Lachit (লাচিত - অসমীয়াৰ স্বাভিমান) By Rupam Borah

Музыка

AC MULTIMEDIA Label Released "লাচিত"
কণ্ঠ - ৰূপম বড়া
ঢোল :-দেৱেশ্বৰ -লাচিত
কথা সুৰ - ৰাকেশ গগৈ
সংগীত - লোহিত ৰোহিত
বাঁহী - প্ৰদীপ ডেকা
সহযোগী শিল্পী - ভাগৱত দৰ্শন
Stdio raj music
🔴Subscribe Us : bit.ly/2SAwoNZ
🔵Contact Us On Fb : bit.ly/2DCMMD7
🔵Contact Us On Instagram : bit.ly/2TNjIQb
🎧This Songs Is Also Available On ⏸️
◾ACMultimedia
◾Saavn
◾JioMusic
◾iTunes
◾Gaana
◾Hungama
◾Wynk
◾Instagram
◾Facebook
◾Google Play
◾KZreadMusic
◾Amazon Music
◾Pandora
◾Spicytuneapp
◾Deezer
◾Tidal
◾Napster(beta)
◾iHeartRadio(beta)
◾Anghami(beta)
◾KKBox(beta)
◾MediaNet
◾ClaroMúsica and 150+ smaller outlets.
🔴◾◾◾ Thanks ◾◾◾🔴

Пікірлер: 565

  • @pramoddas8053
    @pramoddas80532 жыл бұрын

    দেহত তেজৰ শেষ বিন্দু থকালৈ জাতিৰ কাৰণে লাচিতৰ দৰে যুঁজি যাম,,, জয় আই অসম ❤️❤️❤️

  • @dinomonibordoloi337
    @dinomonibordoloi3374 жыл бұрын

    কোনে কোনে 'Ca(a)বিৰোধিতা কৰিছে এটা Like কৰক👇👇👇👇👇👇👇

  • @pdmajuliisland271
    @pdmajuliisland2714 жыл бұрын

    জয় আই অসম,সময়ৰ লগত খাপ খাই যোৱা গান,,,অসমীয়া হিচাপে like

  • @princejaduofficial4489
    @princejaduofficial44894 жыл бұрын

    জয় আই অসম ৰূপম দাৰ কাৰণে এটা হিট লাইক হব লাগে,,👇👇👇👇👇👇

  • @jayantabora4090

    @jayantabora4090

    4 жыл бұрын

    Jadu ray vlogs

  • @jayantabora4090

    @jayantabora4090

    4 жыл бұрын

    Jadu ray vlogs 🇳🇪😍😍✌️❤️❤️

  • @pranjaltamulimusical3617

    @pranjaltamulimusical3617

    3 жыл бұрын

    অনুগ্ৰহ কৰি মোৰ Channel টো সকলোৱে suscribe কৰি‌ দিবা চোন দেই..... মই অসমৰ বাবে কিবা এটা ভাল কাম কৰিব বিচাৰো গতিকে আপোনালোকৰ পৰা অকণমান সহায় বিচাৰিছোঁ

  • @dhirenborah9619

    @dhirenborah9619

    3 жыл бұрын

    @@pranjaltamulimusical3617 ,. . . . . . . . . ,,. . . . . . .. . ,. .. . . . . , . . .. . . . . . ., ..., ,. ,., , . ,..,,. , . ., . Zx. ,. , ,.,. , . ,. ,. .. .,.,.,. ,., ,, MX,.,.. VB ., ,,. , , ,. , ,.. , .,. . ., .,. ., ., . ,, . , . , ,,. ,..,.. , ,.. ,. .,. ., .,. ,. ...,.., ,.. ., , ,. ,. ,..,. ,. ., , , ,. . ,, ., , , ,, ,. ,. ,, .. . ,,. ,. MX ,,., ,..,. .. . . .

