning

  • @hirakdeka130

    @hirakdeka130

    2 жыл бұрын

    ❤️❤️

  • @nabajit4x

    @nabajit4x

    2 жыл бұрын

    Hi Dimpu daaaaaa love you so much ❤️🥰😘

  • @BitusVlogsPagol

    @BitusVlogsPagol

    2 жыл бұрын

    kzread.info/dash/bejne/m6J8zMVppLmtXcbM.htmlttps://kzread.info/dash/bejne/hJt5y5lpZ7HgZbzM.htmlttps://kzread.info/dash/bejne/YmVo09CAe6qtlKQ.html

  • @azizulrohman7105

    @azizulrohman7105

    2 жыл бұрын

    Nice dimpu da

  • @user-ib2ml9fs9s
    @user-ib2ml9fs9s2 жыл бұрын

    বিশ্বকৰ্মা পূজা দেখাবলৈ নি কেনেকৈ এৰি আহিবলৈ পাৰিলে মাকক??? ইমানেই নিষ্ঠুৰ মানুহ থাকিবলৈ পাৰে নে ধেৎ!! মনটোক সান্তনা দিবলৈ কষ্ট হৈছে🙏🙏 ককা, আইতা সকলৰ সু স্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ 🥰

  • @kahanindrathakur3383

    @kahanindrathakur3383

    2 жыл бұрын

    Gᑌ.KᕼᗩI.ᒍᑎᗰO.ᑭIᑕᒪE.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.KᑌKᑌᖇOT.KOᖇEO.ᗩᗪᕼᗰ.Tᑌᕼᑌᑎ.ᗰᗩYᗩK.Sᑌᗪᗩ

  • @eftikar0740
    @eftikar07402 жыл бұрын

    এই মেচেজ টো যি জনে পঢ়ি আছে সকলোৰে মা দেউতা ভালে কুশলে থাকক ❤️

  • @Rahul-co2ij

    @Rahul-co2ij

    2 жыл бұрын

    Oo oo ... 🥲

  • @hirakaxom

    @hirakaxom

    2 жыл бұрын

    kzread.info/dash/bejne/o3aq0NujmtrIfbA.html

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @prashaantaarjyajyotishaalo136

    @prashaantaarjyajyotishaalo136

    2 жыл бұрын

    টকা ধাৰ লগোৱা 5 ডাল গছ ৷ Borrowing increase by plant 5 sapling in the House. KZread Link ::: kzread.info/dash/bejne/o6V9ybSSab2-qLw.html

  • @AssameseMixture
    @AssameseMixture2 жыл бұрын

    Beautiful Video 👍👍👍👍😊😊

  • @antonybora4447

    @antonybora4447

    2 жыл бұрын

    Umnmm

  • @nsrengoni2596

    @nsrengoni2596

    2 жыл бұрын

    ‌‌‌‌চেনেল নাম - এন এছ ৰেঙনি তলত লিংক টো দিলো kzread.info/dash/bejne/fIFpsMGekbLWm5c.html

  • @youtubegurukul32

    @youtubegurukul32

    2 жыл бұрын

    Very useful video......

  • @prashaantaarjyajyotishaalo136

    @prashaantaarjyajyotishaalo136

    2 жыл бұрын

    কোটিপতি হবলৈ ঘৰত লগাক এই 7 ডাল গছ ৷ To Become the Millionaire , Plant Seven saplings in the house. KZread Link ::. kzread.info/dash/bejne/ipyMmcOloZPUiLQ.html

  • @assamesecidrahul9968

    @assamesecidrahul9968

    2 жыл бұрын

    Big friend bhukhan da

  • @OldAgeHomeUtpal
    @OldAgeHomeUtpal2 жыл бұрын

    দিম্পু দা অকল এজন You Tuber এ নহয়, বিশাল অন্তৰৰ গৰাকীও। সেইদিনা বৰ ভাল লাগিল সময় বোৰ। আমাৰ আশ্ৰমৰ এজন আপোন মানুহ যেন লাগিল। বৰ ধুনীয়াকৈ ভিডিও টো উপস্থাপন কৰিছে। Love you Dimpu da💐💐💐. God Bless you. সকলো আই মাতৃলৈ মাতৃ দিৱসৰ (8/5/22) শুভ কামনা জনালোঁ। লগতে প্ৰতি গৰাকী মাতৃৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

  • @pompipallavi6298
    @pompipallavi62982 жыл бұрын

    ককা - আইতা সকলৰ লগত বৰ সুন্দৰ দিন এটি পাৰ কৰি আহিলো সেইদিনা , বহুত বহুত ধন্যবাদ বন্ধু ডিম্পু 😍, তোমাৰ কাৰণেই সেয়া সম্ভৱ হল আচলতে 😊, তুমি আৰু ভাল ভাল কাম কৰি গৈ থাকা তাৰে কামনাৰে Pompipallavi ❤️🙏

