কিয়? || Kiyo || Why || New Assamese Short Film 2024 || Astha Production

Фильм және анимация

বহু আশা,অতি উৎসাহেৰে আমি "Astha Production" আহিছো আপোনালোকৰ মাজলৈ এখন নতুন সুন্দৰ,ব্যতিক্ৰমী তথা বাস্তৱধৰ্মী কাহিনীৰ ছুটি ছবি "কিয়?" লৈ। আপোনালোকে এই ছুটি ছবি খন চাই কেনে পালে জনাব,ভাল পালে আনলৈও লিংক যোগে পঠিয়াব,Like কৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো Subscribe কৰি আমাক আগুৱাই যোৱাত সহায় কৰিব।🙏 আগন্তুক দিনবোৰতো এনেধৰনৰ বিভিন্ন ছুটি ছবি আপোনাকলৈ আগবঢ়াই যাবলৈ আমি অপ্ৰান চেষ্টা কৰিম।🙏
আপোনালোকৰ মৰম,সহাৰি, আশীৰ্বাদ আমাৰ কাম্য।।❤️

Casting:
Bijay krishna sarmah, Banalata nath, Popi kalita, pranjal nath, Mahesh deka, kalpajit sahariah, Raju senapati ,Mr. Vashu, puja deka, shilpishikha Nath, Purabi Deka
Written by:
Manash jyoti Borah(MNS)
Produced by:
Maram jyoti konwar
Directed by:
Pranjal Nath
Asst. Director:
Raju senapati , Kalpajit sahariah
DOP:
jr. Bijay
Editing & Colour grading:
Malay deka
Studio:
Bright spot Studio
Background score & Mix Master by:
Gunjan kumar
Male Humming:
Gunjan Kumar
Female Humming:
Barasha Bharatee
Background Voice:
Rj Bitupan Baro
Dubbing:
Rj Bitupan Baro & Gunjan Kumar
Makeup by:
Joya Deka, Trishnapriya
Song
Title: Xopun Bur Hol Adhorua
Lyrics: Rj Bitupan Baro
Vocals & composition: Gunjan Kumar
Music & mix master : Gunjan Kumar
Special thanks to:
Gautam kumar, Chanakya rabha, Ankur Bora, Pulak Hazarika, Mrigen Deka, Hitesh Nath, Barnali rabha, Tafik, Ainul, Naren Sahariah, Vijit, Mridul Deka, Nandita, Mrinmay Deka, Umesh Ch. Bora, Abhinash, Bikash Saharia , Sourav , Prokash Sahariah, Mahesh Deka, Jyotishman sahariah, khira saikia Deka
Other social platforms:
Facebook/Instagram: Astha production
Media partner :
Kalaigaon live, The Newshour Axom, Times of Accuracy , EN News, MD News, M.H 24live, ISHA 24×7, News 24 Axom, Report Daily News, Suhana live News,
#kiyo
#asthaproduction
#BestAssameseWebFilm
#WebFilmAssam
#AssameseWebFilm
#WebFilm20232024
#WebFilm
#NewWebFilm
#Assameseshortfilm
#AssameseRomantic #Shortfilm
#Assameseshortfilm2023
#NewShortFilm
#Assameseshortfilm
#AssameseshortmovieAssam
#Assamesesong
#Assamesewebseries
#Assameseromanticsong
#Assameseromanticmovie
#sadstory
#romanticstory
#newromantic
#Assamesestory
#NewShortMovie
#AsthaProduction
#AProduction
#Music
#AsthaProductionshortfilm
#AProduction2024
#newshortmovie
#awardwinningShortfilm
#bestAssameseshort
#film
#awardwinningmovie
#newshortfilm
#newshortfilm2023
#BestAssameseShortFilm
#RomanticFilm
#ShortFilmNew
#chupachupi
#mrvashu
#kola
#khatidarrangia
#pujamaina
#medam
© Copyright deserved to ASTHA PRODUCTION
Associate with :
Astha Diagnostic center, Khati Darrangiya , Kola, Bright Spot Studio , Entertainment with Raju, Cake Zone ,Mr.vashu, Puja Maina.
*****THANK YOU******

