কোম্পানীৰ চাকৰি এৰি গাঁৱত আৰম্ভ কৰিলে থলুৱা ছাগলী ফাৰ্ম | Goat Farming In Assam

কোম্পানীৰ চাকৰি এৰি গাঁৱত আৰম্ভ কৰিলে থলুৱা ছাগলী ফাৰ্ম , Goat Farming In Assam
গুৱাহাটীৰ কোম্পানীৰ চাকৰি এৰি এগৰাকী যুৱকে আৰম্ভ কৰিলে নিজৰ গাঁৱতে ছাগলি ফাৰ্ম ৷ মাত্ৰ ২০ জনী থলুৱা ছাগলীৰে ২০১৮ চনত আৰম্ভ কৰা এই ছাগলী ফাৰ্মখনত এতিয়া ছাগলীৰ সংখ্যা হৈছেগৈ ১৩৮ টা ৷
ছাগলী বিক্ৰী কৰি বিগত বছৰত তেওঁ লাভ কৰিছে প্ৰায় ডেৰ লাখ টকা ৷
কিশোৰ কুমাৰ ভূঞা নামৰ বিহপুৰীয়া কেন্দুগুৰিৰ গাঁৱৰ এজন যুৱক ছাগলী পালনৰ দৃশ্য এয়া ৷ এই যুৱক গৰাকীয়ে কম সময়ৰ ভিতৰতে কেনেদৰে গঢ়িলে এই বিশাল থলুৱা ছাগলীৰ ফাৰ্ম ?
তেওঁ বিটেল বা চিৰহী জাতীয় বহি:ৰাজ্যৰ ছাগলীৰ বিপৰীতে কিয় বেছি গুৰুত্ব দিয়ে থলুৱা ছাগলী পোহাত?
এনে বহু বিষয় জানো আহক কিশোৰ কুমাৰ ভূঞাৰ পৰা ...
uparjan.in

Пікірлер: 276

  • @user-qn2cv3pr4g
    @user-qn2cv3pr4g2 жыл бұрын

    সুন্দৰ দাদা আমিও যোৱা ১৮ বছৰৰ পৰা ছাগলী পালনৰ লগত জড়িত হৈ আছো, নিজৰ কষ্টৰে নিজৰ পৰিচয় এটি গঢ় দিবলৈ প্ৰয়াস কৰিছো। আপোনালৈ শুভেচ্ছা থাকিল।

  • @Mompipathori.123

    @Mompipathori.123

    2 жыл бұрын

    Good. Go ahead.

  • @ishanprincetechnology.1808

    @ishanprincetechnology.1808

    2 жыл бұрын

    Dada contact koribo parim ne judi pare no to diok sun

  • @dhrubajyoti1283

    @dhrubajyoti1283

    2 жыл бұрын

    Nambartu dibosun apunar

  • @ratulali3817

    @ratulali3817

    Жыл бұрын

    @@dhrubajyoti1283 Have

  • @putulnag9269

    @putulnag9269

    Жыл бұрын

    Boriya Dada moiu sesta koriasu

  • @tennysonsaikia2738
    @tennysonsaikia27382 жыл бұрын

    ভাল লাগিছে তেওঁৰ চিন্তা ধাৰা আৰু কৰ্মোদ্যমতা l সকলো অসমীয়া লৰাই কষ্ট কৰি কাম কৰিব লাগে l সফলতা অনিবাৰ্য

  • @kalyanisonowal9614

    @kalyanisonowal9614

    2 жыл бұрын

    Pl lll

  • @bhagyasonowal213

    @bhagyasonowal213

    2 жыл бұрын

    Spp141=

  • @rupkantapathori665

    @rupkantapathori665

    Жыл бұрын

    ঠিকেই কৈছে চাকৰি কৰি বেংকৰ টেটু গুৰিলৈকে ধাৰ লগাই লাভ নাই।

  • @mileswarbhuyan7110
    @mileswarbhuyan7110 Жыл бұрын

    ভুঞা দেউক অভিনন্দন জনাইছোঁ আগুৱাই যাওঁক শুভেচ্ছা জনাইছোঁ ঈশ্বৰে তেখেতক মঙ্গল কৰক ।