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @buddhadas5309

    @buddhadas5309

    2 жыл бұрын

    De. R

  • @inspiringquotes9099

    @inspiringquotes9099

    2 жыл бұрын

    Aji tumahar vdo tu sai voi lagse. ..akdin bura moi o hm..mr o kijani ane dokha hobo...kai o respond nedbo. ..jeneke aji tumi ahu nedla..popularity soboke lage...kintu manobiyota tu dangar bostu. ..107 bosoriya aitak vl a respect korila.. kintu .jak just akakhar mator dorkar asil tak tumahar akakhar mat dbar somoi nhol kio????dimpu vdo bonai ase mk deikhoba lagbo..kunba buri bisnat ase thakpa d...moi vdo t show hoba. .....

  • @prashaantaarjyajyotishaalo136

    @prashaantaarjyajyotishaalo136

    2 жыл бұрын

    টকা ধাৰ লগোৱা 5 ডাল গছ ৷ Borrowing increase by plant 5 sapling in the House. KZread Link ::: kzread.info/dash/bejne/o6V9ybSSab2-qLw.html

  • @biswajitbarman6868
    @biswajitbarman68682 жыл бұрын

    নৈৰ সমান বব কোন আইৰ সমান হব কোন ❤️next level 🙏

  • @hirakaxom

    @hirakaxom

    2 жыл бұрын

    kzread.info/dash/bejne/o3aq0NujmtrIfbA.html

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @kahanindrathakur3383

    @kahanindrathakur3383

    2 жыл бұрын

    ᗰᑌᖇOT.KᑌKᖇᗩ.ᗰᑌTᕼᑕE.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌᖇ.KOᑕᑌ.ᑌTᕼᑕE.ᗰᑌᖇᗩ.SEᑎGIᗰ.Tᑌᕼᖇ

  • @prashaantaarjyajyotishaalo136

    @prashaantaarjyajyotishaalo136

    2 жыл бұрын

    টকা ধাৰ লগোৱা 5 ডাল গছ ৷ Borrowing increase by plant 5 sapling in the House. KZread Link ::: kzread.info/dash/bejne/o6V9ybSSab2-qLw.html

  • @someoneuknow4808

    @someoneuknow4808

    Жыл бұрын

    @@hirakaxom .

  • @anandmishraips432
    @anandmishraips4322 жыл бұрын

    Dimpu looks very good. It was good to go to the old age home and see all the gifts you gave. This is how give honor all the old people. And you too will be honored.

  • @bikhasmitasaikia8675

    @bikhasmitasaikia8675

    2 жыл бұрын

    One of my favourite IPS Sir🙏🙏

  • @joydeepborpatra2769

    @joydeepborpatra2769

    2 жыл бұрын

    tuk police bamboo bjabo gm paiso ne Fake Acc. Khulaa krone

  • @mamonirava6122
    @mamonirava61222 жыл бұрын

    বহুত বহুত বহুত ধন্যবাদ জনাইছোঁ যিসকলে বৃদ্ধা চৰম খনক বা এই আইতা ককা সকলক ইমান সুন্দৰ কৈ ৰখাৰ বাবে ।

  • @mohibarahmed9692
    @mohibarahmed96922 жыл бұрын

    এটা কথাত দুখ লাগে যি মাক দেউতাক এ দিন ৰাত এক কৰি এজন লৰা বা ছোৱালীক সমাজত মুৰ ডাঙি চলাৰ যোগ্য বনাই তোলে তেওঁলোকে এ মাক দেউতাক বুঢ়া হোৱাত এৰি দিয়ে 😔😔😔😔🥺🥺🥺🥺 ককা আইতা সকল যেন সদাই ভালে থাকে তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ❤️💓💓💓💓 Love you dimpu da ❤️🤗

  • @shazamff6766

    @shazamff6766

    2 жыл бұрын

    😥😥

  • @pubgbotgamer1034

    @pubgbotgamer1034

    2 жыл бұрын

    হয় দাদা কথাতো 😭😭😭

  • @mrinalbaruah8750

    @mrinalbaruah8750

    2 жыл бұрын

    Right

  • @prashaantaarjyajyotishaalo136

    @prashaantaarjyajyotishaalo136

    2 жыл бұрын

    টকা ধাৰ লগোৱা 5 ডাল গছ ৷ Borrowing increase by plant 5 sapling in the House. KZread Link ::: kzread.info/dash/bejne/o6V9ybSSab2-qLw.html

  • @aigeeskitchen7120

    @aigeeskitchen7120

    2 жыл бұрын

    Jewonor xotyo aiyai

  • @gcvlogs1394
    @gcvlogs13942 жыл бұрын

    শেষ সময় চোৱা এনেকৈ হাঁহি ধেমালিৰ মাজেৰে থাকক । ধন্যবাদ আশ্ৰমৰ আটাইকেইটা কৰ্মকৰ্তা লৈ ।🙏

  • @debasishdas660

    @debasishdas660

    2 жыл бұрын

    Mor video bor sabo soon olop 🥰 Support🥰 koribo vall lagila subscribe aru like kori debo..

