KK Mohan প্ৰহৰী।। কে কে ৰ ভগ্নি প্ৰেম চাওকচোন ।।

Ойын-сауық

কেন্দ্ৰীয় শ্ৰী শ্ৰী ৰাস মহোৎসৱ ২০২২
হাহচৰা, শিৱসাগৰ । খণ্ড ২

Пікірлер: 125

  • @junmonipame3045
    @junmonipame3045 Жыл бұрын

    ৰাস ক আধুনিক ৰূপত উপস্থাপন কৰিবলৈ গৈ কিয় বিকৃত কৰিছে। এবাৰ মাজুলী আহি ৰাস চাব, বহুত শিকিব আপোনালোকে।।

  • @anantaborabora2801

    @anantaborabora2801

    Жыл бұрын

    100%

  • @jayantidas639

    @jayantidas639

    Жыл бұрын

    ৰাস বুলি ক'লে মনলে মাজুলী হে আহে ।।

  • @phanindradevagoswami4635
    @phanindradevagoswami46356 ай бұрын

    পীযুয-জয়ন্তৰ এই সজাগতা থকাহেতেন--!

  • @bulbulisarmah1530
    @bulbulisarmah15306 ай бұрын

    ❤❤❤❤নাৰদৰ লগতে সকলোৰে অভিনয় অতি মনোমোহা হৈছে ❤❤❤❤

  • @seujsaikia6565
    @seujsaikia65656 ай бұрын

    সুন্দৰ অভিনয় কৰিছে সকলোৱে, আমোদজনক কথোপকথন আৰু অতি দুখজনক কাহিনী কঙ্খালয় ।

  • @HaityaBhuyan
    @HaityaBhuyan6 ай бұрын

    নাৰদক ভাল লাগিছে দেই সুদৰ অভিনয়

  • @diptigogoi1097
    @diptigogoi10976 ай бұрын

    বৰ ,সুন্দৰ অভিনয় নাৰদৰ অভিনয়ে বেছিকৈ মুহিত. কৰিছে

  • @parasborah7566
    @parasborah7566 Жыл бұрын

    সুন্দৰ অভিনয় । সকলোৱেই ভাল লাগিল, নাৰদৰ অভিনয় Excellent.

  • @monalisachetia148

    @monalisachetia148

    Жыл бұрын

    L

  • @pinkuborah9639
    @pinkuborah9639 Жыл бұрын

    Oti hundoor daborikhir kontho 🔥🔥🔥🔥😘😘😘❤️❤️❤️

  • @anupamkalita7380
    @anupamkalita7380 Жыл бұрын

    ইয়াতকৈ সস্তীয়া আৰু হ'বলৈ একো নাথাকিল ছাগে । এয়া চাই হাত চাপৰি বজোৱা সকলোকো মানি গ'লোঁ ।

  • @anantaborabora2801

    @anantaborabora2801

    Жыл бұрын

    100%hoi

  • @anantaborabora2801

    @anantaborabora2801

    Жыл бұрын

    Najanu aru ki hoise aibur

  • @mbbillionairesluxurylifest8384

    @mbbillionairesluxurylifest8384

    Жыл бұрын

    ৰাস কি বুজিব লাগিব বুজি পালে এনেকুৱা অভিনয় নকৰে

  • @pranjal_here_

    @pranjal_here_

    Жыл бұрын

    হাঁহি থকা দৰ্শকসকলে নিশ্চয় তেওঁলোকৰ বিবেক বাকচত ভৰাই আহিছে।আজিৰ দিনত এনেকুৱা হৈ গৈছে যে কে কে আৰু মোহনে যি কয় সেয়া ক'মেডি🥲সেই দিনটো দেখিবলৈ আৰু বেছি দিন নাই যি দিনা কে কে আৰু মোহনে হাঁচিয়ালেও মানুহে ক'মেডি বুলি পেটত ধৰি ধৰি হাঁহিব 😂

  • @jayantidas639
    @jayantidas639 Жыл бұрын

    এওঁলোকৰ অভিনয় চাই ভাল পাওঁ এওঁলোকৰ অভিনয় ধুনীয়া, কিন্তু এইয়া কিন্তু ৰাসৰ অভিনয় নে এইয়া ৰাসৰ সংলাপ নে ।। কিবা ভুল হ'লে ক্ষমা কৰিব।।

