লৰাই কৰা কামক বহুতে হাঁহিছিল/মই Home tour কিয় দিয়া নাই/আমাৰ জীৱন সংগ্ৰাম

লৰাই কৰা কামক বহুতে হাঁহিছিল/মই Home tour কিয় দিয়া নাই/আমাৰ জীৱন সংগ্ৰাম#rashmikonwar#assamisevlog

Пікірлер: 147

  • @porinitaburagohain982
    @porinitaburagohain982Ай бұрын

    তোমাৰ ভিদিঅ চাবলৈ ৰৈ থাকো সদায়। ভাল লাগে তোমাৰ ভিদিঅ চাই । তুমি যে কৈছা এতিয়াও তোমাৰ অভাৱ আছে কলেজত economics পঢ়োতে পাইছিলো মানুহৰ অভাৱ হেনো সীমাহীন । ঘৰখনত কি আছে কি নাই সেইটো ডাঙৰ কথা নহয় ।ডাঙৰ কথা তোমাৰ খৰখনত থকা মৰম , স্নেহ, ভালপোৱাবোৰ ইজনে সিজনক বুজি পোৱাটো। যিটো তোমাৰ ঘৰখনত উপচি পৰাকৈ আছে । গতিকে তুমি ধনৰ ধনী নহলেও মনৰ ধনী তোমাৰ অন্তৰত সকলোৰে কাৰণে মৰম আছে , তোমাৰ এখন বিশাল হৃদয় আছে তাতকৈ বেছি কি লাগে মানুহক জীৱনত। সদায় এনেকৈয়ে সুখত থাকা মৰম❤❤❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত সাহস পালোঁ । জীৱনটো জীয়াবলৈ আপোনালোকৰ এই অপৰিসীম মৰম আশীৰ্বাদেই আমাৰ সাহস আৰু প্ৰেৰণা❤️

  • @paporiburagohain9672
    @paporiburagohain9672Ай бұрын

    মা আপোনাৰ ঘৰতো কোনখিনি ত ।। যাম এদিন।।বহত ভাল পাওঁ। ভিডিঅ'চাই।।❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    শিৱসাগৰ বকতা নঙলামৰা 😍💞😊

  • @user-nr1uk3cz2e
    @user-nr1uk3cz2eАй бұрын

    Baidu apunr vidu sai val lag

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ জনালোঁ

  • @monibaishya5956
    @monibaishya5956Ай бұрын

    Baideu apuni eman dhuniya ki

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    😊🙈❤️

  • @rekhadeka4518
    @rekhadeka4518Ай бұрын

    টকা পইছা যিমানে নহক পৰিয়ালটো সুখত থকাটোহে লাগে মানুহৰ যিমানে নহক তথাপি নাতে আপোনাৰ পৰিয়াল টো বহুত সুখী সদায় এনেদৰে থাকক ❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @sikhachetia2829
    @sikhachetia2829Ай бұрын

    ❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    💞

  • @sadhanagogoi4752
    @sadhanagogoi4752Ай бұрын

    খাৰু পিন্ধা অসুবিধাটো একেই মোৰো 😅😅

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    সঁচা অ 😊❤️😃

  • @indranineog4335
    @indranineog4335Ай бұрын

    কষ্টৰ ফল সদায় মিঠা। লাগে মাথো ধৈর্য আৰু সাহস।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    সঁচা 👍❤️

  • @jhanvi_saikia
    @jhanvi_saikiaАй бұрын

    Kotha ata hudhu bea napabo dei আপোনাৰ video সদায় চাও আৰু সদায় schol যোৱা time ত Mane চাও আপুনি ফুট টো নোলোৱাকৈ জাই নেকি নে camera t নুলায় বাৰু আৰু j বৰ্মা আপোনাৰ cholestrol ase neki baru mane চকুৰ ওপৰত বগা k থকা দেখি h hudhilu dei akdom বেয়া নাপাব কিন্তু and lots of love from sivasagar ❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    কলেষ্টৰল হোৱা বহু বছৰেই হল , বৰ্তমানলৈ একেই আছে । ফুট লোৱা নোলোৱাটোত আমাৰ ইয়াত হে মানুহে ইমান লাগি থাকে । আমাৰ বহু অসমীয়া কামৰ বাবে আমেৰিকা আদিত আছে এই কথা বোৰ তেওঁলোকে দেখোন গুৰুত্বই নিদিয়ে । কেৱল তুমিয়েই নহয় আৰু বহুতে সোধে এনে অপ্ৰয়োজনীয় কথা