Пікірлер: 1 300

  • @MANASHJYOTIBORAH
    @MANASHJYOTIBORAH9 күн бұрын

    বৰ হেঁপাহেৰে লিখা এটি কাহিনী। "প্ৰাঞ্জল"ৰ পৰিচালনাৰে আৰু বন্ধু "মৰমজ্যোতি"ৰ প্ৰযোজনাৰে আপোনালোকৰ মাজলৈ আগবঢ়ায় দিলো "কিয়"। ছবিখন আপোনালোকে আকোঁৱালি ল'ব বুলি যথেষ্ট আশাবাদী ❤

  • @babitasaikia1929

    @babitasaikia1929

    8 күн бұрын

    বহুত ভাল লাগিল manash. 👍👍👍

  • @harishmitadeka2708

    @harishmitadeka2708

    8 күн бұрын

    Val lagise 🎉

  • @kpcollection8591

    @kpcollection8591

    8 күн бұрын

    প্ৰাঞ্জল দাৰ এটা শব্দৰ উচ্ছাৰণ অলপ ভুল হোৱা যেন লাগিল মোৰ।কিমান কৰিম আৰু, মই ইয়াত লাগি থাকিলে কামলৈ কোন যাৱ, ঘৰ খন চলিৱ কেনেকৈ। কিন্ত্ত উচ্চাৰণটো চলিৱ ঠাইত থলিৱ শুনা গৈছে।

  • @pranjo0001

    @pranjo0001

    8 күн бұрын

    Good concept

  • @SandeepaSaikia

    @SandeepaSaikia

    8 күн бұрын

    Khub dhuniya ❤

  • @Typically_madhu
    @Typically_madhu8 күн бұрын

    Puja mainak sai kune kune sab ahise like kora❤

  • @dimpeesrecipevlogs1161

    @dimpeesrecipevlogs1161

    8 күн бұрын

    Moi

  • @bidyutd7441

    @bidyutd7441

    8 күн бұрын

    Dislike krisu de

  • @pujamaina

    @pujamaina

    8 күн бұрын

    ❤ধন্যবাদ❤ বহুত বেছি মৰম দেই❤

  • @Typically_madhu

    @Typically_madhu

    8 күн бұрын

    @@pujamaina ❤️❤️

  • @AshutKalita

    @AshutKalita

    8 күн бұрын

    Moii ahisu

  • @pujamaina
    @pujamaina9 күн бұрын

    আশা কৰো বহুত বেছি মৰম দিব, বহুত বেছি কষ্ট কৰিছো,Filmখন শেষলৈ চোৱা বাবে বহুত বেছি ধন্যবাদ❤

  • @Papori784

    @Papori784

    9 күн бұрын

    Xeibuli tenek Kiyo kanda,,Moi kiman kandisu sai Moi he janu.. aru jodi kanda saba kin2

  • @marjinabegum3399

    @marjinabegum3399

    6 күн бұрын

    @@pujamaina tmr voice , tmr acting sab prfct 😘

  • @pujamaina

    @pujamaina

    6 күн бұрын

    @@marjinabegum3399 ❤️

  • @m.rvashu3567
    @m.rvashu35679 күн бұрын

    বহুত দিনৰ কষ্টৰ ফলত এই ছুটি ছবি খন আজি সম্পূৰ্ণ হৈ উঠিছে, গতিকে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ❤ আৰু ভাল বেয়া কমেন্ট কৰি জনাব 🙏