  • @musaddikali1114
    @musaddikali11142 жыл бұрын

    দাদা মইও কৰিম বুলি ভাবিছোঁ .. আপোনাৰ প্ৰায় এটা অনুপেৰণা। পাইছোঁ ধন্যবাদ দাদা

  • @bhesojbaruah8725
    @bhesojbaruah87252 жыл бұрын

    কিশোৰ কুমাৰ ভূঞাৰ ধৈৰ্য্য, একাগ্ৰতা আৰু কৰ্তব্যৰ প্ৰতি থকা গভীৰ বিশ্বাসৰ বাবেই এনে ধৰণৰ কাম কৰিবলৈ সক্ষম হৈছে ।আমি তেখেতলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো । আমি গাৱঁলীয়া মানুহৰ মাজত গৰু-ছাগলী , হাঁহ-পাৰ পোঁহাৰ যি পৰম্পৰা আছে সেই সমূহ বৰ্তাই ৰাখিব পাৰিলে সিয়েই হৈ পৰে বিপদৰ সময়ত বন্ধু । আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ।

  • @khirodjyotinath2445
    @khirodjyotinath2445 Жыл бұрын

    Xundor...muru mon ase sagoli puhibole

  • @bhaskarborah4130
    @bhaskarborah41302 жыл бұрын

    ভাল লাগিল আপোনাৰ কর্মদক্ষতা দেখি। ময়ো কৰিম ফাৰ্ম এখন।

  • @pallabaigogoi315
    @pallabaigogoi315 Жыл бұрын

    Hundor dada

  • @ziphulali1828
    @ziphulali18282 жыл бұрын

    অসমৰ গৌৰৱ এনেধৰনৰ কৰ্মতহে বাঢ়ে ; ধৰ্মত নহয় ।

  • @user-qn2cv3pr4g

    @user-qn2cv3pr4g

    2 жыл бұрын

    একেবাৰে সচাঁ কথা 👍

  • @dhrubadas7656

    @dhrubadas7656

    Жыл бұрын

    Right

  • @ekbalahmed6211
    @ekbalahmed62112 жыл бұрын

    Akebare Simple manuh. Bohut bhal lagil.

  • @dhrubajittalukdar661
    @dhrubajittalukdar6612 жыл бұрын

    আগুৱাই যোৱা , শুভেচ্ছা থাকিল

  • @bharalibharali4090
    @bharalibharali40907 ай бұрын

    সুন্দৰ❤️

  • @pranjalkumarborah5491
    @pranjalkumarborah54912 жыл бұрын

    Bohut Val lagil....best of luck

  • @ramadamfai9895
    @ramadamfai9895 Жыл бұрын

    বঢ়িয়া।

  • @pallabivlogs426
    @pallabivlogs4262 жыл бұрын

    Dhuniya video.... God bless you Dada...