  • @malatigogoi9874

    @malatigogoi9874

    2 жыл бұрын

    @@debasishdas660 7I

  • @anjubezbaruah9999
    @anjubezbaruah99992 жыл бұрын

    বহুত ভাল লাগিল ।মই বৃদ্ধাশ্ৰমৰ সপক্ষে সদায় মাত মাতি আহিছোঁ ।সমাজৰ পৰা এই নেতিবাচক ধাৰণাটো আতৰিব লাগে ।তেতিয়া মুকলিকৈ পুত্ৰ-কন্যা সকলো অহাযোৱা কৰিব,বৃদ্ধ বয়সৰ নিসংগতাখিনিও মাক দেউতাকৰ নোহোৱা হব ।

  • @rbupdatelife7793
    @rbupdatelife77932 жыл бұрын

    সচাকৈ বহুত ভাল লাগিল,ককা-আইতাসকলক দেখি অলপ আৱেগিক হৈ গৈছো ❤️

  • @dhruba8696
    @dhruba86962 жыл бұрын

    চাই পেলাই অনুভৱ কৰিছো সেইখিনি সময়ৰ অনুভৱ কেনেকুৱা।বহুত মৰম দিছে ভালে থাকা আগুৱাই যোৱা দীৰ্ঘায়ু হোৱা।

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @hanifmuhammadahsan1405
    @hanifmuhammadahsan14052 жыл бұрын

    যদি সকলোৰে সন্তান সন্ততি ভাল হ'ল হেঁতেন তেনেহলে এনেকুৱা বুঢ়া বয়সত কাৰো মাক দেউতাক বৃদ্ধাশ্ৰমত থাকিব লগা নহ'ল হেঁতেন

  • @pinky5091

    @pinky5091

    2 жыл бұрын

    দাদা সকলো কথা সহজতে কৈ দিয়া সহজ । যেনেকৈ মাত্ৰ কিতাপ পঢ়া মানুহে হে ইয়াৰ মূল বুজি পাই তেনেকৈ । আপুনিও বৃদ্ধ ককা আইতাৰ লগত থাকিলেহে গম পাব তেওঁলোকক চম্ভালিব পৰা জীৱন সংগ্ৰামৰ কথা। সকলো ককা আইতাই জুই হালত বহি গধূলি সাধু নুশুনাই আৰু নিজৰ নাতি পুত্ৰক লৈ সুখী নহয়। মই নিজৰ অভিজ্ঞতাৰ পৰা কথাখিনি কলো। বৃদ্ধা আশ্ৰমত পঠোৱা মানেই কেৱল সন্তানৰ দুখ নহয়।

  • @aigeeskitchen7120

    @aigeeskitchen7120

    2 жыл бұрын

    @@pinky5091 I agree...manuhe uporeupore kole nhbo

  • @pallobidevi8818
    @pallobidevi88182 жыл бұрын

    আইতা -ককা কেইজনক দেখি বহুত মৰম লাগিছে মনত পৰি গৈছে

  • @pritybondanaboruah3790
    @pritybondanaboruah37902 жыл бұрын

    ককা আইতাকৰ আশীৰ্বাদ তোমাৰ লগত সদায় থাকিব দিম্পুদা

  • @shazamff6766
    @shazamff67662 жыл бұрын

    ভাল লাগিল দিম্পু দা ককা আইতাৰ আৰ্শীবাদ তোমাৰ লগত সদায় থাকিব ❤️❤️❤️

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @kahanindrathakur3383

    @kahanindrathakur3383

    2 жыл бұрын

    ᗰᗩYᗩᖇ.ᗷᑌS.Kᕼᑎ.SᗩᒪKE.ᗩSᗩ.TOI.ETTᗩ.KOTEᗰᗩᖇᗩᖇ.ᑕOᒪE SᗩTOᖇ.ᑭᑌTᗩK

  • @prashaantaarjyajyotishaalo136

    @prashaantaarjyajyotishaalo136

    2 жыл бұрын

    টকা ধাৰ লগোৱা 5 ডাল গছ ৷ Borrowing increase by plant 5 sapling in the House. KZread Link ::: kzread.info/dash/bejne/o6V9ybSSab2-qLw.html

  • @mixeymind
    @mixeymind2 жыл бұрын

    A retirement home - sometimes called an old people's home or old age home, although old people's home can also refer to a nursing home - is a multi-residence housing facility intended for the elderly. Typically, each person or couple in the home has an apartment-style room or suite of rooms.

