No video

LIVE : দুৰ্ভগীয়া অবিনাশৰ ঘৰত CM Himanta Biswa Sarma | N18L

LIVE : দুৰ্ভগীয়া অবিনাশৰ ঘৰত CM Himanta Biswa Sarma | N18L
#himantabiswasarma #guwahatinews
#assamesenews #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 241

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw29 күн бұрын

    ৰাস্তা ঘাট নলা আদি ভাল কৰি দি পুনৰ যাতে এনেকুৱা খৱৰ লবলগা নহয় অতি সোনকালে পদক্ষেপ লবলাগে cm মহাশয়।

  • @sanjib5418
    @sanjib541829 күн бұрын

    দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত এনেকুৱা পৰিৱেশত শুভা নাপাই …SO SAD😢

  • @hemantakalita7049

    @hemantakalita7049

    29 күн бұрын

    Cm nije buji pabo lage kot jabo lage kot nalage.

  • @jamunaray4032
    @jamunaray403229 күн бұрын

    নলাবোৰ বন্ধ কৰাত গুৰুত্ব দিয়ক আৰু দ্বিতীয় জন অবিনাশ ৰ ফটোত যাতে মালা দিব লগা নহয়

  • @pilygoswami9414
    @pilygoswami941429 күн бұрын

    মন্ত্ৰীজনাক দেখিয়েই মানুহ মৰা ঘৰখন বিয়াঘৰলৈ ৰূপান্তৰ কৰি পেলালে ।বৰ্তমান এই মখা মানব নহয় দানৱ যেনহে লাগিছে ।হৈছে কি মানুহ বিলাকৰ ! দুখৰ পৰিবেশ কি কৰি পেলালে অ এইমঁখাই ।চিঃ লাজ লাগি গৈছে ।

  • @user-dv5oo8zv5u

    @user-dv5oo8zv5u

    29 күн бұрын

    সন্তান হেৰুৱায় পিতৃ মাতৃয়ে কবিয়ে অসহনীয় দুখৰ পাহাৰ বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছে । হয়তো মুখ্য মন্ত্ৰী মহোদয়ৰ আগমণে দুখৰ বুজা কিছু পৰিমাণে লাভ কৰিব বুলি আশা কৰিলো 🙏

  • @imoff-sv4jw

    @imoff-sv4jw

    29 күн бұрын

    Lovi prani aibur

  • @jamunaray4032
    @jamunaray403229 күн бұрын

    হিমন্ত ক দেখাই নাই নেকি মানুহবোৰে। মৃতকৰ ঘৰ নে বিয়াঘৰ

  • @fortx8193

    @fortx8193

    29 күн бұрын

    Thik koise...loratur kotha pahori gol...manuhor mukhot hahi...Abhinash r kotha pahori gol...ghoror vitorot xumai Kandi thaka maak jonir kotha abar vabibo lagisil manuh khini e

  • @archanaborooah6323
    @archanaborooah632329 күн бұрын

    এই পৰিবেশে কি বুজাইছে । মূখ্য মন্ত্ৰী গৈছে ঠিকেই কিন্ত লগত কিয় ইমান লগুৱা লিকচৌ । এই পৰিবেশ দেখি সমবেদনা জনাবলৈ যোৱা যেন লগা নাই ।যেনিয়েই যায় ভেনা মাখীৰ দৰে পালি পহৰীয়া সোপাক কিহে পায় ।পাগল হল এই মানুহ সোপা ।সন্তন সেৰুৱা মাক দেউতাকে বুজিছে বুকুৰ যান্তনা ।আৰু এই সাংবাদিক সোপা পাবহে লাগে সুবিধা কন ।পৰিবেশ পৰিস্তিতি একো নাচাই ।😢

  • @pritamrabha6654
    @pritamrabha665429 күн бұрын

    ধন্যবাদ মূখ্য মন্ত্ৰী লৈ। জুনমণি ৰাভাৰ ঘৰৰ ৰাস্তাতোহে দেখা নাপালে

  • @alokranjanbaruah3418

    @alokranjanbaruah3418

    28 күн бұрын

    আৰু খাৰঘুলীৰ জাইকা মেড ডিজেছটাৰৰ সময়ত মৌন দেখা গৈছিল

  • @dilipkumardas2065
    @dilipkumardas206529 күн бұрын

    মানুহৰ উখল মাখল দেখি এনে লাগিছে যেন এইখন মৃতকৰ ঘৰ নে বিবাহ বাহৰ ?

