লাখপতি বাইদেউ বহুত শুনিলে এইবাৰ লাখপতি বোৱাৰী || Bihuwati Buwari || Mega Final Part-4

লাখপতি বাইদেউ বহুত শুনিলে এইবাৰ লাখপতি বোৱাৰী
NB Newsৰ মেগা ৰিয়েলিটী শ্ব' 'বিহুৱতী বোৱাৰী'ৰ মেগা ফাইনেলৰ প্ৰথম অংশ
#nbnews #nbnewsdigital #bihuwatibuwari #bihu #realityshow #dance
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 9

  • @monalichadutta9374
    @monalichadutta937422 күн бұрын

    তুমি আৰু তবীয়ে স্হান পাবা বুলি আশা কৰি আছিলো ।একো নাই অহা বাৰ আশা কৰিছো ।তোমাৰ হাঁহিটো বৰ ধুনীয়া মুখখনো বহুত সৰল ।

  • @pratimgogoi454
    @pratimgogoi45421 күн бұрын

    Excellent 👌👍

  • @zgdance9
    @zgdance922 күн бұрын

    Bohut dhunia Waiting for next videos

  • @HimashreeDevi-ll7vq
    @HimashreeDevi-ll7vq22 күн бұрын

    So nice ❤❤❤

  • @MamunborahMamunborah
    @MamunborahMamunborah22 күн бұрын

    ইমান ধুনীয়া কৈ নাচিছে কিয় বা নাপালে

  • @arjobgogoi2379
    @arjobgogoi237922 күн бұрын

    ভাল নাচিছে তথাপিও খিতাপ কিয় নাপালে সেইয়া হে নুবুজিলোঁ ।।।

  • @user-rm5xc3vz4t
    @user-rm5xc3vz4t22 күн бұрын

    বহুত ধুনীয়া হৈছিল কুইন। কিন্তু খিতাপ কিয় বা নিদিলে। খিতাপ পাব লাগিছিল তুমি তবি আৰু মণিকাই । দুখ নকৰিবা আগবাঢ়ি যোৱা। বিচাৰকৰ চকুত মেকাপ বেচি হোৱাৰ বাবে তোমালোকৰ নাচ ভালকৈ চকুত নপৰিল।

  • @arjobgogoi2379
    @arjobgogoi237922 күн бұрын

    বিচাৰক দীপ দাই ফাইনেল বুলি অলপ বেছিকেই মেকআপ সানিলে নি...

  • @user-me6uq5pw6w
    @user-me6uq5pw6w21 күн бұрын

    Tumi pba bli bhut akha krisu

Келесі