Contact-7363817537, 8811846254,#chakrapaniparashar #baartalaap #assamesepodcust #astrology / baartalaap / baarta_laap / baartalaapdotin baartalaap.in/
দুয়োকে বহাগ বিহুৰ মৰম আৰু শুভেচ্ছা জনালোঁ।
মিন্টু দাৰ কথাখিনি বহুত ভাল লাগে। ইমান সহজ কাম দিয়ে সকলোৱে কৰিব পাৰে।
বহুত ভাল লাগিছে আপোনাৰ সৱৰ আলোচনা শুনি।দেউতাৰ ভৰি চুই যাত্ৰা কৰা বৰ সুন্দৰ অনুভৱ।
Chakra first tumak dhanyabad. 🙏.Mintu da k log Palu tumar majedi, kintu bohut kom xomoi karone...again many thanks....God bless you with abundance
চক্ৰপাণি পৰাশলৈ বহুত বহুত ধন্যবাদ থাকিল ।বাৰ্তালাভত শৰ্মা ডাঙৰীয়াক দেখাৰ. পিছত মইয়ো ফোন যোগে মোৰ সমস্যা জনাই মই সমাধান পলো ।দোয়োজনলৈ বহুত বহুত ধন্যবাদ থাকিল
বহুত ভাল লাগিছে
Full of positivity ❤thanks to both of you
বহুত ভাল লাগিল অনুষ্ঠানটো । ❤
Wow nice 👌....my fvrt astrology apunar vdo suwar pora
বহুত ধন্যবাদ। ভাল পালোঁ অনুষ্ঠানটো।
আপোনাৰ কথা শুনি মোৰ বহুত ভাল লাগিছে আৰু সুধিব লগা কথা বহুত আছে ক'ত লগ পোৱা যাব আপোনাক
Khub hundor anusthan korise❤
Bhut val lagil.bhut sikilo
আপোনাৰ অনুষ্ঠানটো চাই ভাল লাগিল
বহুত ভাল লাগিল
বহু ত ভাল লাগিল ধন্যবাদ
Xsake bohut val lagil video tu, thanks 🙏
Val lagil apunar kotha huni.....
Bhal lagil
Bohut val lagile Dada....
Thank you so much sir. God bless you sir.
Bhal lagil thank you ❤
বহুত ভাল লাগিল। লগ পাব বিচাৰো।তেখেতক কিন্তু বহুত দূৰ। হ'ল। মই আপোনাৰ লোকৰ আগৰ ভিডিও চাইছো। মই আপোনাৰ নিয়মিয়া দশক
ভাল লাগিল
কথা শুনি বহুত ভাল লাগিছে
Bhut val lagile. Bhut kotha janilu
ভাল সহজতে ভাল উপায় দিয়ে❤🎉❤
Teor program bahut val lagise, pathsalalai ahibane ketiyaba
Cakra Da aaponar pora Dada k paiso.bahut Dhannyabad Bartaman Guru aamar Mintu Da❤❤️
ভাল লগিল
Mokor raxi bohut beya goise thank you
Bhut vl lgil dada khuni❤
Thanks Val Lagil 🙏
Bahut vl lagil
Bohut val lagi aji
দুয়ো জনলৈ শুভ কামনা থাকিল ।
Kothakhini bhut val lagil ❤
বহুত বহুত ভাল লাগিল , ধন্যবাদ জ্ঞাপন কৰিছো
বহুত বহুত ধন্যবাদ দিলো।
Bohut bhal lagil
Mintu dar kotha blg bhut vl lge❤🎉🎉
এওঁক লগ পোৱা সম্ভৱনে
মইও জানিব বিচাৰো
Bhut val lagile
100% correct, both have 60-40% commission.
Thank you ❤
Bhut val lagil
Hosa kotha kou …Val lagil sai
Val lagil interview tu
বহুত নজনা কথা শিকিবলৈ পালো ধন্যবাদ
Thanks sir 🙏🙏🙏
Vl lagé
Kotha bur vl lagisa dada
Bhal lagila
দাদা ধন্যবাদ
বহুত ধন্যবাদ। চক্ৰপাণি পৰাশৰক অনুৰোধ জনালো বইৰালা গছৰ বিষয়ে মিণ্টু শৰ্মা ডাঙৰীয়াক সুধি জনাব।
পূজা দোকানত বিচাৰিলে পাব।। Price 20 rs
Xosa kotha vl lgil dei
Nice
বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা দুয়োজনকে
Akhet bohut ajon Vaal Astrologer🙏🙏🙏🙏🙏 .Sir Nabagrah Jyutishalowor Nayanjyoti Sharma dangoriak amontron jonabosun
Kot log dhoribo parim address Tu please jonabo
Adress plz।।
Mintu.da..god..bless.you..
val lagil apunak phun karim
Best astrologer
Love from boko
দুয়োজনলৈ শুভ কামনা থাকিল । বৰিয়লা গছ দেখিবলৈ কেনেকুৱা ?
