LIVE | দুচকীয়া বাহনত জৰিমনা মাফ! No Penalties for 2 Wheeler Vehicles | N18L

LIVE | দুচকীয়া বাহনত জৰিমনা মাফ! No Penalties for 2 Wheeler Vehicles | N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#himantabiswasarma #assamcmlive n18_live
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/desc-youtube এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 1 400

  • @indrajitsaikia8877
    @indrajitsaikia88772 күн бұрын

    লাইচেঞ্চ দিয়াৰ বাবে অলপ সিথিল কৰক।ফাইন নোহোৱা কে দিয়াৰ ব্যৱস্থা কৰিলে ভাল হব।

  • @ratankonwar7231
    @ratankonwar72312 күн бұрын

    অসম পুলিচৰ পকেট গৰম কেনেকৈ হব দুখেই লাগিছে অসম পুলিচ বোৰ লৈ 😭😭😭😭😭

  • @moonmahanta8658

    @moonmahanta8658

    Күн бұрын

    Asomor police toka khai tiri-chalik poh pal di ache.dhur .....

  • @Krishnamoni_Hzrika

    @Krishnamoni_Hzrika

    Күн бұрын

    😂😂

  • @mamonihandiqueburagohain4444

    @mamonihandiqueburagohain4444

    23 сағат бұрын

    Kiman dhuniya news😅😅😅😅

  • @jahidulIslam-mo7de
    @jahidulIslam-mo7de2 күн бұрын

    যোৰহাট লোকসভাৰ ভোটাৰৰ কাৰণে বাইক চালক সকলে সকাহ পালে।

  • @JanumoniDuttaJumon
    @JanumoniDuttaJumon2 күн бұрын

    এইটো ভাল কাম কৰিছে।। অন্তত দুখীয়া মানুহে ব্যৱসায় কৰি খাব পাৰিব।। মানুহৰ পৰা অলপ হ'লেও আশীৰ্বাদ ল'ব পাৰিব

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu2 күн бұрын

    বাইকচোৰৰ কাৰণে ভাল খবৰ। আৰু পুলিচৰ কাৰণে বেয়া খবৰ, উপাৰ্জনৰ পথ এটা বন্ধ হল😂

  • @joutisankarpatowary2836

    @joutisankarpatowary2836

    2 күн бұрын

    Ki vl khbr rc nahole aneo fosibo kela

  • @gokulbaidya9824

    @gokulbaidya9824

    2 күн бұрын

    😂😂😂

  • @gautamnath4921

    @gautamnath4921

    2 күн бұрын

    😂😂😂😂

  • @anurupadevi5349
    @anurupadevi53492 күн бұрын

    মদাহী আৰু বাইক চোৰবোৰৰ সুবিধাই সুবিধা হ'ব!

  • @digantadeka7201

    @digantadeka7201

    2 күн бұрын

    Modahik dhoribo kinto soror val hbo😂

  • @RupkantaPathori-sk3ru

    @RupkantaPathori-sk3ru

    2 күн бұрын

    One of the best decision taken by the govt.

  • @pinkudas5129

    @pinkudas5129

    2 күн бұрын

    100% shashaa kathaa. Chur r kaarane bhaal shubidhaa dishe.

  • @YoYoutube-yn9pz

    @YoYoutube-yn9pz

    2 күн бұрын

    Kio be check krile eneo dhoribo kintu paisa noloi

  • @YoYoutube-yn9pz

    @YoYoutube-yn9pz

    2 күн бұрын

    ​@@pinkudas5129bhalke thobi suror bhoi kribo nlge

  • @atulraksammarak3097
    @atulraksammarak3097Күн бұрын

    Good decision Sir দুখীয়াৰ কাৰনে ভাল খবৰ । আৰু ফ্ৰী লাইচেন্স দিয়াৰ কাৰণেও ব্যৱস্থা কৰি দিয়া।

  • @jatindutta2244
    @jatindutta22442 күн бұрын

    Very good, এতিয়া গম পালে যে, সাধাৰণ জনগণক এনেকৈ অত্যাচাৰ কৰি থাকিলে ২০২৬ ত আৰু সিংহাসন নৰবগৈ বুলি

