কিহৰ কাৰণে আলফাই কৰিলে আত্মসমৰ্পণ? মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

কিহৰ কাৰণে আলফাই কৰিলে আত্মসমৰ্পণ?
১২ বছৰে আলোচনা কৰি এয়া নেকি আলফা চুক্তি?
আলফাৰ হৈ মূল আলোচনাকাৰী আছিল শশধৰ চৌধুৰী
সেই শশধৰ চৌধুৰী আজি প্রথমবাৰৰ বাবে ষ্টুডিঅ’ত
অসমত আজি সৰ্বত্র নিন্দাৰ সন্মুখীন আলফা
পৰেশ বৰুৱা সম্পৰ্কে কি কয় চৌধুৰীয়ে?
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কিয় হ’ব নোৱাৰে?
অসমীয়াৰ আৱেগ বনাম আলোচনাৰ মেল
সাংবিধানিক ৰক্ষাকৱচ কিদৰে পোৱা যাব?
জাতীয় আত্মসমৰ্পণ বনাম কৌশলগত কূটনীতি
ৰাষ্ট্র, দল, ৰাজ্য, আলফা আৰু অসমীয়াৰ আৱেগ
আলফা চুক্তি বিজেপিৰ লোকসভাৰ নিৰ্বাচনী এজেণ্ডা
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

Пікірлер: 56

  • @milanborah7503
    @milanborah75036 ай бұрын

    ভোগ-বিলাসত মত্ত হবৰ বাবে | এই জধামূৰ্খ কেইটাৰ বাবে বহুত অসমীয়া লৰা মৰিল ,সেনাই বহু ছোৱালীক ধৰ্ষণ কৰিলে ,বহু অসমীয়া যুৱক জীৱনলে ঘুনিয়া হল | এই জধামূৰ্খ কেইটাই দিল্লীৰ পৰা আনিলে কি ? সেইখিনি এইকেইটাই ঘুৰাই দিব পাৰিবনে ? ইঁহত কেইটাই বাংলাদেশত ধৰা দি ,দিল্লীৰ গড়াঁলত নিজে বন্দী হৈছিল |পৰিপক্ক মগজৰ হোৱা হলে ,আলফা কৰিবলৈ নগলহেঁতেন | বেয়া লাগে ,ইহঁতৰ দোষৰ কাৰণে ,বহু অসমীয়াৰ ক্ষতি হল | এই বিদগ্ধ পন্ডিত জনক কি প্ৰশ্ন সুধি সময় নস্ত কৰিছে... ৰাইজৰ ওচৰত ইহঁত নাঙঠ হল |

  • @arunpathak2120
    @arunpathak21206 ай бұрын

    তালুকদাৰ ডাঙৰীয়াই পৰিবেশন কৰা সকলো অনুস্থানেই খুব মনোগ্ৰাহী। আজিও তেখেতৰ অনুস্থান ভাল লাগিল।

  • @anandagogoi3444

    @anandagogoi3444

    6 ай бұрын

    কছটখটঙঘকঞগকচথ

  • @rajibkumarrabha201
    @rajibkumarrabha2016 ай бұрын

    শশধৰ straight forward. ভাল লাগিছে তেখেতৰ ব্যক্তিত্ব

  • @JiyaHayaan
    @JiyaHayaan6 ай бұрын

    What ever you did really for Assam. The condition of 90 s was different and now totally different so it is right to change with time. বহুতে বহুত কব কিন্তু কোনেও নিজে নকৰে আৰু আপোনালোকে যি কৰিছে বহুত খিনি কৰিছে।

  • @bhaskardeka9007
    @bhaskardeka90076 ай бұрын

    Govt should use his knowledge in good way. Great talk

  • @njyotinjyoti7541
    @njyotinjyoti75416 ай бұрын

    অসমত একো নাই বুলি কৈছে যে আগতে বুজি পোৱা নাছিল নেকি।ইমান সাহসী লৰা মৰিল আৰু আপোনালোকৰ কথাত কিমান মানু্হ ঘুনিয়া হ'ল।এতিয়া চালে বাৰে কোবাই কথা কৈ পাল মাৰিছে

  • @leelahazarika7587
    @leelahazarika75876 ай бұрын

    ' ইনাৰ লাইন 'পাৰমিট'ৰ বিষয়টো চুক্তি খনত সন্নিৱিষ্ট কৰিলে কিবা অসুবিধা হ'ল হয় নেকি বাৰু ?