  • @user-un8cb8qv3g
    @user-un8cb8qv3g29 күн бұрын

    নৰকত পৰিমৰিল কাৰ ভুলৰ বাবে।

  • @niha.iscernpenting4395
    @niha.iscernpenting439529 күн бұрын

    Kalija tumi jote asa vale thaka 🙏🙏🙏

  • @mrinmoydeka437
    @mrinmoydeka43729 күн бұрын

    সচৰাচৰ মৃতকৰ ঘৰত নিমাওমাও পৰিস্থিতি এটা থাকে। ইয়াতচোন বিয়া- সবাহ চলি থকা যেন হৈছে

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj29 күн бұрын

    ৰাজনীতি নহয় কাম কৰক | গুৱাহাটী খন নৰক হৈ পৰিছে |

  • @user-iz5et9bw1l
    @user-iz5et9bw1l29 күн бұрын

    এই মগজু নাই কিয়া মৰাঘৰত বৰ বিহু পাতিবলৈ অলপো বেয়া লগা নাই নে । চি এম আহিছে মৰা ঘৰত সমবেদনা জনাবলৈ, হৃদয় হীন নিষ্ঠুৰ হোজাই কনমানি টো চোতালত মৃতকৰ মাক দেউতাকক বুকুৰ জুইকুৰা কথা এবাৰ লৈ নাভাবিলে।

  • @pineapple4041

    @pineapple4041

    29 күн бұрын

    একদম সঁচা কথা , দেখি লাজ লাগিছে ।

  • @punyasrisarma2268

    @punyasrisarma2268

    29 күн бұрын

    বহুত লাজৰ কথা হৈছে দেই।মানুহৰ এনেকুৱা আচৰন ভাল নালাগে

  • @user-ng1wz6bm4g
    @user-ng1wz6bm4g29 күн бұрын

    Miss you Abinash 🌹🌹🙏🙏

  • @monjuheujnursery9724
    @monjuheujnursery972429 күн бұрын

    মানুহ বোৰে এনেকুৱা কৰিছে, যেন মৃতকৰ ঘৰ নহয় কিবা আনন্দৰ উৎসৱহে পাতিলে ! মূৰ্খসব।

  • @sabitamedhi1273

    @sabitamedhi1273

    29 күн бұрын

    Right

  • @Abhisaikia

    @Abhisaikia

    29 күн бұрын

    Right

  • @biswajitgoswami1703

    @biswajitgoswami1703

    29 күн бұрын

    Right

  • @tutumanibarman5384
    @tutumanibarman538429 күн бұрын

    এইবোৰ সাংবাদিক নহয় সাংঘাটিক হে কত নিউজ কৰিব লাগে কত নিউজ কৰিব নালাগে নাজানে নেকি ।মানহো বোৰ কি নিষ্ঠুৰ মনৰ মনহো ইমান দুখৰ সময়তো হাঁহি ফুৰ্তি কৰি সেলফি বালফি উঠিব গৈছে দে মাক দেউতাকক সানতনাদিয়াৰ সলনি জলা জুইত ঘি হে ধালিব গৈছে ইমান ডাঠ হৃদয়ৰ নে 😢😢😢😢

  • @user-tj3nr2lj4b
    @user-tj3nr2lj4b29 күн бұрын

    মানুহ মৰা ঘৰ নে বিয়া হৈছে তাত বহুত বেয়া লাগিল দেখি

  • @GopalDutta-vm2ju

    @GopalDutta-vm2ju

    29 күн бұрын

    Right anser

  • @punyashreedas1617

    @punyashreedas1617

    29 күн бұрын

    Akdom right..Avinash ghuri ahibo nki..ki poribah

  • @simptionbodo

    @simptionbodo

    29 күн бұрын

    CM juwa tu apunar mote beya hol nki Jodi nogole u hoi tate u kiba kole hoi apunaluk

  • @nitulbarman1446
    @nitulbarman144629 күн бұрын

    🙏🙏🙏🙏🙏 OM SHANTI

  • @user-ul8si7dc6t
    @user-ul8si7dc6t29 күн бұрын

    কৃষ্ণ কি দেখিছোঁ? বিয়া,মেলা,নে ইলেকচনৰ কেনভাচ?