  • @digantasaikia1264

    @digantasaikia1264

    Күн бұрын

    2026ৰ পিছত পুনৰ আগৰ নিয়ম প্ৰযোজ্য নহয়তু

  • @mahanandasenapati7732

    @mahanandasenapati7732

    22 сағат бұрын

    Exactly 💯 Etia Lahe Lahe Gree Mou Makhan logua start hbo

  • @rajatgogoi1241
    @rajatgogoi12412 күн бұрын

    কিছুমানৰ দুই এটকা ওলাই আছিল ।তাকো মুদা মৰিল ।

  • @wzm15

    @wzm15

    2 күн бұрын

    😂

  • @pabitradeka1992

    @pabitradeka1992

    2 күн бұрын

    কিছুমানৰ নহয় পুলিচৰ। সিহঁতৰ ঘৰৰ পৰিয়াল এতিয়া কেনেকৈ চলে।

  • @Aspirant98741

    @Aspirant98741

    2 күн бұрын

    Are baba hat police poisa tu loi but xai poisa akol jnu police ye loi ............

  • @wzm15

    @wzm15

    2 күн бұрын

    Helmet t lobo bule

  • @mbharali2627
    @mbharali26272 күн бұрын

    বহুত বেছি ভাল হৈছে। এনে ধৰণৰ সিদ্ধান্ত বহুত আগতে ল'ব লাগিছিল।

  • @Asadur83
    @Asadur832 күн бұрын

    বন্ধন লোণ মাফ্ কৰাৰ নিচিনা নহলে ৰক্ষা মামাৰ কথা অলপ কম বিশ্বাস হয়

  • @mitushree4773
    @mitushree47732 күн бұрын

    তিব্ৰ গতিত চলোৱা সকলোৰ কাৰণেও ভাল,আগৰ চোকা যতে ততে ডাঙি চোলোৱা সকলৰো বাবেও ভাল হ'ল। silencer modify কৰি শব্দ প্ৰদূষণ কৰা সকলৰো ভাল হ'ল চিকিৎসালয়, বিদ্যালয়ৰ সম্মুখ উচ্চ শব্দ কৰি চোলোৱ সকলৰো ভাল হ'ল মহাশয়।

  • @gautamnicevidioborkataki6087
    @gautamnicevidioborkataki60872 күн бұрын

    ওঠৰ বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হ'ব ,সেইটোও জনাব লাগিছিল , ন'হলে' ৰাস্তাত ওলাবলৈকে সমস্যা হ'ব । কাৰণ লাইচেঞ্চ বিহীন হ'লে বহুতৰ উৎপাত বাঢ়িব । গতিকে সেইটো হোৱাটো নিবিচাৰো ।

  • @KohinurIslam-tk5rg

    @KohinurIslam-tk5rg

    Күн бұрын

    100%Right

  • @noobpro3803

    @noobpro3803

    Күн бұрын

    Moyu takehe bhabisu

  • @user-fj2bz2up4m

    @user-fj2bz2up4m

    Күн бұрын

    Right

  • @user-ng7uc1nj9v
    @user-ng7uc1nj9v2 күн бұрын

    সাধাৰণ জনতাৰ বাবে বহ দিন পাছত এটা ভাল খবৰ

  • @KillerB9KYTShorts
    @KillerB9KYTShortsКүн бұрын

    Very Good decision taken by respected chief minister himanta biswa sarma sir .. 🎉 He is always ready for his polite behaviour with the general public .. Great Step Taken Sir ❤

  • @InamulHoque-pl6zl
    @InamulHoque-pl6zl2 күн бұрын

    🙏🙏🙏 tamam bindass hits khobor . C.M sir . Congratulations 🎉🎉

  • @jireality.6377
    @jireality.63772 күн бұрын

    এইবোৰ চব নাটক । পুলিছে টকা খাবই,,,

  • @navajitgogoi5754

    @navajitgogoi5754

    2 күн бұрын

    Oi Burbok police k j dukh tu theli Dio fine katile recept/Challan nolowo nki police r pra aru heikhn recept police e ghrle loi jai buli vabiso nki sorkarok joma die👍

