Juddha | Pran Deep | Sunit Gogoi | Bijoy Sankar | Rintu Choudhury | Assamese New Song 2024
Музыка
Contact for Live Shows : 9707891293
♪♪ Stream and Download ♪♪
----------------------------------------------------------------
Spotify: open.spotify.com/track/7bDBcC...
Wynk: wynk.in/u/37Gq74D62
JioSaavn: www.jiosaavn.com/song/juddha/...
Apple Music: / juddha
Amazon Music: music.amazon.com/albums/B0CR3...
Gaana: gaana.com/album/juddha
Singer
Pran Deep Hazarika
Ft. Ridipta Sharma
Lyrics : Sunit Gogoi
Composition: Pran Deep, (Traditional )
Music: Bijoy Sankar
Mixing: Palash Gogoi
Mastering: Diganta Bordoloi
Dhul,Khul,Taal : Pankaj Bora
Guitar,Lele : Rupam Sharma
Flute : Anjan Medhi
Pepa,Gogona : Pity Borah
BGM : Bijoy Sankar& Subhas Dohutia
Backing Vocals : Bijoy Sankar
Recorded at : Studio Orrange by (Dipankar Baishya/Moon da) , Studio Zero Db, Studio Kirili
Music Label: Prag Music Media
Photography : Akash Saikia
Poster : Parthajit Hira
VIDEO CREDITS*
Direction/choreography & Editing- Rintu Choudhury
Cast : Tridib Lahon,Sumki Kachari, Nirupam Saikia, Silpisikha Borah
Cinematography- Papu Deka
Colorist : Manash Kashyap, Dhanjit Das
Costume- Diplu Hazarika
Setting- Herok
Assistant director- Rimpy Das & munnaf Ali
Co-Actor :- Bhargav Hazarika,Chandeep Hazarika, Deepjyoti Das, Akash Saikia
Kitchen team - Bhagya Roy
Spot - Sultan & team
Production Manager- Dhan ( Jitu
Kitchen team - Bhagya Roy
[SOCIAL]
INSTAGRAM: / pran_deep_
Facebook: / prandeeparyan.hazarika
*Special Thanks to
Maa, Deuta, Abhinab Maut,Tanmoy Chekanidhara, Angshuman Borthakur, Sachin Baruah,Biren khaklari, Raagdeep Chetia, Jumon Bora, Meer Deep, Parthajit Hira, Chandeep Hazarika, Chandan Baruah ,Akash Saikia, Utpal Dutta, Rupankar Baruah, Janam Kashyap, Swagat , Monuj Boraik, Arnab Hazarika, Silpa Hazarika,Suvankar Das, Tushar, Kripal Saikia,Ankur Saikia Akshya Pritom, Pranab Jyoti Hazarika
ধন্যবাদ সকলোকে🙏🏼
Пікірлер: 4 700
বিগত বছৰকেইটাত আমাৰ গীতবোৰক আপোনালোকে দিয়া মৰম আদৰকেই সাৰথি কৰি এইবাৰ আগবঢ়াই দিলো "যুদ্ধ মৰমৰ" ! এয়া মোৰ জন্মদিনটোত আপোনালোকলৈ বুলি আপোনালোকে দিয়া মৰম আশীৰ্বাদবোৰৰ বিপৰীতে এক সামান্য প্ৰতি-উপহাৰ ! আশাকৰো নিজৰ ভাবি আদৰিব !! 🙏🙏🙏
@faizurrahman8473
5 ай бұрын
সুন্দৰ হৈছে দেই। জন্ম দিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।
@sidhartha8382
5 ай бұрын
Happy birthday prandeep da❤🎉
@sanjoylahon7827
5 ай бұрын
Happy birthday
@user-gs6ki3us6u
5 ай бұрын
ধুনীয়া ❤
@rajahazarika274
5 ай бұрын
Prandeep da babe ata like ❤
আপোনাৰ কণ্ঠ আৰু music ইমান ধুনীয়া হৈছে কি কম আও 😍 গীতটো মই play কৰোতে মা পাকঘৰৰ পৰা কাম এৰি আহি দুবাৰ মান একেৰাহে শুনিলে 🎉 মায়ে আশীৰ্বাদ দিছে আপোনাৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ❤ LOT'S OF LOVE FROM NAGAON❤
@rashmitamuli3756
5 ай бұрын
😊02❤😂😊
@plabanitagogoi462
5 ай бұрын
🎉😊😊j6
@jitenboruah5908
4 ай бұрын
ভাল হৈছে ❤😊
@PaparidasDas-wo9of
4 ай бұрын
If h
@bxhfhdjlchcj7475
4 ай бұрын
H7o
Aru lage neykua upohar amak Dada ...Keep it up
BRO Maina odisha se .... Aasam ki song sunne me acha lagta hai ❤👏👏
বহুত সুন্দৰ হৈছে দেই প্ৰাণ দ্বীপ দা গীত টো🤗 মাঘৰ বিহু পালেহি গীত টো হিলাবলৈ এইবাৰ হে এইবাৰ❤️ ☺️
Choreography আৰু Direction সঁচাইয়ে লেখত লৱ লগীয়া। সকলোৰে অভিনয় সুন্দৰ। শুভেচ্ছা থাকিল।
আপোনাৰ প্ৰত্যেকটো গীতেই বহুত প্ৰিয় ❤ from baihata chariali.