  • @pallabnath5760

    @pallabnath5760

    9 күн бұрын

    Bhut dhuniya hoise ❤️ bro 🥰

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    9 күн бұрын

    ❤️❤️💓

  • @Manashpratim-mm5mk

    @Manashpratim-mm5mk

    8 күн бұрын

    Chaliya hoisi

  • @pranjal77775
    @pranjal777756 күн бұрын

    Puja baa Val powa mnuh bor like kora ❤❤

  • @user-vs9pe5nn2f

    @user-vs9pe5nn2f

    5 күн бұрын

    ❤❤❤❤

  • @bitupanbaro6177
    @bitupanbaro61779 күн бұрын

    বহু অপেক্ষাৰ অন্তত আপোনালোকলৈ আগবঢ়ালোঁ আমাৰ চুটি ছবি খন। কেনেকুৱা পালে জনাব নাপাহৰিব। লগতে share এটা কৰি দিব বুলি আশা ৰাখিলোঁ।❤❤❤❤❤

  • @birajvlogs9433
    @birajvlogs9433Күн бұрын

    গোটেইখিনিয়ে ধুনীয়া অভিনয় কৰিছে আৰু আগুৱাই যোৱা ,

  • @ShauravVlogs
    @ShauravVlogs9 күн бұрын

    বহুত ধুনীয়া লাগিল দেই। কাহিনী, পৰিচালনা, ভিডিঅগ্ৰাফী, মিউজিক খুব ধুনীয়া হৈছে। সঁচাকৈ চুপা- চুপীৰ পাছত এখন ধুনীয়া ছবি আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে "Astha Production" ক বহুত বহুত ধন্যবাদ। বহুত সোনকালেই আমাক 2য় খণ্ডও লাগে। মোৰ ভাল বন্ধু ৰাজুৰ লগতে সকলোৱে আৰু আগুৱাই যোৱা তাৰেই কামনা কৰিলো। ধন্যবাদ.....🙏

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    9 күн бұрын

    বহুত বহুত ধন্যবাদ ❤️🙏

  • @donsaloilifestyle5090
    @donsaloilifestyle50908 күн бұрын

    Bhut dhuniya hoise , Raju ❤❤ keep it up

  • @rajudeka4287

    @rajudeka4287

    8 күн бұрын

    Thank you so much vai 🥰

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    7 күн бұрын

    ধন্যবাদ ❤️🙏

  • @anamikakalita4867
    @anamikakalita48676 күн бұрын

    ৰাজ বহুত ভাল লাগিল সচাকৈ তোক কন্দা দেখি বুকুখন বিষাই গল ....বাকী তোৰ অভিনয় বহুত বহুত ধুনীয়া আগলৈ আৰু ভাল ভাল কাম কৰি যোৱা শুভকামনা সদায় আছে❤❤

  • @himangshuentertainment
    @himangshuentertainment9 күн бұрын

    সম্পূৰ্ণ কৈ চালো চিনেমা খন । বহুত ভাল হৈছে সকলোৰে অভিনয় । বহুত বহুত শুভাশিছ থাকিল । গুঞ্জন (বাবু) ৰ গোটেই খিনি কাম ধুনীয়া হৈছে । বিশেষ ভাৱে ধন্যবাদ মৰম , বিতপান, আৰু গুঞ্জন লৈ ।

  • @pujadeka9842
    @pujadeka98429 күн бұрын

    ভাল ভাল আৰু ছুটি ছবি পাম বুলি আশা থাকিল🤗 ধুনীয়া হৈছে🤗

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    9 күн бұрын

    ধন্যবাদ ❤️

  • @kangkanmedhi
    @kangkanmedhi9 күн бұрын

    সুন্দৰ নিভাজ। Videography 🙏🙏🙏 যথেষ্ট অধ্যয়ন কৰিছে। শিকাৰ মানসিকতা এৰি নিদিলে industry দখল কৰিব গৈ আছে কম সময়ত।

