কটন বিশ্ববিদ্যালয়খন যদি চলাব পৰা নাই তেন্তে হিমন্ত বিশ্ব শর্মাই পদত্যাগ কৰক

▶️কটন বিশ্ববিদ্যালয়খন যদি চলাব পৰা নাই তেন্তে হিমন্ত বিশ্ব শর্মাই পদত্যাগ কৰক। কটনক বেপাৰলৈ ৰূপান্তৰ কৰিব নালাগে। কটনখনৰ শৈক্ষিক দিশত গুৰুত্ব দিব লাগে বুলি মন্তব্য অখিল গগৈৰ।

Пікірлер: 59

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens629019 күн бұрын

    অসম ধ্বংসৰ সময় সমাগত।। তাৰ বাবে অসমৰ ৰাইজ দায়ী।

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k19 күн бұрын

    অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ

  • @duluduttadulu2138
    @duluduttadulu213819 күн бұрын

    কটন কলেজৰ মাটি বিক্ৰী কৰি তাত এখন সুৰাৰ বজাৰ খুলি চৰকাৰ চলাবলৈ আৰম্ভ কৰিছে নহলে উপাইনাই

  • @user-wk2lr7fl3d
    @user-wk2lr7fl3d19 күн бұрын

    অখিল গগৈৰ জিন্দাবাদ ❤❤❤❤

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1d19 күн бұрын

    এইখন চৰকাৰৰ বাবে স্কুল কলেজৰ প্ৰাধান্য নাই । তেওঁলোকৰ মূক্ষ্য কাম হল হিতাধিকৰি সৃষ্টি, লখ্পতি বাইদেউ সৃষ্টি কৰি নিজৰ গদি বচাই ৰখা।

  • @SimilarAhmed
    @SimilarAhmed19 күн бұрын

    অখিল গগৈ দাঙৰিয়া জিন্দাবাদ

  • @bituborah6874
    @bituborah687419 күн бұрын

    বঢ়িয়া অখিল দা।

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te19 күн бұрын

    পদত্যাগ কেতিয়াও নকৰে ।ৰাইজে পদত্যাগ কৰাব লাগিব ।

  • @joyprakashgohain7032
    @joyprakashgohain703219 күн бұрын

    কটনক সদায়ে কটন হৈ থাকিবলৈ দিয়ক

  • @bagadhartaid2389
    @bagadhartaid238919 күн бұрын

    বহুত চিন্তাৰ কাৰণ

  • @tayyeburrahman7362
    @tayyeburrahman736219 күн бұрын

    মন্ত্রী মখাই ১ বছৰ Certered flight / Halicapter ত নুঠিলেই সকলো ঠিক হৈ যাব।

  • @janardanbora2803
    @janardanbora280319 күн бұрын

    অসমৰ শিক্ষা খণ্ড শেষ কৰিম বুলি ভাবি আছে আৰু

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u19 күн бұрын

    চি চি ইয়াত কৈ লজ্জাজনক কথা একোয়েই নাথাকিব কাৰণ চৰকাৰৰ খন ইমানেই ভিখাৰি হ'ল নেকি আজি কটন কলেজৰ সপ্মতি বিক্ৰী কৰিব লগিয়া হ'ল। বৰপেটা সত্ৰৰ কৈ কটন কলেজৰ মানদণ্ডৰ বহুগুণে বেছি বুলি ভাবো ।কাৰনে লাখ লাখ ছাত্ৰ ছাত্ৰী য়ে পঢ়ি শুনিয়েই ভগৱানৰ কথা বাখ্যা কৰিব পাৰে।

  • @hemantarajkonwar146
    @hemantarajkonwar14619 күн бұрын

    শাওপাত খোৱা মূৰ্খমন্ত্ৰী

  • @Danirojasfc6
    @Danirojasfc619 күн бұрын

    শেষ.... অসম খন একফালৰ পৰাই শেষ। 😔 😟

  • @RajibKashyap-yk8zc
    @RajibKashyap-yk8zc19 күн бұрын

    Akhil daa 🎉

  • @user-yk4qs6el6l
    @user-yk4qs6el6l19 күн бұрын

    Thikei koise ❤❤❤

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens629019 күн бұрын

    মামাই অসম ভালদৰে চলাব পৰা নাই।।

  • @dipalidoleydipalidoleypegu
    @dipalidoleydipalidoleypegu19 күн бұрын

    100. % right

  • @user-jp2yv8xt8l
    @user-jp2yv8xt8l19 күн бұрын

    Akhil gogoi homadhanor atai upai cm e podottag koribo lage. Sei manokhikota akhil gogoi.

