লখিমপুৰত কোন কিদৰে আগবাঢ়িছে? প্ৰদান বৰুৱা নে উদয় শংকৰ হ'ব জয়ী? LIVE ৰ মাজতে কংগ্ৰেছ-বিজেপিৰ কাজিয়া।

লখিমপুৰত কোন কিদৰে আগবাঢ়িছে? প্ৰদান বৰুৱা নে উদয় শংকৰ হ'ব জয়ী? LIVE ৰ মাজতে কংগ্ৰেছ-বিজেপিৰ কাজিয়া।

Пікірлер: 10

  • @debenhandique9958
    @debenhandique9958Ай бұрын

    প্ৰদান হতাও লক্ষীমপুৰ বচাও্।

  • @RKMili-rb6ej
    @RKMili-rb6ejАй бұрын

    কংগ্ৰেছ জিকিব

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4iАй бұрын

    Like for congress

  • @scientistspegu3428
    @scientistspegu3428Ай бұрын

    B j p /cong..বুলি বলৈ নাই প্ৰদান কাম নাই

  • @bhabanandakalita7615
    @bhabanandakalita7615Ай бұрын

    প্ৰদান বৰুৱাক আমাৰ আজাদ খগা অঞ্চলৰ ফালে দেখা পোৱা নাই।৫ বছৰ মূৰত দেখিলোঁ। উন্নতি কিন্তু একো নাই

  • @user-ij4yt6jk4i

    @user-ij4yt6jk4i

    Ай бұрын

    Yes amar azad tt congress jindabad

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4iАй бұрын

    BJP GO BACK

  • @pgoswami5378
    @pgoswami5378Ай бұрын

    ৰাইজৰ জীৱন জীৱিকাৰ একো উন্নয়ন হোৱা নাই। হোৱাহেঁতেন শিক্ষিত যুৱক যুৱতীয়ে ৰাজ্য এৰি বহিঃৰাজ্যলৈ জীৱিকাৰ সন্ধানত যাবলগীয়া নহলহেঁতেন। ৰাস্তাঘাট দলং যিকোনো চৰকাৰৰ এক কৰণীয় ব্যৱস্হা । অন্ধভক্ত হৈ থাকি ঋণৰ বোজাকো সহ্য কৰি কেৱল গুণগান কৰি থকাত তেওঁলোকে ভাল বুলি কোৱা চৰকাৰে " কা" আইন জাপি দি অসমৰ ৰাইজক ভবিষ্যত ধ্বংসৰ গৰাহলৈ ঠেলি নিদিলেহেঁতেন। এইবোৰ কথাকেই ৰাইজে সঁজোৰে আলোচনা কৰি আছে।

  • @bokulsaikia
    @bokulsaikiaАй бұрын

    Bhoi Aru Lov dekhowai BJP meetingot manoh anise

  • @surajgohainmusic
    @surajgohainmusicАй бұрын

    Pradan go back

Келесі