  • @mujarrinchannel7809
    @mujarrinchannel78092 жыл бұрын

    Valei korise.karon Axom Sarkare Sakori Nedey. 👍👍

  • @sibabratakakati3838
    @sibabratakakati3838 Жыл бұрын

    Excellent initiative.Hope other unemployed youths initiate such enterprise

  • @Hell_Rider_9998
    @Hell_Rider_99982 жыл бұрын

    সুন্দৰ। আগবাঢ়ি যাওক।

  • @TOPRABHA
    @TOPRABHA2 жыл бұрын

    বুহুত ভাল লাগিল দাদা video চাই ❤️❤️

  • @bimalrabha8161
    @bimalrabha8161 Жыл бұрын

    দাদা আপোনাৰ জীৱিকা ভাল লাগিল

  • @nirugogoi4576
    @nirugogoi45762 жыл бұрын

    ইমান কষ্ট কৰি ৰ্ফামত কাম কৰিছ ভাল লাগিছে ।

  • @narennaren9449
    @narennaren94492 жыл бұрын

    Moja👌🏼👌🏼

  • @pranjitvlog9958
    @pranjitvlog99582 жыл бұрын

    Val lagile sai 🙏🙏🙏🙏

  • @sankardevroy3683
    @sankardevroy36832 жыл бұрын

    বহুত ধুনীয়া ।

  • @manojdeka4325

    @manojdeka4325

    2 жыл бұрын

    Good job

  • @royvlogsassamese3209
    @royvlogsassamese32092 жыл бұрын

    ভাল লাগিল দাদা আপোনাৰ ফাৰ্ম খন দেখি

  • @rudrabora6684
    @rudrabora66842 жыл бұрын

    ভাল লাগিল

  • @nituchangmai3620
    @nituchangmai36202 жыл бұрын

    বাম ঘাহ থকা তলি লাগে।ধন্যবাদ তেখেতলৈ!

  • @bikashchetry3621
    @bikashchetry36212 жыл бұрын

    Val lagil bro.

  • @parthapratimsaikia.5211
    @parthapratimsaikia.5211 Жыл бұрын

    Questions khni bor dhwniya korise thank you for it

  • @rinkubaishya3304
    @rinkubaishya33042 жыл бұрын

    Khub val lagil tumi aru aguyai juwa.

  • @hemakonwar7459
    @hemakonwar74593 ай бұрын

    VIDEO তো চাই ভাল লাগিল, এদিন চাবলৈ জাম ভাবিছোঁ, আপোনাৰ ঠিকনা tu দিলে ভাল পাম l ধানবাদ থাকিল l

  • @goutamsaikia848
    @goutamsaikia8482 жыл бұрын

    Mjja basa da

  • @rakeshhazarika4604
    @rakeshhazarika46042 жыл бұрын

    Xundor aag barhi jauk

  • @jiyangpatir7185
    @jiyangpatir71852 жыл бұрын

    Kub hundor ❤️

  • @changmaisvlogs7264
    @changmaisvlogs72642 жыл бұрын

    Hundar lagil huvesha thakil

  • @p.j.h4542
    @p.j.h45422 жыл бұрын

    Bhal lagil

  • @rojonigondha8554
    @rojonigondha85542 жыл бұрын

    চাগলিত Tax লগাব চৰকাৰে। বেছিকৈ মেডিয়াক যাবলৈ নিদিবা।

  • @monujmoran6985

    @monujmoran6985

    2 жыл бұрын

    Amar bordumsa bojarot 100toka 1ta sagolit Tex loi

  • @bhesojbaruah8725

    @bhesojbaruah8725

    2 жыл бұрын

    সচাকৈয়ে । চৰকাৰে কেৱলমাত্ৰ চাই থাকে ক'ৰপৰা কিমান টকা লুটিব(??) পাৰি । আমাৰ দৰে মানুহৰ কোনোফালেই ৰক্ষা নাই, কেৱল দিব লাগে চৰকাৰক- ইফালে আদানি আম্বানী সকলে হাজাৰ হাজাৰ কোটি টকাৰ কৰ( TAX ) মাফ পায় ।

  • @gogoistarisuknown5937

    @gogoistarisuknown5937

    2 жыл бұрын

    😂😂

  • @Entertainment-oh6se
    @Entertainment-oh6se2 жыл бұрын

    Khub val lgise dei

  • @anantamoranvloge7255
    @anantamoranvloge72552 жыл бұрын

    সুন্দৰ লাগিল, শুভেচ্ছা জনালোঁ। মই ভাবিছো এই বৰ্ষৰ পৰা এখন স্থানীয় ছাগলী ফাৰ্ম কৰিম বুলি।।