  • @joutisankarpatowary2836

    @joutisankarpatowary2836

    2 күн бұрын

    1 toka nidiu bl

  • @youngnick07

    @youngnick07

    2 күн бұрын

    Kene kabo bhai judi ayenot nai

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf2 күн бұрын

    ধন্যবাদ মুখ্য সমন্ত্রী মহোদয়

  • @mahmudhassan6990

    @mahmudhassan6990

    2 күн бұрын

    Sir good news❤

  • @mahmudhassan6990

    @mahmudhassan6990

    2 күн бұрын

    ❤❤❤❤❤❤❤sir good news News

  • @moonmahanta8658

    @moonmahanta8658

    Күн бұрын

    Election 26 bro

  • @bitupornaduttadas
    @bitupornaduttadasКүн бұрын

    আইন কঠোৰ হব লাগে। নহলে নীতি নিয়ম নজনা মানুহ বোৰেও bike চলাই থাকিব তাৰ ফলত নীতি নীয়ম মানি চলা মানুহৰ কিন্ত্ত বহুত অসুবিধা হব। ট্ৰেফিক ৰোল ভালকে নজনা মানুহ বহুত আছে।আৰু চৰকাৰে এই বিষয় টোৰ প্রতি লক্ষ্য ৰাখিব লাগে যে কিছুমান গাঁৱলীয়া ৰাস্তা যত দওখন গৰী পাৰ হব নোৱাৰে খেই ৰাস্তাত ktm ns rs R15 duke চলোৱা লৰাবোৰে 100 Speed t bike চলাই তাত কিন্তু accident r bhoi বেছি থাকে।

  • @budheswarnath6516
    @budheswarnath65162 күн бұрын

    যোৱা সময় চোৱাত ফাইন কাটি জনসাধাৰণৰ পৰা মুঠ কিমান কৌটি- কোটি টকা জমা কৰিলে চৰকাৰে ৰাজহুৱা কৰিব নে? এতিয়াৰ যি সিদ্ধান্ত ললে আমি ভাবিছো এয়া ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ বাবে ৰাইজক " মন -ভোলা বলৈ কৰা এটা প্ৰচেষ্টা " ।...

  • @anupmohan2962
    @anupmohan29622 күн бұрын

    যান বাহন বাদেই দিলো সোণ হীৰ দিলেও পৰিত্ৰাণ নাপাব যদিহে ২০২৬ত ৰ্সবানন্দ সোনোৱালোক মূখ্যমন্ত্ৰীৰ পদৰ বাবে পক্ষেপ কৰা নহয়। কাৰণ গৌৰৱ গগৈৰ লগত এইজনৰ তুলনা নহয়

  • @abdulkhalequemondal9591

    @abdulkhalequemondal9591

    2 күн бұрын

    Right.

  • @kumudbaruah2001

    @kumudbaruah2001

    2 күн бұрын

    গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰমাৰ লগত তুলনা হয়নে? হিমন্ত বিশ্ব শৰমা বৰ্তমান ভাৰত বৰষৰ ৰাজনীতিত এজন ৰাষ্ট্ৰীয় নেতা। গৌৰৱ গগৈ গান্ধী পৰিয়ালৰ এজন গুড চাৰভেনট মাট্ৰ। গৌৰৱ গগৈ য়ে কি কৰিব বাপেক তৰুণ গগৈ য়ে দূৰ্নীতি আৰু কেলেঙ্কাৰি ত পোটখাই গল। অসমৰ ৰাইজে এইবিলাক দেখি শুনিয়েই বিজেপিৰ সপখে জনাদেশ দিছে। অসমৰ জনতাই উন্নয়ন আৰু প্রগতি বিচাৰিছে দূৰ্নীতি আৰু ভষটাচাৰ বিচৰা নাই। সেয়েহে যোৱা লোকসভা নির্বাচনত ১১/০৩ বয়ৱধানত বিজেপিক জনাদেশ দিছে।

  • @prasantasarmah2832

    @prasantasarmah2832

    2 күн бұрын

    @@kumudbaruah2001😂 moja disa

  • @VolaNath-jb6ys

    @VolaNath-jb6ys

    2 күн бұрын

    @@anupmohan2962 গৌৰৱ গগৈ হব 26 cm

  • @rantuborah6248

    @rantuborah6248

    2 күн бұрын

    Um...thikei...cm sir a mota maas aru maiki maas sini napai...gourav gogoi a pare...😂..so Gourav Gogoi k cm patibo Lage..😅

