Jayanta Malla Baruah Exclusive Interview | মুখামুখি : বিজেপিৰ নিৰ্বাচনী ফলাফলক কি কয় জয়ন্ত মল্লই?

Jayanta Malla Baruah Exclusive Interview | ফলাফলৰ পিছত প্ৰথমবাৰ কেমেৰাৰ সন্মুখত জয়ন্ত মল্ল বৰুৱা
বিজেপিৰ নিৰ্বাচনী ফলাফলক কি কয় জয়ন্ত মল্লই?
বিৰোধীৰ উত্থানক লৈ কি মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ?
বিজেপিৰ আভ্যন্তৰীণ বিদ্ৰোহক লৈ কি ক’লে মন্ত্ৰীগৰাকীয়ে?
পৰাগমণি আদিত্যৰ সৈতে ‘মুখামুখি’ত জয়ন্ত মল্ল বৰুৱা
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#jayantamallabaruah #paragmoniaditya #lspolls
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/desc-youtube এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 533

  • @PritamDas-cs9pq
    @PritamDas-cs9pqАй бұрын

    গৰুটোক কিয় মাতে। জিকা প্ৰ‍াৰ্থী এজনক মাতিব লাগে।

  • @karsangpagagofficial
    @karsangpagagofficialАй бұрын

    জয়ন্ত মল্লব বৰুৱা কেমম্পিং কৰা মানেই ভোটাৰ মাইনাচ।

  • @pdmajuliisland271
    @pdmajuliisland271Ай бұрын

    ২০২৬(2026) চনত 😅ৰাইজে দিব শিক্ষা, এই অহংকাৰ

  • @Xxhxjxjx
    @XxhxjxjxАй бұрын

    নাও বুৰিলেও টিংৰ পৰা নানামা কথা কৈ কি লাভ !! ২০২৬ ত আৰুপতন হব ৷

  • @mantusharma9962

    @mantusharma9962

    Ай бұрын

    Right

  • @bijitgogoi6347

    @bijitgogoi6347

    Ай бұрын

    Aibilake ki j boki thake gomoke napai

  • @hiteswarbora4995
    @hiteswarbora4995Ай бұрын

    মন্ত্ৰী হাজৰিকা বুলি কোৱা জনক যোৰহাটৰ পৰাজয় কাৰণ সোধক।

  • @alpanasharma4400

    @alpanasharma4400

    Ай бұрын

    Aibur nuxudhe....xahos nai reporter bilakor

  • @uttamkumarbasumatary6151
    @uttamkumarbasumatary6151Ай бұрын

    মই আটাইতকৈ বেয়া পোৱা মাত ।

  • @VantiBarman-uo1ok

    @VantiBarman-uo1ok

    Ай бұрын

    মই ও

  • @mintubharali952
    @mintubharali952Ай бұрын

    এই গৰু তোৰ লাজ নাই । অহংকাৰী চালা। গৌৰৱ গগৈৰ লগত যুঁজিবলৈ আহিছিল।

  • @mantusharma9962

    @mantusharma9962

    Ай бұрын

    Haàa Haaa😂😂😂😂

  • @Csk.16233
    @Csk.16233Ай бұрын

    শিয়ালৰ‌ এজাক আৰু সিংহৰ এটা । কংগ্ৰেছৰ তিনিজনৰ লগত তোমালোকৰ ১১জনক তুলনা কৰা

  • @dhanjitdeka2979

    @dhanjitdeka2979

    Ай бұрын

    Malla sahab-Aponar bandhu Jane ketiya padatyag kariba-Seitu kak/Aje baje bad dyk/

  • @gogoijyotishman9424

    @gogoijyotishman9424

    Ай бұрын

    যোৰহাটত গৌৰৱ গগৈক অকল মুছলমানে ভোট দি জিকালে নেকি মহাশয় এইবিলাক কথা কৈ লাভ নাই

  • @kanaklalsutradhar6998

    @kanaklalsutradhar6998

    Ай бұрын

    Self respect nthka gopot gongatop manuhr pra ako hope nokorai monglo bro.​@@dhanjitdeka2979

  • @vlogsentertainment8269

    @vlogsentertainment8269

    28 күн бұрын

    Khak thu

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119Ай бұрын

    নিলাজৰ লাজ নাই।এইডালৰ কথা শুনা নাই। দল বাগৰাৰ মূখত এইবোৰ কথা শোভা নাপায়। এইটোৰ কথা কোনে শুনিব।

  • @nabojitsarmahp3712
    @nabojitsarmahp3712Ай бұрын

    এইবিলাকক মাতি আপোনালোকৰ TRP কমায় কিয় ?

  • @madhabmedhi1322

    @madhabmedhi1322

    Ай бұрын

    বৰুৱা চাৰক ইমান কিও লাজ দিয়ে?