  • @devajyotiborah8672
    @devajyotiborah867229 күн бұрын

    Abhinash Sarkar deserves a better place than this cruel and self centered world. May his soul rests in the eternal peace.

  • @swapanchakraborty4889
    @swapanchakraborty488929 күн бұрын

    Om Shanti.

  • @Juliphukan674
    @Juliphukan67429 күн бұрын

    Om,sante,🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jagannathdas484
    @jagannathdas48429 күн бұрын

    এই ভিদিওটো দেখি মানু্হ বোৰলৈ দৰদ উপজিছে, এয়াই অসমীয়া সুবিধা বাদি।একুৰা জীয়া জুয় হৃদয়োত জলিয়ে আছে আৰু আনবোৰে ৰঙ ধেমালিৰ মতলীয়া হৈ পৰিছে। কি বুলি গণ্য কৰিব আৰু মুখ্য মন্ত্ৰীজন এনেদৰে গৈছে যেন তেওঁ বোৰ্ডাৰহে পৰিদৰ্শন কৰিৱ মানে তামান শত্ৰু পক্ষৰ মাজত সংঘৰ্ষ হৈ আছে। আচৰিত মানৱ সভ্যতা, তুমাক প্ৰণাম।

  • @bijusaikia5372
    @bijusaikia537229 күн бұрын

    জোণমণিৰ ঘৰলৈ যোৱা হৈছিলনে বাৰু ?

  • @haripadnath3789
    @haripadnath378929 күн бұрын

    Jay shree krishna 🙏

  • @nayonmonisingha5918
    @nayonmonisingha591829 күн бұрын

    😊 কিছুমান য়ে ইমান অসভ্য মানুহ আছে | ঘৰখনত য়ে ইমান শোকাকুল পৰিবেশ হৈ আছে | নাজানে নাকি | CM কি এইখন ঘৰত আনন্দ কৰিব আহিছিল নাকি মামা I I love you কৈ চিঞৰিব লাগে না |

  • @makemilliondreams
    @makemilliondreams29 күн бұрын

    কথা দি কথা ৰাখে আমাৰ মুখ্য মন্ত্ৰী মহোদয়ে ধন্যবাদ 🙏🙏🙏

  • @madhumitasen8195
    @madhumitasen819529 күн бұрын

    Thnxx for coming hbs❤❤

  • @user-ne3xj6hx6u
    @user-ne3xj6hx6u29 күн бұрын

    কৃষ্ণ 🙏🙏

  • @prodipbora2752
    @prodipbora275229 күн бұрын

    মানুহবোৰযে আৰু---------------!