  • @im_mousom
    @im_mousom Жыл бұрын

    Moja সকলোৰে সুন্দৰ অভিনয় হৈছে

  • @pulinsharma8826
    @pulinsharma88266 ай бұрын

    নাৰদৰ অভিনয় ভাল লাগিছে। ধন্যবাদ।

  • @user-tj8xu7vz6r
    @user-tj8xu7vz6r7 ай бұрын

    সচাই বিউতি বাই ইমান ধুনীয়া অভিনয় কৰিছে ভাল লাগিল ❤❤❤❤❤

  • @DulenchGogoi
    @DulenchGogoi11 ай бұрын

    এনে ধৰনৰ কাহিনি সদায় চাই থাকিবলৈ পালে মনভোৰ ভাল লাগে।

  • @runusaika4715
    @runusaika4715 Жыл бұрын

    কি দুৰ্দান্ত অভিনয় সকলোৰে,বৰ ভাল লাগিছে

  • @bikashrajbongshi8010
    @bikashrajbongshi8010 Жыл бұрын

    সচাঁকৈয়ে বিৰল দৃশ্য় 😍😍😍❤❤❤❤

  • @chawtapan9682
    @chawtapan9682 Жыл бұрын

    নাজানো মই কিমান শুদ্ধ।।কেকে দা আৰু মোহনক খুবেই ভাল লাগে কিন্তু ইয়াত যি অভিনয় কৰিলে অলপো ভাল নালাগিল কিবা বহুৱালি কৰা নিচিনা পালো। যদি ইমানেই হহুৱাব বিচাৰে তেন্তে এখন নাটক কৰাই ভাল আছিল।হহুৱাব জানে বুলিয়েই যে সকলোতে ফটোৱা কৰিব সেইটোত সহযোগ নকৰোঁ। সকলোৱে ভাবি চাব এবাৰ।ধন্যবাদ

  • @Zoroffx2024

    @Zoroffx2024

    Жыл бұрын

    Hy aku broo 100%

  • @darpangogoi6390

    @darpangogoi6390

    Жыл бұрын

    Akdom hosa

  • @khirodkalita5442

    @khirodkalita5442

    6 ай бұрын

    কথাটো সঁচা কথা ।

  • @khukanjeunarrokh2525
    @khukanjeunarrokh2525 Жыл бұрын

    Bailung dosti mojaa ekting mojaaa aguai jua

  • @BishnuSharma-vp9tf
    @BishnuSharma-vp9tf6 ай бұрын

    Jai.shree.ram.ram.jai.hanuman.jai🔱🏗️🥥🍎🙏🌹🥀💅💐

  • @linasarmah6228
    @linasarmah6228 Жыл бұрын

    Bhut val lage💙 sunder💜 hoise

  • @mintutalukdar9619
    @mintutalukdar9619 Жыл бұрын

    Bohut. Val. Lagil. Sai.

  • @manikbiswas2529
    @manikbiswas2529 Жыл бұрын

    এ মজা

  • @MridulbharalMridulbharal-hx1qt
    @MridulbharalMridulbharal-hx1qt10 ай бұрын

    Val lagil sai

  • @premchanisblog
    @premchanisblog Жыл бұрын

    বহুত সুন্দর হইছে অভিনয় তাতোত কৈ সোনদর হইছে দেবর্ষি কণ্ঠ

  • @user-jc4yw7iq7j
    @user-jc4yw7iq7j Жыл бұрын

    Narid or acting sobotkoi val lagise

  • @bhikhonmuhon7009
    @bhikhonmuhon7009 Жыл бұрын

    নাৰদৰ বিদায় বেলাত জিকীৰ গাই প্ৰস্হান যে, আদশ' নে বিদশ', নাৰদে ত জিকীৰ নাগাই

  • @DebangaBora-ee4ki
    @DebangaBora-ee4ki7 ай бұрын

    Mojs

  • @user-wh5us8ji3w
    @user-wh5us8ji3w6 ай бұрын

  • @mikealpran3142
    @mikealpran3142 Жыл бұрын

    Mojja lagisy Beautyk😂😂😂

  • @Ashagaming785
    @Ashagaming785 Жыл бұрын

    Eman val lagil bah bah.

