কিয় প্ৰচণ্ড খং উঠিছে অৰণ্য মানৱ যাদৱ পায়েঙৰ?

▶️কিয় প্ৰচণ্ড খং উঠিছে অৰণ্য মানৱ যাদৱ পায়েঙৰ? সাপক বিশ্বাস কৰিব পাৰি কিন্তু ৰাজনীতিবিদক বিশ্বাস কৰিব নোৱাৰি। ল'ৰা-ছোৱালীক লৈ পাশা নেখেলিবলৈ আহ্বান যাদৱ পায়েঙৰ।

Пікірлер: 103

  • @jyoti1694
    @jyoti169418 күн бұрын

    তেওঁ সুন্দৰ কথা কৈছে।।। 😢

  • @IndrajitDeka-zz2my
    @IndrajitDeka-zz2my20 күн бұрын

    Right পায়েং ককাই দেও

  • @atulregon6841
    @atulregon684121 күн бұрын

    সাংবাদিকে বাৰে বাৰে পায়েং চাৰক ৰাষ্টা ঘাটৰ প্ৰশ্ন কৰিলে যে বিগত দহ বছৰৰ চৰকাৰ খনে একো পদক্ষেপ নললে নে কি বুলি।কিন্ত সঠিক উত্তৰ নিদি আগৰ চৰকাৰৰ ইতিহাসলৈ গ'ল।বৰ্তমান চৰকাৰ খনে কৰি দিলে বা নিদিলে বা কিয় এশ শতাংশ দূৰ্যোগ পূৰ্ণ অন্সলটোৰ উণ্ণয়ণৰ কথা চিন্তা নকৰে?লোক সভা নিৰ্বাচনতো এই ভোট কেন্দ্ৰৰ পৰা যথেষ্ট সহাৰি পালে। এই বিলাকে ক'ব লাগিছিল।আমি আশা ৰাখো চৰকাৰে বাৰিষা যোৱাৰ লগে লগে এই অন্সলটোৰ ৰাষ্টা ঘাটৰ তথা গৃহহীন ভূমিহীন লোকৰ উপযুক্ত সুৰক্ষিত দীৰ্ঘম্যাদি ঠাইত পুৰ্ণ সংস্থাপন দিয়ে যেন।সাংবাদিক গৰাকীলৈ ও উক্ত সমশ্যাৰ উপৰত মাত মাতি ৰাইজৰ আৰ্শীবাদৰ পাত্ৰ হওক বুলি অনুৰোধ জনালো।

  • @user-wq2tv2zr5z
    @user-wq2tv2zr5z21 күн бұрын

    সচাঁকৈয়ে কথাখিনি সাৰমৰ্ম অৰ্থপূৰ্ণ

  • @jayaborah2926
    @jayaborah292620 күн бұрын

    যাদৱ ককাই বি,জে পি চৰকাৰ প্ৰথম আহোঁতেই যদি চিঞৰ বাখৰ খন কৰিলে হেঁতেন, ইমান দিনে হয়টো কামটো হ'লেই হয়।

  • @lipidutta388
    @lipidutta38821 күн бұрын

    Xosa ke xapok believe koribo politicians k believe nokoribo

  • @pankajthakur4516
    @pankajthakur451620 күн бұрын

    আৰু এটা সমস্যা হৈছে গাওঁ সমূহত প্লাষ্টিক জাতীয় আৱৰ্জনা নিষ্কাষণৰ ব্যৱস্থা নথকাতো।

  • @upendarbhai6200
    @upendarbhai620021 күн бұрын

    Great sir

  • @JoyDoley-gc6nh
    @JoyDoley-gc6nh20 күн бұрын

    Val lagisha sir

  • @tinku2.0koch5
    @tinku2.0koch521 күн бұрын

    যাদৱ পায়েঙ ছাৰৰ কথা কোৱা সুৰ টো বহুত ভাল লাগে ।

  • @srimantamotivatoranushilan8846
    @srimantamotivatoranushilan884621 күн бұрын

    আপুনিও চৰকাৰক তুষামোদ কৰিবলৈ ল'লে

  • @Ramraj13333
    @Ramraj1333321 күн бұрын

    Bjp join kribo besi din ni

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho21 күн бұрын

    এখেত এজন বিজেপি ৰ যেন লাগিছে

  • @user-cj4ve7vg4c

    @user-cj4ve7vg4c

    15 күн бұрын

    ​@Jeenu-r2wLol 😆😂

  • @amirhamza.709

    @amirhamza.709

    15 күн бұрын

    ​@Jeenu-r2w😂😂😂

  • @justfly7031

    @justfly7031

    14 күн бұрын

    তেওঁৰ সেইটো ব্যক্তিগত কথা

  • @sadiyashantipurvlogs2532
    @sadiyashantipurvlogs253213 күн бұрын

  • @niranjanrahang153
    @niranjanrahang15321 күн бұрын

    Hoise dya aru...bjp thoka ...Kamrup metropolitan arear amar 500m. Man thoka rastatu sawk hi abar ghr humale aru ulabo jabo kiba lage eman buka.......😡

