Jiman Kotha Aadhorua - Rupam Bhuyan | Zessim Ahmed | PrasannaJyoti | New Assamese Song 2022
Музыка
♬ AUDIO CREDITS ♬
Vocal:Rupam Bhuyan
Lyrics:Zessim Ahmed
Music and Composition:Prasanna Jyoti
Tabla:Sakhyar Sarmah
Strokes:Chandan Mahanta
Mix & Mastar:Kaustav Saikia
Recorded at: The Sound Zone Studio, Guwahati Recorded by SumitBaruah
▣ VIDEO CREDITS ▣
Subtitle translation:Parasha Konwar
Video concept: Zessim Ahmed
Video Edited by: Ankur Sarmah
Special thanks:
Rumi Sarma Agamacharjee, Anima Lahon, Maleka Begum(Maa), Bibhash Duwarah, Manjit Borah,
Rajib Dutta, Ratul Burhagohain, Pubali Sarmah, Gyanashree Bora, Bidyut Mahanta, Alveer Rahman, Moitrayee Baruah, Palash Khanikar, Tapan Kr. Talukdar, Tutu Ahmed, Prapti Gogoi, S.Y.Bora,
Rijumoni Dutta,
Nistha Das,
Ajay Kalita,
Deepali DeviDas
, Amrit Singh
, Miftaul Huda
, Samser Haque,
Mandeep Das
, Nahar Ahmed
, Mustak Ahmed, Afsari, Afsar, Sarwar, Rima, Miftar, Arin, Sanayah, Aishya, Umra, All the members of
Greater Dibrugarh Press Club and Dibrugarh Press Club
MUSIC LABEL - DHWANI RECORDS
© 2022 DHWANI RECORDS
◆ FOR MORE UPDATES ◆
► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
► FOLLOW US ON INSTAGRAM - / dhwanirecords
► FOLLOW US ON TWITTER - / dhwanirecords
► SUBSCRIBE OUR KZread CHANNEL - / dhwanirecords
Пікірлер: 89
ইমান মধুৰ কণ্ঠ৷হৃদয় জোৰ পেলোৱা৷তথাপিও এই মানুহজন যিমান চৰ্চাত থাকিব লাগিছিল সিমান নাথাকে৷দুখ লাগে৷অসমীয়া সংগীতত এক অনন্য মাত্ৰা প্ৰদান কৰিছে ৰূপম দাই৷আচলতে এনে ধুনীয়া গীত শুনিবলৈ তেনেকুৱা শ্ৰোতাও হ’ব লাগিব৷
@rajugohain494
Жыл бұрын
সচাকে দুখ লাগে😢
@saponkalita4421
2 ай бұрын
ভাল শ্ৰোতাৰ অভাৱ
এটি সুন্দৰ গীত উপহাৰ আমালৈ ৷একোৰেই কম নাই ৷কথা , সুৰ , কণ্ঠ ,প্ৰযোজনা সকলো সুন্দৰ ৷
যিমান কথা আধৰুৱা...... দিন বাগৰাৰ লগে লগে আমি পাহৰো পুৰণি কথাবোৰ... আকৌ সোৱৰোঁ.... জেচিম আহমেদৰ সৃষ্টিয়ে আকৌ উগুল থুগুল লগালে মন....আকৌ ভাল লগা দুখবোৰ...
অসমবাসীলৈ এনে এটা সুন্দৰ গীতৰ উপহাৰ আগবঢ়োৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। 🙏 বাৰে বাৰে শুনিও হেঁপাহ নপলায়।❤️😊😍
Ufff...ki Gaan .. pranor ipaar-hipaar hoi gol..huni a asu bare bare...Zessim ki lyrics likhisa..prasanna bhaitir music a tat jadu hanise...gaiki...perfect
মৰমৰ ভাইটী জেচিমৰ ৰচনা, ৰূপম ভূঞাৰ কণ্ঠ আৰু প্ৰসন্ন জ্যোতিৰ সঙ্গীত, এই তিনিওজনৰে ত্ৰিবেণী সঙ্গমত গীতটি অতি সুন্দৰ আৰু উচ্চ মানৰ হৈছে।এতিয়ালৈকে নিজানত বহি কেইবাবাৰো শুনিলো। হেঁপাহে নপলায়।সঁচাকৈয়ে এটি ভাল গীত।তিনিওলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভকামনা জনালো।আগন্তুক দিনবোৰত তোমালোকৰ নতুন নতুন সৃষ্টি আৰু সংযোগত অসমীয়া সংগীতৰ জগতখন আগতকৈও অধিক উজ্জ্বল হৈ উঠে যেন!এইয়ে কামনা কৰিলো।
অমৃত ঢালি দিলা❤🎻❤️
khub val hoise zasim👌
Jole jibon obhinoi kori obhineta j tumi ami...ufffff this part ...huni pran nobhore...Zessim,Prasanna,Rupam best gift eitu bosoror Assamese Music Industryloi
@zessimahmed2727
Жыл бұрын
ককাইদেউ আপোনাক Miss কৰো, যতেই আছে শান্তিৰে থাকক😥
❤️❤️
জেছিম, গানটো শুনি খুউব ভাল লাগিল দেই। ৰূপম ভূঞাৰ সুমধুৰ কণ্ঠ, জেছিম তোমাৰ গানৰ কথা আৰু প্ৰসন্ন জ্যোতিৰ সঙ্গীত এই তিনিওটা মিলি গানটোৰ বৰ সুন্দৰ এটা সৃষ্টি হৈছে। মই দুবাৰ মান শুনিলো গানটো। খুবেই ভাল লাগিল। আৰু আগুৱাই যোৱা জেছিম, এয়ে মোৰ কামনা।।
জেচিমৰ lyrics আৰু ৰূপমৰ কণ্ঠ অনন্য ❤️
কি মধুৰ !🥺🤍
All time my favourite
Very soft and smooth...... Happy to hear this 💕💕 Lyrics are also so perfect 💕💕
Hundar
❤️❤️❤️ mitha Hur....❤️🤗
ৰূপম দা গানবোৰত অনন্য এক খোৱাদ পোৱা যায়...🤗🤗
Such a most meaningful song in this year!❤️
Ati sundor🌸❤️
অনন্য
Beautifully done😍❤️worth to listen this song💓the lyrics,tune,music everything is such so beautiful 🙏 ভাল গানবোৰে মনবোৰ ভাল কৰি তোলে🤗
Dhunia ♥️♥️
Excellent Zesim da and Rupam daa
No words for the song...outstanding
rupam da apunar voice je hosake mane moi beleg kaku down bisara nai but apunar 💕classical level 💕 aru beleg karu logot moi pua nai kin2..