  • @nituldehingia387
    @nituldehingia387 Жыл бұрын

    ভাল লাগিল ভিদিওটো চাই

  • @lovefornature4403
    @lovefornature4403 Жыл бұрын

    Bht bhal hoise

  • @sunamsarania4597
    @sunamsarania4597 Жыл бұрын

    Moja

  • @biswaboiragi7036
    @biswaboiragi7036 Жыл бұрын

    সুন্দৰ অভিনয়

  • @uttambormudoi1520
    @uttambormudoi1520 Жыл бұрын

    Bahut sundar💜👍

  • @shimantasaikia214
    @shimantasaikia214 Жыл бұрын

    Vall lagesha🍒🍊🍑🍑🍒🍈

  • @bedantagogoi5184
    @bedantagogoi5184 Жыл бұрын

    Ufffff beauty r acting wahhhh....vakha nai

  • @jayantaphukon3297
    @jayantaphukon3297 Жыл бұрын

    Bohut val lagil

  • @bikashb.j.b2349
    @bikashb.j.b2349 Жыл бұрын

    Bahut val lagil xakalure ovinoy

  • @nitubasumatary9362
    @nitubasumatary9362 Жыл бұрын

    Vll lagil bahut..

  • @joypadun7771
    @joypadun7771 Жыл бұрын

    বহুত সুন্দৰ হৈছে,বিৰল অভিনয়।

  • @nitudev5820
    @nitudev5820 Жыл бұрын

    সুন্দৰ

  • @NabanitaDutta-oi9pc
    @NabanitaDutta-oi9pc6 ай бұрын

    Bhut val lagese

  • @jyotisaika2119
    @jyotisaika21197 ай бұрын

    Kiya katha ha 😮😊❤

  • @jayantachetia4488
    @jayantachetia44886 ай бұрын

    CV নাৰদৰ অভিনয় ভাল হৈচে কিন্তু কংসয়েনিজেহে বখোদেৱক হাতে শিকলি লগাবলৈ আদেশ দিছিল নাৰদৰ কথা শুণি এই কাম কৰা নায় গতিকে সংলাপ বিৱহাৰ সংযত হব। ধণ্যবাদ।

  • @gamingspyderanku1404
    @gamingspyderanku1404 Жыл бұрын

    Mojja 🥰🥰🥰unstoppable

  • @pronabgogoi6076
    @pronabgogoi6076 Жыл бұрын

    Nice voice devarshi 👌

  • @akanibora8050
    @akanibora8050 Жыл бұрын

    Bor sundor house Krishna 🙏🙏

  • @dipikabhuyan9566

    @dipikabhuyan9566

    Жыл бұрын

    Cffghhffghj

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 Жыл бұрын

    ৰাস ৰাস হৈ থাকিলে ভাল হয় । এই ক্ষেত্ৰত বাবুল বৰাই কি কব বাৰু ।

  • @haritrideka5505
    @haritrideka5505 Жыл бұрын

    Bohut val lagil sai 🙏🙏🙏

  • @hiramonibhuyan4086
    @hiramonibhuyan4086 Жыл бұрын

    Val lahil sai😍😊😊

  • @dinanathborah3840
    @dinanathborah3840 Жыл бұрын

    Nice ovinoy.

  • @sangitamandal9880
    @sangitamandal9880 Жыл бұрын

    Very nice ❤️

  • @aksoybora
    @aksoyboraАй бұрын

    😅😅😂😂❤❤

  • @diptigogoi1097
    @diptigogoi10976 ай бұрын

    নাৰদৰ অভিনয়ে বেছিকৈ মুহিত কৰিছে 30:26

  • @jayantachangmai2563
    @jayantachangmai2563 Жыл бұрын

    ৰাসত হাস্য ৰস লাগে ,কিন্তু অতিৰণ্জিত হলে মুল কাহিনীয়ে গুৰুত্ব হেৰুৱাই,ইয়াতো হেইটোৱে পৰিলক্ষিত হৈছে

