LIVE | AstraZeneca | কভিশ্বিল্ড প্ৰতিষেধক লোৱাসকলৰ নতুন আতংক ! Covishield | N18L
LIVE | AstraZeneca | কভিশ্বিল্ড প্ৰতিষেধক লোৱাসকলৰ নতুন আতংক !
কভিশ্বিল্ডৰ মাতৃ প্ৰতিষ্ঠানে প্ৰত্যাহাৰ কৰিলে ক'ভিড প্ৰতিষেধক
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#covishield #AstraZeneca #covid #covidvaccine #jayantamadhavgoswami
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
Пікірлер: 98
মিষ্টাৰ সাংবাদিক দেউ, ইয়াৰ লগত সংযুক্ত বাতৰিটো এই যে পাৰ্শ্ব প্ৰতিক্ৰিয়া অত্যন্ত সীমিত, আৰু যদি পাশ্ব ক্ৰিয়া দেখা দিয়ে টিক্কা কৰণৰ খুব বেছি ৬মাহৰ ভিতৰতে প্ৰভাবিত হ'ব বুলি প্ৰকাশ। আপুনি জনসাধাৰণক ভিতিগ্ৰস্ত কৰিবলৈ নে বাতৰি প্ৰকাশ কৰি বাঃ বাঃ ল'ব বিচাৰিছে।
@SharangaKalita-dn2ux
5 күн бұрын
😮😢😢😢😢😅😅
কথা বোৰ অলপ চিন্তা কৰি চিঞৰি থাকক।মানুহক আত্নকিত নকৰিব
কি প্ৰতিষেধ ল'লে বৰ্ত্তমানৰ কভিশ্বিল্ডে দ্বাৰা সংঘটিত বিপদৰ পৰা আমি হাত সাৰিব পাৰোঁ ,তাৰ চিন্তাহে কৰা উচিত I এইদৰে প্ৰতিদিনে প্ৰচাৰিত আতংকৰ বাতৰিয়ে বেচিকৈহে মানুহক জীৱনলৈ অমানিশা নমাই আনিব I সময় সাপেক্ষে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰক ,I
হয় মই 1,2,3লৈছিলো , তাৰ পিছত বহুত দুৰ্বল হৈ পৰিছো
আমাক পুলিচ লগাই লৈ যোৱাৰ ভাবুকি দি ভেকচিন লবলৈ বাধ্য কৰিছিল
ইয়াৰ উপায় উলিয়াব লাগে
মানূহ এজনক সাপে খুমটাই মাৰিব বুলি ক'লে তাৰ চুকু বান্ধি দিয়া হ'ল আৰু এটা কোঠাত সোমোৱাই বেজিৰে খুচি দিয়া হ'ল সচাকে সাপে খুটিল বুলি চিন্তাত মানুহজন মৰিল
অসমত নিৰ্বাচন শেষ হোৱাৰ পাছত মনত পৰিছে তহতৰ 😮
এতিয়া ৰাইজৰ মাজত সজাগতা আনিবলৈ চৰকাৰে কি ব্যৱস্থা কৰিব। লগতে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে কি ব্যৱস্থা কৰিছে।
আপোনাৰ চিঞৰ শুনি মানুহ মৰিবই এতিয়া
God bless u.... নিউজ দিবলৈ আপুনি বাচিলে হ'ল।।।
সাপ হৈ খুতে বেজ হৈ জাৰে!সাধাৰণ জনতাক ডম্বৰো জুকাৰি নছুওৱা টো আপোনালুকৰ ধৰ্ম নেকি ?👍👍👍👍👍👍👍👍👍
Tumaluke batoriutu manuhor majot aatonkor babehe posar Kora jen lage jitu topic. Dim buli kua heiytu nulaigoi
নললে উপায় আছিল নে। চৰকাৰে কঠোৰ আদেশ দিছিল। নহ'লে অফিচলৈ যাব নোৱাৰি, বজাৰলৈ যাব নোৱাৰি, বাছত ট্ৰেইনত যাব নোৱাৰি। হ'ব, মৰিলে একাংশই ভোগ কৰিব জীৱন। এনেও মানুহ মৰণশীল। বেছি চিন্তা কৰি লাভ নাই।
Ear babe BJP sorkar dayee
তহতৰ নিচিনা সাংবাদিকে বেছি আতংকহে বিয়পাইছ, তয় নো কি ভেকচিন লৈছিলি
I have taken two dose but i did not face any health issue
Moi 3 Dose Loiso
হয়, লৈছিলো। একেবাৰে সচাঁ কথা। ব'স্তাৰ দ'জো লৈছিলো। বৰ্তমান অলপতে weak feel কৰাই নহয় বিভিন্ন বিষয়ত শাৰীৰিক শক্তি লোপ পাইছে। অৱশ্যে মোৰ বয়স প্ৰায় ৫৮ বছৰ। তথাপিও 'কভিশ্লিড'ৰ bad effect আছে বুলি বিশ্বাস হয়।
Moi 3ta lolu aku huwa nai misa koi lab nai Mi
কল্কী অৱতাৰ বহুত মানুহে নোলোৱাকৈহল
সেইবিধ বাধ্যতামূলকভাৱে লবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেই সময়ছোৱাত ৷ এতিয়া পাৰে যদি তাৰো প্ৰতিষেধক উলিয়াওক ৷ সেইটো যদি সম্ভৱ নহয় তেন্তে বিপদ আহিলেও আহক, যিটো বাধা দিব নোৱাৰিম ৷ অযথা আতংকিত কৰি নাথাকিবলৈ চেনেল সমূহলৈ অনুৰোধ থাকিল ৷
কভিশিল প্ৰতিষেধকৰ ভাল খবৰ আহিলে জনাব।
Aetia ji koleo upai nai aami tinitakoi ketiyabaie luwa hol .diyar aagate porikha nakori aetia kori ki lav aase.