Zubeen dar pst a ajon anakua gaan gabo pora manun hol rupam da...bht vhl lge rupam dar gaan❤
Beautiful song
@zessimahmed2727
Жыл бұрын
ধন্যবাদ
যি দেখি আছা , নহ'বও পাৰে সঁচা । মুখনিক নহয় এবাৰ , হৃদয়ক সুধি চোৱা । জ্বলে জীৱন অভিনয় কৰি , অভিনেতা যে তুমি আমি । কি সুন্দৰ অৰ্থপূৰ্ণ গীত ।আৰু ধুনীয়া ধুনীয়া গীত শুনিবলৈ সদায়ে সাজু ।
@zessimahmed2727
Жыл бұрын
ধন্যবাদ☺
সঁচাকৈ স্মৃতি বোৰৰ মাজত যে...🤔🤔কিমান ৰখাল গীত , সুৰ হৈ উঠিব পাৰে.
বৰ সুন্দৰ গীতৰ কথা আৰু সুৰ। বৰ ভাল লাগিল ৰূপম ভুঞাৰ কণ্ঠত গীটো শুনি।
Val lagil huni 👍
কথা, সুৰ, কন্ঠ সকলো সুন্দৰ হৈছে৷শুভেচ্ছা থাকিল৷
loved the song
@zessimahmed2727
Жыл бұрын
Thanks😊
আপোনাৰ গান মানে শান্তি। ❤
এয়াহে গীত৷
Beautiful lyrics and music. Awesome voice giving strong feel to the song
Very soothing song...absolutely loved it
মন ভৰি পৰিল🤩❤
❤
জেচিম দাৰ কথা আৰু ৰূপম দাৰ কণ্ঠ... এই combination ৰ কথাই সুকীয়া❤️
@zessimahmed2727
Жыл бұрын
❤❤🤝🙏
💜
Uff lyrics ❤️ and voice🔥
Lovely
Its a Beauty.... pure Music.
Such a beautiful Assamese song..the way it has conveyed the emotions is just mind-blowing.
A beautiful melody on my loop … do listen and share #hearttouching #onloop 😇
Most underrated singer of Assam
Ufff...Kune dekhe bukut bhitor...❤❤❤...i m this is true love...❤
Best song video, my favourite video, I love you this video
জেছিমে বৰ্তমান সময়ত সঁচাকৈয়ে এটা ভাল গান উপহাৰ দিলে ৰাইজক ৷
কথা , কণ্ঠ আৰু সুৰৰ সুন্দৰ সমাহাৰ । সুন্দৰ গীত ।
@zessimahmed2727
Жыл бұрын
ধন্যবাদ☺
Mzza hoise🔥
Dhunia hoise dada
Super ❤️❤️❤️👌👌👌👌👍👍👍
Val hoisa🎉
✨✨
Very soothing!
খুব সুন্দৰ কথা, সুৰ, সংগীত ব্যৱস্থাপনা।
Dhuniya 💜😍
Most beautiful song video, I love you this video, my favourite video, best song video, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song video
It literally gives peace in mind and its lyrics have meanings
সুমধুৰ কণ্ঠৰ ৰূপম ভূঞা অসমীয়া সঙ্গীতৰ মুখ্য ধাৰাৰ এজন অন্যতম গায়ক । তেওঁৰ গীত আৰু কণ্ঠৰ অন্য এক মাধুৰ্য আছে ।
ৰূপম দাৰ মাতটো মোৰ বাবে ঔষধৰ নিচিনা
সুন্দৰ গীত 💖
Bohot dhoniya hoysa👍👍👍
@zessimahmed2727
Жыл бұрын
ধন্যবাদ☺
Beautifully woven words. Excellent voice and music. Best wishes ❤️
@zessimahmed2727
Жыл бұрын
Thank you
ভাল লাগিল গীতটি🎶শুনি💌
❤️❤️❤️
গানটোৱে মন পদুলিত ওলমি থকা তলাটো ভাঙি দিলে
@zessimahmed2727
Жыл бұрын
ধন্যবাদ☺
কি কথা কি সুৰ কি কণ্ঠ !!! ❤️
@zessimahmed2727
Жыл бұрын
ধন্যবাদ☺
Baare baare huniu amoni nologa eti geet
Nice song❤️
❤❤❤❤
❤❤❤
❤️❤️