  • @HKJRoy

    @HKJRoy

    2 жыл бұрын

    Moyo bhabhisu da

  • @digantapanging706

    @digantapanging706

    2 жыл бұрын

    Hahaha

  • @sanjibsarma3283

    @sanjibsarma3283

    2 жыл бұрын

    🙏🙏🙏

  • @sanjibsarma3283

    @sanjibsarma3283

    2 жыл бұрын

    লোকেল বেষ্ট

  • @ramdhenu7215

    @ramdhenu7215

    2 жыл бұрын

    Moja hobo👍👍

  • @bishajitboruah9895
    @bishajitboruah98952 жыл бұрын

    সুন্দৰ 👍

  • @rupsinghrajput3331
    @rupsinghrajput33312 жыл бұрын

    অতি সুন্দৰ

  • @bikrampegu.bk.581
    @bikrampegu.bk.5812 жыл бұрын

    Bahut lagil

  • @ChumpiKachari-ek2go
    @ChumpiKachari-ek2go2 ай бұрын

    Val lagil bro

  • @mridupabannath1899
    @mridupabannath18992 жыл бұрын

    Bhut dhuniya

  • @biplobhazarika5843
    @biplobhazarika58432 жыл бұрын

    Welldone..

  • @gungun4965
    @gungun49652 жыл бұрын

    Good work 👍

  • @mayaranineog5684
    @mayaranineog56842 жыл бұрын

    aru aagbarhi ja dada.. aami xodai asu tur logot.. 💖

  • @jagatdekajagat4715
    @jagatdekajagat47152 жыл бұрын

    Val. Atem loysa bohut valhoyse

  • @prasantadas4552
    @prasantadas45522 жыл бұрын

    সুন্দৰ ককাই

  • @IMA1Scalper
    @IMA1Scalper2 жыл бұрын

    Dhunia dada

  • @priyamvillagevideos
    @priyamvillagevideos11 ай бұрын

    সুন্দৰ

  • @pikupatar336
    @pikupatar3362 жыл бұрын

    Good job 👍

  • @RHaz-vo6hv
    @RHaz-vo6hv2 жыл бұрын

    Good job 👌👌

  • @ranjitgour1303
    @ranjitgour13032 жыл бұрын

    Moja

  • @indiradaimari2165
    @indiradaimari21652 жыл бұрын

    Good job brother may God bless u

  • @mintutalukdar9619
    @mintutalukdar96192 жыл бұрын

    Khundor.

  • @ranjitboro1367
    @ranjitboro13672 жыл бұрын

    Hundar

  • @Miduldutta
    @Miduldutta Жыл бұрын

    মজা মজা মজা 💪💪💪💪💪💪💪💪

  • @chandramohanhazarika8979
    @chandramohanhazarika89792 жыл бұрын

    দাদা আৰু আগবাঢ়ি যাবলৈ কামনা কৰিলোঁ ।

  • @rupak4406
    @rupak44062 жыл бұрын

    GOD BLESS HIM🙏

  • @binodhazarika6072
    @binodhazarika60722 жыл бұрын

    Borhiya video

  • @priyankagogoi5159
    @priyankagogoi51592 жыл бұрын

    bhal lagil👍

  • @pinkibhuyan2585

    @pinkibhuyan2585

    2 жыл бұрын

    ভাল লাগিল চাই

  • @jayantaphukan2241
    @jayantaphukan22412 жыл бұрын

    Congratulations

  • @tileswarpegu7640
    @tileswarpegu76402 жыл бұрын

    Big beusiness Motivational

  • @dasbsf178
    @dasbsf1782 жыл бұрын

    Very good job

  • @chinturaidongia6387
    @chinturaidongia63872 ай бұрын

    Good luck

  • @khirumanideka4591
    @khirumanideka4591 Жыл бұрын

    Vl lgil

  • @tapansarma1993
    @tapansarma19932 жыл бұрын

    Excellent Bhaiti🙏🙏🙏💐💐💐

  • @moonkalita7476
    @moonkalita74762 жыл бұрын

    Khundar dada

  • @babul8718
    @babul87182 жыл бұрын

    Thanks dada....

  • @chandramallikakhanikar1517
    @chandramallikakhanikar15172 жыл бұрын

    Good job brother...keep it up

  • @tapanbhuyan48
    @tapanbhuyan482 жыл бұрын

    Proud of you, brother

  • @dineshkumarram2377
    @dineshkumarram23772 жыл бұрын

    Very...nice...