  • @nityagogoi478
    @nityagogoi4782 күн бұрын

    সকলো নথিপত্ৰ বিনামূলীয়াকৈ বনাইদিয়াৰ ব্যৱস্থা কৰক ৷

  • @ratipuya2.0.0

    @ratipuya2.0.0

    Күн бұрын

    Nohoi tor ghort himanto hoi vt bonai khuyabo ro...bl kotha ko.khabo dile xubou lage

  • @harenbaruah430
    @harenbaruah4302 күн бұрын

    চৰকাৰখনে সাধাৰন ৰাইজক অলপীয়া সাৰাসাছতী কৰা নাছিল দেই।বাহিৰলে গলেই কোন মূহুৰ্তত ফাইন ভৰিব লাগিব ঠিক নাই । মুঠতে টকা অলপ সৰহকৈ লৈ যাব লাগিব। ৰাইজে নিৰ্বাচনত ইয়াৰ পোতক তুলিবলৈ সাজু হৈ আছিল।চৰকাৰখনে ইয়াৰ ওমান পালে নেকি ।এ মুঠৰ ওপৰত no consider on 2026 election.

  • @binoddutta6019
    @binoddutta60192 күн бұрын

    Driving Licence should be provided free to the un employee youth , request to our beloved CM sir .

  • @user-yu9hd2sq3v
    @user-yu9hd2sq3v2 күн бұрын

    2026 পাছত সেই দুচকীয়া আৰু তিনিচ কীয়া বাহন সমুহ পানীত হাঁহ নচৰা অৱস্থা হব......সাৱধান ইমান মৰম লগোৱাটো ভাল নহয়।

  • @nilutpalhazarika4391

    @nilutpalhazarika4391

    2 күн бұрын

    Right...

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p2 күн бұрын

    সম্মুখত বিপদ দেখিলে ভয়ত ভগবন্তই ও পলাই... তাৰেই প্ৰমাণ হিমন্ত বিশ্ব শৰ্মা...

  • @user-wp3ix3lv6m

    @user-wp3ix3lv6m

    2 күн бұрын

    You are a negative person , be positive

  • @bishalsarma5306

    @bishalsarma5306

    2 күн бұрын

    Geda val korile o beya beya korib lagileu beya 😂😂

  • @nurmohammadali3947

    @nurmohammadali3947

    2 күн бұрын

    Right

  • @goodinfo6909

    @goodinfo6909

    2 күн бұрын

    তথাপিটো নিদিও 26ত

  • @SAILENDRAPRASADGOSWAMI

    @SAILENDRAPRASADGOSWAMI

    2 күн бұрын

    Congresi bilake Assam Governmentor birudhe beya comment diye, ai bilak sur dagabaj lompot gunda.

  • @mrinalkantiravidasborah521
    @mrinalkantiravidasborah52123 сағат бұрын

    বহুত ভাল সিদ্ধান্ত ভাল লাগিল তেওঁ মহান

  • @user-ib4te6mg7y
    @user-ib4te6mg7y2 күн бұрын

    ধন্যবাদ মুখ্যমন্ত্রী ডাগরিয়া

  • @Akashsanatan47
    @Akashsanatan472 күн бұрын

    6 month man pisot hutei mulei loi lobo...kiba ata tu ase gutei details tu apunalukeu nepai Sir😅 documents ok thakatu nijor duty hoi

  • @myhome9744
    @myhome97442 күн бұрын

    তেতিয়া হলে এইবাৰ চিন্তা নাই।Ambulanceৰ হে সৰহকৈ প্ৰয়োজন হব।

  • @GuwahatiRealLife

    @GuwahatiRealLife

    2 күн бұрын

    😂😂ryt

  • @pranjitdeka7452
    @pranjitdeka7452Күн бұрын

    বহুত ভাল কাম । পুলিছ বোৰৰ বহুত উতপাত হৈছে

  • @user-ji5ki2jy4y
    @user-ji5ki2jy4yКүн бұрын

    Right,it's the best decision ever done by Government, thanks a lot CM, sir....Himantada....it completely stopped the police harrasment of common people of our country..