  • @lorencedas
    @lorencedas Жыл бұрын

    বিশ্বকৰ্মা পূজা দেখাবলৈ গৈ মাকক এৰি আহি কেনেকুৱা নিস্ঠুৰ হৃদয়ৰ পুত্ৰ হ'ব লাগিব😰পৃথিৱীত ইমান নিদাৰুণ মানুহ থাকেনে🤕😓নৰকতো স্থান পাব নালাগে সিহঁতে আৰু তেওঁলোকো যাতে এনেকুৱাই কস্টৰ সন্মূখিন হওঁক.....যিমান অট্টালিকা থাকিলেও নিজৰ আপোন ভাই ভনী পুত্ৰ জিয়ৰী নাতি পুতি এৰি থকাটো আইতা ককা হঁতৰ দুখ কোণে বুজিব❤

  • @hrishikeshdutta9959
    @hrishikeshdutta99592 жыл бұрын

    Ayo Dimpu, you have touched the lives of every single person in the state of Assam brother. Eman morom Dekhi Hinkha u lage aru bhal u lage.

  • @manashpratimsaikia6784
    @manashpratimsaikia67842 жыл бұрын

    গহপুৰৰ পৰা তোমাৰলৈ মৰম জাচিলো দিম্পু ♥️❤️

  • @jatinteamjatinrabha7471

    @jatinteamjatinrabha7471

    2 жыл бұрын

    dada mor video tu A bar Sawa please help kor mok moi Ajon talented lover ❤️❤️⚽⚽❤️👌🥰👍

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @manalishadas2421
    @manalishadas24212 жыл бұрын

    ককা -আইতা সকলৰ লগত সময় কটাই বহুত ভাল লাগে ❤ মোৰ ককা -আইতা নাই বহুত মিছ কৰো ককা -আইতাৰ মৰমবোৰ ❤ ভগৱানে ককা -আইতা সকলক ভালে ৰাখে যেন 🙏 ককা-আইতাসকলৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏❤❤❤❤❤❤❤❤💫😍😍

  • @rahulking46

    @rahulking46

    2 жыл бұрын

    Moi apunar comment poriboloi ahu..aru apunar comment tua agt ahi thake...😊

  • @manalishadas2421

    @manalishadas2421

    2 жыл бұрын

    @@rahulking46 Thank you so much 🙏 ☺

  • @bibhudeka9631
    @bibhudeka96312 жыл бұрын

    বহুত ভাল কাম কৰি আছে তেওঁলোকলৈ মোৰ প্ৰণাম, বহুত মহান আপোনালোক🙏🙏🙏🙏♥️♥️

  • @PBVlogs23
    @PBVlogs232 жыл бұрын

    তেওঁলোকৰ লৰা-ছোৱালীয়ে চাগে আজি লৈকে খবৰ লবলৈ অহা নাই , Dimpu Da great love from sadiya ❤

  • @jupivlogs7743
    @jupivlogs77432 жыл бұрын

    বহুত মজা ডিম্পু দা 🔥 আপোনাৰ Video বোৰ চাই ভাল লাগে 🥰

  • @520.thamba
    @520.thamba2 жыл бұрын

    Thank you .Mur moromor apun Maa janio ase o eyate .Dimpu tumi alop valkoi dekhua hoi.Maa jonik dekha napalu o 😭😭😭.Bahut3 dukhot he thobo loga hoise o Dimpu 🙏🙏Thank you tumak Ami khobor loi thaku dei 🙏🙏🙏

  • @archanarabha1881
    @archanarabha18812 жыл бұрын

    Manuhe manuhor babe atiyao jiyai ase, thakibo. this is the real example...

  • @Sadiiiik
    @Sadiiiik2 жыл бұрын

    খুব সুন্দৰ 😍🔥 ভাল লাগিল ভিডিঅ'টো 😍❤️

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @Marvel_Creation37
    @Marvel_Creation372 жыл бұрын

    ককা আইতাক সদাই সন্মান‌ কৰিব লাগে ‌😀😀😀👩🏽‍🦳👩🏽‍🦳👨🏻‍🦳

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @md.yunusali1316

    @md.yunusali1316

    2 жыл бұрын

    খচা কে দে খনমান দিয়া মানুহ হল ককা আইতা

  • @bhagyashreesaikia7619
    @bhagyashreesaikia76192 жыл бұрын

    মৰম‌লগা আইতাজনী❤️❤️🥰😘😘

  • @nipukumardas4607
    @nipukumardas46072 жыл бұрын

    অতি সুন্দৰ অপূৰ্ব অনন্য বৈশিষ্ট্য দিম্পুৰ ভিডিওৰ চাই ভাল লাগিল বৃদ্ধাশ্ৰমত ককা-আইতাকহঁতৰ লগত এক্ষন্তেক