Good morning sir.
Ekdom hosa kotha kom...
Dhanyavaad sokro pani daa akou mintuk dak matil
🙏🙏🙏
এইবিলাক জৌতিষী কিবা কিবি নানিব বাৰ্তালাপলৈ, বিজ্ঞান, টেকনলজীৰ মানুহ আনিব।
সৰৱজান।
Good
Bahut bhal upadekh palo,kintu log koribo parile upkrita hobo parim sage
ঔ নমঃ শিবায় |
❤❤❤❤❤
❤❤❤❤❤❤
Duyu jonoloi XUV kamona thakil dhainya bad
Sharma dar kothabur bohut val lage phonot poramorho lobo parimne jonabosun
বৈৰালা গছমানে কি গছ ক'বনেকি
41:50
Val lagisa
Val lagisa moru jibonot bohut homoisa hoi asa
🙏🙏🙏🙏
Bohut val lagil tauk kot log pam
Ene koi manuh jone…Iyat val ke kotha koi..ene time nai kotha patibo….okol business mineded
হয় দেই , কিৰো ইয়ং ডাঙৰীয়াই এনে ই টিভি থাকোতে মোৰ চৰকাৰী চাকৰি নাই বুলি কৈছিল। কিন্তু দুমাহ পিছতেই শিক্ষকৰ চাকৰি পাইছিলো।
Kirong mostu faltu Behaviour akdom vl nhoi miu log krisilu negativity ha plu
Dada guwahatikot lg pam Sharma dak
Krishna অলপ মান বেছি হল নেকি চক্ৰ জ্যোতিষী আমাৰ জীৱন চক্ৰ কিন্ত্ত কিন্ত্ত,,,
এইবাৰ ২০২৪ চনত দেশৰ স্বাৰ্থত দেশত পৰিবতৰ্ন লাগে। অন্ধভক্ত নহই 😔
Xosake jyotish r naam t amak bhoi dekhai ase bohut jyotishiye Ami bhoi aribo lagibo . thanks dada
Dada teuk kenekoi log pam
বৈৰালা
Dada dasam moha bidyar eta podcast bonab sun❤
Moi apunar niambur likhi thoisu . Adin log paboloi akha korisu .
Bohut kotha q janibo parilu
Log palu bhut vl lgisl
কত লগ pam জনাওক চোন
Dada bohut val lagil phone korim kindly respond karibo
Darikoi salu val lagil
Dada Ghar bonuwak loi ata broadcast korok 🙏
আপোনাৰ ভিডিঅ চাই ভাল লগে মই প্ৰায়েই চাও
আপোনাৰ ঘৰ নলবাৰীত যদি হয় ঠিকনাটো কবচোন। লগ কৰিম। ❤❤
এইজন এজন বেপাৰী। চক্ৰপানী পৰাশৰৰ অনুষ্ঠান চাইয়েই মই এখেতৰ ওচৰলৈ গৈছিলোঁ। মই প্ৰতিবছৰেই মোৰ জন্ম পত্ৰিকাখন জ্যোতিষীৰ হতুৱাই চাওঁ। এইবাৰ চাবলৈ এখেতৰ ওচৰলৈ গৈছিলোঁ। ইয়াত দেখাৰ সম্পূৰ্ণ বিপৰীত। তেখেতে ভালকৈয়ে নাচালে । মাত্ৰ 4 মিনিট সময় চালে আৰু বিনিময়ত মাননী 500 টকা ললে। তেওঁ 500 টকা লওঁক আপত্তি নাই আপত্তিটো হৈছে ভালকৈ অধ্যয়ন নকৰি মাত্ৰ 4 মিনিটতেই কেনেকৈ এজন ব্যক্তিৰ ভাল বেয়া সকলো চোৱা হয়! তেওঁক লগ পাই অনুভৱ হৈছে, বোধকৰো চক্ৰপানী পৰাশৰে পেইড প্ৰমোট কৰি অনুষ্ঠানটো কৰিছিল। এইটো অনুষ্ঠানৰ মিন্টু শৰ্মা আৰু নলবাৰীৰ প্ৰেমদা হোটেলত বহা মিন্টু শৰ্মাৰ সম্পূৰ্ণ পার্থক্য আছে। মিন্টু ডাঙৰীয়া, টকা গছত নালাগে। মানুহে দিনটো হাজিৰা কৰিও 500 টকা নাপাই। গতিকে জন্ম পত্ৰিকা চাওঁতে অন্ততঃ অলপ সময় লৈ ভালদৰে অধ্যয়ন কৰি চাব। চাবলৈ যোৱাজনে অন্ততঃ পইচা কেইটা এনেই গল বুলি অনুভৱ নকৰিব। 1 মিনিটকৈ 9 টা গ্ৰহৰ অৱস্থিতি চাবলৈও অন্ততঃ 9 মিনিট সময় লাগিব। আৰু আপুনি 4 মিনিটটেই ভূত-বৰ্তমান-ভৱিষ্যতৰ কথা কৈ দিয়ে😂😂 What a brilliant person👏👏👏😂 বহুত জ্যোতিষী লগ পালোঁ কিন্তু আপোনাৰ দৰে দুমুখীয়া জ্যোতিষী কেতিয়াও লগ পোৱা নাই।