  • @binod.sri.vastav7631
    @binod.sri.vastav763129 күн бұрын

    Mama jindabad ❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🌺🌷🌷🌻

  • @jayantarajbongshi2546
    @jayantarajbongshi254629 күн бұрын

    OM Santi

  • @nabakantasaikia8860
    @nabakantasaikia886029 күн бұрын

    এনেকুৱা এটা দুখ লগা পৰিবেশ ত ৰাইজ সকলে কি কৰিছে এবাৰ ভাৱক

  • @dbhobora9625
    @dbhobora962529 күн бұрын

    Bor dukh lagil drisyo bur dekhi , hokolure mukhot hahi he dekhun

  • @pratimadas4613
    @pratimadas461329 күн бұрын

    Om shanti 🙏🙏🙏

  • @bimalbaruah2710
    @bimalbaruah271029 күн бұрын

    Jai sri Ram 🙏🙏🙏

  • @taralanath3876
    @taralanath387629 күн бұрын

    Om Shanti 🙏

  • @theonly9399
    @theonly939929 күн бұрын

    Om Shanti

  • @user-hz8xn8xh1v
    @user-hz8xn8xh1v29 күн бұрын

    ধন্যবাদ নিউজ চ্যানেল ডেকানোর জন্য thinks

  • @Ft._Sumit_kashyap_official
    @Ft._Sumit_kashyap_official29 күн бұрын

    Mor maa morate jodi khbr lobo ahil hoi buhut vl lagil hoi😔

  • @upanandaborah168
    @upanandaborah16829 күн бұрын

    ভাল কাম

  • @NikumoniBoruahGogoi
    @NikumoniBoruahGogoi29 күн бұрын

    Noise 🎉❤😢😊

  • @thekamansisters.7725
    @thekamansisters.772529 күн бұрын

    Om shanti 🙏

  • @julibezbaruah7547

    @julibezbaruah7547

    29 күн бұрын

    Om shanti

  • @ayushyt1795
    @ayushyt179529 күн бұрын

    Om Shanti 🙏 God bless you 🙏 Babu ❤❤

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu29 күн бұрын

    মামাই বিয়া খাব যোৱা যেন লাগিছে।

  • @NikumoniBoruahGogoi
    @NikumoniBoruahGogoi29 күн бұрын

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj29 күн бұрын

    হিমন্তই চেলফি উঠি ফুর্তি কৰিবহে গৈছিল নেকি?

  • @GuruGiyan-sg1wb

    @GuruGiyan-sg1wb

    29 күн бұрын

    O poggl to Bangladeshi

  • @PonaliNath

    @PonaliNath

    29 күн бұрын

    ​@@GuruGiyan-sg1wbthike mamai kiba selfie uthibo goise nki xoru mitto loratuk xomobedona dibo goise raij nije ahise tate mamar ki vul mamai jasi matise nki ajon popular minister bohut vl kam kri jai ase tate rasta beya sob kam mamar dukh nki prokha khn council joma dibo lgibo

  • @PrajenBorman-ud9ih

    @PrajenBorman-ud9ih

    29 күн бұрын

    @@GuruGiyan-sg1wb aru toi kun

  • @DipamanibharLiMedhi-tv4zj

    @DipamanibharLiMedhi-tv4zj

    29 күн бұрын

    @@GuruGiyan-sg1wb ঐ কুকুৰ পোৱালি মানুহ মৰিছে আৰু হিমন্ত বাপে ফটো উঠিব গৈছে |

  • @user-hz8xn8xh1v
    @user-hz8xn8xh1v29 күн бұрын

    ধন্যবাদ স্যার গেয়েছেন ওম শান্তি ভগবান তাদের বাবা মা ভালো রাখুক

  • @gogoi2499
    @gogoi249929 күн бұрын

    Public bilakor murot aku nai .kio eman siyoribo lage haa

  • @pompipompiborah8382
    @pompipompiborah838229 күн бұрын

    🙏🙏

  • @hemen351
    @hemen35129 күн бұрын

    Thank you 👍

  • @jatinroy9135
    @jatinroy913529 күн бұрын

    CM sir pls take urjent step to close the broken footpath in side the gauhati city

  • @zkhajonghajong1077
    @zkhajonghajong107729 күн бұрын

    Om santi

  • @BiswajitBorah-sj9qk
    @BiswajitBorah-sj9qk29 күн бұрын

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @PujaLaskar-iz9le
    @PujaLaskar-iz9le29 күн бұрын

    Emn ata dukh or bixoy....ai ghor khonor poristhiti Ki hoi ase ..Tate akoo emn show off kio kribo lage

  • @kanikadas8245
    @kanikadas824529 күн бұрын

    😢ইমান..দুখ নে,,সুখ,,,লাজ 😮😮

  • @user-nm3wf1qd7i
    @user-nm3wf1qd7i29 күн бұрын

    মাননীয় মুখ্যমন্ত্ৰী হেমন্ত শৰ্মা sir মানুহৰ দুখ বুজি পায় দুখীয়াৰ বন্ধু হয়

  • @mitusaikia3291
    @mitusaikia329129 күн бұрын

    দুৰ্ভগীয়া পৰিয়াল টোৰ ঘৰত এইবোৰ চিয়ৰ বাখৰ সেলফিয়ে পৰিয়াল টোৰ মনত বৰ অশান্তি দিছে। Cm জন গৈছে কিবা এটা সান্তনা দিবলৈ ।বাকী মানুহ বোৰে আনন্দ লবলৈ গৈছে।

