LIVE | Assam Congress | ৰকিবুল হুছেইনক লৈ অসম কংগ্ৰেছত সংঘাত | বিভাজিত হ'ল সংখ্যালঘু বিধায়ক | N18L
Ойын-сауық
LIVE | Assam Congress | ৰকিবুল হুছেইনক লৈ অসম কংগ্ৰেছত সংঘাত | বিভাজিত হ'ল সংখ্যালঘু বিধায়ক | N18L
#livenews #live
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#pradyutbordoloi #gauravgogoi #congress #loksabhaelection2024 #rokibulhussain #rokibul #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
Пікірлер: 54
200%সঁচা, আমি আগৰ পৰাই কৈ আছো। কিন্তু সঁচা news টো প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ।
এয়া নেতা সকলৰ ৰাজনীতি নে দলৰ স্থিতি অসমৰ পৰা শেষ কৰাৰ ৰাজনীতি হয়। দলৰ বিধায়ক / সাংসদ দলীয় সিদ্ধান্তৰ বিৰোধীতা কৰে তেন্তে AAP, TMC, বহি থাকিব নে?
কংগ্ৰেছৰ অৱস্থা শোচনীয় হোৱা খাটাং কাৰন কংগ্ৰেছৰ মাজত যি সকল সংখ্যালঘু বিধায়ক আছে ক'ব গ'লে সকলোৰ মাজত গাদ্দাৰ স্বভাৱ আছে। এই নেতাবোৰে সংখ্যালঘু ৰাইজৰ কোনো এটা স্থায়ী সমস্যা সমাধান কৰিব পৰা নাই।।
কংগ্ৰেছত কমেও আৰু এজন পুৰুষ নেতা আছে দলটো সম্পূৰ্ণৰূপে শেষ কৰি দিবলৈ ৷ দ্বিতীয়জনৰ পত্নীও আছে সেই একে শাৰীত ৷ ভূপেন বড়াই চিনিব পাৰিলেও একো কৰিব নোৱাৰে বাবে সেই সকলেহে আগভাগ লয় ৷
যি সকলে সাংসদ হৈ সংসদত একো মাত নামাতে তেওঁলোকক টিকট দিব নালাগে ।
Ajmal sahab zindabad ❤️🌹
রাইজে নেতার কথা নোহুনে রাইজে হাতোর চিনোত ভোট দি জয় কোবো
Undoubtedly win Bador uddin Ajmal.
We don't want Rakibul.
Mojja. Shess hobo lage
Duburtih wazed Ali triket dile valo hoy
Good Ajmal always King
aiudf. jindabad
হুছেইন ডাঙৰীয়াই হাইকামাণ্ডৰ মতে চলিলে দলটোৰ সৃঙ্খলা ৰক্ষা পৰে ।
@mousm6612
3 ай бұрын
Hussain dangoria jetia bonmontri asil tetiar pora nagaonr hokolu oncholote bandor meli di bandoror upodrop bohaise...kotu eku rubo nuari...Hussain roxatole jauk...duwa thakil
বিজেপি এ আই ইও ডি এফ এ যিমান বদনাম কৰিলেও কংগ্রেছ কেতিয়াও শেষ নহয়। কোনোবা আহিব কোনোবা যাব।
আজমল আগৰ পৰাই শক্তিশালী প্ৰাৰ্থী
Badruddin Ajmal Zindabad AIUDF Zindabad
বিধায়কে লোকসভা নিৰ্বাচন খেলিলে বিধায়ক পদৰ পৰা পদত্যাগ কৰিহে প্ৰাৰ্থীত্ব আগবঢ়ালে ভাল হব। এনে প্ৰাৰ্থীয়ে হাৰক বা জিকক দুয়োটা ক্ষেত্ৰতে বিধায়ক পদ খালি ৰ'ব আৰু উপনিৰ্বাচন হব লাগে। তেতিয়া হাই কাজিয়াও নহব পাৰে।
Ajmol to jikiboi
রকিবুল হারিব
Well
রকিবুলের কাম নাই
কংগ্ৰেছে আৰু নিৰ্বাচন নেখেলিলেও হ'ব । সকলো ৱে দা- কুথাৰ লৈ যুদ্ধ আৰম্ভ কৰক।
Rokibul...jindabad
Congress zindabad
রকিবুল হারব গেরানটি
Raki bul jikato khatang ajmal ata bepari
😮😮😮😮😮
একে কথা বাৰে বাৰে কবি থকা কিয়া
Hl
O
Congress jindabad
Rakibulok Heusen will come
সংখ্যালঘু == ×× মুচলিম === ✓✓ মুচলমান সংখ্যা লঘূ নহয় আপডেটেদ হৈ থকা ভাল। ।।
Hi
Rakibul
Bhagomvag part 1Suru
Hindi chanelor Sentence
রকিবুল জীনদাবাদ
Bihombadar babe congress dubi aase.
এইবাৰ কংগ্ৰেছে যাবো
Foltu new
. In my
Aitu dalali
CONGRESS BIG ZERO
@user-cj4xp5if2h
Ай бұрын
রকিবুল হুছেন জিন্দাবাদ
Roke.longlaif
রাইজে নেতার কথা নোহুনে রাইজে হাতোর চিনোত ভোট দি জয় কোবো