  • @abhinabboruah4953

    @abhinabboruah4953

    Жыл бұрын

    Takei

  • @dayalchandradas3201
    @dayalchandradas3201 Жыл бұрын

    Mmi

  • @abmonty7274
    @abmonty7274 Жыл бұрын

    আপোনালোকে ঈশ্বৰৰ নামত অন্তত ইমান তললৈ নামিব নাপায় বহুত লাজ লাগিছে ছিঃ

  • @prodipsaikia794
    @prodipsaikia794 Жыл бұрын

    কে কে আৰু মোহনৰ অভিনয় বেহাৰবাৰিতহে ভাল লাগে ৰাসত কিন্তু একেবাৰেই ভাল নালাগে অতি বেছি হ'লে পাতল হৈ পৰে।

  • @bulumonigogoi7926
    @bulumonigogoi79266 ай бұрын

    Sac

  • @goutamdas6479
    @goutamdas6479 Жыл бұрын

    মজা

  • @sonjoybodo3547
    @sonjoybodo3547 Жыл бұрын

    Val lagil sai hundor ovinoy

  • @RajRaj-ku6ej
    @RajRaj-ku6ej Жыл бұрын

    Nevc

  • @NiranjanCreation
    @NiranjanCreation Жыл бұрын

    Val lagil dei video2😍

  • @bulengohain5689
    @bulengohain5689 Жыл бұрын

    ফটোৱামীৰো সীমা এটা থাকে অ ককাই।

  • @juribokal6336
    @juribokal6336 Жыл бұрын

    Nice

  • @jayantachangmai2563
    @jayantachangmai2563 Жыл бұрын

    কংসৰ অভিনয় ঠিকেই আছে,কিন্তু কন্ঠটো ল'ৰা ৰজাৰদৰে লাগিল,গতিকে চৰিত্রটোত গাম্ভিয্যতা নাহিল.....

  • @assamgamer8961
    @assamgamer8961 Жыл бұрын

    🔥🔥🔥

  • @assamgamer8961

    @assamgamer8961

    Жыл бұрын

    Moja

  • @RUPANKAR12
    @RUPANKAR12 Жыл бұрын

    Nic

  • @digantasaikia8967
    @digantasaikia8967 Жыл бұрын

    🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @chitralekhakeotgogoi3377
    @chitralekhakeotgogoi3377 Жыл бұрын

    ❤️❤️

  • @monjitborah2033

    @monjitborah2033

    Жыл бұрын

    🥰

  • @hrishiff5747
    @hrishiff5747 Жыл бұрын

    U

  • @somen2622

    @somen2622

    Жыл бұрын

    Val lagel Sai hole , akhibad thakel rakhorlei buli

  • @moinirmali
    @moinirmali Жыл бұрын

    তোমাৰ ভিদিও সদায় চাওঁ মোৰো চাবা আৰু চাইকাইভটো কৰি দিবাদেই

  • @shritutumani8683
    @shritutumani8683 Жыл бұрын

    Sai vl lagise kin2 aji kali rash komiti bure making korise. Making korile beya lage

  • @anupomborgohainanupomborgo8582
    @anupomborgohainanupomborgo8582 Жыл бұрын

    গৰুৱে ঘাহ খাইও অমিত দিয়ে। হাপে অমিত খাইও বিহ দিয়ে। পাথক্য খাদ্য নহই । আছলতে যত জিতো। ভুল হলে ক্ষমা কৰিব।🙏🙏

  • @ankurankur9106
    @ankurankur9106 Жыл бұрын

    kk muhonak akol beharbaritei vaal lage sidha baat

  • @darpangogoi6390

    @darpangogoi6390

    Жыл бұрын

    Muru same

  • @mbbillionairesluxurylifest8384
    @mbbillionairesluxurylifest8384 Жыл бұрын

    Avinoi vl kintu rashok bikisto vabe poridashan korise krn boson khini rashor natokot nai , asomiai jodi asomiar shanshkriti beleg rup die beleg ru ki krib vabok mur monor kothahe kntu

  • @indramohanhazarika2271
    @indramohanhazarika2271 Жыл бұрын

    Aikhn rakh korise

  • @pranjal_here_
    @pranjal_here_ Жыл бұрын

    এয়া ৰাসেই হৈ আছে নে??😂যদি সঁচাকৈয়ে তেওঁলোকক নিমন্ত্ৰণ কৰি অনা হৈছে তেন্তে এটা ভাল চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিয়ক। তেওঁলোকৰ এনেধৰণৰ সস্তীয়া সংলাপবোৰ শুনি এয়া ৰাস নে তেওঁলোকৰ ধাৰাবাহিকখন ধৰিবৈ পৰা নাই 😂 হাস্যৰসৰ নামত মানে কি কি কৈ থকা নাই এইকেইটাই।😂