  • @user-qf6hd4yh6u
    @user-qf6hd4yh6u29 күн бұрын

    🙏😭

  • @RanjitRajbonshi-u7e
    @RanjitRajbonshi-u7e25 күн бұрын

    😢😢

  • @manasdeka7263
    @manasdeka726329 күн бұрын

    দাঁতৰ ৰং দেখিছানে নাই কেইজনীমানৰ।

  • @sushantanath7822
    @sushantanath782229 күн бұрын

    Himanta Biswas Sharma jug jug jio.

  • @julidas7189
    @julidas718929 күн бұрын

    ঔম শান্তি

  • @KaushikDuttaKaushikd
    @KaushikDuttaKaushikd29 күн бұрын

    People will remember the action that will be taken.

  • @prosantgogoi3769
    @prosantgogoi376929 күн бұрын

    Bor dukh loga ghotona

  • @smritimahilaripant9483
    @smritimahilaripant948329 күн бұрын

    Rip 🙏 ...

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf29 күн бұрын

    Aji kali MLA aru MANTREE bor kemera aru hangbadik nohole khoj karhiboi noware . Hakalote kewal chamok shristee'r rajnitee .

  • @spbora
    @spbora29 күн бұрын

    Mama ,,,toka tulibor hol noh

  • @mallikaswargiary8928
    @mallikaswargiary892829 күн бұрын

    ইমান মানুহ কিয়নো আহিব লাগে। মন্ত্ৰী নহাৰ আগতে মানুহ ঘৰত খবৰ লবলৈ আহিছিল নে?

  • @jyotishpanging1371
    @jyotishpanging137129 күн бұрын

    Aeitu ki bjp meeting neki? Napai sarma sir.

  • @pradipsarma1964
    @pradipsarma196429 күн бұрын

    Himanta Biswa sarma jindabad

  • @user-pz1vy1jz6g
    @user-pz1vy1jz6g29 күн бұрын

    R.I.P.🙏🙏🙏😰😰😰

  • @user-tl7hs6xc9h
    @user-tl7hs6xc9h29 күн бұрын

    ai bilk bor Fal2 Manuh,Mora ghorot,eman dukhu hoisa,Khihotor Furti suwa,abhadra sob.(nijor ghorot Morila gom pabi).R🙏P😢

  • @ripon_bora
    @ripon_bora29 күн бұрын

    Mama apuni goisa boht val lagil mama

  • @GaneshChetry-eh9ci
    @GaneshChetry-eh9ci29 күн бұрын

    Hihotar dekhun phurti lagil aami to dekhi beya lagise

  • @tutumonidas5084
    @tutumonidas508429 күн бұрын

    কি আচৰিত মানুহ বিলাক বাপৰে 😭😭

  • @kanikadas8245
    @kanikadas824529 күн бұрын

    😮😮😮😮

  • @indrajittalukdar803
    @indrajittalukdar80329 күн бұрын

    Why you are feel to concern family this type of moment which was not expect. Ask how this is sort out soon...

  • @pradipdeka8044
    @pradipdeka804429 күн бұрын

    Mama apuni abar jonmonir makar khabar o loya udit.

  • @siddharthabaruah3637
    @siddharthabaruah363729 күн бұрын

    Dhui ki manuh eimokha eman ata dukh loga poribekhot mama , mama kori siorise jontu mokha korobar hei durvogiya poriyaltur binoniyu heti huni pua nai ne? hei putra hara maak jonir kandun huna nai ne baru hihote

  • @ritabora3981
    @ritabora398129 күн бұрын

    C. M a sodhanjoli jonabole ahisil ne fastival patibole ahisil .

  • @runasaharia1889
    @runasaharia188929 күн бұрын

    Val manhu besi din nathake o bhut dukh lagile .maak .dewtake aru kunu dine pahori najai pahori jam ami bor he

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf29 күн бұрын

    Hangbadik bore eta kathake bare bare baki thakibo nelage. Ki hoise asomor manuhe lage lagei gom paise .