  • @pallabikalita9300
    @pallabikalita93002 жыл бұрын

    এনেই কৈ যেন সদায় আগুৱাই যোৱা তুমি dimpu দা😘😘😘😘

  • @kahanindrathakur3383

    @kahanindrathakur3383

    2 жыл бұрын

    TOI.ETTᗩ.ᖇᗩᑎᗪE.ᗰᗩᖇE.ᗩSᗩ.ᒪᑎGTᗩ.ᕼOI.SᑌOᗩᖇOᖇ.ᗷETᗩ.ᗷᑌS.KᕼOᖇ.ᑭᑌ

  • @MakipAslam
    @MakipAslam2 жыл бұрын

    Love from USA United State Of Assam ❤️😜

  • @hirakaxom

    @hirakaxom

    2 жыл бұрын

    kzread.info/dash/bejne/o3aq0NujmtrIfbA.html

  • @maniktati6540

    @maniktati6540

    2 жыл бұрын

    Nice

  • @Bibeksarmah

    @Bibeksarmah

    2 жыл бұрын

    Assam only a state🙏🤞

  • @silaamusical6846

    @silaamusical6846

    2 жыл бұрын

    kzread.info/dash/bejne/nJimmamjcbyZeJc.html hapa comdey new video 📸 tmmmmm jomoni 😁😁😁😁

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @rupambhagabati
    @rupambhagabati2 жыл бұрын

    জীৱনৰ বিয়লি বেলাৰ দিনবোৰ ঘৰৰ পৰা দূৰত পাৰ কৰি থকা এইসকল ককা-আইতাৰ চৰণত সেৱা এটি জনালো । কি কম , ভাষা নাই মোৰ ।

  • @himakshidas5513
    @himakshidas55132 жыл бұрын

    এই ককা আইতাক দেখি আবেগিক হৈ পৰো,চকু ভৰি পৰে চকুলোৰে,,বহুত মৰম আৰু বহুত শ্ৰদ্ধা তেওঁলোকলৈ,,মোৰো মন এদিন এই ককা আইতা সকললৈ কিবা এটা কৰাৰ😍😍😍😍😍😍

  • @b7axom698
    @b7axom6982 жыл бұрын

    বহুত ভাল কাম কৰিছে। অসমীয়া হৈ আপোনাক বহুত গৌৰৱ অনুভৱ কৰোঁ। লখিমপুৰ ৰ পৰা মৰম দিলোঁ।

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @indrasingh3980
    @indrasingh39802 жыл бұрын

    Dimpu Da very humble man 💚🤗❤️.. Love 💌 from Sadiya ❤️

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @harekrishna165
    @harekrishna1652 жыл бұрын

    The Blessings of Old People R Very much Important In our Life...❤️❤️

  • @trishagvlogs9937
    @trishagvlogs99372 жыл бұрын

    Ai vidiotu mur karony best vidio.thnku dda.bhut vl kam korily aji.dda jiman hlp koribo.

  • @kartikmandal2477
    @kartikmandal24772 жыл бұрын

    সাগৰৰ পানী লুনিয়া dimpu দা তুমি ধুনীয়া

  • @Binayvlogs6
    @Binayvlogs62 жыл бұрын

    God bless you Dimpu dada ❤️❤️ apuni jeneka val video diye Teneka a val mon ❤️❤️ bohut val kam korise ❤️aita khokolor akhirbad dekhi muko khewa koribo mon Jai ❤️❤️❤️ Jibonot Akhirbad nathakile eko nai ❤️❤️❤️ Sai soku Pani ulaise Dimpu da ❤️love you aita bilak

  • @monalishachoudhury7394
    @monalishachoudhury73942 жыл бұрын

    May God bless all the lovely grandmothers and grandfathers 🙏🥰🥺

  • @banjitaray9377
    @banjitaray93772 жыл бұрын

    Bht val lagil aaita koka htk dekhe❣️❣️❣️

  • @desiboys3233
    @desiboys32332 жыл бұрын

    Mojja dimpu da next level ❤️❤️🤗

  • @parashcreation9492
    @parashcreation94922 жыл бұрын

    সেই কাৰণে তোমাক ভাল লাগে দিম্পু দা❤

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @sourabhgogoi4312
    @sourabhgogoi43122 жыл бұрын

    মই ৮০ বছৰীয়া মোৰ আইতা জনিৰ লগত বহুত ধেমালি কৰোঁ।😂 কিন্তু বহুত গালি পাৰে😪😅। অকল পঢ় ..... ❤️😍.