  • @hritamkashyap

    @hritamkashyap

    2 ай бұрын

    একদম ঠিক কথা কৈছে আপুনি

  • @JiyaHayaan
    @JiyaHayaan6 ай бұрын

    মানুহে জাতি টোৰ কাৰণে অকমান ত্যাগ কৰিব নোৱাৰে আৰু তেখেত সকলে নিজৰ জীৱন মূল্যবান সময় ত্যাগ কৰিছে। পথ ভুল হব পাৰে কিন্ত লক্ষ্য ঠিকে আছিল।

  • @mradurparssnagogoi242
    @mradurparssnagogoi2426 ай бұрын

    অনুস্থান টো ছাই ভাল লাগিল

  • @iamwhatiam8261
    @iamwhatiam82616 ай бұрын

    আপোনাকৰ সাধ্য অনুসাৰে যি কৰিছে সেইয়া যথেষ্ট কৰিছে, মই আপোনালোকৰ কামত সন্তুষ্ট।

  • @PunaswarDas
    @PunaswarDas6 ай бұрын

    ভাল লাগিল চাই

  • @greatindia5003
    @greatindia50036 ай бұрын

    ইহঁতৰ বেংক একাউণ্ট ৰাজহুৱা হব লাগে ।

  • @pypypnpn4077
    @pypypnpn40776 ай бұрын

    Bohut val kotha koise

  • @bishwajeetgogoi
    @bishwajeetgogoi6 ай бұрын

    Good initiative

  • @manujgogoi7232
    @manujgogoi72326 ай бұрын

    Apuni real ulfa ne

  • @BubulNath-gw7mm
    @BubulNath-gw7mm6 ай бұрын

    Sudur.bhai

  • @user-iq1qe8hs5m
    @user-iq1qe8hs5m6 ай бұрын

    উল্ফাই যদি politically parallel government bonaise negotiation r karone tente thik ase nhle enebor genta surrender manuhok ami pradhonyo nidiu.

  • @pranabgoswami6872
    @pranabgoswami68726 ай бұрын

    Good man

  • @user-ox3wg9jw3d
    @user-ox3wg9jw3d6 ай бұрын

    😊

  • @rajibkumarrabha201
    @rajibkumarrabha2016 ай бұрын

    Inner line permit ব্যবস্থা কৰিব লাগে অসমত

  • @mintubharali3092
    @mintubharali30926 ай бұрын

    Akebare dhua tilosir pat...

  • @premvidyarnavmusical
    @premvidyarnavmusical6 ай бұрын

    Kotha bilak jongholi manuhor dore

  • @jyotiprbrahma73
    @jyotiprbrahma736 ай бұрын

    49:48 You have been allready discriminated

  • @diluwarhussain6024
    @diluwarhussain60246 ай бұрын

    ধৰা পৰা নাছিল ধৰাহে দিছিল

  • @user-dl7kx5lp9p
    @user-dl7kx5lp9p6 ай бұрын

    Ai karona aponi alfaloi goisel naki

  • @greentomato2638
    @greentomato26386 ай бұрын

    Ei kla hero boni gol dekhun.. Bhut attitude kla yar

  • @pradipkalita6363
    @pradipkalita63636 ай бұрын

    Eta bixex aponar chintat moi asorit je aponi kono bexex byektik logot noloi bor bhal paisu , ejon ajiloi bixex xahoxi Budhijibi aponi