সুন্দৰ সৈছে। অসমৰ সকলো ৰাইজলৈ কেৰেলাৰ পৰা আগতিয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল 🙏
"যুদ্ধ হব মৰমৰ , যুদ্ধ হব যৌৱনৰ" লাইন কেইটা বেষ্ট❤
@AssamWrittenexam
5 ай бұрын
যুদ্ধ হ'ব তোমাৰে মোৰে যুদ্ধ হ'ব বিয়াতে
@kashmirigogoi9749
5 ай бұрын
Nasi nasi ahi nasoni pokhila 😊😊😊 line tu best ❤❤❤
@shortpod2.0
5 ай бұрын
@@AssamWrittenexam😂😂
@axom..tezpur3975
5 ай бұрын
Ummm rate judho hubo
@nobinsaikia437
5 ай бұрын
Jun Jun prandeep dar big fan like aeta Kori dokhuwaidiok
❤❤❤ moja 🎉🎉
Very beautiful voice. And keep up the good work !I love you and wish you all the best from Lakhimpur❤❤❤ 1:45
❤বহুত ধুনীয়া লাগিলে গানটো ❤ প্ৰাণ দ্বীপ দা আপোনালৈ জন্ম দিনৰ শুভেচ্ছা থাকিল 🧁🎂🍼🍫🍦🎂🎂🎂🎂🎂
@SikhamoniSonowal-wh5hx
5 ай бұрын
❤
যুদ্ধ হ'ব মৰমৰ, যুদ্ধ হ'ব যৌৱনৰে ....uff line keita💖bhut bar xunilu.🫰
Mur dui basar sampurna nuhua suali joniyeu judha he suniba bisare anabarate,lots of love from nagaon
@Jatin-ut4po
2 ай бұрын
Pran deep dar a😊i gan tu vall lagil❤❤❤❤❤
এনেকুৱা গান শুনিলে মন খন ৰখাবো নোৱাৰি ধুনীয়া লাগিছে নাচ আৰু গান খন prandip দা আপুনি ছুপাৰ হিট
আপোনাক মাজুলী দেখিবলৈ ভাল লাগিছে❤
এইবাৰ মাঘ বিহুৰ পুৰা ধামাকা হ'ব prandip দাদা ।।দাদা কাৰণে সকলোৱে like Aru comments এটা কৰি দিব ধন্যবাদ ।। নামৰূপৰ পৰা মৰম যাছিলো
@mayuriborah771
Күн бұрын
Vbbnnjn. Bbnnbvvvb😊😊. . Ne. Mm😮
ছয়গাঁওৰ ছোৱালী চুপতি নলবি চেনী পুঠি মাছ 😯❤ ছয়গাঁওৰ পৰা মৰম যাছিলো। ❤️🔥
@neelkumar3921
5 ай бұрын
Chhaygaon Boko nki bakuli
@lipikadas4893
4 ай бұрын
@@neelkumar3921hoi
@Rahulrabha4132
26 күн бұрын
🫶
Ortho thoka geet aiburok koi prandeep da always fire 🔥 ♥️
Jullllllll❤❤🔥🔥🔥
অতি সুন্দৰ হৈছে ভগৱানে আৰু শক্তি দিয়ক আগবাঢ়ি যাবলৈ নতুন বছৰৰ শুৱেছচা জনালোঁ আগন্তুক আহিব লগীয়া নতুন দিন বোৰত আৰু নতুন গান উপহাৰ দিবলৈ ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ,
অসমীয়া সংস্কৃতিৰ বহুকেইটা সংমিশ্ৰণে গান টো অতি সুন্দৰ কৰিছে। Go ahead Prandeep
Sasake zimn sunileo hepah napaly.. bhut val lagile gaan to suni...❤❤❤