  • @jhanvi_saikia

    @jhanvi_saikia

    Ай бұрын

    Nohoi বৰ্মা আপুনি ভুল বুজিচে/ মইও ফুট নলও আৰু সেইকাৰণে হে সুধিছো ফুট লোৱা নোলোৱা টো একো ডাঙৰ কথা নহয় মই মাত্ৰ জানিব কাৰনে হে সুধিছিল/ মই ইমান ঠেক মানসিকতাৰ নহয় বৰ্মা মই এইটো যুগৰে নাৰী মোৰ video bur চালেই গম পাব আৰু কলেষ্ট্ৰল টো মোৰ দেউতাৰ বহুত বেছি আছিল আৰু দেউতাই ৰাতিপুৱা গধূলি খোজ কাঢ়ি কাঢ়ি কমাই দিলে এতিয়া একেবাৰে নাই খোজ koha টো এ কলেষ্টল ৰ উৎকৃষ্ট মেডিচিন

  • @jhanvi_saikia

    @jhanvi_saikia

    Ай бұрын

    আৰু মই মাত্ৰ এইটো কাৰণে হে সুধিছিল বেয়া নাপাব আজিকালি পৃথিৱী খন এই এনেকুৱা হৈছে j positively কিবা কলেও মানুহে negatively এই loi আৰু লবই কিয়নো negative impact এই besi পৰিছে যি হলেও আপোনাৰ video চাই ভাল পাও আপোনাৰ পৰিয়াল টোক ভাল পাওঁ সেইকাৰণে আচলতে নিজৰ ভাবি এই hudhiselu murai sage কিবা ভুল হল hudhat /it was my fault Please forgive me. I’m regretful🥺🙏

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    @@jhanvi_saikia তোমাক মই অলপো বেয়া পোৱা নাই । কলেষ্টৰলৰ উত্তৰটো মই নিশ্চয় যথাযথা ভাবেই দিছোঁ নহয় নে ? কিন্তু ফুটৰ উত্তৰ দি দি ভাগৰিছোঁ মই । আজিলৈকে কিমানক উত্তৰ দিলো সীমা সংখ্যা নাই । সেয়ে ইয়াৰ ওপৰত এদিন এটা ভিডিও বনাই দিছিলোঁ । মই ভাবোঁ মোৰ বিষয়ে বা অন্য বহুত বিষয় বস্তু আছে সুধিব লগীয়া বা আলোচনা কৰিব লগীয়া নহয় জানো ?

  • @priyadevi5968
    @priyadevi5968Ай бұрын

    কষ্টৰ ফল সদায় মিঠা বা,ঘৰৰ সকলো পোহনিয়া বস্তুৰ ঘৰৰ মানুহৰ উপৰত আশা থাকে,মই সকলো বস্ত টো ঘৰৰ চোৱা চিতা কৰো কাৰন পইচা দুট কাৰ কাৰনে এই খিনি কৰিব লাগিব,...বহুত মৰম বা ❤❤

