No video

কিহেৰে পুজিমপ্ৰভূ kihere pujim probhu} parthona world healing prayer centre Ranjan chutia Jesus

#jesus #worldhealingprayercentre #Ranjanchutia #কিহেৰে পুজিমপ্ৰভূ #kiherepujimprobhu
#jesus
তোমাক মই,নাই মোৰ একোৱেই নাই । ---2
1) সন্তোষ হোৱা তুমি,নিজৰ গুণেৰে
মই দীনহীন পাপী প্ৰভূ----।2
2) মোৰ আছে মাথোঁ এখনি হৃদয়
সেই হৃদয়েৰে পূজীম তোমাক----।..2
3) শুচি কৰা তুমি মোৰ হৃদয়
জানিছো প্ৰভূ মই দুৰাচাৰী ।
🙏🙏🙏✝️
#Sunitchutia

Пікірлер: 1 400

  • @bikramhd369
    @bikramhd369 Жыл бұрын

    🙏 হে প্ৰভু যিশু মই আপোনাক বিশ্বাসত লৈছোঁ মোৰ দেউতা অসুস্থ হৈ আছে তেখেত সোনকালে সুস্থ হৈ উঠিব বুলি মোৰ বিশ্বাস আছে প্ৰভু যিশু 🙏

  • @happysonowal1732
    @happysonowal1732 Жыл бұрын

    Praise the lord মোৰ দেউতাক ৰোগৰ পৰা সুস্থ কৰি তোলক প্ৰভু

  • @niradaa1775
    @niradaa1775 Жыл бұрын

    Amen praise the God

  • @babitabarmanborgohain4003
    @babitabarmanborgohain40032 жыл бұрын

    হে প্ৰভু ৰক্ষা কৰা মোৰ বহুত কিবা কিবী হই আছে মোক ৰক্ষা কৰা

  • @lokeswargogoi6014
    @lokeswargogoi6014 Жыл бұрын

    পিতা তোমাৰ পবিত্ৰ আত্মা আমাৰ মাজত সদায়েই মজুত থাকিব আমিন আমিন আমিন 🙏🙏🙏🙏🙏🙏🙏

  • @nibeditakhaund9192

    @nibeditakhaund9192

    11 ай бұрын

    probhu Alice r loraa to xusthyoo kori d🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @sunilsarma3477
    @sunilsarma3477 Жыл бұрын

    প্ৰভূ ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুদেবকো প্ৰশংসা জনাইছো প্ৰভূ যীচু খ্ৰীষ্টৰ মহান বাণী সমূহ শুনি আমিবোৰ উপকৃত হৈছোঁ ধন্যবাদ আমেন হালেলুবা

  • @aparajitaborbora1668
    @aparajitaborbora16682 жыл бұрын

    ঈশ্বৰৰ প্ৰশংসা হওঁক। তোমাৰ মহিমা সদা- সৰ্ব্বদায় হওঁক। আমেন 🙏

  • @bulbuliborah8018
    @bulbuliborah80182 жыл бұрын

    যীচু তুমি আমাক উদ্ধাৰ কৰা ।

  • @fancymech9307
    @fancymech9307 Жыл бұрын

    হে প্ৰভু যীচু, আমাক বিপদৰ পৰা উদ্ধাৰ কৰা..মাক ৰোগৰ পৰা মুক্ত কৰা.. সকলোবোৰ ৰিপ'ৰ্ট ভাল আহে যেন।

  • @swarnalataboruah8368
    @swarnalataboruah8368 Жыл бұрын

    হে ভগৱান সদায় আমাক কৃপা কৰিবা🙏🙏🙏🙏🙏

  • @kabitadas6231
    @kabitadas6231 Жыл бұрын

    প্রভূ তোমাৰ কৃপা সদায় আমাৰ ওপৰত বনায় ৰাখিবা 🙏🙏

  • @himadrigogoi6082
    @himadrigogoi6082 Жыл бұрын

    ঈশ্বৰৰ প্ৰশংসা হওক। আৰু গুৰুদেৱলৈও ধন্যবাদ। যিজন গুৰুপিতাৰ পৰা তোমাক চিনি পালো । তেওঁক কোশলে ৰাখিবা । হে ঈশ্বৰ তোমাৰ স্থান সদায় মোৰ হ্নদয়ত,তুমি মহান দয়ালু পিতা তোমাক ধন্যবাদ প্ৰভু ধন্যবাদ ধন্যবাদ,আমেন আমেন আমেন হাল্লেলুইয়া 🙏🙏🙏