  • @tikusarmah1910

    @tikusarmah1910

    Жыл бұрын

    @@jayantabora4090 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄

  • @pranjitporakhmusical1400
    @pranjitporakhmusical14004 жыл бұрын

    কোনে কোন "কেব" বিৰোধিতা কৰা লাইক কৰা জয় আই অসম

  • @antymusiccompany7159

    @antymusiccompany7159

    4 жыл бұрын

    moi

  • @KrishnaKrishna-ju6iq

    @KrishnaKrishna-ju6iq

    4 жыл бұрын

    Moi

  • @villagebloger1126

    @villagebloger1126

    4 жыл бұрын

    জই আই অসম

  • @pronaysaikia7855

    @pronaysaikia7855

    4 жыл бұрын

    moi koru aru korima

  • @bitulborah8152

    @bitulborah8152

    4 жыл бұрын

    Jai ai asom

  • @putulkalita3115
    @putulkalita31153 жыл бұрын

    আকৌ এনেকুৱা গান শুনাৰ বাবে আশাৰে বাট চাইত থাকিম ।ৰূপম দালৈ ধন্যবাদ ,এইদৰে আগুৱাই যাওক । জয় আই অসম ।

  • @dipankardutta9194
    @dipankardutta91944 жыл бұрын

    Moja....... Plz Rupom da babe ata like sobe deyak......... Joi ai axom....

  • @pranjaltamulimusical3617

    @pranjaltamulimusical3617

    3 жыл бұрын

    অনুগ্ৰহ কৰি মোৰ Channel টো suscribe কৰি‌ দিব চোন দাদা

  • @jungogoi9715

    @jungogoi9715

    2 жыл бұрын

    Val. Lagil

  • @statusmaker1797
    @statusmaker17974 жыл бұрын

    এই সময়ত ৰোমান্তিক গান উলিওৱাতকৈ এনেকুৱা গান উলিয়াওক গায়ক সকললৈ কাতৰ আহ্বান।

  • @dandiramsonowal3710

    @dandiramsonowal3710

    3 жыл бұрын

    সময়ৰ সুনদৰ গীত .

  • @jyotshnagogoi1947

    @jyotshnagogoi1947

    2 жыл бұрын

    ki hundor gan

  • @arjunsahu3731

    @arjunsahu3731

    2 жыл бұрын

    Right dada apuni kua kotha har

  • @nayandeepggoi6927

    @nayandeepggoi6927

    2 жыл бұрын

    hosa kotha

  • @riturazojha8544
    @riturazojha85444 жыл бұрын

    সুন্দৰ হৈছে ককাইদেউ,,, জয় আই অসম✊

  • @jutikaborah6145
    @jutikaborah61454 жыл бұрын

    Rupam.. ভাল হৈছে গানটো| জাতিয়ে সাৰ পাইছে, যুঁজ দিবলৈ আৰম্ভ কৰিছে| লাচিত মূলা জী উঠক 🙏🙏

  • @pranjaldutta3525
    @pranjaldutta35254 жыл бұрын

    সচাকৈ সুন্দৰ উপহাৰ ।জই আই অসম।।

  • @ParameswarNath
    @ParameswarNath4 жыл бұрын

    অতি সুন্দৰ

  • @jitugogoiputola5363
    @jitugogoiputola53634 жыл бұрын

    জয় আই অসম ৰূপম দা গানটো শুনি বহুত ভাল লাগিল nice ৰূপম দা nice জয় আই অসম

  • @tkyouth
    @tkyouth4 жыл бұрын

    জয় আই অসম ll ভাল লাগিল গানটো শুনি

  • @anjanborah6629
    @anjanborah66294 жыл бұрын

    Beautiful songs with Singer *****.Jai Aai Assam. 2019 to life Time Songs .Big Salute for Rupam Borah.I didn't no Writer.But great Writer.

  • @roktim_ranjan_borah
    @roktim_ranjan_borah4 жыл бұрын

    মজ্জা হৈছে ককাইদেউ 🔥🔥🔥🔥

  • @akashjyotiborah1039
    @akashjyotiborah10394 жыл бұрын

    জয় আই অসম । সঠিক সময়ত সুন্দৰকৈ উপস্থাপন কৰিছে গীতৰ কথাৰে ।সকলো ওলাই আহিব লাগে নিজৰ ভাষা সংস্কৃতিৰ জীয়াই ৰখা স্বাৰ্থত ।