  • @PraytyushChetia-mh6nk
    @PraytyushChetia-mh6nkАй бұрын

    মানুহৰ জীৱনৰ অন্তিম মূহুৰ্ত লৈকে অভাৱে পাছ নেৰিবৈ চাগে অ,,,,,আমাৰ যে কিমান কত অভাৱ কেতিয়া নো পূৰ হব ,,,,,,,,মানুহ জনৰো চাকৰি নাই চৰকাৰী ,, সুদূৰ তামিলনাডু ৰাজ্যত গৈ কৰ্ম কৰি আছে,,আশীৰ্বাদ কৰিব বা,,❤❤❤ পৰিয়ালৰ সকলো সদস্যৰ মাজত বুজা বুজি মৰম চেনেহ থাকিলে বহুত খিনি অভাৱ থাকিলেও যেন অভাৱ যেন নালাগে,, বাবলুৰ গাহৰি ফাৰ্ম দেখি ভাল লাগিল❤❤❤অসমীয়া লৰা যিহেতু ইমান ধুনীয়া কৈ এই বয়সতে মাক দেউতাৰ ওপৰত নিৰ্ভৰ নকৰাকৈ স্বাৱলম্বী হৈ আছে তাতকৈ কি লাগিছে বা,,,আজিও বাবলুৰ বয়সৰ কিছু লৰাই উদণ্ড হৈ ঘূৰি ফুৰে,,,,,, বাবলো বুলিয়ে কলো ,,বয়স হয়তো সৰু হবও পাৰে dangoru হব পাৰে বেয়া নাপাব❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    তোমাৰ মন্তব্যই সুখী কৰিলে । ভালে থাকা দেই ❤️

  • @ITS_SWEETY-s1k
    @ITS_SWEETY-s1kАй бұрын

    Ma buwari manuheu henu kharu nipindhakoi thakib napai.deuatar karone pindhiba ma kharu.ma tumar video 3dinor picot he caicu .aji cabolio pai bhut Val lagil ma❤❤❤

  • @mansisingh5525
    @mansisingh5525Ай бұрын

    ❤❤❤❤❤❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️❤️

  • @minasaikiavlogandrecipe1414
    @minasaikiavlogandrecipe1414Ай бұрын

    Xundor sharing val lagil maina tu bor morom loga vogobane mongol korok

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    অশেষ ধন্যবাদ জনালোঁ

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1uАй бұрын

    তোমাৰ ভিডিও চাই বহুত ভাল লাগে।তোমাৰ কথা বিলাক ভাল লাগে।টকা পইচা লাগে সচা কিন্তু টকা থাকিলেও মানুহ সুখী নহয় ঘৰখনৰ মানুহ বোৰে মিলা প্রিতি হৈ থাকিলে তাতকৈ সুখ আৰু একো নাই। যেনে তোমালোকৰ ঘৰখনৰ দৰে। আমাৰ ঘৰখনো লৰা ছোৱালী আৰু দেউতাক ক লৈ বহুত সুখি।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ মন্তব্যৰ বাবে

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2fАй бұрын

    Videoটো চাই ভাল লাগিল বা৷ আপোনাৰ লৰাৰ গাহৰি পালন কৰা ব্যৱসাই টোত যাতে অধিক উন্নতি হওক পোৱালীকেইটা ভালকৈ উঠক তাকো কামনা কৰিছোঁ৷ প্ৰকৃততে এখন ঘৰত কি আছে কি নাই সেইটো ডাঙৰ কথা নহয়৷ মৰম বুজা পৰাৰে ঘৰ এখন চলি থকাটো আছল কথা৷ মানুহৰ জীৱনত বস্তুৰ অভাৱ হয়তো মৃত্যুৰ আগলৈকে নুগুচে৷কিন্ত চলি থাকিব পৰিকৈ যি আছে তাতে সুখী হোৱাতো ভাল৷ মোৰ ভাৱতোহে জনালোঁ৷কাৰণ এটা ভাবো আমাতকৈ বহোত অভাৱত এখিনি মানুহ আছে ৷ তেওঁলোকে কি কৰিব? সদায় ভালে থাককদেই৷❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত বহুত ধন্যবাদ

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaonАй бұрын

    বাহিৰেও

  • @ProxGaming240
    @ProxGaming240Ай бұрын

    Aji apunak bohut dhuniya lagise ❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ জনালোঁ

  • @mansisingh5525
    @mansisingh5525Ай бұрын

    Love you anti ji ❤ good night

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    love u2

  • @kabitaborabhakatgaon
    @kabitaborabhakatgaonАй бұрын

    এতিয়াহে চাইছো সখী হয় অ জীৱনটোত বহুত সংগ্ৰাম কৰিব লগা হয় মোৰো একেই তোমাৰ দৰে তোমি প্ৰকাশ কৰিব পৰা ভাল মইযে প্ৰকাশো কৰিব নোৱাৰো ❤সচাঁ মৰম চেনেহৰ বাহিৰৃও টকাৰ প্ৰয়োজন টকা নহলে একো নাই❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    হয় সখী