  • @ranjitamahanta7707
    @ranjitamahanta770729 күн бұрын

    সচাই বাকী মানূহ বোৰক কোনে খবৰ দিয়ে দাঙৰিয়া আহিব বুলি বিয়া৷ খাব আহিছে নেকী ?

  • @nitiskitchen4659
    @nitiskitchen465929 күн бұрын

    মানুহ বোৰক কিন্তু নশলাগী নোৱাৰিলো

  • @moshmibarman7661
    @moshmibarman766125 күн бұрын

    Hi. Manabata. Moi. Aji. Nijake. Dhikker. Diso. Mai. Manuh namtor. Lagat. Kio. Jarit. Holo. Samaj. Aji konfale. Dhabit. .

  • @alokranjanbaruah3418
    @alokranjanbaruah341828 күн бұрын

    মাছৰ তেলেৰে মাছ ভজা

  • @bijubijoychetriofficial5439
    @bijubijoychetriofficial543929 күн бұрын

    কি কম😢 মূখ্য মন্ত্ৰীক দেখি নোপোৱা নিচিনা কৰিছে অ মূৰ্খ বিলাকে বিলাকে 😮

  • @abinashboruah4920
    @abinashboruah492029 күн бұрын

    মানুহবোৰ বলীয়া হৈছে নেকি।

  • @mrinalvlog6679
    @mrinalvlog667929 күн бұрын

    Zhokolu bilak thikei gol kintu roi thoka manuh khini furty korib ahajen lagil

  • @aamiakhmiya
    @aamiakhmiya29 күн бұрын

    Camera t উঠিবলৈ গৈছে মানুহবোৰ,Poz দিয়াত ব্যস্ত ।। এইয়াই মানৱতা

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf29 күн бұрын

    Unmukta nola kot kot ase paridarshan korok . Hastia rajnitee bad diok .

  • @user-oq2pf5ds5p
    @user-oq2pf5ds5p29 күн бұрын

    উন্মুক্ত নলা বোৰত ঢাকোন দিয়ক তেতিয়া এনেবোৰ দুৰ্ভগীয়া মানুহৰ ঘৰত খবৰ কৰিব লগ নহয়। আৰু আপোনালোকে ভোটৰ স্বৰ্থতেহে যায়, ভোট দিয়াৰ সময়ত মনত থাকিবলৈ।

  • @Lunabora-yi9cj
    @Lunabora-yi9cj29 күн бұрын

    Bohut fotua dei manuh bur ajikali.....bia ghor he jen......

  • @chandannath9078
    @chandannath907829 күн бұрын

    Nola letera kore public a . publicor disciplines Lage

  • @jamunaray4032
    @jamunaray403229 күн бұрын

    নিজা স্বাৰ্থ লৈ হিমন্ত ক লগ কৰিব আহিছে মানুহখিনিয়ে তাত যে এটা সৰু ল'ৰা ঢুকাইছে পাহৰিয়ে থাকিল। কি আচৰিত

  • @Mitali_Gogoi

    @Mitali_Gogoi

    29 күн бұрын

    Right

  • @NayanKalita-fy6gw

    @NayanKalita-fy6gw

    29 күн бұрын

    Thikei koise

  • @madhumitasen8195
    @madhumitasen819529 күн бұрын

    lora tu ghuri nahe kintu hbs ohat teulukor monot olop 😭😭😭

  • @anilhoro8702
    @anilhoro870229 күн бұрын

    আমাৰ গুৱাহাটী খনত আচলতে বান হবই নালাগে ....এই মালা পিন্ধাই এতিয়াও ৰাজনীতি কৰিব নোৱাৰিব

  • @dasdas449
    @dasdas44929 күн бұрын

    Manuh bilak pagol hoise . Mamai khobor lobo goise aru manuh bilak pagolr dore photo uthar karone pagol hoise.

  • @indrajittalukdar803
    @indrajittalukdar80329 күн бұрын

    Ask your comments regarding minimize this type of issue

Келесі