এই বছৰৰ শ্ৰেষ্ঠ বিহু গীত হৈ আছে এতিয়ালৈকে ❤❤❤
প্ৰাণদীপৰ গানবোৰ ভাল লাগে ❤। নৃত্য নিৰ্দেশনা খুবেই ধুনীয়া হৈছে। বহুত বহুত মৰম❤
সকলোৱে মৰম দিব প্ৰাণদ্বীপ দাক ❤ অতি সুন্দৰ দাদা ভাল লাগিল 🎉 এই বাৰ মাঘৰ বিহু 🔥 হবয়েই মানে ❤
Dhunia❤
বুজাবলৈ ভাষাহীন বাদ বাকী জুই ❤🔥 লগতে ওপজা দিনৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো মৰমৰ দাদা 🎂💐 আগুৱাই যাওক তাৰ কামনা কৰিছো 🙏💗
Aibar Magh bihut okol juddha a solile . Love from Tinsukia ❤❤❤
@user-yd2dy2qr2t
3 ай бұрын
Rshdimc😮😊
Hodai priyo aru hodai priyo hoi thakib apuni❤❤❤pran deep da 🤍👀
আপোনাৰ গানটো বহুত ভাল লাগিচে ❤❤❤❤
আমনি নলগা গান। এশবাৰ শুনিলেও/চালেও আমনি নালাগে। ভিডিঅ' বহুত সুন্দৰ হৈছে। ❤❤❤❤
@MINIPHUKAN-wi9hh
4 ай бұрын
Tq so😢albumstefacem keep
@user-zh7sx2rv1o
2 ай бұрын
😊😊@MINIPHUKAN-wi9hh
Bahi maat vl lagise anjan daa my favorite❤❤❤
Gan tu huni bohut vl lagil prandeep da 😊😊😍😍😍
Outstanding, বাকী একোৱই নকওঁ , এই বছৰৰ সকলতকৈ ওপৰত থাকিব.... thanks ❤
খোলৰ শব্দটো কাণত সুকীয়াকৈ বাজিছে 💕
Sunit Gogoi's lyrics is mind-blowing as always.
Hsai bhut vl lagil❤❤❤❤❤❤
বৰ সুন্দৰ এটি গীত আগবঢ়ালে ❤ প্ৰাণদ্বীপ দাৰ বাবে এটা like 👍
@KhageswariPhukon
2 ай бұрын
Bohut'val'song❤❤❤❤❤🎉
@chandanadas7752
12 күн бұрын
❤❤❤
বহুত ধুনীয়া লাগিলে গীতটো ❤প্ৰাণ দ্বীপ দা আপোনালৈ ❤জন্ম দিনৰ ❤শুভেচ্ছা থাকিল ❤
Dhuniya lagisa ❤❤
Xundor💥❤
বৰ আশাৰে ৰৈ আছিলো ককাই আপোনাৰ এই গীতটোৰ বাবে🥰 সুন্দৰ হৈছে👌👌
@bikashbaruah913
5 ай бұрын
👍👏
বিহু আহিল 💚 প্ৰাণদ্বীপ ও আহিল❤️❤️❤️
I left the memory for ages, when people come to listen to this song, if someone likes and comments, I will get a notification and I will come to listen to this song again.❤💝💯
Mjja mjja hyc ❤😇 last khini aru dhuniya 😂
যুদ্ধ হʼব মৰমৰে যুদ্ধ হʼব যৌৱনৰে যুদ্ধ হʼব তয়া-ময়া যুদ্ধ হʼব দিয়া লোৱা ❤❤
@user-mt6uh8md8v
4 ай бұрын
❤
@IBHADAS-sz4xb
3 ай бұрын
🫡🫡🫡
মজা প্ৰাণদ্বীপ দা অপেক্ষা কৰি আছিলো গীতটোৰ বাবে।তামাম লাগিল কিন্ত নতুন বছৰৰ ওপহাৰ।❤❤🤩🤩🤩...