  • @user-km9hc6vs4x

    @user-km9hc6vs4x

    4 ай бұрын

    😊

  • @bhubanborah8492
    @bhubanborah849211 ай бұрын

    হে যীচু প্ৰভু মোৰ আইক আৰোগ্য কৰি তুলক।আপোনালৈ শতকুটি প্ৰণাম।

  • @kanaklotapayeng7611
    @kanaklotapayeng76113 жыл бұрын

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 প্ৰভু যীচু প্ৰাথনা সকলোকে সুস্থ কৰক মোকো কৰক 🙏🙏 আমেন ❤️❤️

  • @karabigogoi5993
    @karabigogoi5993 Жыл бұрын

    হে প্ৰভু ,সদায় ৰক্ষা কৰে আমাক , এই বাৰো পৰিত্ৰাণ কৰক , আমেন

  • @deepasahu945
    @deepasahu9452 жыл бұрын

    Ishwarar prakhankha houk 🙏 Hey prabhu Tumi,,amak hokoluke,, pratyak dinote iman hunder,, hanti aru hakti vora getere akhirbàd kora,,, tumak kidare Dhainyabad diu Prabhu pratyak geetor hur iman modhur je mane bhakhare bujabo nuwari,,amak hokoluke,,geetor jugedi Tumi akhirbàd korila Prabhu tumak kuti kuti Dhainyabad jasisu prabhu Amen ❤️🌹🙏🌹

  • @rajipdohutiadohutia9234
    @rajipdohutiadohutia92343 жыл бұрын

    ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰু দেৱ আৰু গুৰু মা লৈ কুটি কুটি বাৰ 🙏প্ৰনাম জনালো 💖✝️ আমেন

  • @namigogoi5272
    @namigogoi5272 Жыл бұрын

    🙏ঈশ্বৰৰ প্ৰশংসাৰ হওক,🙏 আমাৰ সকলোকে ভালে কুশলে ৰাখিবা 🙏প্ৰভু🙏আমেন 🙏

  • @namigogoi5272
    @namigogoi5272 Жыл бұрын

    হে প্ৰভু 🙏যীচু পিতা🙏 মই বহুত দিনৰ পৰা বেমাৰত ভুগি আছো, মোক তুমি বেমাৰৰ পৰা উদ্ধাৰ কৰা 🙏 আশীৰ্বাদ কৰা 🙏 প্ৰভু আমেন🙏

  • @hemalatadevi8767

    @hemalatadevi8767

    11 ай бұрын

    Lord bless you ✨ amen

  • @karabigogoi5993
    @karabigogoi5993 Жыл бұрын

    হে প্ৰভু , মোৰ মা বৰ অসুস্থ , তেওঁক ,সুস্থ কৰি তোলা প্ৰভু , মই উপাইবিহীন , ৰক্ষা কৰা ।

  • @jeshuprabhusong

    @jeshuprabhusong

    2 ай бұрын

    Amen 🙏

  • @darshanadas1469
    @darshanadas14693 жыл бұрын

    Praise the lord🙏🙏হে প্ৰভু দয়া কৰা।ৰাষ্টা দেখুৱাই দিয়া প্ৰভু।বিপদত পৰা উদ্ধাৰ কৰা।

  • @Universe_Boss1
    @Universe_Boss13 жыл бұрын

    ঈশ্বৰৰ প্ৰশংসা হওক প্ৰভু যীচু আমাক সদায় ৰক্ষা কৰি ৰাখিবা

  • @junadutta1250
    @junadutta1250 Жыл бұрын

    হেপৰম পিতা পৰমেশ্বৰ ভৰ পুৱাতে তোমাৰ নামেৰে দিনতো আৰম্ভ কৰো তোমাৰ পরবিত্র বাইবেল হৃদয়ত ৰাখি তোমাক মনত ৰাখোধন্যবাদ হাল্লেলুৱা হাল্লে লুৱা

  • @gaonliyaentertainment5347
    @gaonliyaentertainment5347 Жыл бұрын

    প্ৰভু মোক বেমাৰৰ পৰা মুক্তি দিয়া যিশুৱা মোৰ শৰী সুস্থ কৰি দিয়া প্ৰভু মই বৰ উপাই বিহীন ✝️🛐 praise the lord ✝️🛐💓