  • @MrBoraaaaa
    @MrBoraaaaa17 күн бұрын

    MP hea MLA nhoi borta😂

  • @jagadishkalita6657
    @jagadishkalita665720 күн бұрын

    সঁচা কথা কৈছে আপুনি।

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s21 күн бұрын

    সাংবাদিক আৰু যাদৱৰ ঘৰৰ ওচৰা-ওচৰি যেন লাগিছে।

  • @runuhazarika8290

    @runuhazarika8290

    21 күн бұрын

    হয় ওচৰা ওচৰি

  • @user-zi9fh7ne2s

    @user-zi9fh7ne2s

    21 күн бұрын

    ​@@runuhazarika8290খঙীয়া

  • @exposed.852

    @exposed.852

    19 күн бұрын

    Oooo.. toi khihtr gett thoka security guard tu nhoi jnu sutmarani

  • @gimeabhi46

    @gimeabhi46

    12 күн бұрын

    Hoi ki hol tate

  • @Khakhalarymaths1
    @Khakhalarymaths119 күн бұрын

    Aji gom palu 😢koch tw garbar he

  • @bishnurajkhowa756
    @bishnurajkhowa75620 күн бұрын

    100% local mal or power...

  • @user-yj7vn3ud9y
    @user-yj7vn3ud9y21 күн бұрын

    বিজেপিৰ সমৰ্থক যেন লাগিছে পায়েং ডাঙৰীয়া ক।

  • @TarunNarah-xz6ki

    @TarunNarah-xz6ki

    20 күн бұрын

    Toy jolisene

  • @chinmoydeka5303

    @chinmoydeka5303

    18 күн бұрын

    Hosa kotha kolei Bjpk support kora bujai neki

  • @nmili225

    @nmili225

    18 күн бұрын

    Hy

  • @SatymevaJayate007
    @SatymevaJayate00721 күн бұрын

    গৌৰৱ গগৈ অসমৰ গড়কাপ্তানী মন্ত্ৰী নেকি ? বাকী বিজেপি নেতা বোৰৰ নাম নললে কিয় যাদৱ মহাৰাজ 😂

  • @user-cw3xr3pb1w

    @user-cw3xr3pb1w

    20 күн бұрын

    কি পালটো কথা কৈছানো গৰু এজন ৰাইজৰ নেতাক যি কি বিৰোধী মাত মাতিব পাৰে গৰু

  • @exposed.852

    @exposed.852

    19 күн бұрын

    Rendi khontan .. ologodho

  • @PrabirJyotinath-fw6sv

    @PrabirJyotinath-fw6sv

    16 күн бұрын

    J koise xsa koise ...satyameva jayate likhiba ahisa ai bl sintadhara mnt rakhi ki aijn mnhuk vl beya sikoba ahisa toi ki krsa jibn cmnt diyar bhire

  • @babulrabha8519
    @babulrabha851920 күн бұрын

    Cmmen.sai hahi uthise

  • @user-rq4sf9oq8z
    @user-rq4sf9oq8z21 күн бұрын

    Apuni bjp supporter ulai poril

  • @silversurfer2967
    @silversurfer296721 күн бұрын

    Tekhetok agote kunue beya pua manuh nasil etya eta video te bohut haters gutai lole.

  • @justfly7031

    @justfly7031

    14 күн бұрын

    Hater এ hate কৰিয়ে থাকিব ,তেওঁ কাম কৰি গৈছে ,কথাতকৈ কাম বেছি কৰে

  • @justfly7031

    @justfly7031

    14 күн бұрын

    Hatere hate কৰিয়ে থাকিব কমেণ্ট ত তেওঁ নিজৰ কাম কৰি যাব , কথাতকৈ বেছি কাম কৰি থৈ গৈছে, আৰু hate comment পঢ়িব তেওঁ নাহে u tube ,face book t

  • @kongkan1995
    @kongkan199520 күн бұрын

    So sad😅

  • @purnaborah2910
    @purnaborah291021 күн бұрын

    Tourism minister dibo

  • @digantagogoi8088
    @digantagogoi808821 күн бұрын

    Ulta palta gaisesun

  • @pranabgayan2870
    @pranabgayan287016 күн бұрын

    100%

  • @BinudGogoi-f1y
    @BinudGogoi-f1y7 күн бұрын

    Ahome Tak ki korile..