  • @user-rv6mg4wv9w
    @user-rv6mg4wv9wАй бұрын

    Ba jibon tu soliboloi jikunu kam koribo lagibo .kamor horubor nai .vindaw aru bablu nisina mur manuh jone gahori fram khuliboloi loise ghartu hoise kintu gahori puwali ana nai .babluwe gahori puha karone manuhe hahise kintu teuluke hahibo he parise hahokh dibo pora nai.anor kotha nuhuni agbahi jowa.😊

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত বহুত মৰম আৰু ধন্যবাদ জনালোঁ

  • @mainadehingia2696
    @mainadehingia2696Ай бұрын

    Bht vl lage apunar lukr ghr manuh...hdai sw video....

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত বহুত মৰম

  • @rumibaruah111
    @rumibaruah111Ай бұрын

    Apunak chain dal pindhute eman vl lagise ....boga manuh ekdam jiliki ase❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    🙈😊❤️❤️ মৰম

  • @rumibaruah111

    @rumibaruah111

    Ай бұрын

    @@RashmiKonwar ❤️❤️

  • @BobiPhukan
    @BobiPhukanАй бұрын

    Video tu sai dhuniya lagile. Puwali keita morom loga dei , keibabaru salu re kri kri ❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    আই অ 😊😊😊❤️❤️❤️ এগাল মৰম দিলোঁ দেই

  • @mousomiswargiary4144
    @mousomiswargiary4144Ай бұрын

    Amar w 10ta puali dise

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ভাল লাগিল 😊

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ভাল লাগিল 😊

  • @MainuChetia-gt5qg
    @MainuChetia-gt5qgАй бұрын

    Agikali kharu nipindhileu upey nei maa apuni bhale thakok gote goleu helmate lagiboye maa

  • @DipikaDehingia
    @DipikaDehingiaАй бұрын

    ভাল লাগিল ভিডিঅ'টো বাইদেউ 🙏🏻

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ জনালোঁ

  • @AnjaliGogoi-cb5dq
    @AnjaliGogoi-cb5dqАй бұрын

    আধাতে comment গুচি গল।ঘৰলৈ আলহি আহিল।লিখি থাকোতে।delat কৰিব নাজানো।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    একো নহয় অ বন্ধুৱনী 😊

  • @AnjaliGogoi-cb5dq
    @AnjaliGogoi-cb5dqАй бұрын

    আপোনাৰ ব্লগ বিলাক চাই থাকোতে মোৰ মণতো জীৱনৰ বহু ঘাট-পতিঘাট ঘটনা মণলৈ আহে।সচাঁ অৰ্থত গ'লে ঘাট মাউৰা।সেইহে লৰাকো মাজে-মাজে কওঁ' ভগৱানে

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    জীৱনৰ সেই সময় বোৰে আমাক বহুত শিক্ষা দিলে । ভালে থাকক দেই ❤️

  • @Nilakshi16
    @Nilakshi16Ай бұрын

    Khuri paani olop besi k khabo.. Schoolt bohut homoye thake... 2 ltr man khabo... Half ltr kom hoi. Val lagil vedio Tu sai ❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম হয়

  • @user-yh4uq4fq2x
    @user-yh4uq4fq2xАй бұрын

    Cerelecks khuwab parim nohoi 6mah humale n.mur loratu 5mah soli ase atiya

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম

  • @ambikasaikia226
    @ambikasaikia226Ай бұрын

    আপোনালোক সৰু লৰাক এদিনো ভালকৈ ভিডিউত নেদেখাই যে মা। আপোনালোকলৈ বহুত বহুত মৰম যাচিলো ❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    সি ওলাবলৈ বেয়া পায় অ

  • @pori1754
    @pori1754Ай бұрын

    Apuner video loi roi thoka holu.Emanbur kotha sikibo pari apuner pora.Sadai anekoi hahi thakejen.Apuni kun school t job kore moi jona nai.Beya napabo deiba❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বকতা জয়া মধ্য ইংৰাজী বিদ্যালয়ত

  • @NibeditaDutta-su9sz
    @NibeditaDutta-su9szАй бұрын

    Hoi hoi khuri .val lagil .aaaiiiioooo tikli puali keita .