  • @SaralaThakuria

    @SaralaThakuria

    9 күн бұрын

    ❤❤

  • @jrbijayproduction

    @jrbijayproduction

    9 күн бұрын

    Tqq❤

  • @ankur_nath_axomiya
    @ankur_nath_axomiya6 күн бұрын

    ইয়াতে খাতি দৰঙীয়া কিমান জন আছে like কৰা☺

  • @AbhiSaikia-wn3lb
    @AbhiSaikia-wn3lb7 күн бұрын

    কাহিনী কিন্তু অপূৰ্ব , সোৱাদৰ সীমা নাই কেমেৰা মেন আৰু এডিট কৰা ভাল হৈছে শুভেচ্ছা থাকিল সকলোলৈকে শিৱসাগৰৰ নামটিৰ পৰা হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম ❤

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    6 күн бұрын

    ধন্যবাদ ❤️

  • @NehaAhmed-uw2mj
    @NehaAhmed-uw2mj9 күн бұрын

    সম্পৰ্ক শেষ হলেও, সঁচা ভাল পোৱাৰ শেষ জানো হয়, ভাল লগা কাহিনীবোৰ সদায় আধৰুৱা......😌🖤🥀 Val lagil sai

  • @ShauravVlogs

    @ShauravVlogs

    9 күн бұрын

    অপেক্ষা কৰা 2য় খণ্ড আহি আছে।

  • @NehaAhmed-uw2mj

    @NehaAhmed-uw2mj

    9 күн бұрын

    @@ShauravVlogs নিশ্চয় 💓

  • @manashdeka5584
    @manashdeka55849 күн бұрын

    Jr bijay is 🔥 in this videography ❤🎉

  • @desikhana645
    @desikhana6459 күн бұрын

    বহুত ধুনীয়া লাগিল🥰আশা কৰাতকৈ বেছি ভাল লাগিল❤সকলোলৈকে বহুত বহুত শুভকামনা, আগুৱাই যোৱা🥰 সকলোৱে আকুৱালি লব বুলি আশা থাকিল❤❤❤