  • @madhabmedhi1322

    @madhabmedhi1322

    Ай бұрын

    প্ৰশ্ন সুধে কিবা, উত্তৰ দিয়ে কিবা। সঠিক উত্তৰ দিয়াত অপাৰগ

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1rАй бұрын

    মুখ বেকা অহা ২৬ ৰ নিৰ্বাচন ত হাৰিব মানুহে কথাবোৰ লক্ষ্য কৰি আছে

  • @user-uq1yo1dy2l
    @user-uq1yo1dy2lАй бұрын

    কংগেছ কৰি শেষ কৰি বিজেপিৰ ভাল দিনত যোগ দি পূৰণাসকলক উপলুঙা!!! ধিক!!

  • @pororforfolopjofor
    @pororforfolopjoforАй бұрын

    কি দিন আহি গ'ল অসমত, এতিয়া মলোৱাৰ interview চাব লগা হৈছে।😂

  • @pranabgoswami-om8hg

    @pranabgoswami-om8hg

    Ай бұрын

    😂

  • @realmerealme1453

    @realmerealme1453

    Ай бұрын

    😂

  • @user-zg2dy5lc4t
    @user-zg2dy5lc4tАй бұрын

    ৰজাৰ পুুত্ৰ বুলি নহয় l Gourab নিজেই সিংহ

  • @jnyanendragogoi8768
    @jnyanendragogoi8768Ай бұрын

    ই ৰাজনীতি এৰিব নে সেই কথা নুসুধিলে চোন

  • @Rihangaming.66
    @Rihangaming.66Ай бұрын

    যিমান খন আসন নাপালেও কংগ্রেছকৈ ভোট কম পাইছে।

  • @KAPBOY7
    @KAPBOY7Ай бұрын

    The most irritated hated minister jayanta and pijush

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1kАй бұрын

    জয়ন্ত দাঙৰিয়া আপুনি যোৰহাটৰ পাৰতি হ'লে আপুনি জয় হ'ব পাৰিলে হেঁতেন কাৰণ আপোনাৰ লগত গৌৰৱ গগৈ দাঙৰিয়া হাৰি জাব

  • @rinkumonihazarika2467
    @rinkumonihazarika2467Ай бұрын

    আপোনালোকে বেংক একাউণ্ট কিত ব্লক কৰিলে। বাঁহৰ পাতি থাকি লৈছিল 😂

  • @dhirenboruah4665
    @dhirenboruah4665Ай бұрын

    মলিখোৱাৰ কথা শুনিবলৈ মন নাই

  • @rinkumonihazarika2467
    @rinkumonihazarika2467Ай бұрын

    তাকে নকৈ কব কি 😂

  • @kamalchandradeka1474
    @kamalchandradeka1474Ай бұрын

    মল্ল ককাই পিয়াজ হাজৰিকাই পদত্যাগ কৰিব নেকি জনাবচোন। মোৰ আকৌ দুখো লাগিছে।

  • @arzedhussain387
    @arzedhussain387Ай бұрын

    মুখ মুখী ত মুখ বেঁকা ক দেখি কিবা এটা ভাল লাগিল😂

  • @pankajborah3451
    @pankajborah3451Ай бұрын

    " এইটো মস্ত এটা গাধ " জুবিন

  • @jayantatalukdar2668
    @jayantatalukdar2668Ай бұрын

    গাওঁ প্ৰধানৰ পদ খালী থাকিলে ই মাত্ৰ দলীয় কৰ্মীক চাকৰি দি বাঃ বাঃ ল'ব জানে।

  • @phanindradevagoswami4635
    @phanindradevagoswami4635Ай бұрын

    ই আৰু আইমীয়াসুৰ হিমন্তাসুৰৰ হৃদপিন্দ্ব

  • @user-xs2eb6mg2h
    @user-xs2eb6mg2hАй бұрын

    Today's all voice of Jayanta malla is fully comunial.

  • @user-cj4xp5if2h
    @user-cj4xp5if2hАй бұрын

    এনে কথা লাইভ টিভি কব নানা লাগে। ওপরত মালিক আছে। বিচার করি আছে। জয়ন্ত মল্লিক

  • @hiphopgamer415
    @hiphopgamer415Ай бұрын

    মন্ত্রী সকলৰ মাত নোহোৱা হৈছে দেখোন

  • @pabankrgogoi8471
    @pabankrgogoi8471Ай бұрын

    ভূতৰ মুখত ৰাম নাম ।

  • @susenchekanidhara9190
    @susenchekanidhara9190Ай бұрын

    পি হাজৰিকাই কি কৈচিল তাত. সাংবাদিক জনে আৰু মানুহ নাপালে নেকি. এই জননক কিয় মাতিব লাগে.