  • @nayanmonisaikia8982

    @nayanmonisaikia8982

    3 жыл бұрын

    Jai ho manab jati,,,

  • @siburoy4798

    @siburoy4798

    Жыл бұрын

    @@nayanmonisaikia8982 l

  • @ncargojang609
    @ncargojang6094 жыл бұрын

    হে অসমীৰ সন্তানসকল আকৌএবাৰ হাতত অস্ত্ৰ তুলি লবলৈ সাজু হোৱা । লাগিলে আকৌ ৰাঙলী কৰিম বুকুৰ তেজেৰে অসমী আইৰ চৰণ। ককালত টঙালি বান্ধিবৰ হল। হেজাৰ হেজাৰ আসমীয়া ডেকাই অসমৰ বাবে প্ৰাণ দি আহিছে । আকৌ সাজু আমি প্ৰাণ দিবলে চহিদৰ তেজ যেন অথলে নাযাই ।আমাক ৰাজনীতি নালাগে। জাতিটোৰ বাবে সকলোৱে ওলাই অহাটো বিচাৰো।%%%জয় আই অসম%%%

  • @pranjaltamulimusical3617

    @pranjaltamulimusical3617

    3 жыл бұрын

    জয় আই অসম.... অনুগ্ৰহ কৰি মোৰ Channel টো‌ Suscribe কৰি দিব চোন, মই এজন খাটি অসমীয়া হিচাপে অসমক লৈ গৌৰৱ অনুভৱ কৰোঁ... মই অসমৰ বাবে কিবা এটা ভাল কাম কৰিব বিচাৰো গতিকে আপোনালোকৰ পৰা অকণমান সহায় বিচাৰিছোঁ...।। ধন্যবাদ।।

  • @gourabdeka8041

    @gourabdeka8041

    Жыл бұрын

    আমি সদাই সাজু✊️🚩

  • @ldeka9510

    @ldeka9510

    Жыл бұрын

    ​@@gourabdeka8041 hoine...

  • @user-hq9hm3sn2w

    @user-hq9hm3sn2w

    7 ай бұрын

    Hosai hojak hobola hol

  • @pankajhandique4884
    @pankajhandique48844 жыл бұрын

    জয় আই অসম ! ৰূপম তোমালৈ অশেষ ধন্যবাদ ...👌👌

  • @ajitgogoi3600
    @ajitgogoi36004 жыл бұрын

    জয় আই অসম ,আমি লাচিত হৈ জুযি যাম

  • @jitendrophukon6286

    @jitendrophukon6286

    2 жыл бұрын

    Ghenta jabi ami axomiyai okl gan huni commentot falib tar bade ulai ahibloi dom nai

  • @ankitagogoi5821
    @ankitagogoi58214 жыл бұрын

    Mama 😊bhut dhuniya gan tu hridyo sui gol ...জয় আই অসম।

  • @pranjaltamulimusical3617

    @pranjaltamulimusical3617

    3 жыл бұрын

    অনুগ্ৰহ কৰি মোৰ Channel টো suscribe কৰি দিবা দিবা দেই.... মই অসমৰ বাবে কিবা এটা ভাল কাম কৰিব বিচাৰো গতিকে তোমালোকে তোমালোকৰ পৰা অকণমান সহায় বিচাৰিছোঁ

  • @biswojitborah
    @biswojitborah2 жыл бұрын

    So nice .moja lagile.