  • @labakumarsarma3319
    @labakumarsarma33199 күн бұрын

    সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ

  • @sangeetbaruahofficial
    @sangeetbaruahofficial9 күн бұрын

    Excellent❤❤❤

  • @PankajSarania-ng6bd
    @PankajSarania-ng6bd9 күн бұрын

    Bitupan da dhuniya lagil Sai next part lage ❤❤

  • @bikashsahariah2729
    @bikashsahariah27299 күн бұрын

    আস্থা সদায় আছে আৰু থাকিব আমাৰ. আৰু বহুদুৰ আগবাঢ়ি যাওক আস্থা প্ৰডাকচন.🥰❤️

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    9 күн бұрын

    😍❤️

  • @jbcreation5459
    @jbcreation54599 күн бұрын

    Wowww dhuia,As a new production A+ performance

  • @narayansaikia2330
    @narayansaikia23307 күн бұрын

    Puja bak kune kune val pua ata like🥰😍

  • @madhabkumar831

    @madhabkumar831

    7 күн бұрын

    𝐗𝐚𝐬𝐢 𝐩𝐮𝐣𝐚𝐫 𝐯𝐢𝐝𝐞𝐨 𝐛𝐨𝐫 𝐬𝐚𝐢 𝐛𝐡𝐭 𝐯𝐥 𝐥𝐠𝐞...🥰

  • @assamlocalfreefire9277

    @assamlocalfreefire9277

    6 күн бұрын

    Moi like nkru biya he koram Puja deka k

  • @dipnath2358
    @dipnath23589 күн бұрын

    Mojjaa Raju vii❤❤

  • @chinupriya6532
    @chinupriya65329 күн бұрын

    ধুনীয়া 🎉

  • @axompalash4905
    @axompalash49059 күн бұрын

    অতি সুন্দৰ প্ৰদৰ্শন ❤😊 মন চুই যোৱা এখন চুটি ছবি ❤

  • @Jyo23tish
    @Jyo23tish9 күн бұрын

    Raju da , Bahut dhuniwa acting karisa dei aru anedre Kam Kari jowa

  • @jagadishsarania5956
    @jagadishsarania59569 күн бұрын

    Bhut val lagise Puja aru aguwai jowa 😍😍

  • @parishmitadeka2801
    @parishmitadeka28019 күн бұрын

    সকলোৰে অভিনয় সুন্দৰ হৈছে😊

  • @AkashDeepBorah-l9p
    @AkashDeepBorah-l9p9 күн бұрын

    Khub val hoise

  • @nabajit4x
    @nabajit4x9 күн бұрын

    এয়া হয়তো এটা কাহিনী কিন্তু বাস্তৱ জীৱনটো আজিকালি এইবোৰ ঘটনাই ঘটি থাকে । সকলোৰে জীৱনত এনেকুৱা এটা সময় সকলোৰে আহে, মোৰো আহিছিল । মোৰো প্ৰেম হৈছিল কাৰোবাৰ লগত । আজি চাগৈ মোৰ জনিও আন কাৰোবাৰ ধুনু হৈ আছে 💔

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    9 күн бұрын

    ❤️

  • @dulanmaydas7745
    @dulanmaydas77454 күн бұрын

    Puja baar first short flim hisape acting bohut dhunia hoise🥺

  • @Kiranhandique-bm2ir
    @Kiranhandique-bm2ir16 сағат бұрын

    ভাল লাগিল চাই

  • @Nilanjana_Bharadwaz
    @Nilanjana_Bharadwaz9 күн бұрын

    Dhuniya 💗

  • @AssamTheatres-pz5wf
    @AssamTheatres-pz5wf8 күн бұрын

    কাহিনী এনেকুৱা হে হব লাগে। তাতে আকৌ গোটেই কেইটা অভিজ্ঞ অভিনেতা যেন লাগিছে। ইমান ভাল লাগিছে। Background music humming বাঁহ কলিজা চুই গল। ৰাজু দা বৰ ধুনীয়া অভিনয়। আশা ৰাখিলোঁ আৰু এনেকুৱা video পাই থাকিম। সঁচাই বৰ ধুনীয়া লাগিল চাই থাকোতে চকু পানী ওলাই গল

  • @nikumoniborah9024

    @nikumoniborah9024

    8 күн бұрын

    Dhunia nohobo kio, Manash dai likhise❤🎉

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    8 күн бұрын

    ধন্যবাদ ❤️

  • @BirinchiVlogs
    @BirinchiVlogs9 күн бұрын

    সঁচা কাহিনী 😊 very good story 🎉

  • @sangeetbaruah
    @sangeetbaruah9 күн бұрын

    Mojja hoise xokolure abhinoy❤❤❤ superb

  • @munmunbaro4426
    @munmunbaro44269 күн бұрын

    Line t ahise de alp, dhuniya ❤

  • @priyankadeka9606
    @priyankadeka96069 күн бұрын

    ভাল লাগিল🥰

  • @TheNewsHourAxom
    @TheNewsHourAxom9 күн бұрын

    👍

  • @sahidulmvlogs5430
    @sahidulmvlogs54309 күн бұрын

    ধুনীয়া হৈছে ছুটি ছবি খন...❤❤

  • @dhanjitsaharia8896
    @dhanjitsaharia88969 күн бұрын

    বহুত ভাল লাগিল চাই | দ্বিতীয় খণ্ড পাম বুলি আশা থাকিল 🎉❤

  • @dhundas6357
    @dhundas63579 күн бұрын

    কাহিনীৰ যোৰ‌ আছে‌ কিন্তু ‌ ,, আগলৈ‌ আৰু‌ কিবা‌ নতুন ‌ পাম‌ বুলি‌ আশা‌ থাকিল‌ ,, কিন্তু এটা‌ ভয়‌ লাগিছে ‌ মোৰ‌ জনী‌ দুভাগ‌ ৰাতি‌ কাক‌ বা‌ দুৱাৰ‌ খুলি‌ দি‌ আছে‌ ,, ‍ঃ