  • @user-sf8uk6js5n
    @user-sf8uk6js5n2 жыл бұрын

    গীতমালা:86:হে মোৰ ঈশ্বৰ, তোমাত বিশ্বাস কৰোঁতা দাসক তুমি পৰিত্ৰাণ কৰা।

  • @momisarma7222

    @momisarma7222

    2 жыл бұрын

    moi je apunar usorolai jaboi pora ni pita ...apunak dudin sapunot dekhilu...Jonai nojonai sadai parthona Koru....apuni arsivad koribo..logote jisu pitaru arsivad bisarisu.amen

  • @nilakhisonowal5032

    @nilakhisonowal5032

    2 жыл бұрын

    @@momisarma7222 same praise the lord 🙏🙏✝️✝️✝️💕💕💕 Amen

  • @darshana2144

    @darshana2144

    2 жыл бұрын

    Aapunak gole log pam nai atiya

  • @nilamonidehingianilamonide526

    @nilamonidehingianilamonide526

    2 жыл бұрын

    jai jisu pita

  • @nilamonidehingianilamonide526

    @nilamonidehingianilamonide526

    2 жыл бұрын

    mur udhar kora pita jisu

  • @singlelife3603
    @singlelife36033 жыл бұрын

    প্ৰভু কৃপা কৰা । 😭😭😭😭😭😭😭🙏🙏🙏

  • @rupjyotilahon7420
    @rupjyotilahon74209 ай бұрын

    ভগবান বহোত ভাল। হোয় 🦋💕💕🙏🙏🙏🙏🙏🙏। যীশু কৃষ্ণ বোহোত ভাল🙏🙏🙏🙏♥️♥️♥️

  • @Sneha...96
    @Sneha...96 Жыл бұрын

    Prabhu Jisu 🙏🙏🙏🙏🙏🙏🙏🙏🙏hustha kori rakha probhu amak...Tumr mohima opar...Praise you Jesus 🙏🙏🙏🙏 AMEN

  • @sonitpurprinters3848
    @sonitpurprinters38483 жыл бұрын

    যীচুতুমি মোৰ পৰম বন্ধু যীচুতুমি জৌৱনৰ পৰম বন্ধু যীচু তুমি মোৰ জীৱনৰ পৰম ৰক্ষক

  • @purnimagohain9779
    @purnimagohain97792 жыл бұрын

    হে প্ৰভু যীশু পৃথিৱীৰ সকলো মানুহকে সুখ শান্তিৰে ৰাখা প্ৰভু । সকলোৰে মনোকামনা পুৰণ কৰা দয়াময় প্ৰভু ।

  • @kabitamoran6158
    @kabitamoran615811 ай бұрын

    হে প্ৰভু আমাৰ লৰাটো দুখ পালে ভাল কৰি দিযা প্ৰভু যীচু পিতা🛐🛐🛐❤️❤️❤️✝️✝️✝️আমেন 🙏🙏🙏

  • @alakabaruah4991
    @alakabaruah49913 жыл бұрын

    ঈশ্বৰৰ প্ৰশ্্শা হওক 🙏 যিচুৰ সুমধুৰ নামৰ গৌৰৱ হওঁক, ধন্যবাদ জ্ঞাপন কৰিছো প্ৰভু, ভগৱন্তই গুৰু জনা লৈ আশিবাদ কৰক, পৰিত্ৰাণ দিয়ে যেন

  • @lakhigogoi5243
    @lakhigogoi5243 Жыл бұрын

    ঈশ্বৰৰ প্রশংসা হওঁক সেই পিতৃ তোমাৰ চৰনত আমাক সদায় ৰাখিবা গুৰুজনা এই আত্মাৰ প্রাথনা যোগেদি আমাক আশীর্বাদ কৰিবা, আমেন ,আমেন, আমেন ,আমেন ,আমেন, আমেন🙏🛐🛐😔😔😔😔🛐🛐🙏

  • @mrinmoyeesarma5872
    @mrinmoyeesarma587210 ай бұрын

    ঈশ্বৰৰ গুন গৰিমা ৰে আমাৰ জীৱন লৈ শান্তি নিজৰা বৈ যাওক ৷সকলোৰে মংগল হওক ৷যীশুৰ গুনেৰে আমাৰ জীৱন সমৃদ্ধ হওক ৷