  • @AbdulJalil-hf5od
    @AbdulJalil-hf5od2 жыл бұрын

    সচা কৈ ককাই আইতা দেখিবলৈ পাই খুব ভাল লাগিল। তেওঁলোকক ভগৱানে ভালে ৰাখক 🙏 Dimpu Da best 🔥❤️❤️

  • @RahulDas-mm9up
    @RahulDas-mm9up2 жыл бұрын

    বহুত ভাল লাগে আপোনাৰ ভিডিও চাই দাদা 💥💞

  • @hirakaxom

    @hirakaxom

    2 жыл бұрын

    kzread.info/dash/bejne/o3aq0NujmtrIfbA.html

  • @hirakaxom

    @hirakaxom

    2 жыл бұрын

    kzread.info/dash/bejne/o3aq0NujmtrIfbA.html

  • @kahanindrathakur3383

    @kahanindrathakur3383

    2 жыл бұрын

    Tᖇ.ᗰᗩYᗩ.ᗷOIᑎᗩᖇ.ᗷᑌS.Kᕼᑎ.KIᗰᗩᑎ.ᗪᗩᑎGᗩᖇ.SᗩTOᖇ.ᑭᑌTᗩK.ᒍOᕼᖇᗩᖇ.ᑕOᒪE.Tᖇ.SᑌᗰᗩTᑌ.ᗩTTᗩ.GᗩSOᖇ.ᗰᑌᖇᗩᖇ.ᗰᑎ.ᗪᗩᑎGᗩᖇ

  • @sstatus7372
    @sstatus73722 жыл бұрын

    দিম্পু ক ভাল পোৱা সকলক মোৰ ফালে নিমন্ত্ৰণ থাকিল সকলো আহিব।

  • @hirakaxom

    @hirakaxom

    2 жыл бұрын

    kzread.info/dash/bejne/o3aq0NujmtrIfbA.html

  • @nabanath100
    @nabanath1002 жыл бұрын

    সচাকৈ ককা-আইতাহতৰ ভিডিওটি চায় খুব ভাল লাগিল ।

  • @kolpanaboruah6861
    @kolpanaboruah68612 жыл бұрын

    কোনে কোনে নিজৰ মা দেউতাক আটাইতকৈ বেছি ভাল পায় কেৱল তেওঁ লোকেহে লাইক কৰক ❤️❤️

  • @prasujyavloges10k
    @prasujyavloges10k2 жыл бұрын

    Mjaa bhut Val lagil ❤️❤️🔥🔥 Dimpu da 🔥🔥❣️❣️

  • @user-jb8jf1br3f
    @user-jb8jf1br3f2 жыл бұрын

    মুৰ প্ৰিয় ভাল লগা ইউটিবাৰ জন‌ হয় আৰু কাৰ কাৰ প্ৰিয় হয় তলত লাইক এটা কৰিদিব Guys পিলিজ দিমপুদা কাৰনে 🙏🙏😍♥️আৰু ভাল লাগিল ককা আইতাক সন্মান কৰা বাবে দিমপু দা আপুনি মহান 😍💝

  • @bhanumanki6955

    @bhanumanki6955

    2 жыл бұрын

    Sem muro 💯%✓

  • @user-jb8jf1br3f

    @user-jb8jf1br3f

    2 жыл бұрын

    @@bhanumanki6955 oo good 💓

  • @hiya7678
    @hiya76782 жыл бұрын

    Xosai bhut val lage Asrom khon❤️☺️

  • @ajcricket6123
    @ajcricket61232 жыл бұрын

    যেতিয়া তোমাৰ বয়স বাঢ়ি গৈ থাকিব তুমি অনুভৱ কৰিব পাৰিবা যে তোমাৰ মা দেউতাই কোৱা কথাবোৰই 100% শুদ্ধ আছিল😌 @aj borah

  • @RockstarEntertainmentTeam

    @RockstarEntertainmentTeam

    2 жыл бұрын

    Mor video bor Saba son 🙏

  • @pranabwriter8364

    @pranabwriter8364

    2 жыл бұрын

    Ek dom hosa

  • @jutikadutta9993
    @jutikadutta99932 жыл бұрын

    আপোনী বহুত ভাল কাম কৰিছে ❤❤❤🙏🙏🙏🙏

  • @kahanindrathakur3383

    @kahanindrathakur3383

    2 жыл бұрын

    KOTEᗪE.ᕼᑌᒪᗩᗷᗩᖇE.Sᑌᗰᗩ.ᗪᗰ.Tᖇ.KᗩSᖇᗩ.ᑎEᒪOITᒍᗩ.ᒍᗷᖇ.ᗩGOᗰᑌᖇᗩ.ᗩᗪᕼᗰ.ᑎESTᑌᖇ.TOI.Kᗩᑎ.ᖴᗩᒪEᗰ.Tᖇ