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    9 күн бұрын

    নিশ্চয় 🙏

  • @nikumoniborah9024
    @nikumoniborah90248 күн бұрын

    মানস দাৰ কাহিনী মানেই এক নতুন সোৱাদ❤ কিন্তু Short film খনত মানস দা থকা হ'লে বেছি ভাল লাগিল হয়😢❤

  • @manashjyotinath481
    @manashjyotinath48113 сағат бұрын

    Bahut dhuniya hoise mrm

  • @axomi-f3h
    @axomi-f3h9 күн бұрын

    সুন্দৰ

  • @bhangat.vvlogs6697
    @bhangat.vvlogs66978 күн бұрын

    Raju da nice

  • @TanuramSutradhar-xf5mq
    @TanuramSutradhar-xf5mq8 күн бұрын

    বহুত hard❤ হৈছে দে 😂😂😂 ভাল লাগীল চাই আকৌ এনেকুৱা flim বনাব মইনা আগুই জাই থাক❤❤❤❤❤❤❤❤❤❤

  • @bikashdas8549
    @bikashdas85499 күн бұрын

    ধুনীয়া❤

  • @Nimly1212
    @Nimly12129 күн бұрын

    সুন্দৰ কাহিনি আৰু অভিনয় 😊 ভাল লাগিল 😊 আগুৱাই যোৱা 👍

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    9 күн бұрын

    ধন্যবাদ ❤️

  • @user-lz2qm2me9o
    @user-lz2qm2me9o7 күн бұрын

    Puja baa apuni kandile vl nalage ❤

  • @apurbobora3364
    @apurbobora33648 күн бұрын

    Mr vashu pora Kune Kune ahise like kori diya

  • @BhaskarjyotiGoswami
    @BhaskarjyotiGoswami9 күн бұрын

    dhuniya lagil....