  • @lachitphukan7495
    @lachitphukan74956 ай бұрын

    It's a political game

  • @BubulNath-gw7mm
    @BubulNath-gw7mm6 ай бұрын

    Sasadhar.narack.khabi.Tahate

  • @woman178
    @woman1786 ай бұрын

    NRC nawhuwar karawn tu ki 6 Janagosthi r janajatikaran st hawlae agawt st hoi thawka bilake opposition kawratu sabhabik mahuh barhi gole sawmawshya hawbaw 371 Karnataka t asae Karnataka janajati state nawhawi

  • @MdMIslam-zv6en
    @MdMIslam-zv6en6 ай бұрын

    Tokar babei korile neki.

  • @user-iq1qe8hs5m
    @user-iq1qe8hs5m6 ай бұрын

    Report বনোৱা যদি ভালদৰে বনাবি। উল্ফাই surrender kora nai। কেইজন মানে কৰিছে।

  • @brojenkhargharia15
    @brojenkhargharia156 ай бұрын

    Soso na foso aebor kam naie ehota assamor manuhok fake desa odaeso ke acel

  • @basantabaruah8479
    @basantabaruah84796 ай бұрын

    Axomia bidruhir aeitue charitra.Asorit hobo logia aku nai.

  • @bishnuramdas2708
    @bishnuramdas27086 ай бұрын

    Hijirai uttar dia Jen lagise

  • @chittaranjankalita1249
    @chittaranjankalita12495 ай бұрын

    Aponaloke ulfa kori axom khon bahut pisuai dile, aponalok axomiar Malik nohoi, apona r kone right nai axomiar hoi

  • @user-iq1qe8hs5m
    @user-iq1qe8hs5m6 ай бұрын

    Paresh Baruah zindabad.

  • @greentomato2638
    @greentomato26386 ай бұрын

    First faltu manuh invite korise eitu channel e..

  • @ajitneog8624
    @ajitneog86246 ай бұрын

    Arabinda rajkhowa k aanibo xonkale

  • @pankajkumarnath3093
    @pankajkumarnath30936 ай бұрын

    He justify the failure of ulfa

  • @lakheswarborah3046
    @lakheswarborah30466 ай бұрын

    এইজনৰ লগত কথোপ-কথন কৰি লাভ নাই । তেওঁ ওপৰত আস্থা ৰখাটো আলোচনা পণ্ঠি সকলৰ উচিত নাছিল । তেওঁ কিয় আলফাত যোগ দিছিল সেইটোৱে আমাৰ বাবে সাথৰ হৈ ৰল । অসমত তেওঁৰ মতে একো সম্পদেই নাই । আমি আচৰিত ।

  • @amlanjyotisaikia9339

    @amlanjyotisaikia9339

    5 ай бұрын

    Sob sun bhiror porai anibo lage

  • @kushalbaruah8438
    @kushalbaruah84386 ай бұрын

    CAA HATAW ASOM BASAW... APUNI AKU nakale..sehe.ako ALOSANAT ag bhag lowk...

  • @ajbora3990
    @ajbora39906 ай бұрын

    Good boss you are admitted you are losser

  • @samudradeka9250
    @samudradeka92506 ай бұрын

    বেছেৰা

  • @tanuramdas1946
    @tanuramdas19466 ай бұрын

    Tohotor ako Kam nai

  • @sonybigtv6160
    @sonybigtv61606 ай бұрын

    Hijira

  • @user-dl7kx5lp9p
    @user-dl7kx5lp9p6 ай бұрын

    Tokar lovot ai Kam korila naki

  • @user-sj5yi6nm2j
    @user-sj5yi6nm2j6 ай бұрын

    Kam nai

  • @user-iq1qe8hs5m
    @user-iq1qe8hs5m6 ай бұрын

    Fokotiya report bonali

  • @user-ox3wg9jw3d
    @user-ox3wg9jw3d6 ай бұрын

    😊

Келесі