  • @assameseboy2264
    @assameseboy22642 күн бұрын

    বাইক চোৰ বিলাকৰ কাৰণে এই নীতি বহুত সুবিধা হব যেন পাইছো😂😂

  • @dilipsaikia2179
    @dilipsaikia21792 күн бұрын

    ভালেই কৰিছে সৰ্বসাধাৰণৰ বাবে

  • @tiklarabha9319
    @tiklarabha93192 күн бұрын

    ছাৰ exhaust লগলে fine হব নেকি

  • @golakvai662
    @golakvai66223 сағат бұрын

    Bohut bohut val lagile news tu Sai 👏👏👏mama jindabad

  • @sirazulhoque1635
    @sirazulhoque16352 күн бұрын

    আচলতে যিমান পাৰে বিভিন্ন বিভাগত দুখীয়া ৰাইজক খিৰোৱা হল !এতিয়া আৰু একো নোলায় "সীমা চেৰাই গৈছে "গতিকে হাৰাশাস্তি কৰি লাভ কি ?

  • @faridali8807
    @faridali88072 күн бұрын

    হিমন্ত জিনদাবাদ

  • @dkmotivational902
    @dkmotivational90223 сағат бұрын

    সঁচা নে? হ'লেও পুলিচ মামা হটে নেৰে যে। আগতে পুলিচ মামা হতক জনাই দিয়ক অসমৰ প্ৰতিখন থানায়ে থানায়ে।। নেমানে এইবোৰ আহি আছে bike Chaking ৰ দিন ১৫ আগষ্টৰ পৰা আৰম্ভ হব আৰু।।

  • @user-wn7rv9vq8n
    @user-wn7rv9vq8n2 күн бұрын

    অশেষ ধন্যবাদ আপনালৈ মামা 🙌❤

  • @bishalsarma5306
    @bishalsarma53062 күн бұрын

    লাইচেঞ্চ নহলে কি হব সেইটো kouk

  • @its_meh6815

    @its_meh6815

    2 күн бұрын

    Very goo

  • @broken__heart_2541
    @broken__heart_25412 күн бұрын

    Atiahe new generation' or lora suwalibilake BJPk vote dibo... Scooty dise kintu boyokhei nohoi lora suwalir licence nepai... Kije niyom aasile... 😂😂😊😊

  • @user-vn3qh8tz4n
    @user-vn3qh8tz4n2 күн бұрын

    মামা বহুত ভাল পালো লাইসেন্স বাবে সাধাৰন মানুহক সকাস দিয়ক

  • @bichitranarayanbora9689
    @bichitranarayanbora96892 күн бұрын

    এই কথাবোৰ প্ৰেছ কৰিছে জদী😂ভাল লাগিল। নমস্কাৰ

  • @mukutborah4081
    @mukutborah40812 күн бұрын

    আগত পঞ্চায়ত নির্বাচন আছে।

  • @Gobinda814

    @Gobinda814

    2 күн бұрын

    kesto ngen😂

  • @upenboro8825
    @upenboro88252 күн бұрын

    বঢ়িয়া নিয়ম

  • @MohendraGogoi-yx6ly
    @MohendraGogoi-yx6ly2 күн бұрын

    40 বছৰৰ ওপৰৰ ব্যক্তি সকলৰ online Licence লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে, বিষয়টো ছাববুলি আশা কৰিলোঁ।

  • @apurbaborah123
    @apurbaborah1232 күн бұрын

    eman din fine di di tar pora gari paper sob ok ķora pasot atiya aku nelage mamai ji mon jai take kore .

  • @santaramdeka3015
    @santaramdeka30152 күн бұрын

    C M sir pension r bisae sinta karak.

  • @LilaramYein
    @LilaramYein2 күн бұрын

    Boriyakobar.dise❤

  • @mohibulmohibul8222
    @mohibulmohibul8222Күн бұрын

    ধন্যবাদ মামাক। কিন্তু নগর, চহরর ভাবে ড্রাইভারর হেলমেটর বাবে প্রয়োজ্য হব লাগে।

  • @dipikaphukan7387
    @dipikaphukan73872 күн бұрын

    Tax তুলি খতম , নে‍ কেই মাহৰ বাবে মাফ ! চোৰ‌ৰ কিন্তু সুবিধা ‍হব ।

  • @abdussattar9306
    @abdussattar93062 күн бұрын

    Pagalor rajatta hoise kiano paper update nathakile accident hole garir Malik jindai jindai Moroni.