  • @Annieeejiii
    @Annieeejiii2 жыл бұрын

    Dimpu দা এনেকুৱা সপোন মোৰো আছে। আৰু মই টকা- পইচা হলে নিশ্চয় যাম।🥺🙂

  • @junbora1225
    @junbora12252 жыл бұрын

    Mojja lagil VDO Tu 👌👌👌👌

  • @anupamchoudhury6344
    @anupamchoudhury63442 жыл бұрын

    Dimpu da khosake tumi great ...bhut vl lgil vedio sai ....ru khtha kao beya buli noloba tumi emn krisa jetya koka aitar akhirbd lola ru bihuwan buli jie disa sendl jur khuli lole ru vl lgil hoi njr buli kolo bki gret vedio dimpu da lv u

  • @bharatzg25
    @bharatzg252 жыл бұрын

    আইতা জনীয়ে বহুত ভাল কথা কৈছে।

  • @umeshpatar99
    @umeshpatar992 жыл бұрын

    Dimpu da may you live many more prosperous decades..... Love from Nagaon, Amsoi

  • @hirakaxom

    @hirakaxom

    2 жыл бұрын

    kzread.info/dash/bejne/o3aq0NujmtrIfbA.html

  • @bangkarboys1517
    @bangkarboys15172 жыл бұрын

    Dimpu bhal video bonaisa bohut moi imotional hoi goisu video2 Sai 2mi bohut aguai jua Mur shubhakamana ase hodai 2mar logot

  • @childeducationandentertain7512
    @childeducationandentertain75122 жыл бұрын

    Bhal lagil...🙏

  • @NJD771
    @NJD7712 жыл бұрын

    Love you dimpu daa...Guwahati

  • @kakomonivlogs5173
    @kakomonivlogs51732 жыл бұрын

    Dipmpu দাদা আইতা ঠেকে কৈছে তুমি বিয়াৰ খন সোকালে পাতা ।🙏😊

  • @Himashree17_nath
    @Himashree17_nath2 жыл бұрын

    Bahut vl lagil koka aita hote sadai aneke hahi dhemali kori thakok sudirgh jibon japon korok

  • @madhuriswargiary3840
    @madhuriswargiary38402 жыл бұрын

    Val lagil.... Dimpu... Aguwai jowa tumi

  • @nuclearkim4678
    @nuclearkim46782 жыл бұрын

    It's just breaks my heart watching it😔 .. God bless those who are looking after them. Respect your parents because of them you are their. 🙏

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @sontopakhrin1487
    @sontopakhrin14872 жыл бұрын

    Dimpu da I'm very proud of you 🙏

  • @elizabegum5814
    @elizabegum58142 жыл бұрын

    Dimpo tomar anekowa video bore bahot akrokhon kore. God bless you.

  • @atikulislam6579
    @atikulislam65792 жыл бұрын

    Khub Val lagil ajir vlog ti. Best vlog apunar ataibur vlog or vitorot.

  • @sajuvlogs2191
    @sajuvlogs21912 жыл бұрын

    Next Level❤❤❤❤❤❤

  • @kaushikbatista4097
    @kaushikbatista40972 жыл бұрын

    Tears in my eyes when I saw these mother god bless them to be strong and healthy.

  • @apurbakrnath5825
    @apurbakrnath58252 жыл бұрын

    Xosake bor val lagile mur mon sui gol 🥰😌xei aita xokol aru koka xokol xodai hahi dhemali majere jiyai thakok ❤❤

  • @manishanath1444
    @manishanath14442 жыл бұрын

    vl lagil ....🤗❤❤

  • @rembex9251
    @rembex92512 жыл бұрын

    Next level Dimpu da 😍Love You

  • @Kasturii1793
    @Kasturii17932 жыл бұрын

    এই মেচেজ টো যি জনে পঢ়ি আছে সকলোৰে মা-দেউতা ভালে কুশলে থাকক❤️

  • @kahanindrathakur3383

    @kahanindrathakur3383

    2 жыл бұрын

    TOK.Kᑌᗰᗷᗩ.ᑭᗩGᒪᗩ.KᑌKᑌᖇᗩ.KᗩIᗰ.ᖇᗩᑕE.ᗷᖇᗩᑎOᖇ.ᗪOKᕼ.ᕼOIᑕE.Tᖇ.ᗷOYᗩᖇO.SEᗰᗩ.ᑎOᕼO.ᗷOYᗩ.TOI.ᑌᒪTᗩ.TᗩᒍOᖇ.ᐯᒪ.Tᗩᒍ.ᑎI.Tᖇ.GᗩT.OᒪᗩᑭO.ᒍᗷᖇ.TOI.ᖴᗩᒪEᗰ.TOK