  • @trideepsaikia6059
    @trideepsaikia6059 Жыл бұрын

    Muk hustho kora Prabhu Amen

  • @narenborah5507
    @narenborah55072 жыл бұрын

    ঈশ্বৰৰ প্রশংসা হওক। হে প্রভু যীশু তুমি আমাকে সকলো বিপদৰ পৰা পৰিত্ৰাণ দিয়া। তোমাৰ চৰণত পৰিছো প্রভু

  • @birenbora8770

    @birenbora8770

    2 жыл бұрын

    ঈছৰৰপখশাহ

  • @gitimonibordoloi5108
    @gitimonibordoloi5108 Жыл бұрын

    🙏🙏 প্ৰণাম প্ৰভূ মোৰ বাইদেউ আৰু সকলো শাৰীৰিক অসুস্থলোকক অতি সোনকালে আৰোগ্য কৰি তোলা এয়ে প্ৰাৰ্থনা । আমেন আমেন ।🙏🙏

  • @happysonowal1732
    @happysonowal173211 ай бұрын

    Praise the lord he probhu Mur sakorir hokolu homoshya homadhan kori diyok probhu

  • @JSBMCreativeAngel
    @JSBMCreativeAngel2 жыл бұрын

    ঈশ্বৰৰ প্ৰসংশা হ‌ওক🙏 ধন্যবাদ জনাইছো প্ৰভু 🙏 আমেন

  • @hopunorporixuntumisuna840
    @hopunorporixuntumisuna8403 жыл бұрын

    Parvu jisu 🙏akhirbad diba paper pora mukti diba mur shwami suwalir pitir usar loi jana jodi niniye muk mari ni bo parvu amen 🙏🙏🙏🙏🙏🙏

  • @trishnagogoi5072
    @trishnagogoi50723 жыл бұрын

    Praise the Lord 🙏✝️ Amen 🛐🛐 hallelujah hallelujah

  • @gitimonibordoloi5108
    @gitimonibordoloi5108 Жыл бұрын

    প্ৰভু মোৰ বাইদেউক অতি সোনকালে আৰোগ্য কৰে যেন এয়ে প্ৰভুৰ চৰণত প্ৰাৰ্থনা ।

  • @padmagogoi4046
    @padmagogoi4046 Жыл бұрын

    Amem Amen Amen Amen Amen Amen Amen Amen 🙏

  • @ajantabaruah6719
    @ajantabaruah67192 жыл бұрын

    প্ৰভু তুমি মহান

  • @mainagogoi3429
    @mainagogoi34293 жыл бұрын

    Praise Lord Jesus 🙏🙏🙏

  • @venomwnl5251
    @venomwnl52512 жыл бұрын

    Praise the lord ✝️❤️ Amen❤️✝️

  • @bishaldeka6060
    @bishaldeka6060Ай бұрын

    হে প্ৰভু যীশু মোৰ মা - দেউতা বহুত দুখত আছে, সিহঁতে ভালদৰে খাব নাপায়, বহুত ভোকত থাকে, আৰু বেমাৰত ভুগি থাকে, ময়ো উপায়হীন হৈ আছোঁ। মাৰ শৰীৰত বিষ বেমাৰ হৈছে তুমি ভাল কৰি দিয়া প্ৰভু.....।

  • @mahendrasaikia9637
    @mahendrasaikia96373 жыл бұрын

    Praise the Lord🙏 amen Amen Amen Amen Amen Amen Amen🙏🙏🙏🙏🙏🙏🙏😭😭😭😭😭😭😭😭😭😭

  • @hemantasaikia2250
    @hemantasaikia22502 жыл бұрын

    provu ashirbad korok mur maa val hoi uthe jen hunkale

  • @ranudeka6449
    @ranudeka64492 жыл бұрын

    Amen Amen praise the Lord 🙏🙏

  • @vishalchoudhury1505
    @vishalchoudhury1505 Жыл бұрын

    This song is mine one of the most favourite Assamese gospel music song. AMEN 🙏 God bless you abundantly sir.