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @MinakshiHazarika-rq2wn
    @MinakshiHazarika-rq2wnАй бұрын

    Moi first coment korisilu apuni rply dia babe tq

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    😊❤️

  • @dbggaming1489
    @dbggaming1489Ай бұрын

    Apunar video saboloi moi hodai roi thaku ,Val lagil video to sai

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ জনালোঁ

  • @pdchannel8869
    @pdchannel8869Ай бұрын

    ❤❤apunalukor gahori puali dilei .amaru dibo hoisege aru

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ভালে কুশলে সকলোবোৰ হৈ যাওক

  • @nirmalikalita7376
    @nirmalikalita7376Ай бұрын

    সচাই ভাল লাগিল খুড়ী ভিডিওতো।।কিন্তু অলপ চুটি হল।পটকে শেষ হৈ থাকিল ভিডিও তো😅।আমি ও কাম কৰি এ চলি আছো।চাকৰি নাই।কেতিয়াবা অলপ দিকদাৰ হয়।তেতিয়া চাকৰি এটা থকা হলে ভাল আছিল যেন লাগে হলেও উপায় নাই ভগৱান ৰ কৃপাত চলি আছোঁ।সকলোলৈ মৰম খুড়ী❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত মৰম❤️

  • @user-yh4uq4fq2x
    @user-yh4uq4fq2xАй бұрын

    Khuri baranikak 6mahr pora ki jolpan khuwaisile kob sun.

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ঘৰত বনোৱা চেৰেলেক । আলমন ,কাজু,চাউল ,দাইল সব mix

  • @Mainabora-rk5uj
    @Mainabora-rk5ujАй бұрын

    বৰধুনীয়া বাইদেউ

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @SubharaniGogoi-xd3yr
    @SubharaniGogoi-xd3yrАй бұрын

    Kostor fol mitha apunaluke kosto korise karone ghr khon hundor koi sole ase..... Vale thakok hodai.......❤❤❤❤❤😂

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ জনালোঁ

  • @pritilahkar
    @pritilahkarАй бұрын

    Bor val lge apunar vlog bur sai😊☺️

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ

  • @user-ll4df1yb5q
    @user-ll4df1yb5qАй бұрын

    মা আপোনাৰ ভিদিঅ চাবলৈ ৰৈ থাকৈ❤❤❤❤ মাজতে ভিদিঅ নিদিলে মন 2বেয়া লাগে

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত মৰম দিলোঁ

  • @SAMILATAYE-im1uy
    @SAMILATAYE-im1uyАй бұрын

    Baideu moiu office gole kharu nipindhu, Officeot kam koribo ashubidha paun.... . ❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম হয় ❤️👍

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম হয় ❤️👍

  • @nilakshigayan9797
    @nilakshigayan9797Ай бұрын

    Bor onupranito holu

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    অশেষ ধন্যবাদ

  • @renuteli3818
    @renuteli3818Ай бұрын

    আমাৰো একেই সংগ্ৰাম । বহু সংগ্ৰামৰ ফলত আজিৰ এই অবস্থা ।আগৰ কথা ভাবিলে বুকু খন বিষায় যায় ।

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    সদায়ে ভালে থাকক

  • @aprajitaboruah154
    @aprajitaboruah154Ай бұрын

    আপোনাৰ চকু সোমাই গল মা

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    হয় জানো 😊

  • @kalpanamahanta1812
    @kalpanamahanta1812Ай бұрын

    Jiai thakiboloi hole sangram korinoi lagibo dukh r pasot he manuhor jibonoloi sukh ahe mur eta lora businessyei kore ,,,moi u bhukta bhugi ,,,, , ,,,,,

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    হয়

  • @sonjibgogoi3283
    @sonjibgogoi3283Ай бұрын

    ❤❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️

  • @Akilurrvlogs
    @AkilurrvlogsАй бұрын

    Jibon ot jiyai thakibo hole ji kunu kam koribo loga hoi

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    হয় ❤️

  • @user-xd9ub5it2s
    @user-xd9ub5it2sАй бұрын

    Apunr dory mor sahu howa hly😢...