  • @tahimabegum5896
    @tahimabegum5896Ай бұрын

    কঙগ্রেছক ভোট দিয়া সকল খিলঞ্জীয়া নহয় নেকি?

  • @padmadhartalukdar8047
    @padmadhartalukdar8047Ай бұрын

    মূখ্যমন্ত্ৰীৰ ভাষনৰ শ্ৰুতলিপি দিয়া ধেমা ধৰা মানুহ। এইবিলাকক মাতি আপোনালোকে বাতৰি কৰে,ছি ছি,লাজ লাগে দে,,,,,,,

  • @arupbora6741
    @arupbora6741Ай бұрын

    আহিছিল, গোটেই মন্ত্ৰীসভা খনেই উঠিপৰি লাগিছিল। বাকী ৰজাগিৰী আপোনালোকৰ স্বভাৱতহে প্ৰকাশ পাইছিল। মহাশয় অসমৰ ৰাইজক বুৰ্বক বনাবলৈ চেষ্টা কৰা আপোনালোকে নিজৰ কথাৰ লেকামডাল টানি ৰাখক। নহ'লে ২০২৬ ত নিজৰ নামটো ক'বলৈও লাজ পাব।

  • @rinkumonihazarika2467
    @rinkumonihazarika2467Ай бұрын

    আপুনি বিজেপিৰ ফালে কই

  • @dewanmamunkalgachia7589
    @dewanmamunkalgachia7589Ай бұрын

    আপুনি কি কথা কব আহিছে ধুবুৰী মানুহ বাংলাদেশী চৰকাৰতো আপোনালোকৰ খেদি দিয়ক নহলে গুলি কৰি মাৰি দিয়ক

  • @indrajitprosad4917
    @indrajitprosad4917Ай бұрын

    এইটোৰ সাক্ষাৎ কিয়? ই যতেই যায় তাতেই বিজেপিৰ ভোট কমে। প্ৰয়াত তৰুন গগৈৰ অবিহনে দেখুন জিকিল? কি ক'ব এইটোৱে? এইটো সহ্য নহ'য়। পিয়ুষে পদত্যাগ কৰিলে নেকি বাৰু??

  • @prankrishnavlogs9890

    @prankrishnavlogs9890

    Ай бұрын

    News 18 trp u komibo fainal

  • @ZakirHussain-yj3tv
    @ZakirHussain-yj3tvАй бұрын

    কৌশল পূৰ্ণ কথাৰ বাহিৰে ইয়াৰ একো নাই ৷

  • @arpitadutta9888
    @arpitadutta9888Ай бұрын

    Ahankar Patanar Mul

  • @pranjalsaikia7163
    @pranjalsaikia7163Ай бұрын

    Jayanta kaa apunalokr sorkarr last time ahil besi din khab napale 😢😢😢

  • @anjugogoi6222
    @anjugogoi6222Ай бұрын

    ইয়াকে নকয় কি কব আৰু

  • @pranabkhakhalary539
    @pranabkhakhalary539Ай бұрын

    আপোনাৰ দম্ভ কি হল মহাশয়।

  • @naleendoloi1787
    @naleendoloi1787Ай бұрын

    কোন বোৰ মুছলমান খিলঞ্জীয়া? কোনবোৰ বংলাদেশী।? স্পষ্ট কৰিব দিব লাগে। হিন্দু-মুছলিমৰ ৰাজনীতি দেশৰ উন্নয়নৰ অন্তৰায় । এওলোকক চিধা কৰাৰ দৰকাৰ আছে।

  • @ParikshitBuragohain
    @ParikshitBuragohainАй бұрын

    জুবিনৰ ভাষাত গৰু ।

  • @anupdas29
    @anupdas29Ай бұрын

    2026 sir? Kiy hoga

  • @golaprossrongpi5960
    @golaprossrongpi5960Ай бұрын

    Ekdom saboloi mon nujuwa interview...

  • @tapandutta7449
    @tapandutta7449Ай бұрын

    নিলাজৰ লাজ নাই কেঁকুৰাৰ মুৰ নাই,,,,

  • @bubuldeka8138
    @bubuldeka8138Ай бұрын

    এও নাও বুৰিলেও টিঙা নেৰে?