  • @anantaborabora2801

    @anantaborabora2801

    Жыл бұрын

    100%

  • @upengogoi4699

    @upengogoi4699

    Жыл бұрын

    নাটৰ বিষয় বস্তু লগত সংগতি ৰাখি সংলাপ হোৱা হলে ভাল আছিল ।

  • @deepjyotigogoi4615
    @deepjyotigogoi4615 Жыл бұрын

    ❤️❤️❤️

  • @dulalhazarika8981
    @dulalhazarika8981 Жыл бұрын

    এই বোৰ হৈছে কিহৈছে ভাওনা শেষ হল ! ৰাসও শেষ হব পুৰনা ভাবে ৰাস কৰক ।কমিতি চকু ৰাখক অাধুনিক তা সকলো উঠি যাবৈৈ নিদিব নাট থকা দৰে দৰশন কৰাওক ।অভিনেতা দুজনেও এবাৰ ভাব কি কৰিছে । হাহি খোৰা দিবলৈ গৈ নিজক নাপাৰিব । মোহন কেকে অভিনয় ভাল পাও বেহাবাৰি ।ৰাস শংকদেবৰ কেলি গোপাল নাট অাধাৰ

  • @britianjyotichetia3088
    @britianjyotichetia3088 Жыл бұрын

    💓🫶

  • @baltopluli3176
    @baltopluli31766 ай бұрын

    নাৰদ ৰ কণ্ঠ সঁচাকৈয়ে waaaa❤❤,বাকী k k muhonor কমেডি ৰাসত ভাল নালাগে,ৰাস খন কমেডিধাৰাবাহিক নহয়

  • @kirangogoi4748
    @kirangogoi4748 Жыл бұрын

    এওঁলোকৰ অভিনয় ভাল পাওঁ কিন্তু ৰাসত এইবিলাক ভাল নালাগে ,অলপ বেছি হৈছে নেকি !

  • @babudas3657
    @babudas36576 ай бұрын

    Nara onok ki asarit nohone bajaniznsjz

  • @sunilboruah6389
    @sunilboruah6389 Жыл бұрын

    Over action krile beya lage ... Shri Krishnar RAKH LILA hoi Behorbari outpost nhoi

  • @subhashsut2215
    @subhashsut22156 ай бұрын

    ৰাসত এই‌ বোৰ অভিনয় ভাল। নালাগে।

  • @pankajboruah7222
    @pankajboruah7222 Жыл бұрын

    avodro 2ta..

  • @tarunborah6916
    @tarunborah6916 Жыл бұрын

    tora ba nki gan to guwa

  • @biplopdas6618
    @biplopdas6618 Жыл бұрын

    Rakh aneke nepate pagol hol neki assam bakhi rice

  • @rajuboruah7423
    @rajuboruah74236 ай бұрын

    k k muhone bikrti krise. raxt emn fotuwa nkre

  • @golapborah7274
    @golapborah72746 ай бұрын

    Narodor over acting hoise

  • @nitulnath9844
    @nitulnath9844 Жыл бұрын

    Vul hola khoma korib.aibur mona voba rakh.prokit rakh nhoi.mona voba rakh

  • @culturalassam8675
    @culturalassam8675 Жыл бұрын

    ফটুৱামি

  • @assamesemusicfactory3606
    @assamesemusicfactory3606 Жыл бұрын

    Besi fokotiya korile

  • @jugalborah5012
    @jugalborah5012 Жыл бұрын

    ফটোৱামি

  • @smartzoon2813
    @smartzoon2813 Жыл бұрын

    Ekdom vl loga nai

  • @bulbulisarmah1530
    @bulbulisarmah15306 ай бұрын

    ❤❤❤❤নাৰদৰ লগতে সকলোৰে অভিনয় অতি মনোমোহা হৈছে ❤❤❤❤

  • @misschayanikasaikia4462
    @misschayanikasaikia4462 Жыл бұрын

    Moja

Келесі