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ভালে থাকা

  • @user-uw4dj9ou2s
    @user-uw4dj9ou2sАй бұрын

    Amru ake khri sakori ase assam police... Bht kostot ghr xn bonaisu.. Apunr lgt amr mil ase

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    সদায় ভালে থাকা

  • @mamubharali6382
    @mamubharali6382Ай бұрын

    বা আপোনাৰ ভিডিঅ চাবলৈ ভাল লাগে

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ

  • @user-yh4uq4fq2x
    @user-yh4uq4fq2xАй бұрын

    6mah humuwa loge loge jolpan khuwab parim nohoi n khuri

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    আমি খুৱাইছিলো দিনে এবাৰকৈ । এক সপ্তাহৰ পিছত দিনে দুবাৰকৈ আৰু তাৰ পিছৰ সপ্তাহত তিনিবাৰলৈ বঢ়াই দিছিলোঁ

  • @kankanabora9202
    @kankanabora9202Ай бұрын

    Bohut ksto hoi gahori puhile

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম

  • @MinakshiHazarika-rq2wn
    @MinakshiHazarika-rq2wnАй бұрын

    Khurai ki kore kobo sun

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ভিডিওটোতে কৈ গলো দেখোন

  • @gunajitdas4097
    @gunajitdas4097Ай бұрын

    Nice ❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

  • @binitachutia8753
    @binitachutia8753Ай бұрын

    kamkori khuwatu beya kotha nhoi. sur kori tu khuwa nai. manuhor mon bur aru ki j hb

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    বহুত মৰম দিলোঁ

  • @kalpanamahanta1812
    @kalpanamahanta1812Ай бұрын

    Koriboi

  • @Sultanathakuria
    @SultanathakuriaАй бұрын

    Bahut dhaniya laagi se BA video 2

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ধন্যবাদ

  • @user-jj4fn8de8y
    @user-jj4fn8de8yАй бұрын

    Nice

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    Thanks

  • @rajibboruah6800
    @rajibboruah6800Ай бұрын

    মাক নে বোৱাৰী ?

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    প্ৰশ্নটোৱেই বুজি নাপালোঁ

  • @horizonx6180
    @horizonx6180Ай бұрын

    ❤❤❤❤

  • @Das957
    @Das957Ай бұрын

    Ki khobor

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    উম ভাল

  • @recharchiboruahrecharchibo3383
    @recharchiboruahrecharchibo3383Ай бұрын

    Puali joni maak r ghari nkhai nki..emn

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    খাই

  • @barbiebaruah5485
    @barbiebaruah5485Ай бұрын

    Kam to sadi kam hoi saru dagar kathanai soli thakila hol na. Bad diak lokar katha dada aru khura to kiba ata kamata bj asa na soli asa aku nai mor manuh jonau business kora

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    আমি সুখী এনেকৈয়ে

  • @barbiebaruah5485

    @barbiebaruah5485

    Ай бұрын

    @@RashmiKonwar um hytoa

  • @karobisaikia3548
    @karobisaikia3548Ай бұрын

    ❤❤❤❤❤❤❤❤

  • @pabitraphukon4647
    @pabitraphukon4647Ай бұрын

    ❤❤❤

  • @pabitraphukon4647
    @pabitraphukon4647Ай бұрын

    ❤❤❤❤

  • @junmoniboruah5200
    @junmoniboruah5200Ай бұрын

    ❤❤❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️❤️

  • @Neha-zq1jh
    @Neha-zq1jhАй бұрын

    ❤❤❤

  • @RashmiKonwar

    @RashmiKonwar

    Ай бұрын

    ❤️

Келесі