  • @MarkashHoro-gy9zn
    @MarkashHoro-gy9zn2 күн бұрын

    Dhuniya bhal khobor

  • @pradipdas-nc4do
    @pradipdas-nc4do2 күн бұрын

    এইবিলাক কৰাতকৈ petrol diesel ৰ দাম কম কৰাটো ভাল হব নেকি???? লগতে শাক পাচলি ৰ দাম আকাখলম্ভি হৈছে এই বিলাকৰ ওপৰত চকু দিয়ক....ব্যৱস্থা লওক

  • @avelineangle1115
    @avelineangle1115Күн бұрын

    thank you so himanta biswa two wheelers karone j sinta korise karone Ami dukhiya manhu

  • @ganakchandradeori6764
    @ganakchandradeori67642 күн бұрын

    Assam govt. Petroleum Seling system ❤

  • @horensaikia9048
    @horensaikia90482 күн бұрын

    2026t harim boli

  • @ranjitduttaey3967

    @ranjitduttaey3967

    2 күн бұрын

    2026 ত হাৰিব 100%

  • @princeparagborah8917
    @princeparagborah89172 күн бұрын

    জৰিমনা আইন ঠিকেই আছিল। বহুত উদণ্ড কমিছিল। এইবোৰ কি কৰিলে আকৌ। জৰিমনা শিথিল কৰা মানে আইন ভংগ কাৰী সকলৰ বাবে ভাল আৰু সাধাৰণ জনতাৰ বাবে বেয়া। জৰিমনাৰ ভয়ত বহু মানুহ সংশোধন হৈছিল। এইবাৰ আকৌ আৰম্ভ হব।

  • @FTV_Assamese
    @FTV_AssameseКүн бұрын

    ১৮ বছৰৰ তলৰ বাইক চালকৰ ওপৰত কি সিদ্ধান্ত লৈছে ? কাৰণ বৰ্তমান তেওঁলোকৰ হে বেছি দূৰ্ঘটনা হোৱা দেখা যায়।

  • @parsuramchetri5771
    @parsuramchetri57712 күн бұрын

    2wheeler 3wheeler karone bhabile kintu xaru2 4,wheeler r kotha bhabise ne amiu kintu manuh

  • @rjgardenandnursery1630

    @rjgardenandnursery1630

    2 күн бұрын

    🤣

  • @prabinhazarika9699
    @prabinhazarika96992 күн бұрын

    সেয়া নকৰিলে ২০২৬ চনত বিজেপি ক ভোট দিয়াৰ বাবে ৰাইজে অলপ চিন্তা কৰিব,,

  • @dipankargowala-ig4yh
    @dipankargowala-ig4yh2 күн бұрын

    Mama amar falor pora apunak bohut-bohut dhoniyabad jonalu.

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi8762 күн бұрын

    কাগজ পত্র সকলোৰে থকাটো নিজৰ বাবে ভাল, কাগজ বনাবলৈ মাচুলহে কমাই দিলে বেছি ভাল হল হেতেন।

  • @JituMoran-sk9sz
    @JituMoran-sk9sz2 күн бұрын

    তেল ভৰালেহে চৰকাৰ চলিব নহয় জানো?

  • @jagadishgoswami3494
    @jagadishgoswami34942 күн бұрын

    Election aahi se to.😂😂

  • @goutamdasd3263
    @goutamdasd32638 сағат бұрын

    ৰাজ্যৰ মুখ্যমন্ত্ৰী এনেকুৱা হব লাগে ।বহুত ভাল লাগিল এই সবৰ শুনি, পথত কিমান যে ভয় ভয় কৰি অটো চলাব লগা হয়। যোৱা কংগ্ৰেছৰ চৰকাৰৰ দিনত আমাক যে কিমান অত্যাচাৰ কৰিছিল তাৰ কোনো সিমা নাছিল ।🙏

  • @papuvorali
    @papuvoraliКүн бұрын

    কাম নাই আৰ, যি মন যায় তাকে কৰি থাক, যিতো কাম ভালকে কৰিব লাগে সেইটো নকৰ, অম্বুবাচী মেলা খন ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰিলে, মল্ল।।।।।

  • @ramenkalita34
    @ramenkalita342 күн бұрын

    আমি বুজিবলৈ বাকি নাই । এইটো মাত্ৰ ২৬ৰ টোপ ।

  • @SAILENDRAPRASADGOSWAMI

    @SAILENDRAPRASADGOSWAMI

    2 күн бұрын

    2026 BJP Sarkar hab, beya comment Diya suwaror betahat sai thak

  • @tapanchandrakalita6420
    @tapanchandrakalita64202 күн бұрын

    এনে ধৰণৰ জনসাধাৰণক হবাহাস্তি কৰা আইনবোৰ সৰলীকৰণ কৰিলে জনসাধাৰণৰ সকাহ হব

  • @junmonisarkar3236
    @junmonisarkar3236Күн бұрын

    গাড়ীৰ কাগজ পাটিৰ‌ বোৰ বিনামূলীয়া সেৱা কৰিব লাগে ❤❤❤

  • @zakirhussain7890
    @zakirhussain78902 күн бұрын

    Himanta vishwa sharma jindabad for two and three whiler rule.