  • @kanakrabha3239
    @kanakrabha32392 жыл бұрын

    De R aiyai jibon aponak aita sokolor logot dekhi bohut val lagil

  • @arupdutta9260
    @arupdutta92602 жыл бұрын

    সচাকৈ সুখবৰো অসীম , মাত্ৰ বিচাৰিব জানিলেই হয়।

  • @fokotiaami1116
    @fokotiaami11162 жыл бұрын

    What a achievement man..❣❣

  • @dibakarsarkarr495
    @dibakarsarkarr4952 жыл бұрын

    Dimpu da felt emotional 🥺💗

  • @chinmoysaikia1734
    @chinmoysaikia17342 жыл бұрын

    বৰ ভাল লাগিল তোমাৰ এই video তো চাই বৃদ্ধ আশ্ৰম ৰ পৰিবেশ তো খুব ভাল ।কিন্তু কিন্তু কোনো আইতা ককা মা দেউতা যাতে বৃদ্ধ আশ্ৰম ত সকলো থাকিও যাতে যাব লগীয়া নহয় তাৰ হে কামনা কৰোঁ।

  • @ganeshroy7283
    @ganeshroy72832 жыл бұрын

    Bohut val lagil ❤❤❤

  • @champakkalita5209
    @champakkalita52092 жыл бұрын

    Next level dimpu da ❤️❤️

  • @bishnudibruwal7113
    @bishnudibruwal71132 жыл бұрын

    Love you 😘💗 Dimpu daa

  • @2idiots687

    @2idiots687

    2 жыл бұрын

    Hi dimpu da , ketiyaba chhaygaon o loi ahile koba

  • @shinchan.nohara2105
    @shinchan.nohara21052 жыл бұрын

    Bahut val lagil.. 🥰

  • @anutpaldeka1676
    @anutpaldeka16762 жыл бұрын

    বহুত বহুত ভাল লাগিছে video টো চাই।। ❤️❤️

  • @DINGKUHAZONG
    @DINGKUHAZONG2 жыл бұрын

    Moja ❤️❤️❤️ love you

  • @mrjatin1527
    @mrjatin15272 жыл бұрын

    Love you Dimpu da 😘❤️😘 love from Golaghat Barpathar 🥰❤️

  • @jatinteamjatinrabha7471

    @jatinteamjatinrabha7471

    2 жыл бұрын

    Hi mitta ❤️🥰👌🤗👍

  • @mrjatin1527

    @mrjatin1527

    2 жыл бұрын

    Hello bro

  • @prashaantaarjyajyotishaalo136

    @prashaantaarjyajyotishaalo136

    2 жыл бұрын

    কোটিপতি হবলৈ ঘৰত লগাক এই 7 ডাল গছ ৷ To Become the Millionaire , Plant Seven saplings in the house. KZread Link ::. kzread.info/dash/bejne/ipyMmcOloZPUiLQ.html

  • @Dip-uv7xw7Nath
    @Dip-uv7xw7Nath11 ай бұрын

    ভিডিঅ’টো চাই বহুত আৱেগিক হৈ গ’লো😭😭দিম্পু দা আপোনাৰ কপাল ভাল যে আইতা-ককা সকলৰ আশীৰ্বাদ,মৰম বোৰ বুতলিবলৈ সক্ষম হ’ল ৷🙏লাভ ইউ দীম্পু দা🙏নগাঁও(অসম)

  • @deltagaming9106
    @deltagaming91062 жыл бұрын

    God bless these precious Mothers 😢 and all the beloved caretakers. Sending blessings and prayers to you all 💐

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

  • @ankuractivist5809
    @ankuractivist58092 жыл бұрын

    Great achievement of your life....aitutkoi toka poisa award aibilakotkoi dangor achivement aitu ❤️❤️❤️❤️ val lagil Love story tu xosai mohan teulok ❤️

  • @rupakbora5706
    @rupakbora57062 жыл бұрын

    বহুত ভাল লাগিলে ভিডিওতো চাই👌👌👌👍👍👍👍

  • @boyofassam9072
    @boyofassam90722 жыл бұрын

    Bohut val lagile.. 😍🤟🥰🥰😏

  • @nlpnitinvlogs729
    @nlpnitinvlogs7292 жыл бұрын

    Love from lakhimpur 🔥♥️

  • @TRANDxTECH
    @TRANDxTECH2 жыл бұрын

    দিম্পু দা বিয়া খন পাতি লওক নহলে বয়স ৰৈ নাথাকে 😇😜

  • @kunalbayan6609
    @kunalbayan66092 жыл бұрын

    Bahut val lagil ..

  • @rinadutta3233
    @rinadutta32332 жыл бұрын

    বহুত ভাল লাগিল দেই Dimpu,

  • @anchalgupta7312
    @anchalgupta73122 жыл бұрын

    We should always respect our parents, grandparents and all our elders❤️ and always we must wish ✌️to get good blessings 🙌 from them💖

  • @rajunath8963

    @rajunath8963

    2 жыл бұрын

    kzread.info/dash/bejne/oG2Fq5Z_ZdvPpc4.html

Келесі