  • @dipaklama6711
    @dipaklama67113 ай бұрын

    Sagoli palon homporke bohut upokrito holu

  • @adibashiofficial
    @adibashiofficial Жыл бұрын

    sai val lage Anekua manuh burok

  • @assamesevlog2623
    @assamesevlog26232 жыл бұрын

    Mozah

  • @ranenbasumatary8375
    @ranenbasumatary83752 жыл бұрын

    May God bless you.

  • @jatendranathsaikia351
    @jatendranathsaikia3512 жыл бұрын

    Vaal hoise. Keep it up

  • @prasantadas1054
    @prasantadas10542 жыл бұрын

    👍👍👍👍👍 very nice....All d best...

  • @rirleyarfarme8133
    @rirleyarfarme81332 жыл бұрын

    লাভ জনক ব্যৱহায়

  • @bitupandeka1719
    @bitupandeka17192 жыл бұрын

    Keep it bro

  • @bhargavnath8451
    @bhargavnath84512 жыл бұрын

    Good goob

  • @dimbeswarnarah5442
    @dimbeswarnarah54422 жыл бұрын

    Good job

  • @jagadishgoswami3494
    @jagadishgoswami34942 жыл бұрын

    Congratulations🎉🎉

  • @ShohelRana-zg5ib
    @ShohelRana-zg5ib2 жыл бұрын

    Good bhai

  • @lakhiganjsutu2055
    @lakhiganjsutu205511 ай бұрын

    Thank you god bless you

  • @hemantavlog7890
    @hemantavlog7890 Жыл бұрын

    Bihpuriya paa morom jasilu apunar shenll 2 ❤️

  • @hamontabora1095
    @hamontabora10952 жыл бұрын

    👍 Job

  • @prohladchutia1514
    @prohladchutia15142 жыл бұрын

    Very nice 👍👍👍

  • @TimePass-qo7ch
    @TimePass-qo7ch Жыл бұрын

    Very good👍

  • @utpaldeka5807
    @utpaldeka58072 ай бұрын

    Vl Podokhep Dada.. Mio Mio Aji 3Bosor Hl..First 2tare Aromvo Korisilu

  • @chandragogoi5722
    @chandragogoi5722 Жыл бұрын

    Good job 🥰

  • @dipshikha..7164
    @dipshikha..71642 жыл бұрын

    Khub bhal podokhep

  • @N.c.790
    @N.c.7902 жыл бұрын

    Nice 👍

  • @puronpayeng7151
    @puronpayeng71512 жыл бұрын

    Nice 👌👌👌

  • @godpriyanshu1782
    @godpriyanshu17822 жыл бұрын

    Moi April mahor pora 2i joni sagolire start korisu jibonot notun jatra .vabisu house wife hisape ghorote thaki sagoli puhie nijor horu horu hopun bur purano parim.atia ata 1st potha sagoli puwali palu...so happy

  • @user-qn2cv3pr4g

    @user-qn2cv3pr4g

    2 жыл бұрын

    লক্ষ্য যদি সঠিক হয় তেন্তে সফল নিশ্চয় হ’ব, একাগ্ৰতাৰে কাম কৰি যাওঁক সফল হবই লগতে শুভেচ্ছা থাকিল।

  • @parthagogoi6505

    @parthagogoi6505

    2 жыл бұрын

    Very good

  • @godpriyanshu1782

    @godpriyanshu1782

    2 жыл бұрын

    Thank u brother

  • @manashaxomia4202

    @manashaxomia4202

    2 жыл бұрын

    Val korise.. Enay thokatkoi val kamere poisa ghotibo khuji bht val korise...

  • @godpriyanshu1782

    @godpriyanshu1782

    2 жыл бұрын

    Thank u all my brothers.

  • @mamonibegum3906
    @mamonibegum39062 жыл бұрын

    You asking system of good also his replid also good it is also good income chourse.

  • @jitugogoi6098
    @jitugogoi60982 жыл бұрын

    Bohut ball kam korisa .xodai aguai jua.

  • @ankurhazarika8712
    @ankurhazarika87122 жыл бұрын

    Nice video

  • @bhabanigogoi3278
    @bhabanigogoi32782 жыл бұрын

    Nice

Келесі