  • @yourfather2157
    @yourfather21573 жыл бұрын

    Muk hunkale bhl kri dia prabhu 🙏 praise the lord ✝️

  • @joyantigogoi8756
    @joyantigogoi87562 жыл бұрын

    ঈশ্বৰৰ প্ৰশংসা হওক ✝️🙏 আমেন ✝️ হালেলুইয়া 🙏🙏

  • @achyutgogoi3180
    @achyutgogoi3180 Жыл бұрын

    Provue hokolke jen akhirbad kor amene haleluya 🙏🙏❤❤

  • @Miliysaikia
    @Miliysaikia11 ай бұрын

    হে প্ৰভু , মোক যুজিৱলৈ শক্তি দিয়া ।

  • @penpaper478
    @penpaper4783 жыл бұрын

    Praise the Lord 🙏🙏🙏🙏🙏🙏 Amen

  • @mousumisaikia4093
    @mousumisaikia40933 жыл бұрын

    Thank you Lord 🙌 love you Jesus please give me God blessing my too daughter's 🙏 hallelujah hallelujah hallelujah amen

  • @Miliysaikia
    @Miliysaikia Жыл бұрын

    সদায় হৃদয়ত ৰাখিম ❤। মোক ৰক্ষা কৰা প্ৰভু

  • @100ffofficial
    @100ffofficial Жыл бұрын

    Peta muk doya kara prise the lord aman ❤✝️✝️✝️🙏🏻🙏🏻🙏🏻🙏🏻🛐🛐

  • @go2000kamal
    @go2000kamal3 жыл бұрын

    Haluluya.. praise the lord Jesus Christ.. Amen

  • @utpalbora8749
    @utpalbora87493 жыл бұрын

    Praise the lord 🙏🏿🙏🏿🙏🏿🙏🏿

  • @rajahazarikablock256
    @rajahazarikablock2562 жыл бұрын

    প্রভূ যীচুয়ে সকলোকে দয়া কৰক। ✝️✝️

  • @sushenmajhi9508
    @sushenmajhi9508 Жыл бұрын

    হে ঈশ্বৰ , হে প্রভু , মোৰ পৰিয়ালৰ সকলো সদস্য সুস্থ হৈ থাকক এয়ে কামনা কৰো

  • @aruphazarika6664
    @aruphazarika66643 жыл бұрын

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏

  • @juntidas9657
    @juntidas96573 жыл бұрын

    পিতা সকলুকে কুখলে রাখিবা প্রভু ঈশ্বর আমেন হে গুরুজা আপুনার প্রাথনা হুনিলে মন প্রান ভরি জাই😭😭🙏🙏🙏🙏🙏🙏🙏🙏

  • @junadutta1250
    @junadutta1250 Жыл бұрын

    Praise the lord probhu daily pua godhuli tumak parthona koru mur parthona r uttar diba tumak bhut vorosa koru hallelujah

  • @dipikadoley1683
    @dipikadoley16832 жыл бұрын

    Praise the Lord✝️✝️✝️ amen 🙏🙏🙏

  • @hemaranibaruah294
    @hemaranibaruah2943 жыл бұрын

    ইশ্বৰৰ প্ৰসঙ্খা হওঁক ।হে পিতা যীচু তুমি আমাক সকলো বিপদৰ পৰা পৰিত্ৰাণ দিয়া । গুৰুজনালৈ শত কোটি নমস্কাৰ জনাইছো ।আমেন 🙏🙏🙏🙏

  • @bijaybarla7455

    @bijaybarla7455

    3 жыл бұрын

    Jotin

  • @babitachetia6832

    @babitachetia6832

    3 жыл бұрын

    মোৰ প্ৰভূ তোমাৰ জয় গান হওঁক,তোমাৰ মহিমা মহত্বতা সকলোৱে বুজক ,আমাৰলৈ সুস্থতা দান কৰক ,সমুদ্ৰলৈ সুস্থতা দান কৰক ,তোমাৰ দয়া আৰু মহিমাৰে সকলো দাস দাসীক কৰুনাৰ পৰা ৰক্ষা কৰক,আমাৰ গুৰুদেৱক দীঘায়ু দান কৰক ,আৰু সদায় সুস্থ কৰি ৰাখক |ঈশ্বৰলৈ কোটি কোটি ধন্যবাদ জনালো | আমেন ......