My Favourite song ❤❤❤
Moja Congratulations 500k❤❤
আগন্তুক ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছাৰ লগতে গীতটিলৈ ও বহুত বহুত মৰম ককাই । ❤️❤️❤️ একড্ম জুই হৈছে । 🔥🔥🔥
যুদ্ধই হিলাব এইবাৰ... this line যুদ্ধ হব....... হবই যুদ্ধ
@bipinborah1222
2 ай бұрын
❤❤
Omg pran daa❤❤❤❤
Juddha song so beatiful❤😊
২০২৪ৰ এই মূহুৰ্তৰলৈকে সৰ্বাধিক জনপ্ৰিয় গান। বহুত ভাল লাগিল দে'ই গানটো শুনি।
I love u Assam from Nepal…. Mine birthplace Assamese people r very good ….. love u all mine Assam family ❤
এটা সুন্দৰ গান উপহাৰ দিলে প্ৰানদীপ দাই অসমবাসীক ❤
Dhunia song ❤ 🥰🥰
Prandeep daa mojja song love from bania para❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉❤❤
বঢ়িয়া প্ৰাণ দা...lyrics সুৰ কণ্ঠ music perfect... গীতটি হিচাপত video কৰিঅগ্ৰাফী আৰু অলপ উন্নত কৰাৰ থল আছিল...আৰু ভাল লগিল হৈ... একো নাই লাগি থাকক❤❤❤
Lead actress goraki ❣️... প্ৰথম দেখিছোঁ, ultimate acting, expression।।। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ । বাকী prandeep তুমিটো ভাই unique concept r জনক ।।। ❤
"হাঁহি হাঁহি খালি মোৰে কলিজা উফফ"।। - এই শাৰী lyric শুনিলে আজিও মোৰ মন অতীতলৈ ঢাপলি মেলে । উফ... কি সু-মধুৰ আছিল দিনবোৰ।
Bohut vll lgile sai ❤ from golaghat ❤
এইবাৰ বিহুৱানে পাত্তাই পোৱা নাই💯 যুদ্ধ on Fire❤🔥🤩💥
উৰুকাৰ নিশা অসমৰ চুকে কুনে কেৱল Prandeep Dar যুদ্ধ ❤ Love from Tamulpur district ❤
@Bobitadutta-et3cs
4 ай бұрын
😂😂😂😂
Bohot varra gire gann tu happy new year
Prandeep dadak kuna val poua ata like kori jaba❤❤❤😊😊😊😊😊
বাঃ বাঃ ইমান ধুনীয়া গান কিযে মজা লাগিব এইবাৰ মাঘ বিহু ভেলাঘৰত ফালি দিম❤ প্ৰাণদ্বীপ দাৰ লগতে সমূহ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো❤❤
প্ৰতি বছৰেই প্ৰাণদ্বীপদাৰ নতুন গীতেৰে প্ৰীতিভোজ আৰু মাঘ বিহুত ধামাকা দিবলৈ ৰৈ থকা হয় 😃 এইবাৰ ফূৰ্তিৰ যুদ্ধ হ’ব 🤩😍 শুভাষা তোমালৈ 🫶🏻
@user-ms6hi3ye8t
5 ай бұрын
Happy new year 2024
@user-jc5fz5lu7p
5 ай бұрын
😢😊
@user-jc5fz5lu7p
5 ай бұрын
❤😂🎉
@user-dq6xm9hs4g
3 ай бұрын
Mesa k koisa de
Moi ai 2 ai kom j just looking like wow 😍😍
@user-yl5or6iw4v
2 ай бұрын
😅😅😅😅😂😂😂😂😂😂😂😂
This is my saknd most favourite song ❤❤❤❤❤
সঁচাকৈ মাঘত নাচিবলৈ ৰৈ আছো❤বহুত বহুত ভাল লাগিছে গানটে❤প্রতি বছৰৰ দৰে এইবাৰ বিহু প্রানদীপ দা জিন্দাবাদ❤
" যুদ্ধ হ'ব মৰমৰ, যুদ্ধ হ'ব যৌৱনৰ ❤ কি কম এই দুটা লাইন ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে 😊 আশা কৰো প্ৰাণদিপ দাদা পৰা এনেকুৱা গানৰ আৰু !