আমি নাই লোৱা
Tumi loisa ne nai heya agote koi liwa
হয় মইও লৈছো বৰ্তমান লৈকে মোৰ একো হোৱা নাই আৰু নহয় ভোল বকিব নালাগে যেতিয়া মৰিব লগা আছে তেতিয়াই মৰিম মানুহক এনেকৈ ভয় খোৱাব নালাগে।
মুখত কিবা অবাইচ মাতহে ওলাব আৰু। মানুহক ভয় খুৱাই বিভ্ৰান্তিৰ সৃষ্টি কৰাটোৱেই আপোনাৰ কাম নেকি? যদি পাৰে যোগাত্মক বাতৰি প্ৰচাৰ কৰক। 😠😠😠 মই ও লৈছোঁ, ক''তা এতিয়াও ঠিকেই আছোঁ দেখোন। আৰু এটা কথা মানুহ মৰণশীল।
বহুত বদমাছ তহত বোৰ 😂
@dipankachetia9856
27 күн бұрын
😂
😊
It is very unfortunate matter for us. We are very unlucky. Govt should take remady for us to let us live long.
Govt has to take the responsibility
After confirm , go legal action
What is life : If it is full of care We have no time to stay and stare. Bertrand Russell*. Alert, alarming and caution/becare etc.that making us sleepless but we want step not the message of timidization. Opinion what we feel unnecessary.
কোণে লোৱা নাই ভেকচিন ।
কথাবোৰ একবাৰ কলেই হল। বাৰ বাৰ একেটাই কথা কৈছে। কোৱীড টোত কে বেছি। আপোনাৰ কথাবোৰ। Dangerous
Etiya ki hol sarkar ki dayi hobo ne?
তহতি এটা দালালি হয় ভেকচিণ নললে হাঁহি চিলিং আৰু এটিয়া মানুহক সান্তনা দিবলৈ আহিচ
তাৰমানে Covishild ৰ প্ৰতিষেধক বোলি আকৌ জনসাধাৰণক মূখ বনাই Slow Poison ৰ Injection দিব বিছাৰিছে নে কি চৰকাৰে ।
িক হব পাৰে সেইটো ক
তহতে জহৰা
থথা খৱাহত তেতিয়া নেদিলেতো প্ৰছাৰ কৰিছিলি দিয়া দিয়া নাই বুলি এতিয় আৰু পগলাৰ দৰে বকিছ।মৰিলে মৰিবদেই।
Moi 3 ta loisilu
Ata kothak ki bare bare boki thaka
Election r agot kot Hui asili
Kas kori bo lagibo
Atiya manuhak bhoi dekhai thaki ki labh sarkare kiyo loyashil.jur dabardasti.
উপায় নাই আৰু কাৰোবাৰ হাহ কুকুৰা আছে নেকি বিছাৰি ফুৰক, যাব লাগে আৰু সময় বেছি নাই, ঘৰ খন Ta Ta Bye Bye কৈ ওলাই আহক ।
Pritranar upai tuo nidia kio? Atanka biapai akau natunkoi .......loa tu to hoie gol.....paritranar upai ki...?😮😮
Amak sahay lage sakulu covichild luwa parialak aru covichild vaccine lai mritu hwa parialak sakari diak aru uccha sikhar babe parialar lara suwalik prati mahe ati kamew 15000 hajar takakai diar byabastha karak 🙏
Atia manuh knk rokha hoi haibur sinta koribo lage sat news d lav ni, suduvai kitai sob hikh korile
Ai bilal beper asil
Tinita lolu kihobo atia
Bar besi pan pania news but hoi babe batatri bad disu.
Kam nai, korobat kiba eta hole tohare halla logai dio. Firstly reachers and then give us information .
Fajir , aftab ,answer,, laloy died for heard problem after taking vectine
Aponer protibedon not based any substance.
Mur murabi covicild lai mrityu hal ajilaike Parialak kunu sahari nai Amar parialtu ai manu mara biji lai rugia haisu Baturibur je eman rahan sani kai thake apuni kiman jane ai baji laisile aru kiman jane mrityuk akalate dabati lale tewlukar bidesi atmar satgatir karane sahid badi banuwar byabastha karar upay makare kia
Ene batori kio ulai thake WHO kot gol etia
Covind victim Kam nai
Our last prayer to all deshbashi to find out the culprit behind dangerous conspiracies and who are responsible for menacing consequences to be faced by us. At least humanity point may please repeat please be taken into consideration. Is it an ambassador of death?
False facts...spoken with doctor we all will get exact information
Ai vaccine tante manuh heart attack hoi moriboloihe diche neki?
Morabi aru besidin nai
News diok. Êman kamur dia kio
Raije piton diok
Korona injection nidile office jowa ban korisil , bahut manuhok khedi khedi marisil,aji kiO....... BJP boore kot gol he....... MojjjjjjjjjjjjjjjjjjjjjjA MojjjjjjjjjjjjjjjjjjjjjjA
Faltu news.manuhok boi kuwai morabo.
ফাল্টু বাতৰি । মৰিবলৈ ইমান ভয় নে ?
Your news is redundant। You are repeating the same lines five to ten times. Please avoid doing such a bad practice less your channel lose its credibility.
আপুনি লোৱা নাই নেকি
Hei.kono.moranai.3.bosoror Pisot.reaction.hoinrki .
Aatonko nohoi 2025 2026 r bhitorot mori hekh hobo
Apni loly ni
Moribi kela sobea😂😂😂😂😂😂
Toihe moribi etia.
Suduvai kitai sob hikh kori plale, manuh bur bmari korile
অযথা
Ledura.batori