  • @mrinalsarma1741
    @mrinalsarma17412 күн бұрын

    বঢ়িয়া । ৰাস্তাত insurance নোহোৱা গাড়ীয়ে আপোনাক খুন্দিয়াই থৈ গলেও কোনো claim নাপাব ।

  • @KohinurIslam-tk5rg

    @KohinurIslam-tk5rg

    Күн бұрын

    Garir Malike Jelot jabo lagibo

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi2 күн бұрын

    ধন্যবাদ। এই ক্ষেত্ৰত ৰেহাই দিয়া বাবে বহুতে বহুত ধন্যবাদ।

  • @atilalongkumer5100
    @atilalongkumer5100Күн бұрын

    Aito bhal khobor nohoi 😂 accident ot death holeu insurance poisa paboloi akha nai. Aito 2026 preplan arambho hoi gol 😂

  • @trailokeswarmazumdar3181
    @trailokeswarmazumdar31812 күн бұрын

    ভালে হৈছে ,কিন্তু গতি বেগ নিয়ন্ত্ৰন আইন থাকিব লাগে ।

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen26792 күн бұрын

    Very Good, সুৰা পান নিষিদ্ধ আৰু হেলমেত পিন্ধা বাহাল থাকিব লাগিব, জৰিমনা ৰেহাই দিয়াৰ বাবে ধন্যবাদ।

  • @official2605
    @official26052 күн бұрын

    একো ভাল কাম কৰা নাই মুখ্যমন্ত্ৰী কেবিনেটে। যাৰে যি মন যায় তাকে কৰিব। উৎপাত বাহিবহে এনেকুৱা হলে।।।

  • @rbindiacreation1271
    @rbindiacreation1271Күн бұрын

    Val xidantta. Finor namot raije bohut kosto paisil, aru bohut durnity hoisil.❤❤❤

  • @lonypawangogoi6321
    @lonypawangogoi63212 күн бұрын

    Licence nohole kihobo

  • @youngnick07

    @youngnick07

    2 күн бұрын

    Mur o nai koba sun ki hobo

  • @KriyanshBora-sv3eq

    @KriyanshBora-sv3eq

    Күн бұрын

    Amaru nai ki hobo.aru hokolu thaite hobone eaia

  • @hemantakardong1169
    @hemantakardong11692 күн бұрын

    চৰকাৰে সচাকৈ সাধাৰণ জনতাৰ কাৰণে ভাল পদক্ষেপ গ্ৰহণ কৰিছে, ধন্যবাদ।

  • @PrashantaSangma
    @PrashantaSangma2 күн бұрын

    ভাল খবৰ নহয়, এতিয়া বিশেষ কামত ওলাই যাবলৈকো চিন্তা কৰি সাৱধানতাৰে ওলাই যাবলগীয়া হ'ব। অনুজ্ঞা পত্ৰৰ মূল্য নথকা হ'ল।

  • @NobinKandulana-vv1rc
    @NobinKandulana-vv1rc18 сағат бұрын

    খুউব ভাল সিদ্ধান্ত

  • @jayadass2681
    @jayadass26812 күн бұрын

    খুব সুন্দৰ পদক্ষেপ

  • @MonalishaSaikia-fy8ug
    @MonalishaSaikia-fy8ug2 күн бұрын

    Val katha Thank you

  • @Bidbeast
    @Bidbeast2 күн бұрын

    প্ৰশাসনক সন্মান জনাব যিয়ে জানে তেওঁলোকে নিযমানুযায়ী চলাচল কৰিব।সুৰাপান সম্পূৰ্ণ ভাবে নোহোৱা কৰিব পাৰিলে উঠি অহা ডেকা সকলক সুস্থ জীৱন দান কৰাৰ নিচিনা হব ।ধন্যবাদ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাৰ।এনে সুস্থিৰ ভাবে চৰকাৰ চলাই যাওক।আপুনি জ্ঞানী ব্যক্তি গতিকে নিজে নিজৰ মানসিকতাৰ উন্নয়ন কৰক ।ভগৱান আপোনাৰ সহায় হওক।

  • @user-bx9sv9xb1q
    @user-bx9sv9xb1qКүн бұрын

    Khub Bhal Hidantha Thanks Our C. E. M. Mr H. B. S.