  • @mukundaneog3816
    @mukundaneog38164 жыл бұрын

    ৰূপম দা ☺☺☺ hvyy

  • @opikopi1538

    @opikopi1538

    3 жыл бұрын

    Good luck

  • @bhawajitdas1494
    @bhawajitdas14944 жыл бұрын

    সুন্দৰ গান ককাইদেউ ❤জয় আই অসম❤

  • @roshmirekhaborah8436
    @roshmirekhaborah84364 жыл бұрын

    সময়োপযোগী এটি সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ ৰূপম👌👌👌

  • @riturajdeka6663
    @riturajdeka66632 жыл бұрын

    Oti Hundur Rupam Daa

  • @rajbailung9499
    @rajbailung94994 жыл бұрын

    অতি সুন্দৰ । বহুত ভাল লাগিল । জয় আইইইই অসম ।

  • @bijaymoran4377

    @bijaymoran4377

    3 жыл бұрын

    ❤❤❤❤👍👍👍

  • @tilokborah2091
    @tilokborah20914 жыл бұрын

    জয় আই অসম ধুনীয়া গাইছে

  • @Its_Sanatani2017
    @Its_Sanatani20174 жыл бұрын

    JOI AI AXOM💪💪💪 AMAR AXOMO💪💪💪 XONOR AXOM💎💎💎

  • @bituponkakoty2353
    @bituponkakoty23534 жыл бұрын

    অতি সুন্দৰ হৈছে, অভিনন্দন ও শুভেচ্ছা জনালো ভাইটি ৰূপম ।

  • @babusaikiaassam970
    @babusaikiaassam9702 жыл бұрын

    সুন্দৰ জয় আই অসম

  • @gitanjaligogoi1377
    @gitanjaligogoi13774 жыл бұрын

    Rupam Val lagil gantu huni.jai ai akhom

  • @ankurjyotimusic
    @ankurjyotimusic4 жыл бұрын

    কি সুন্দৰ😍♥️♥️

  • @dhiman144
    @dhiman1444 жыл бұрын

    Mjah re...sui gol Hridoy..rupom Da aguae jauk.❤️

  • @dhanjitdas4343
    @dhanjitdas43434 жыл бұрын

    অন্তুৰ চুই যোৱা এটি সুন্দৰ গীত।জয় আই অসম।

  • @deepaliborah4101
    @deepaliborah41014 жыл бұрын

    জাতিৰ টো ৰ মৃতু দুৱাৰ দলিত কিন্ত এনে সংকতৰ সময়ত এনেধৰণৰ প্ৰয়াসে জাতিটো সঞ্জীৱনী ৰ কাম কৰে বা কৰিছে কি বুলি ধন্যবাদ জনাম ভাষাহীন হৈ গৈছেো অতি সুন্দৰ বুলি কলে ও কম হব তথাপিও কওঁ বহু বহু সুন্দৰ হৈছে । জয় আই অসম

  • @mr.sanjoydas6622
    @mr.sanjoydas66222 жыл бұрын

    বা কি ধুনিয়া গান অ খুনিলে খুনি থাকিবলে মন য়াই। অ প্ৰথম বাৰ গান টো খুনিলত গাৰ নোম ডাং খাই গৈছিল ° এনেকুৱা লাগিছিল জে খকলো বাংলাদেখি খেদি প্ৰথাম ।

  • @shortsbydibyojyoti3277
    @shortsbydibyojyoti32772 жыл бұрын

    জয আই অসম বৰ্তমান সমযৰ অসম বৰ উপযোগী সৎগীত

  • @mr.sanjoydas6622
    @mr.sanjoydas66222 жыл бұрын

    এতিয়া মই সদাই এই গান টি ।খুনি থাকো অ nice song dada .. love you... joi ai akhom

  • @khargesaloi6859
    @khargesaloi68594 жыл бұрын

    Dhuniya

  • @promodgoswami2066
    @promodgoswami20664 жыл бұрын

    আমি অসমীয়া জয় আই অসম...🙏🙏

  • @Porilina
    @Porilina4 жыл бұрын

    পৰিস্থিতি আৰু সময়ৰ লগত সুন্দৰ ভাৱে খাপ খাই পৰিছে।জয় আই অসম।

  • @mrbiswajyotivloge53850
    @mrbiswajyotivloge53850 Жыл бұрын

    জয় আই অসম।মজা লাগিছে গান টো ।আশা কৰো এনেকো আৰু গান পাওঁ।

  • @rituborah6961
    @rituborah69614 жыл бұрын

    👍👍👍 বহুত ভাল লাগিল

  • @thebeastslayer9537
    @thebeastslayer95374 жыл бұрын

    হে অসমীয়া, নিজৰ দেশত নিজৰ অস্তিত্ব ৰক্ষা কৰা! এই জননীৰ বাবেই বহু বীৰ বীৰাংগনাই নিজৰ বলিদান দিছিল । তাক আকৌ হেৰোৱা বলৈ চেষ্টা নকৰিবা। কিন্তু এটা কথা থিক দেশৰ আৰু জাতিৰ মান ৰাখিবলৈ লাচিতৰ সাহ তেজত প্ৰবাহিত এচাম ডেকা গাভৰুৰ এতিয়াও আছে- লুইতৰ বগা পানী ৰঙা কৰি তুলিবলৈ..... জয় আই অসম🙏🙏🙏

