লতাশিল বিহু কুৱঁৰী-২০২৪ ৰিতুপৰ্ণা দাস | Latasil bihu konwari-2024 Rituporna Das | Latasil Bihu-2024
Ойын-сауық
লতাশিল বিহু কুৱঁৰী-২০২৪ ৰিতুপৰ্ণা দাস | Latasil bihu konwari-2024 Rituporna Das | Latasil Bihu-2024
গুৱাহাটী বিহু সন্মিলনী ২০২৪ৰ বিহু কুৱঁৰীৰ খিতাপ লাভ কৰে ডিব্ৰুগড় জিলাৰ ৰিতুপৰ্ণা দাসে... অভিনন্দন জ্ঞাপন কৰিছো....
#rituporna_das
#latasil_bihu_konwari
#latasil_bihu_samragi
Пікірлер: 66
Rituporna baa mur favourite Nasoni ❤, Congratulations Rituporna baa.
Bht besi dhuniya ❤️❤️
দেৱীপূজা নামষাৰৰ লগতে প্ৰত্যেকটো বিহুনাম আৰু যোজনা ইমান যে সুন্দৰ হৈছে ৷❤ এইবাৰ ৰিতুপৰ্ণা দাসৰ লতাশিল বিহুকুৱঁৰীৰ পৰিবেশনটো সকলো প্ৰতিযোগীতাৰ সকলো প্ৰতিযোগীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হৈছে মোৰ বোধেৰে ৷ বাকী বিজ্ঞজনে জানিব বাৰু ৷ আগতেও শ্ৰীমতী দাসৰ বিহুনাচ চাইছো ৷ কিন্তু লতাশিলৰ এইবাৰৰ তেখেতৰ বিহুখন the best হৈছে ৷ 🎉🎉
ডিব্ৰুগড়ৰ গৌৰৱ❤ ৰিতু বা
সুন্দৰ হৈছে দেই বিহু নাচ বৰ ধুনীয়া লাগিছে 💞🥰😘🤗👌
বৰ সুন্দৰ উপস্থাপন ৷ নাচটো গহীন গম্ভীৰ হৈছে ৷ এইবাৰ শ্ৰীমতী দাসৰ বিহুনাচ আগতকৈয়ো উন্নত মানৰ হৈছে ৷ তেখেতলৈ অলেখ শুভেচ্ছা থাকিল ৷🎉🎉
নাচৰ পৰা আদি কৰি সকলোখিনি বৰ সুন্দৰ হৈছে দেই 😍 আটাইলৈকে শুভেচ্ছা থাকিল ❤️
Mojaa mojaa very nice 👍
Roi asilu rituparna bihu sab le ❤❤
Priyo baa joni❤
দিপ ককাইদেউ জুই 🔥
Rituparna r bihu saboloi a roi asilu...love from hajo ❤
Biswa dak miss korisu aibr❤
বহুত সুন্দৰ হৈছে
Ritu baa🎉❤
Dhanybad ❤
Amar Deep daa juii🔥💟
@deepjyotibora9291
3 ай бұрын
Tq
1st saisu dei Val lagil sai
Deepjyoti🔥🔥
Val lagil ❤❤❤❤❤❤
Very good vaya Golaghat r lora fali disa oha bohagot log pm
@deepjyotibora9291
3 ай бұрын
Okk
🙏🙏Uuuuufffff 🔥🔥🔥 Dhuneya.... Abar tem tu change hol... Holau Nasoni 🔥🔥🔥🔥🔥Sunu da is back
@bihuboliya4058
3 ай бұрын
Asu dei ahilu akou
@aituashimbhaiassam5371
2 ай бұрын
@@bihuboliya4058 👍👍👍
Bohut dolti rituporna hokaluloi hubsha thakil
অভিনন্দন ♥️
❤❤❤mojjaa❤❤❤
Vaal lagil
Awesome ❤❤
.ডিব্ৰুগড় গৌৰৱ ৰিতুপণা বা
চাব লৈছো দাদা❤ধন্যবাদ
Val hoisa
Deepjyoti dhuniya hoisa
@deepjyotibora9291
3 ай бұрын
Tq❤
ডিব্ৰুগড়ৰ গৌৰৱ
সুন্দৰ ♥️
সুন্দৰ
🎉🎉❤
Nice
Rituparna is the best 🫶🫠
❤❤❤❤❤
Good
Congratulations ❤❤❤
@rituparnadas9101
3 ай бұрын
Thnq baa
বিচাৰক সকলক এবাৰ দেখুৱাব লাগে।
Bahor khuta tur dhori vdo graphy beya hoise
আজি ভিদিঅ' কৰা positionটো সলাই লব দেই ককাই বাঁহডাল মাজত আহি গৈছে
@অনুপমবিতোপন
3 ай бұрын
Hbo baru
Niharika bar vdo diok
Kuntu position pale jonabosun dada
@অনুপমবিতোপন
3 ай бұрын
rituporna das latasil bihu konwari pahari Buragohain Latasil Bihurani-2024
Bou😊❤❤
সম্ৰাজ্ঞী প্ৰতিযোগিতা কেতিয়া হ'ব ?
@ankurkalita7577
3 ай бұрын
Aji hobo
বহুত ভাল লাগিল ❤️ আমাৰ এইৰ নাচ চাবলৈ এ ৰৈ আছিলোঁ ❤️ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ল নহয় নে ?
@অনুপমবিতোপন
3 ай бұрын
latasil bihu konwari 2024
Bihurani dangor ne Bihukuwari?? Kuntu khitap besi uporot
@pinakpanibarthakur881
3 ай бұрын
বিহুৰাণী ডাঙৰ
@user-ih3xh1zl2y
3 ай бұрын
বিহু সম্ৰাজ্ঞী সকলোতকৈ শ্ৰেষ্ঠ মানে ওপৰত
Homragi compition aji hbo neki
Weener hol ne
অতীত কি কি খালী?হে।ফুন।
Mat Tut jur nai
Fast comment please like brother ❤❤❤❤