  • @user-xs5rn3lf1t
    @user-xs5rn3lf1t2 күн бұрын

    সুন্দৰ পদক্ষেপ লৈছে অসম চৰকাৰে ।

  • @bishalsarma5306
    @bishalsarma53062 күн бұрын

    ভুল পদক্ষেপ বেছি হে কৰিব লাগিছিল জৰিমণা যদি ইলেকচন ৰ বাবে কৰিছে বহুত বেয়া পদক্ষেপ আমি ভোট এনেও দিম

  • @binoddutta6019
    @binoddutta60192 күн бұрын

    মহান মূখ্য মন্ত্ৰী গৰাকিয়ে বুজি উঠিছে এই সৰু সৰু কথা বিলাকৰ ভিতৰত ৩য় শ্ৰেণীৰ চিটিজন সকলৰ হে হাৰাশাষ্টি হয় আৰু প্ৰশানৰ লুলুপ দৃষ্টিৰ পৰা ৰক্ষ্যা পাব ।Thanks a lot CM sir .

  • @SasangkaMazumdar-wq4nf
    @SasangkaMazumdar-wq4nf2 күн бұрын

    Moza ..mama ..i hpoes allwes Assam...CM..I lv u❤❤❤

  • @uttampegupegu4460
    @uttampegupegu44602 күн бұрын

    Mama zindabad

  • @user-bx9sv9xb1q
    @user-bx9sv9xb1qКүн бұрын

    Kub Bhal Hidanta. Thank You Our C E. M. Mr H.B S.

  • @BhabakantaPayeng
    @BhabakantaPayengКүн бұрын

    ভাল খবৰ নীতি নিয়ম বোৰ মানি চলিব লাগে।

  • @achintyayt6475
    @achintyayt6475Күн бұрын

    এইটো বেয়া কথা থিক আছে যি খকল লোকৰ লাইচেঞ্চ বা rc আছে তেখেত লোকৰ এক্সপীয়েৰী date গৈছে তেখেত লোকৰ একো নাই যিসকল লোকৰ একো নাই তেখেত লোকৰ কি হব অকল হেলমেত পিন্ধিলে নহব ন

  • @amiyasutradhar7702
    @amiyasutradhar7702Күн бұрын

    কেতিয়াবা দেখা যায় দুচকিয়া বাহনত ৩/৪ জন লৈকে ব্যক্তি উঠে, সিহঁতৰ বাবে কি ব্যবস্থা লোৱা হব?

  • @prasantaprasanta4503
    @prasantaprasanta45032 күн бұрын

    কায্যকৰী কেতিয়াৰ পৰা হব । এই সিদ্ধান্ত কিমান দিনৰ বাবে বাহাল থাকিব ।

  • @BasedAli-gf6jk
    @BasedAli-gf6jk2 күн бұрын

    Very fine done r himanonta govt thank u c m sir very much

  • @medinitalukdar4873
    @medinitalukdar48732 күн бұрын

    হেলমেট বাধ্যতামূলক আৰু সুৰাপান কৰিৱ নোৱাৰিব ; বাকি বোৰ শিথিল...ভাল পদক্ষেপ ....

  • @InnocentMountainLake-wg4wx
    @InnocentMountainLake-wg4wx2 күн бұрын

    আইন শিথিল কৰি দিয়াৰ পাছত সৰু- ডাঙৰ নগৰ বোৰত দুচকীয়া বাহনৰ ভিৰ হ'ব । নথিপত্ৰ নথকা প্ৰায়ই দুচকীয়া- বাহনবোৰ নগৰত ল'বলৈ ভয় খাইছিল, এতিয়া নিৰ্ভয় হ'ল , বাধা নাই। গতিকে আগতকৈ দুৰ্ঘটনাৰ সংখ্যা বাঢ়িব পাৰে ।

Келесі