LAI LUNG KHAM || TAI AHOM TRADITIONAL FOLK DANCE SONG || NANG DEBOJYOTI PHUKON

Ойын-сауық

LAI LUNG KHAM is TAI AHOM TRADITIONAL FOLK DANCE SONG sung by NANG DEBOJYOTI PHUKON, Music Director Chao Noben Mohan, Co-Singer and Music arranger Chao Protim Gogoi, Musicians are Chao Dipuram Boro, Dwipen Hatiboruah, Mriganka Dowarah, Protim Gogoi, Recorded at B.M. Studio Charing and +db studio panibil, Mixed and Mastered by Chao Bhargav Gogoi, Lyrical Video Edited by Taposh Phukan

Пікірлер: 21

  • @oneworldonevoicesg530
    @oneworldonevoicesg530 Жыл бұрын

    বহুত সুন্দৰ আৰু অৰ্থৱহ

  • @aninditabaruah4457
    @aninditabaruah4457 Жыл бұрын

    সুন্দৰ হৈছে।

  • @HemantaPhukan-xp7nx
    @HemantaPhukan-xp7nxАй бұрын

    Gan tu honing mur bhal lage

  • @pulengogoi5475
    @pulengogoi5475 Жыл бұрын

    সুন্দৰ ❤️

  • @n.g.education3695
    @n.g.education3695 Жыл бұрын

    Oti khundor.

  • @gyanbhai7275
    @gyanbhai7275 Жыл бұрын

    Goooi

  • @horenphukon5013
    @horenphukon5013 Жыл бұрын

    অতি সুন্দৰ , গানটো শুনি গাৰ লোম শিয়ঁৰি উঠিল সচাকৈ মহন , চাংবোন , মপলং অৰ্থাৎ (মহন , দেউধাই , বাইলুং) আমি হলো টাইলুং টাইখাম আমাৰ এখন সুকীয়া আসন আছে , আমি তাহানি জয়ধ্বজ সিংহ দিনত ৰজা প্ৰজা সকলোৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে কিন্তু আমাৰ মহুঙ চাংবোন মপলং সকলে হিন্দু ধৰ্ম গ্ৰহণ নকৰিলে তেতিয়াৰ পৰাই আমি তিনি ফৈদ এঘৰৰীয়া , তাহানি হেৰাই যাব ধৰা আমাৰ ভাষা সংস্কৃতি পৰম্পৰা পুনৰ আমি ঘূৰাই পাবলৈ সক্ষম হৈছো , আমাৰ বংশৰ পৰিয়াল 40 ঘৰমান আছো তাৰে ৮ ঘৰ নাই অহা ৩২ ঘৰ মান আহিলো আৰু বৰগোঁহাই ৫ ঘৰ মান মিলি এখন জ্ঞাতি লগতে এখন শাখা খুলি এটি বাঁহেৰে নিৰ্মিত ৰেন ও নিৰ্মাণ কৰিলো , এতিয়া আমাৰ সকলো ৰীতি নীতি পৰম্পৰা টাইটে কৰো ।

  • @thelifevlogzs7211

    @thelifevlogzs7211

    Жыл бұрын

    আমাৰ বিলাকে পিঠি দিলে ৷ মই মোমাই তামুলী বৰবৰুৱা পৰিয়ালৰ মানুহ আমাৰ বংশৰ পৰাই আহোমৰ ১৬৭১ বিখ্যাত সেনাপতি ৷ আমি এতিয়া ভাষাটো নেজানো শিকিব বিচাৰোঁ ৷ ইয়াত প্ৰচলন নাই ৷ From Tinsukia, kakopather

  • @babyrajkhowa8578
    @babyrajkhowa857811 ай бұрын

    Nice❤

  • @pranayankumarbora6787
    @pranayankumarbora6787 Жыл бұрын

    Suni bor val lage

  • @RubulGogoi-yv7gl
    @RubulGogoi-yv7gl5 ай бұрын

    🕉💙🙏🏻

  • @jamkhamgogoi8196
    @jamkhamgogoi8196 Жыл бұрын

    Excellent.

  • @mulanboruah5715
    @mulanboruah57152 жыл бұрын

    Tanglai kruptang

  • @riturajgogoi853

    @riturajgogoi853

    Жыл бұрын

    Tanglai boi kom

  • @pranjitlahonbiki6158
    @pranjitlahonbiki61589 ай бұрын

    ❤❤❤❤

  • @puspadhardowarah1932
    @puspadhardowarah1932 Жыл бұрын

    অশেষ ধন্যবাদ।

  • @nangsengkukoi6088
    @nangsengkukoi6088 Жыл бұрын

    মানচাও নবেন মহনৰ আমাৰ জাতিৰ প্ৰতি বহুত অৱদান আছে।

  • @hemantaphukan6285
    @hemantaphukan628515 күн бұрын

    Moi ,prakitik bhal pau.moi sakari karu jadiu khati karu.akal sakari kari nijar pariyal tuk puhi le nahi hamajaru kam kartu he prokit manuh. Hemanta. Assam

  • @induphukan5198
    @induphukan5198 Жыл бұрын

    Khruptang