  • @PRASANTACHUTIA-ij2gq
    @PRASANTACHUTIA-ij2gq19 күн бұрын

    Right koise

  • @bipulkumarchoudhury515
    @bipulkumarchoudhury51519 күн бұрын

    Right

  • @commenti5459
    @commenti545919 күн бұрын

    মামা জুই জুই

  • @mridulkumarborah4181
    @mridulkumarborah418119 күн бұрын

    Duradarshitar abhab. Thanks.

  • @debajitdeba4142
    @debajitdeba414219 күн бұрын

    Right 👍

  • @rajtilak6084
    @rajtilak608419 күн бұрын

    কটন খন রিনিকিক গটাই দিব লাগে

  • @PRASANTACHUTIA-ij2gq
    @PRASANTACHUTIA-ij2gq19 күн бұрын

    Dekh hekh korile himonttoi

  • @PRASANTACHUTIA-ij2gq
    @PRASANTACHUTIA-ij2gq19 күн бұрын

    Raije aru kiba buji pabo ne kiba

  • @rambalram2610
    @rambalram261019 күн бұрын

    CM sir ৰ লগত গাড়ীৰ কিমান খন convoy যায়...?? দিছপুৰৰ বিধায়ক আৱাসত যি জাক যকমতা চলে, হেলিকপ্টাৰত কিমান টকা উৰুৱাই...?? হিচাপ লওক ৰাইজে... সিহঁতৰ জাক জমকতাৰ অন্ত নাই... কিন্তু শিক্ষা, স্বাস্থ্যৰ এই অৱস্থা...😮😮😮😮😮😮

  • @bishaldas3964
    @bishaldas396419 күн бұрын

    Assamar pora mamak bidai diley asaamat khanti khompriti ghuri ahibo...

  • @RABHA706
    @RABHA70619 күн бұрын

    অসম বহুত আৰ্থিক স্ংকতত পৰিব গৈ আছে কিয়োনো অসম চৰৰকাৰৰ বহুত ধাৰ হৈ আছে

  • @PRASANTACHUTIA-ij2gq
    @PRASANTACHUTIA-ij2gq19 күн бұрын

    Hekh dekh hekh

  • @jayantadutta1024
    @jayantadutta102419 күн бұрын

    আনৰ হিতৰ কাৰনে লোৱা ধাৰকেই হিতাধিকাৰী বুলি কয়😊

  • @AkshendraDas-bv5ef
    @AkshendraDas-bv5ef19 күн бұрын

    A murdbad

  • @sh.assam8150
    @sh.assam815019 күн бұрын

    Himonto besto ase asonik loi fotuwa cm

  • @birbahadursonar3221
    @birbahadursonar322119 күн бұрын

    Any comments and suggestions of Assam govt regarding this situation either rulling and left party?

  • @woman178
    @woman17819 күн бұрын

    Are there any students in cotton College

  • @Ashagaming785
    @Ashagaming78519 күн бұрын

    লাখপতি বাইদেউ😂😂😂😂😂😂😂😂😂😂😂

  • @tayyeburrahman7362
    @tayyeburrahman736219 күн бұрын

    পানীত দুবি কিয় নমৰে ? নাঙঠ কৰবাৰ

  • @dhon3599
    @dhon359919 күн бұрын

    Mamai laz biki khale ...aku nathakil aro aibar lengta hoi u nasibo neki

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg19 күн бұрын

    BJP e besibo ulaise neki o ????

  • @satyajitgoswami9411
    @satyajitgoswami941119 күн бұрын

    Lutise aru Assam khanak

  • @KakumoniBora-jf7kf
    @KakumoniBora-jf7kf19 күн бұрын

    Aru ki besi bor baki thakil

  • @jupango460
    @jupango46019 күн бұрын

    😂😮😢 Nangal😅

  • @rg9577
    @rg957719 күн бұрын

    Apuni maney sob theek kori dibo ne ki? Apuni eta interview ba eta bhaisyo dibo nuware cm himanta biswar kotha nukuwa koi....apuni prothom nijei evolve houk

  • @TCF573
    @TCF57319 күн бұрын

    Asolote Cotton university t Bohiragoto bonia humuuwar aitu ata 1st sesta.. Abar humabo pale aru rokhya kai .. Onagotta dinot sage hei tu dekha jabo. University solaboloi toka nidiye.. Tehe boniak ronga dolisa pari matibo.. 😅😅😅

  • @TCF573
    @TCF57319 күн бұрын

    Akhom khon r gourov hekh porjyai

  • @TCF573
    @TCF57319 күн бұрын

    Kiba bemar ase hopai dei helicopter t utha. 😅😅😅

  • @b4ru1
    @b4ru119 күн бұрын

    Ee maksudu nijoke CM buli bhabe😂😂😂😂...pagol kela

Келесі