  • @ranjudeorigogoi5118
    @ranjudeorigogoi51184 жыл бұрын

    I am so happy Rupam da..👌👌👌👌

  • @panindrasutradhar6899
    @panindrasutradhar689911 ай бұрын

    অতি সূন্দৰ গীত। জয় আই অসম

  • @sobhahillview163
    @sobhahillview1634 жыл бұрын

    Hiranya.... Nice song 🌹🌹🌹🌹🌹

  • @putulkalita3115
    @putulkalita31153 жыл бұрын

    আপোনাৰ এই সময়ৰ লগত মিলাই গোৱা গানকেইটা দিনত সময় মিলাই বাৰে - বাৰে শুনি থাকো ,লগতে মন-মগজু হতাস হৈ পৰে । ই

  • @bikashborah9206
    @bikashborah92064 жыл бұрын

    Hundr.. জয় আই অসম

  • @nironjondas3595
    @nironjondas35952 жыл бұрын

    🙏🙏🙏🙏 mojja

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 Жыл бұрын

    Best song, my favourite song, Awesome, superb, evergreen, world no 1 best song,best song

  • @AssameseMasterMind
    @AssameseMasterMind4 жыл бұрын

    " জয় আই অসম ! " বৰ্তমান সময়ৰ অসমৰ বৰ উপযোগী সংগীত !

  • @pabandas4621

    @pabandas4621

    2 жыл бұрын

    Nice dada

  • @tikusarmah1910

    @tikusarmah1910

    Жыл бұрын

    @@pabandas4621 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄

  • @jyotidas4933
    @jyotidas49332 жыл бұрын

    Hosakoi Bor bhal lagil gan2

  • @rajanisonowal9689
    @rajanisonowal96892 жыл бұрын

    সুন্দৰ,জয় আই অসম।

  • @joyantajyotigohain6405
    @joyantajyotigohain64054 жыл бұрын

    Great song . Nice singing .Jai Aai Assam.

  • @jibonphukon9250
    @jibonphukon92504 жыл бұрын

    ভাল লাগিল শুনি

  • @simabora9862
    @simabora98622 жыл бұрын

    ভাল লাগিল গান তু দা আমি অসমীয়া জয় আই অসম

  • @user-jh4ot9um7e
    @user-jh4ot9um7e2 жыл бұрын

    গাৰ ৰন্ধে ৰন্ধে সোমাই যোৱা এটি গীত।

  • @popygogoi4651
    @popygogoi46514 жыл бұрын

    বহুত সুন্দৰ জয় আই অমম ।

  • @panitaray3706
    @panitaray37064 жыл бұрын

    Nice songs .......... Gotey axomiya olay ahhh bhai voni sobey

  • @manjumonivlog5528
    @manjumonivlog55282 жыл бұрын

    Hosake eman dhunia gaan gai apuni aru aguwai jauk apuni

  • @rimwhazarika8608
    @rimwhazarika86084 жыл бұрын

    Joi aai axom...

  • @rantuborkakoty154
    @rantuborkakoty1544 жыл бұрын

    সুন্দৰ গান

  • @jhkasentertainment2992
    @jhkasentertainment29924 жыл бұрын

    Joi aai axom.. Heart touch song 💕

  • @juridas6012
    @juridas60123 жыл бұрын

    👍👍👍👍👍mjaaaaaaaa

  • @nilakhiborah6620
    @nilakhiborah66202 жыл бұрын

    Bht hundor. Assamt otikoi proyujan... Nari hurokhya .. So hmoy upjugi kri gantu aagbhai diya babe tumak ru tumar hohojugi hkolk bht bht dhonyabad Rupom Da. JOY AAI ASSM