  • @prosendeka1470
    @prosendeka14709 күн бұрын

    Bohut dhunia lagil raju bhai ❤❤❤

  • @AbhiThaman
    @AbhiThaman9 күн бұрын

    পাত ২ নৱৰ খন বনাবলে হ ই বেছি ভাল লাগিল হয় দেই দাদা বহুত ভাল লাগিল দেই😊❤🎉

  • @priyankadeka9606
    @priyankadeka96069 күн бұрын

    Raju dada acting dhunia💗

  • @ManjuKoch-zj8vg
    @ManjuKoch-zj8vg5 сағат бұрын

    Bhut dhuniya hoise❤❤❤

  • @bimandas361
    @bimandas3619 күн бұрын

    ভাল লাগিলে ❤️❤️❤️🔥🔥

  • @user-ms9hb8hi2x
    @user-ms9hb8hi2x9 күн бұрын

    Bhal lagil sai Aru aguwi juwa Amr locel Eriya support koribo lage ❤

  • @Bhayolinarabha-fq2qm
    @Bhayolinarabha-fq2qm9 күн бұрын

    ❤❤

  • @chandannath9471
    @chandannath94718 күн бұрын

    ধুনীয়া হৈছে ছবি খন ❤ ৰাজু তই আৰু আগুৱাই যা 🙏🙏😊

  • @patirabha3571
    @patirabha35719 күн бұрын

    ধুনীয়া 🥺🥺🙂❣

  • @jerifawahid2660
    @jerifawahid26608 күн бұрын

    Dhuniyaa rajuu❤

  • @user-pj5nf9ur4o
    @user-pj5nf9ur4o7 күн бұрын

    Puja bah Bohut duniya lagil video tu sai ❤❤😢

  • @UpasanaDevi-xf4yh
    @UpasanaDevi-xf4yh9 күн бұрын

    ধুনীয়া হৈছে❤

  • @priyankakonwar9243
    @priyankakonwar92439 күн бұрын

    ধুনীয়া ❤

  • @Bindass_ankita88
    @Bindass_ankita886 күн бұрын

    Dhuniya hoise raju da ❤aguwai juwa tumi ❤

  • @HepahNijan
    @HepahNijan6 күн бұрын

    Hero জনৰ ঘৰ কত বাৰু উজনি অসমৰ ফালে নে কি বাৰু ? এবাৰ আমাৰ ধেমাজিত লগ পাইছিলোঁ একেলগে আমি চিলাপথাৰৰ পৰা বাটঘৰীয়া আহিছিলো🥰 🥰 বহুত ধেমেলীয়া লৰাজন 1 ঘণ্টাৰ ৰাস্তা কেনেকৈ অচিনাকি লৰা জনে আমাৰ পিছৰ চিতত বহা চাৰিজন ব্যক্তিক হঁহুৱাই লৈ গৈছিল গমকে নাপালোঁ,🥰 কিন্ত লৰাজনে নাম তো bhabesh বুলি কৈছিল চাগে সেইটো মিছা কৈছিল , নাম তো ইয়াত নাপালোচোন, যা নহওক থিয়েটাৰৰ কামত অহা বুলি কৈছিল , তাৰ অভিনয় কিন্তু কিছু বাউ লাগিছে 🥰 আৰু ভাল হব🥰 বিশেষকৈ এটা ভাল লাগিল আপোনালোকে এটা ৰিক্স লৈছে যে শকত মানুহৰ প্ৰেম হব পাৰে , শকত মানুহেও hero হব পাৰে , শকত মানুহেও কান্দিব পাৰে , hero বুলি কলে সাধাৰণতে অহা ধাৰণা তো এই ফিল্মখনৰ দ্বাৰা সলনি কৰিছে , আৰু শকত বুলি কমেণ্ট কৰা কেইজনক কৈছোঁ তাৰ অভিনয় চাওক যিয়ে নহওক ধন্যবাদ জনালোঁ🥰 অভিনেত্ৰী জনী এজনী ভাল ইউটুবাৰ আৰু ভাল অভিনেত্ৰী বুলি জানি ভাল লাগিল🥰 যদু হোৱা লৰা জন প্ৰায় দেখিয়েই থাকো ইউটুবত🥰 প্ৰথমতে দিয়া কন্ঠতো উফফ মজ্জা🥰 আৰু বহুকেইজন চিনাকি মুখ আৰু ভাল অভিনেতা অভিনেত্ৰীৰ অভিনয় চালো, শেষত প্ৰযোজক আৰু পৰিচালকক ধন্যবাদ জনালোঁ🥰 ভালে থাকক আপোনালোক , গেপ নিদিব ভিডিও দিয়াত ভাল হব🥰

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    6 күн бұрын

    ধন্যবাদ ❤️🙏

  • @desikhana645

    @desikhana645

    6 күн бұрын

    সঠিক নামটো ভবেশ, কিন্তু মানুহৰ মাজত জনপ্রিয় হোৱা নামটো ৰাজু 🥰নামটো মিছা কোৱা নাছিল 🥰🥰

  • @kankandeka2290
    @kankandeka22909 күн бұрын

    ভাল লগা কাহিনী বোৰ সদায় আধৰুৱা,,,,,

  • @anilsaharia5738
    @anilsaharia57389 күн бұрын

    Dhunia hoise mama hat...sai bahut val lagil❤❤❤

  • @KukilBaruah-bp6js
    @KukilBaruah-bp6js9 күн бұрын

    😊❤

  • @dhwaj-Gallery07.
    @dhwaj-Gallery07.6 күн бұрын

    একে একে দুই ৰাজু দা জুই 🔥

  • @rajudeka4287

    @rajudeka4287

    6 күн бұрын

    🥰🥰

  • @ProjectRatipuwa
    @ProjectRatipuwa9 күн бұрын

    Dhuniya

  • @Nayan_285
    @Nayan_2859 күн бұрын

    next part pam buli আশাবাদী ❤

  • @sagarikadekasagarikadeka6295
    @sagarikadekasagarikadeka62956 күн бұрын

    Rajuuu tumi joiiii❤

  • @kamalakshisahariah3532
    @kamalakshisahariah35328 күн бұрын

    Gutei keitar acting dhunia hoise....❤.val lgil story tu ..❤ specially Raju, Puja , Purabi.. finishing is very sad... 😢😢kandi dilo😢😢