  • @arunpachan2968

    @arunpachan2968

    2 жыл бұрын

    Amen

  • @joychandrarajkhowa3196
    @joychandrarajkhowa31962 жыл бұрын

    Praise the Lord Amen

  • @bedabrat6466
    @bedabrat6466 Жыл бұрын

    ঈশ্বৰৰ প্ৰশংসা হওঁক। সব্বপ্ৰথমে সৃষ্টিকৰতা ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ । হে দয়ালু ঈশ্বৰ তুমি আমাক যিজনাৰ দ্বাৰা আন্ধাৰৰ পৰা পোহৰৰ ৰাস্তা দেখালা হে গুৰুজনাক কোটি কোটি ধন্যবাদ জনাইছোঁ। হে ঈশ্বৰ মই বেদব্ৰত গন্ধীয়া তোমাৰ আগত পাপ স্বীকাৰ কৰিছোঁ, মই বেভীছাৰ ,চুৰ ,পৰচৰৰ্চা পৰনিন্দা, মনে,প্ৰাণে ,শৰীৰৰে ,চকুৰে ,মুৰৰ চুলিতকৈ অধিক পাপ অপৰাধ কৰিলোঁ তোমাৰ আগত। হে দয়ালু ঈশ্বৰ যিচু পিতা হে প্ৰভু মোৰ সকলো পাপ ক্ষমা কৰি দিয়া আৰু তুমি যেন মোক সদায় সত্য পথতত চলাই নিয়া। আমেন।

  • @kabitaborah2031
    @kabitaborah2031 Жыл бұрын

    ঈশ্বৰৰ প্ৰশংসা হক আমেন হালেলিয়া

  • @mylittleheartdristipratiks7470
    @mylittleheartdristipratiks74702 жыл бұрын

    Praise the lord for Jesus...

  • @susildas2765
    @susildas27653 жыл бұрын

    Praise the lord ⚘⚘⚘⚘⚘🙏🏽🙏🏽🙏🏽🙏🏽

  • @mousumiassam
    @mousumiassam Жыл бұрын

    Jisu pita tumi hokolu Jana pita ,amr hoi thoka situation tu tumatke valka ru kuna janibo ,pita udhar kora 🙏pap vul bur maf kora,praise the lord 🙏

  • @kabitamoran6158
    @kabitamoran615811 ай бұрын

    ঈশ্বৰৰ প্ৰসংশাৰ হওক 🛐🛐🛐❤️❤️❤️ঈশ্বৰৰ গৌৰব হওক ✝️✝️✝️আমেন 🙏🙏🙏

  • @sharmilabasumatary2195
    @sharmilabasumatary21953 жыл бұрын

    Praise the Lord , Amen

  • @rubihazarika992
    @rubihazarika9922 жыл бұрын

    ঈশ্বৰ প্ৰশংসা হওঁক । কৰুনা ময় সদায় তোমাৰ কৃপাত ৰাখিবা ।Amen

  • @bornaligogoi9898

    @bornaligogoi9898

    Жыл бұрын

    📺-

  • @leenagogoi9664
    @leenagogoi9664 Жыл бұрын

    Praise the Lord.Amen 🙏🙏

  • @manashpratimgohain210
    @manashpratimgohain2102 жыл бұрын

    Praise the Lord

  • @lakhimai5846
    @lakhimai58462 жыл бұрын

    Tumak pronam probhu jisu mok daiya kora 🙏🙏🙏🙏🙏🙏🙏🙏🙏 guru Janako pronam 🙏🙏🙏🙏🙏🙏

  • @nayan3731
    @nayan37312 жыл бұрын

    আশীর্বাদ কৰিবা প্রভু 🙏 মোৰ মনৰ আশাবোৰ যাতে সোনকালে পূর্ণ হয়। ইশ্বৰৰ প্রশংসা হওক, আমেন🙏 ।Praise the Lord..