  • @dreamwithkaberi...515
    @dreamwithkaberi...51520 күн бұрын

    Moi vabisilu manuh jon r brain ase ..kintu teu j ...……...?teur boyoh huwa jen lagise kothar kunu aag guri nai..hudhe ata koi ata...

  • @justfly7031

    @justfly7031

    14 күн бұрын

    কথাতকৈ কাম বেছি কৰি থৈ দিছে,

  • @rv7787
    @rv778719 күн бұрын

    Eaituwse Apung khi asae

  • @parashgogoi2076
    @parashgogoi207618 күн бұрын

    E bjpr manuh hoi.

  • @justfly7031

    @justfly7031

    14 күн бұрын

    যাৰ কথা কলেও ,তেওঁৰ দৰে কাম কৰিবলৈ মৰি আকৌ জন্ম লব লাগিব

  • @jatindoley4373
    @jatindoley437319 күн бұрын

    মানে আপুনিও ৰাজনীতি কৰিছ ন যাদৱ মহাৰাজ 😂😂😂

  • @Bhaskarnath143

    @Bhaskarnath143

    10 күн бұрын

    AIBOR COBGRASS OR MAL SAGE JOLISE

  • @dipjyotigogoi4162
    @dipjyotigogoi416220 күн бұрын

    Ml 2 morning a khi dla

  • @chaocheng9076
    @chaocheng907621 күн бұрын

    Mal tu ratipuai dele neki😂😂

  • @pranoykagyung3355

    @pranoykagyung3355

    21 күн бұрын

    😅😅😅

  • @RupamBoro-zc2ig
    @RupamBoro-zc2ig20 күн бұрын

    Comment bur dekhi gom palo samsa buror pokor jolise😂😂

  • @puspantakonwar5410
    @puspantakonwar541012 күн бұрын

    Ahom r kotha koi dileje , pise sarkar r besi hubidhabur kune paise baru hoi

  • @SomujjalKuli
    @SomujjalKuli18 күн бұрын

    হৈ থিকেই কৈছে তেওঁ অসমৰ এনে বহুতো Village ase

  • @Jkonwa
    @Jkonwa20 күн бұрын

    Gaurav da Great...👌👌👌 Govt kar ??? Godi media ..mmm

  • @Maijaan.Entertainment
    @Maijaan.Entertainment14 күн бұрын

    No only Jay Shri Ram 🚩😂

  • @kornokumardoley1514
    @kornokumardoley151421 күн бұрын

    কেলা খাটাং ই BJP ৰ মানুহ😅😅😅

  • @RanujTaye-pb7vy

    @RanujTaye-pb7vy

    20 күн бұрын

    Kak kla koisa maksuda

  • @HewaliChungkrang

    @HewaliChungkrang

    19 күн бұрын

    Oi mark suda kotha keneke kob lage mar bapere hikuwa nai tuk

  • @sunayansaikia8006

    @sunayansaikia8006

    12 күн бұрын

    ​@@RanujTaye-pb7vytoi kak koiso sdrvai

  • @RanujTaye-pb7vy

    @RanujTaye-pb7vy

    12 күн бұрын

    @@sunayansaikia8006 maksuda tuk koisu

  • @Bhaskarnath143

    @Bhaskarnath143

    10 күн бұрын

    TOI MIYA CONGRASS MANUH NEKI RE

  • @dhritikeshmadhukulya4146
    @dhritikeshmadhukulya414621 күн бұрын

    Jadav Payeng sun bom tung! Forest man of Assam is tung

  • @justfly7031
    @justfly703114 күн бұрын

    এটা ভিদেও চাই মানুহক বেয়াকৈ কমনেন্ট কৰা বহুত বেছি হৈ গৈছে । আজিকালি মানুহে কথাৰ চুপতি হে ভাল পাই যেন লাগিছে কামতকৈ । তেওঁ পৰিবেশৰ ওপৰত কাম কৰিছে যি কাম গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত লেখত লবলগীয়া। কিন্তু মানুহ কিছুমানে কেইশাৰী মান কথাতে judge কৰিবলৈ আহিলে ইয়াতকৈ আৰু নিকৃষ্ট কি হব পাৰে !!!! কথা বোৰ জুকীয়াবা পৰাকৈ মানসিকতা থকা হলে আনক judge এনেকৈ নকৰিলে হয়