@rahulassam7268
5 ай бұрын
Hoi neki ❤❤❤❤
@bastab__99
5 ай бұрын
@@rahulassam7268tumi pran deep da nhoi 😂
@user-ms6hi3ye8t
3 ай бұрын
Good morning 🌞🌞🌞
@Hrishikeshhhh
3 ай бұрын
I agree with you
মজা❤❤
Borhia hoise ❤
বৰ আশাৰে ৰৈ আছিলো দাদা আপোনাৰ এই গীতটোৰ বাবে বহুত সুন্দৰ হৈছে❤❤❤🔥🔥
@rajubharali8958
4 ай бұрын
❤❤❤
এইবাৰ মাঘ বিহুত যুদ্ধ❤ সকলোতে 😍
Mur bhutt vl lage dada apunar aitu song
Mojja
বহুত বহুত ধুনীয়া লাগিলে গীতটো শুনি ❤❤ প্ৰাণ দ্বীপ দা আপোনালৈ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা থাকিল ❤❤
এইবৰ্ষত ভেলাঘৰ হিলাই দিব পৰা এটি গীত....."যুদ্ধ" জুই এইবাৰ ❤🎉 বৰ আশাৰে ৰৈ আছিলো দে ❤️🔥👌
@bastobvlogcomedy8118
5 ай бұрын
❤
@biswavlog1211
5 ай бұрын
Ako dal hilabo nuware..ako dal bhal howa nai..ki ortho ase nu gotai..
@simantasaikiaofficial9196
5 ай бұрын
@@biswavlog1211 ki artho lage gantut.....
@hemontaphukon4798
4 ай бұрын
😊❤🎉😊😊😊😊😊❤❤❤❤❤🎉🎉🎉🎉🎉😮😮😮😊
@jitulbora2557
4 ай бұрын
❤❤❤❤❤😂😂😂
Super hit song ❤❤❤
Moja
কি কম ককাই....…সঁচাই সাংঘাটিক হৈছে....🔥♥️
@user-lr4mz2tm3o
4 ай бұрын
Mmmm😊😊
''যুদ্ধ হব মৰমৰে''সেইকন uff 🎉❤❤❤
I my gd pran daaa uffff you r legend❤ moi apunar karne Mori jaam❤😍😍😍😍😘😘😘😘
Nic song pren deep da দেৰিকেই হ'লেও আপোনালৈ এটা মৰমৰ comment আৰু আগবাঢ়ি যোৱা
পাগুৰি মৰা বায়নজন প্ৰাণদ্বীপ দা নহয়নে❤❤
Bahut bahut val lagin prandeep da. .gan to val lagil .kiba ata feeling s palow .🎉🎉
Seriously, i would must say that this song and the video is superb. After so long time, i had watched some beautiful Assamese song... thanks a ton for creating dis lovely genre..❤ Love frm Gujarat
যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে গীতটীয়ে ।ৰাইজে আকোঁৱালি লৈছে কণ্ঠৰ কথাটো ক'বই নালাগে আৰু বাদ্য যন্ত্ৰ অতি সুন্দৰ ভাৱে পৰিবেশন কৰিছে
সুন্দৰ হৈছে ককাই🎉✨🔥 Keep it up💥
নাচি নাচি আহি নাচনী পখিলা 🥰 হাঁহি হাঁহি খালী বুকুৰে কলিজা ❤️
গীতটিৰ মিউজিক আৰু গায়কৰ কণ্ঠক শলাগ জনাইছো।বাৰে বাৰে শুনিও হেপাহ নপলায়।
Mojaaa🥰🥳🥳🥳🥳🥳
Mottu appi joni emn dhuniake nasise❤😘
সদায়েই আপোনাক আৰু গীত বোৰ মৰম দিম ❤❤❤আগোৱাই গৈ থাকক🎉🎉❤❤
Bor dhania lagia da dai❤❤
2:31 best ❤❤❤😊
ইমান সুন্দৰ গীত,,, শুনি থাকিলেও হেপাহ নপলাই❤