Jorhat Majuli Bridge : বহু প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণত স্থবিৰতা | N18V
Jorhat Majuli Bridge | বহু প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণত স্থবিৰতা । প্ৰলয়ংকৰী বানে বিস্তৰ ক্ষতিসাধন কৰিলে ঠিকাদাৰী প্ৰতিষ্ঠানৰ । ছিগিল পথ , বিকল যন্ত্ৰপাতি।
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#jorhat #jorhatmajulibridge
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/desc-youtube এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
Пікірлер: 31
চোৰ কেইজন তেওঁলোকৰ মাজতে ওলাব ।
দলং খন হোৱাতো বিচৰা নাই মানুহ বিলাকে। মানুহ নহয় সেই বিলাক।
ৰাইজৰ সুবিধাৰ্থে যি মাজুলী আৰু যোৰহাট সংযোগি দলংৰ কাম চলি আছে। এচাম ব্যৱসায় বাণিজ্য কৰা এচাম লোকে এই দলংখন হোৱা নিবিচাৰে।এই কাৰণে এই বানপানীৰ সুযোগ বুজি সেই লোক সকলৰ হাত আছে বুলি ভাবিব পাৰি। এইয়া দুখৰ বিষয় যে,এই দলংখন সময়ত হৈ নুঠিব।
ধৰা পৰিলে হাত ভৰি ভাঙি দিবি
It is also time to repair the Old Saraighat Bridge. Urgent need.
দুষ্কৃতিকাৰিক ধৰা পৰিলে সম্পূৰ্ণ মেৰামতিৰ ক্ষতিপূৰণ তথা অতি কমেও 3-6 বছৰ জেলৰ ব্যৱস্থা কৰক । যাতে অনাগত দিনলৈ কোনো লোকে সাহস নকৰে ।
Manuhbur val popia dei
Gari driver keta surr
Banpani hobo buli ki najanisil ne je cement bur nosto hol ??? aagotiyake safe jega sai kio nothole ???
All responsibility are construction company, government and public are not responsible for any damage or loss materials.
All are depends on gov. goodwill, if more money sanctioned it will complete on stipulated time
Sur beleg nohy ehote sur
এই প্ৰলয়ংকাৰী বান্ধিবলৈ হলে অৰুণাচলত 90টা ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্পৰ কাম ইতিমধ্যেই সমূলি বন্ধ কৰিব লাগিব আৰু অৰুণাচলত গছ কটা সম্পূৰ্ণ বন্ধ কৰিব লাগিব আৰু শিৱসাগৰৰ বৰপুখুৰীৰ দৰে 12]0 খম তাৰিত খান্দিব লাগিব আকুপাংচাৰৰ চিন্তা বাদ দিব লাগিব.
Beleg kunu nhy ji kari asa haibilaki but ana aibililkr katha ai uli
Moja
এই সোপা চোৰ তাৰ মানে।
শাওনৰ বানপানী আছেই - বৰষুণৰ ওপৰত নি’ভয় কৰিব -বেছি বা কম হবই
atiau central sarkare kaba ne ki ban sadrish paristhiti hoise buli company e janauk amrit sah k
এনেই বহুত বেছি কথা কৈ আছে । মুল কথা লৈ আহা সোনটো 😂
Barikhar pre plan nokole kio imaan dagar project atat kaam kori ase
Kune surkorile.?
Camp bilak dekhaba lagisil Debabhumi Majulit chori , tate bridge r hamagri ,ai duryogar hamayat akkebare lajjajanak katha
Msjuli bohut chur ase neki
Akokal panit teuluke thakib pora nai belege keneke sur koribo,news senelr agt boki thoka gitai mein Sur😂😂😂😂...
ইমান চুৰ নে
কি অদৰকাৰী নিউজ দিছে। মাজুলীত বান হয় বুলি সকলোৱে জানেই।গতিকে সামগ্ৰী সমুহ কাষতে থকা মাথাৰী বা ওখ স্থানলৈ কিয় নিয়া নহল।
ভাৰতৰ ভিতৰতে নহয় বিশ্বৰ এক নম্বৰ হ'ম যেন লাগিছে চৌৰ্য্যকাৰ্য্যত 😅😅
BJP Sarkar kam nai go back Dhoni ticket result n****** Kora kotha bade bade majuli chai unnati kore kintu unnati number Visakhapatnam