কি জাতৰ ছাগলী পালন কৰা উচিত ,কেনেকুৱা ঠাইত ফাৰ্ম স্হাপন কৰিব(part 1) | Goat Rearing In Assam
কি জাতৰ ছাগলী পালন কৰা উচিত ,কেনেকুৱা ঠাইত ফাৰ্ম স্হাপন কৰিব , Goat Rearing In Assam
অসমীয়া যুৱ প্ৰজন্মৰ মাজত পশুপালনৰ আগ্ৰহ লাহে লাহে বৃদ্ধি পাইছে ৷
সেয়ে “ উপাৰ্জন”ৰ তৰফৰ পৰা পশুপালনৰ বিভিন্ন প্ৰণালীৰ ওপৰত আলোকপাত কৰাৰ চেষ্ট কৰা হৈছে ৷
ছাগলী পালনৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি আৰু লোকচানৰ সম্মুখীন নোহোৱাকৈ কেনেকৈ ছাগলী পালন কৰিব পাৰি এই ভিডিঅ’ত এটা আভাস দিছে ডা: কন্দৰ্প বৰুৱাই ৷
ডা: বৰুৱাই লখিমপুৰ আৰু ধেমাজি জিলাৰ ছাগলী পালকসকলক চিকিৎসা আৰু পৰামৰ্শৰে সদায় সহায় কৰি আহিছে ৷
লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডা: বৰুৱাই “উপাৰ্জন“ৰ জৰিয়তে ধাৰাবাহিক ভাৱে ছাগলী পালনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিব ৷
uparjan.in
/ @thenaa2076
Пікірлер: 65
অতি সুন্দৰ হৈছে ।।
কথা খিনি বহুত ভাল লাগিল
Great work sir vall lagile kota jani
Good information sir👍
Dhuniya video
Great sir
Thak you sir ,for your great IDIEA.
Bohut bhal lagil sir ,
Thanks anedhoronor video bilak di thakibo ..vak lagixe..
Bahut bhal lagil.
Video to say val lagil Sir
ভাল লাগিল দেই
Vale kotha. Thnks
Vl lagil sir
Very nice information 👍👍👍
Good
ভাৰত বৰ্ষৰ আন আন ৰাজ্য বোৰত ছাগলী পালক সকলক চৰকাৰে বিনা পইছাতে ভেকচিন সময় মতে দিয়া দেখা পাওঁ।কিন্তু আমাৰ অসমত চৰকাৰী (ফ্ৰী)ভেকচিন পুৱা তু দূৰৰ কথা নিজে কিনি লগাব খুজিলে ও বিচাৰি পোৱা নাযায়। অসম চৰকাৰে ভেকচিন ব্যৱস্থা কৰিলে হে আমি ছাগলী ফাৰ্ম কৰা সকলক কিছু সহায় হব।
@bijurajkonwar3361
2 жыл бұрын
হয় মই গুৱাহাটীৰ পৰা আনি দিছোঁহি, মোৰ ঘৰ চৰাইদেউ জিলাত।
@satyajitbaruah4735
2 жыл бұрын
Thanks sir. Please give your contract no.
Nice 👍
👍
👌👍👍👌
Great job vaiti
Good news sir
Assam Hill Goat ওপৰত এটা ভিডিঅ বনাওক।
দাদা আমি উন্নত জাতৰ এটা ছাগলী কত পাম আমাৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰি
Nc
All Assamese meet market
Ok bro 👍
Val. Lagil. Kotha. Khi ni. Jani.
Sagolir sordi lagile ki koribo lagibp
Sagli uprt traing kot lobo pora jbo alop kobo nki
Sir kisu najona kota janilu
Good information Sir
ছাগলীৰ বাবে কোনবিধ ঘাঁহৰ খেতি কৰা উচিত..?
@lalbhaicakedesign7868
2 жыл бұрын
Delivery hobena
কি কি ঘাঁহ খোঁৱাম
@thegreen7335
2 жыл бұрын
KZread sai lo dada
Sir mur ghor dhakuakhana ত হয়,মই সৰুকৈ ছাগলী ফাৰ্মিং কৰিব bisarisu,তাত মই উন্নত মানৰ লোকেল seuri ছাগলী পাম নেকি।মই 2 বিঘা মাটিত বৰ্তমান নেপিয়াৰ আৰু নিম গছ ৰোপণ কৰিছোঁ
Muru Sagoli ase 15ta... kenakoi bhal jator Sagoli puhibo Parim Jonabo
দাদা এই জনৰ নম্বৰ পাম নেকি?
Dr Veterinary
Mur bettal male ata biki korim
Sir kisu mohona kota janilu
Pranjalgogoi KADAM TENGABOSTI
এই ভিদিঅ’টোত Dislike কৰিব লগীয়া কি কথা আছে বাৰু ? ইয়াতো dislike কৰা দেখিছো
@mgneducational6243
Жыл бұрын
মানুহৰ স্বভাৱ এনেকুৱাই sir
@safiqulbari
Жыл бұрын
Hindu Muslim xumai se nki
kisumn jegat matir obhab theke tew luke knk krbo pre jonabo niki?
@bitupangogoi2117
2 жыл бұрын
Swagotom firming tips t hundorky dia ase eta video..
Md khaisa n
Sound nai
Sar moi apunak log pabo bisarisu. Moi kot jabo lagibo / pam neki apunar cnt No.?
দাদা আপোনা নামবাতো পাম নেকি
mobile no tu pam neki sir
Please government loan r karone help korok na video eta bonai
@uparjan1873
2 жыл бұрын
okay , we will try
Sir apuner phn nember2 Pam nki
ছাৰৰ ম'বাইল নম্বৰতো পাম নেকি
Number,to,diba,sun,da
Apunar no. To dibosun
Sir plz giv ur contract no
Good