Dada tripap dosh salile ki koribo Lage jonabosoon
Aibar Tezpur ahile jonabo sir punak log karibo bisaru
Пікірлер: 230

@user-oj5vc1up2e
3 ай бұрын

@smitabora3437
24 күн бұрын

@arpanabaghri6359
2 ай бұрын
পূজা দোকানত বিচাৰিলে পাব।। Price 20 rs
Xosa kotha vl lgil dei
Nice
বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা দুয়োজনকে
Akhet bohut ajon Vaal Astrologer🙏🙏🙏🙏🙏 .Sir Nabagrah Jyutishalowor Nayanjyoti Sharma dangoriak amontron jonabosun
@srisumidassrisumidas4049
2 ай бұрын
Kot log dhoribo parim address Tu please jonabo
@smitabora3437
24 күн бұрын
Adress plz।।
Mintu.da..god..bless.you..
val lagil apunak phun karim
Best astrologer
Love from boko
দুয়োজনলৈ শুভ কামনা থাকিল । বৰিয়লা গছ দেখিবলৈ কেনেকুৱা ?
Good morning sir.
Ekdom hosa kotha kom...
Dhanyavaad sokro pani daa akou mintuk dak matil
🙏🙏🙏
এইবিলাক জৌতিষী কিবা কিবি নানিব বাৰ্তালাপলৈ, বিজ্ঞান, টেকনলজীৰ মানুহ আনিব।
সৰৱজান।
Good
Bahut bhal upadekh palo,kintu log koribo parile upkrita hobo parim sage
ঔ নমঃ শিবায় |
❤❤❤❤❤
❤❤❤❤❤❤
Duyu jonoloi XUV kamona thakil dhainya bad
Sharma dar kothabur bohut val lage phonot poramorho lobo parimne jonabosun
বৈৰালা গছমানে কি গছ ক'বনেকি
41:50
Val lagisa
@BonditaGogoi-hf8cm
2 ай бұрын
Val lagisa moru jibonot bohut homoisa hoi asa
🙏🙏🙏🙏
Bohut val lagil tauk kot log pam
Ene koi manuh jone…Iyat val ke kotha koi..ene time nai kotha patibo….okol business mineded
হয় দেই , কিৰো ইয়ং ডাঙৰীয়াই এনে ই টিভি থাকোতে মোৰ চৰকাৰী চাকৰি নাই বুলি কৈছিল। কিন্তু দুমাহ পিছতেই শিক্ষকৰ চাকৰি পাইছিলো।
@prastutiborah9135
2 ай бұрын
Kirong mostu faltu Behaviour akdom vl nhoi miu log krisilu negativity ha plu
Dada guwahatikot lg pam Sharma dak
Krishna অলপ মান বেছি হল নেকি চক্ৰ জ্যোতিষী আমাৰ জীৱন চক্ৰ কিন্ত্ত কিন্ত্ত,,,
এইবাৰ ২০২৪ চনত দেশৰ স্বাৰ্থত দেশত পৰিবতৰ্ন লাগে। অন্ধভক্ত নহই 😔
Xosake jyotish r naam t amak bhoi dekhai ase bohut jyotishiye Ami bhoi aribo lagibo . thanks dada
Dada teuk kenekoi log pam
বৈৰালা
Dada dasam moha bidyar eta podcast bonab sun❤
Moi apunar niambur likhi thoisu . Adin log paboloi akha korisu .
Bohut kotha q janibo parilu
Log palu bhut vl lgisl
@smitabora3437
24 күн бұрын
কত লগ pam জনাওক চোন
Dada bohut val lagil phone korim kindly respond karibo
Darikoi salu val lagil
Dada Ghar bonuwak loi ata broadcast korok 🙏
আপোনাৰ ভিডিঅ চাই ভাল লগে মই প্ৰায়েই চাও
আপোনাৰ ঘৰ নলবাৰীত যদি হয় ঠিকনাটো কবচোন। লগ কৰিম। ❤❤
@dipjyotihaloi5566