  • @deori._.tuhina.
    @deori._.tuhina.2 жыл бұрын

    Praise the Lord amen🙏

  • @lakhigogoi5243
    @lakhigogoi52438 ай бұрын

    হে প্রভু সকলোকে সুন্দৰকৈ চলাই নিবা আৰু আশীর্বাদ কৰিবা🛐🛐🛐🛐

  • @bubulspresentation1111
    @bubulspresentation11112 жыл бұрын

    🙏 Praise The Lord 🙏 ❤️ Halleluiyah ❤️

  • @mayrakayshap2113
    @mayrakayshap21133 жыл бұрын

    praise the Lord 🙏🙏

  • @junadutta1250
    @junadutta1250 Жыл бұрын

    Praise the lord hallelujah

  • @venomwnl5251
    @venomwnl52519 ай бұрын

    ঈশ্বৰৰ প্ৰচণ্ড হওঁক 🙏🛐❤️ আশীৰ্বাদ কৰিবা পিতা 🙏❤️

  • @PRANJYOTISWDWMSREEBASUMA-xp3jt
    @PRANJYOTISWDWMSREEBASUMA-xp3jt3 жыл бұрын

    Praise the Lord Amen ❤️❤️🙏 🙏

  • @kiransaikia631

    @kiransaikia631

    Жыл бұрын

    Praise the lord 🙏🙏🙏

  • @listentosongswithpopibul7915
    @listentosongswithpopibul79153 жыл бұрын

    Praise the Lord Jesus 🙏🙏🙏Amen!

  • @littleknowledge3455
    @littleknowledge3455 Жыл бұрын

    Praise the lord 🙏 Amen 🙏 Hallelujah 🙏🙏🙏🙏

  • @dhoogogoi9051
    @dhoogogoi9051 Жыл бұрын

    Praise the lord 🙏🙏🙏

  • @polibhuyan8516
    @polibhuyan85163 жыл бұрын

    Praise the Lord 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @hirensaikia3810
    @hirensaikia38103 жыл бұрын

    Praise the Lord 🙏🙏🙏🛐✝️☦️💖🌎

  • @vlogeentertainment1141

    @vlogeentertainment1141

    2 жыл бұрын

    Praise the Lord God Bless you

  • @jitenphukon9537
    @jitenphukon9537 Жыл бұрын

    বহুত ভাল লাগিল শুনি গুৰু জনা চৰনত কৰীছো হেৱা 🙏🙏🙏❤❤❤❤❤❤মোৰ ভাল লগা 😘😍😘😍😘😍😘😍😘শুনি ভাল পাঁও

  • @mantudas7660
    @mantudas76603 жыл бұрын

    প্ৰভু যীচু জয় হক তোমাৰ দাস দাসীসকলকে আসী্ৰ্বাদ কৰক মোৰ ভৰিৰ বিষ প্ৰভু মোক জাতে ভাল কৰে প্ৰভু যীচু জয় হক আমেন শ্ৰী অনিমা দাস 🙏🙏🙏

  • @mantudas7660

    @mantudas7660

    3 жыл бұрын

    ভৰিৰ জথৰ

  • @b.g_chanelassam8848
    @b.g_chanelassam88482 жыл бұрын

    .... প্ৰভু যিশুৰ প্ৰশংসা হওঁক... পার্থনা 2 শুনিলে গাৰ নোম হিয়ৰি উঠে গুৰুজনা এই মিঠা হুৰে আমাৰ মন মূহি নচে

  • @b.g_chanelassam8848

    @b.g_chanelassam8848

    2 жыл бұрын

    নিছে

  • @janardonbharali8018
    @janardonbharali8018 Жыл бұрын

    ঈশ্বৰৰ প্ৰশংসা হওঁক পিতাই, ধন্যবাদ, আমেন।

  • @disharajkumari5246
    @disharajkumari5246 Жыл бұрын

    হে প্ৰভু ঈশ্বৰ ছোৱালী জনী আজি পৰীক্ষা ।কাঁহ ধৰিছে ভা ল কৰি দিয়া প্ৰভু ।তোমাক হত কোতি প্ৰনাম জনাইছৈ ।পৰীক্ষা ভাল হবলৈ আশীৱাদ দিবা প্ৰভু ।ধন্যবাদ প্ৰভু ধন্যবাদ ।🙏🙏🙏

  • @indiraskitchenandvlogs6570
    @indiraskitchenandvlogs65703 жыл бұрын

    ঈশ্চৰৰ প্ৰশংসা হওঁক। গুৰুজনাৰ সুস্বাঠ্য কামনা কৰিলো। মোৰ ভন্তীজনীৰ আশু আৰোগ্য হবলৈ আশীৰ্বাদ কৰিব প্ৰভু। গুৰুপিতা আৰু গুৰুমালৈ সেৱা জনালো। আমেন।

  • @pranturai

    @pranturai

    9 ай бұрын

    ভালকথা

  • @penpaper478
    @penpaper4782 жыл бұрын

    Praise the Lord 🙏🙏🙏 Amen

Келесі