  • @jubindas679
    @jubindas6794 жыл бұрын

    জয় আই অসম আমি কেব নামানো

  • @localentertainment2730
    @localentertainment27303 жыл бұрын

    বহুত ভাল লাগিল গানটো। জয় আই অসম

  • @jitukalita2
    @jitukalita24 жыл бұрын

    Rupam da hit mp3🔥🔥🔥🔥

  • @chayanikasonowal656
    @chayanikasonowal6564 жыл бұрын

    Khub dhuniya hoise gaan tu...atiya ji hoi ase akhomot tar lgt mili goise 👍👍

  • @ashintasaikia9919
    @ashintasaikia99192 жыл бұрын

    অতি সুন্দৰ।

  • @rintudutta5620
    @rintudutta56203 жыл бұрын

    Emmn hundor hoise je bujabo nuwaru. ❤❤❤❤🙏🙏🙏👍

  • @bogaipachani7856
    @bogaipachani78568 ай бұрын

    জয় আই অসম

  • @pankajnath9628
    @pankajnath96284 жыл бұрын

    Bohut bohut dhuniya lgil song2 khuni dei

  • @tapanborah3215
    @tapanborah32154 жыл бұрын

    ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ xomoy upojugi

  • @azadcammando7893
    @azadcammando78932 жыл бұрын

    Joi aai axom ❤️❤️

  • @nupurranjan9593
    @nupurranjan95933 жыл бұрын

    Kokaideu ,eai gaan tu bor dhunia hoise.🙏🙏🙏

  • @pobitrachawra5274
    @pobitrachawra52742 жыл бұрын

    Hundor hoysa

  • @bijaykumardas5338
    @bijaykumardas53383 жыл бұрын

    Bohut Dhunia........

  • @gautamgogoi961
    @gautamgogoi9614 жыл бұрын

    সুন্দৰ গান 🔥🔥🔥

  • @madhurimaphukan3231
    @madhurimaphukan32314 жыл бұрын

    সময় উপযোগী গীত ✊❤️❤️

  • @badshahamansheikh3052
    @badshahamansheikh30524 жыл бұрын

    জয় আই অসম জয় মোৰ জননী,মোৰ আইৰ সুৱদি মত মোৰ মাত্ৰিভাষা,জয় আই অসম

  • @dhananjoychetia152

    @dhananjoychetia152

    3 жыл бұрын

    Lishit borphukanor asdokhok aami mani loom. Kintu Bodon dorphukonor jati dur hi Kaetyou mani nolow

  • @hiranyaborah404
    @hiranyaborah4044 жыл бұрын

    🌹🌹🌹joy aii akhom 🌹🌹🌹💓💓💓💓

  • @dhyanjitbora3328
    @dhyanjitbora33284 жыл бұрын

    Hundor 👍🏻❤️

  • @dipoktamuliphukon5977
    @dipoktamuliphukon59774 жыл бұрын

    Joi aai akhom..... Mojja lagel

  • @gogondutta7832
    @gogondutta78324 жыл бұрын

    গানটো শুনি ভাল লাগিল

  • @kukikashyap1699
    @kukikashyap16994 жыл бұрын

    Bohut bohut thanks ai gantur karone Jai ai axom

  • @sripaporigogoisripaporigog1434
    @sripaporigogoisripaporigog14344 жыл бұрын

    ✊✊✊val gaan ata upoha dila .jai aai axom

  • @sabitasaikia6203
    @sabitasaikia62034 жыл бұрын

    জয় আই অসম ✊✊✊আমি অসমীয়া

  • @hirobdas6771
    @hirobdas67714 жыл бұрын

    Moja rupom da joi hind

  • @indupegupegu9830
    @indupegupegu98304 жыл бұрын

    Bohut val lagise gantu dada apuni besi din jiyai thakok aru amar ashomr karne jai ai aashm

  • @Monjit1991
    @Monjit19912 жыл бұрын

    Wonderful voice Rupam da...homoi upojugi gaan

  • @dipankarofficial1679
    @dipankarofficial16794 жыл бұрын

    Xomoyor logot gaan tu khap khai porise.xokolue gaan tu share korok jate bangladeshir kanot porar pasot axomor pora voyote polai korobat lukai thake.jai aai axom.ata like axomor babe axomiya hisape.

  • @purnaofficial2602
    @purnaofficial26024 жыл бұрын

    জয় আই অসম

  • @nekibburagohain5833
    @nekibburagohain58334 жыл бұрын

    Hundor kokaideu.....mozaa lagise

  • @lalitburagohain9344
    @lalitburagohain93444 жыл бұрын

    💟💞💝💘👌👌👌👌moja

  • @rishi_musicall6408
    @rishi_musicall64083 жыл бұрын

    Joi ai axom ... Like it

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 Жыл бұрын

    Guinness World records book world no 1 best song, my favourite song, Awesome, superhit, beautiful, excellent song

  • @mjoyti1605
    @mjoyti16054 жыл бұрын

    Hundr hoisa aru ag bahi juwa. .ami hokoluya. ..jai ai Axom

Келесі