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    8 күн бұрын

    ধন্যবাদ ❤️

  • @binoddeka600
    @binoddeka6009 күн бұрын

    Dhunia hoise 🎉

  • @nilimbindas7869
    @nilimbindas78699 күн бұрын

    ধুনিয়া হৈছে❤

  • @Gandhi332
    @Gandhi3329 күн бұрын

    Kahini to mor lgt same 😢 ane lagil kahini to mor a hoi

  • @champakofficial7145
    @champakofficial71456 күн бұрын

    2 bar salu❤

  • @nanditadeka9121
    @nanditadeka91219 күн бұрын

    Dhunia lagile sai❤️❤️

  • @bhabanashreemahanta3392
    @bhabanashreemahanta33929 күн бұрын

    Dhuniya lagile❤️💐

  • @mlydkeditz518
    @mlydkeditz5189 күн бұрын

    Vasu R Acting Bhut Val Hoise

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    9 күн бұрын

    😁

  • @sapunjyotisaikia2691
    @sapunjyotisaikia26919 күн бұрын

    2nd part lge .kak kak lge like kra

  • @smritideka7500
    @smritideka75009 күн бұрын

    ধুনীয়া👌👌

  • @dipanditabaishya7759
    @dipanditabaishya77597 күн бұрын

    Puja baa tumi 🔥🔥🔥🔥

  • @Bright_Spot_Studio
    @Bright_Spot_Studio8 күн бұрын

    2nd Part কোনে কোনে বিছৰা Like কৰা❤🎉

  • @BijitBharali-gr2vy
    @BijitBharali-gr2vy9 күн бұрын

    Dhuniya lagise.....☺️❤️🎉

  • @bikashsahariah2729
    @bikashsahariah27299 күн бұрын

    তহঁত হিট ভাই হাত. ❤️🔥

  • @nitishsaikia4593
    @nitishsaikia45939 күн бұрын

    Next part.......>>>>>>>✅

  • @Papori784
    @Papori7849 күн бұрын

    Puja baai j konduai he akha ere 😭😭,Kiyo kanda anekoi.. tumi kandile buku khon bikhai mur 😭.. bht dhuniya lagile tumak ❤

  • @AnamikaDeka-sx4wr
    @AnamikaDeka-sx4wr9 күн бұрын

    Val lagil sai ❤

  • @ChinmoiHazarika-cd6dz
    @ChinmoiHazarika-cd6dz9 күн бұрын

    ধুনীয়া হৈছে ❤❤❤🎉

  • @AbinashDas-kh1nr
    @AbinashDas-kh1nr8 күн бұрын

    Puja baa❤❤🎉🎉

  • @user-ro3fr5uj8t
    @user-ro3fr5uj8t9 күн бұрын

    Abhinay dhuniya hoise dei sai val lagile

  • @pallabnath5760
    @pallabnath57609 күн бұрын

    Bhut dhuniya hoise ❤️

  • @android______videos4416
    @android______videos44169 күн бұрын

    Dhunia ❤❤👍👍👍👍

  • @ASTHAPRODUCTION-

    @ASTHAPRODUCTION-

    9 күн бұрын

    ❤️❤️

  • @manashkumar613
    @manashkumar6138 күн бұрын

    raju vii❤ kaikara

  • @SuralanEkka
    @SuralanEkkaКүн бұрын

    Dhuniya hoisa video tu puja ba❤❤❤

Келесі