  • @purnaborah2910
    @purnaborah291021 күн бұрын

    Forest man na ki toi

  • @jcbjintuvlog1771
    @jcbjintuvlog177116 күн бұрын

    Jorhatot bhut baki ase rasta bonible

  • @joshowantagoswami3175
    @joshowantagoswami317521 күн бұрын

    News ankor কেইটাক ,চেনেল কেইটাই অসমীয়া ভাষা টো ভাল কৈ ক'ব লৈ শিকাওক।৫ন্ং, ৬নং কি মানে!ফটুৱা নেকি!ভাষা টো ভলকৈ ক'ব লৈ শিকাই ল'লে ভাল।

  • @gamingwithjackol603
    @gamingwithjackol60317 күн бұрын

    😂😂 BJP mnuh 😂😂

  • @hemandutta4091
    @hemandutta409120 күн бұрын

    বিজেপিয়ে কি দেখা নাই নি, গৌৰৱ গগৈ সৌ সিদিনা হে আহিছে,

  • @commenti5459
    @commenti545921 күн бұрын

    মামাক হোৱাটশ্বাপ কৰক

  • @JaiSrimandirB23
    @JaiSrimandirB2321 күн бұрын

    BJP r manuh gm palu

  • @janbora9549
    @janbora954921 күн бұрын

    E kelaaa bjp

  • @RajuRaju-h9z
    @RajuRaju-h9z17 күн бұрын

    Tar byakh kella 65

  • @Garrison923
    @Garrison92320 күн бұрын

    Tel ftixh yar

  • @mainudavi9510
    @mainudavi951020 күн бұрын

    আপোনাৰ পরিচয় আজি পালো।ভাবিছিলো মহান মানুহ বুলি

  • @travelinterior5247
    @travelinterior524720 күн бұрын

    ডাঙৰীয়া politics নকৰিব

  • @bijoydas2533
    @bijoydas253321 күн бұрын

    Bapu mal pek khale 😂😂😂

  • @manavk4088
    @manavk408821 күн бұрын

    He is still in 2012-13.... Hui uthi ahi kotha koisei😂koisei😂😂

  • @hiramoniboraik3112
    @hiramoniboraik311220 күн бұрын

    😂😂😂

  • @user-hn5xx8sg3d
    @user-hn5xx8sg3d19 күн бұрын

    100% hosa kota jadov da

  • @bijaykaman2138
    @bijaykaman213819 күн бұрын

    Nagative comments bur gurutta nidi black glass pidok....😂 aru positive comments bur loi aguwak....👍

  • @lakhikantapegu09
    @lakhikantapegu0915 күн бұрын

    Atiya tu bjp sorkar soli ase nh so bjp a kio kora nai kam.apuni bjp supporter buli direct koi dya na koka😂

  • @ankurbordoloi2467
    @ankurbordoloi246720 күн бұрын

    বুঢ়া বেঙা মানুহ যি তি কলে মানি নলও আমিও গছ ৰুব জানো গছ ৰুলে চব নহৈ

  • @Dinesh-fg6yt

    @Dinesh-fg6yt

    18 күн бұрын

    Kune ghos rubo najane

  • @Dinesh-fg6yt

    @Dinesh-fg6yt

    18 күн бұрын

    Ki j kotha koi aso

  • @justfly7031

    @justfly7031

    14 күн бұрын

    গছ ৰুব সবে জানে ,অৰণ্য এখন বনাই দেখাওক

  • @ManoshGogoi-xp9uq
    @ManoshGogoi-xp9uq20 күн бұрын

    Bjp sun eijon 😂😂

  • @MoniGogoi-uu6ku
    @MoniGogoi-uu6ku20 күн бұрын

    Gut mani

  • @mainudavi9510
    @mainudavi951020 күн бұрын

    পায়ঙ ডাঙরীয়া আপুনি রাজনীতি করিছে।কিনতু আপোনাৰ কাৰনে গাওবাসীয়ে একো নাপায়।

  • @Bingoooo605
    @Bingoooo60517 күн бұрын

    কংগ্ৰেছৰ কথা অসমৰ মানুহে বৰ সোনকালেই পাহৰিলে। গৌৰৱ-অখিল গৰিয়া/মিয়াৰ গোলাম। সদনত তেটু ফালিলেই সমষ্টি উন্নয়ন নহয়। বাকী অসমৰ মানুহে বিজেপি য়ে কৰা‌ ভাল কামবোৰ আওকাণ কৰিছে। (যেনে:নিযুক্তিৰ বিষয়টো) বাকী মিয়াই ৫০% অসম খালে, next কংগ্ৰেছক‌ ভোট দি অসমীয়াই নিজ হাতেৰে অসমখন শেষ কৰে যেন। অসম আন্দোলনৰ সময়ত থকা কংগ্ৰেছৰ মনোবৃত্তি পূৰ কৰক।

  • @RosiLutha
    @RosiLutha21 күн бұрын

    Poket gorom hobu aku mathaeori namut political party

Келесі