  • @nobinjorden8354
    @nobinjorden8354Ай бұрын

    Congress শেষ কৰি আহিলে,এতিয়া বিজেপিৰ পাল।নিজে কোৱা কথাই পাহৰি যায়।সূৰ্য্য দুবিবলৈ বেচিপৰ নাই,মানুহক আৰু কিমান বুৰ্বক বনাব ।

  • @papukalita1164
    @papukalita1164Ай бұрын

    বি জে পি ১১ টা ছিটত জিকা গৌৰৱ গগৈৰ অকলে জিকাটো বহুত বেছি ওপৰত । এইটো কেতিয়াও তল নপৰে কাম নাই কিয়া এইটো ।

  • @gutungdipakpegu2134
    @gutungdipakpegu2134Ай бұрын

    জয়ন্ত মল্ল বৰুৱা ,সি English , জানে , হিন্দী জানে (??) Zubin Garg ক লগ ধৰিলে , Zubin Garg , হ'ব নোৱাৰে । সি এজন গৰু ,হয় গৰু । ( Zubin Garg )

  • @user-bo6ne7zg7l
    @user-bo6ne7zg7lАй бұрын

    *_Ami BTR r Bodosokole Jayanta Malla Boruah aru Phijus Hazarika uporot bohut khong uthi asu, Rajneeti korise korok kintu Bodo area t ahi jahata kotha nokobi, Kotha bilak olop Sai siti kobi nohole ahibologa dinot digdar hobo_*

  • @Amarlahon854
    @Amarlahon854Ай бұрын

    তোমালোকে জিকাইছা 2021ত শিৱসাগৰ ,ডিমৌ সমষ্টি ।

  • @sanjibbora2133
    @sanjibbora2133Ай бұрын

    Hei hupak axom ot bor pira pari diyar mul manuh jon tumalukor dadai hoi

  • @sushilsonowal7422
    @sushilsonowal742219 күн бұрын

    অসমৰ ফলাফল ২০২৬ অতি ভাল হব ।

  • @naranathdas5452
    @naranathdas5452Ай бұрын

    পাৰ্তিৰ জেষ্ঠসকলক সন্মান কৰিব নজনা সকলক চেনেলত কিয় মাতে ।এই সকল নেতাৰ বৰ বৰ কথা শুনি আমনি লাগিছে ।

  • @papulsaikia3191
    @papulsaikia3191Ай бұрын

    হিমন্ত বিশ্ব শৰ্মাৰ যদি তেঙৰ তেনেহলে এই মল্লক পৰিত্যাগ কৰাওক।।।।নহলে বিজেপি খহি পৰিব।

  • @janardanbora2803
    @janardanbora280313 күн бұрын

    এইটোৰ কথা শুনিব মন নাযায় আৰু কিয় মতে জানো😅😅😅

  • @junubora983
    @junubora983Ай бұрын

    কাটি কুটি নবজায়। আপুনি জনপ্ৰতিনিধিৰ আচৰণ ভংগ কৰি ইমান তুচ্ছ তাছিল্য কৰাটো কোনটো নীতিৰ ভিতৰত পৰে ? আপোনালোকক জনগণে সেইবাবেই বেয়া পায়। আপোনালোকৰ দৰে লুটি বাগৰ মৰা মানুহৰ কথা সদায় কোনেও শুনি নাথাকে দেই। অহংকাৰ, আত্মাভিমান এৰি আপোনালোকে আত্মসমালোচনা কৰক। মনত ৰাখিব ইতিহাসে আপোনালোকক ক্ষমা নকৰে। ক্ষমতা হাতত আছে বাবে অহংকাৰ। ক্ষমতা নাথাকিলে কি হ'ব এবাৰ ভাবি চাব।

  • @BabulKalita-cu6od
    @BabulKalita-cu6odАй бұрын

    ইয়াৰ লাজেই নাই

  • @tdtalks8926
    @tdtalks8926Ай бұрын

    ই লাজ পাইছে অভদ্ৰ এজন

  • @bijoydas5369
    @bijoydas5369Ай бұрын

    আপোনাৰ আৰু কাম নাই।সময় কটাবলৈ মানুহ নাপালে

  • @gegvcyrdgg3416
    @gegvcyrdgg3416Ай бұрын

    Aituk aru pijushk nanibo studio loi nanibo ,apunalukor subscriber u komibo aru views u

  • @dipalidas9127
    @dipalidas9127Ай бұрын

    তেজ,নীলা‌ থাকে বুলি তেওঁ মুখৰ পৰা শুনি ভাল লাগিল।

  • @janardanbora2803
    @janardanbora280313 күн бұрын

    মলোৱাই যোৰহাটত কম মীতিং কৰিলে কাৰণে মানে হাৰি গল সেইটো কথা কব আহিছে😅😅😅😅

  • @RanjanMech-lz6qj
    @RanjanMech-lz6qjАй бұрын

    Chup misolia

  • @bandanaborgohain7331

    @bandanaborgohain7331

    Ай бұрын

    এতিয়া এইতোকে কব

  • @Messi1530
    @Messi1530Ай бұрын

    Sudur bhai hoi

  • @dipondas1098
    @dipondas1098Ай бұрын

    Zubin da a ki koicil pahori goise neki .. TV ulalei vote kome BJP r

  • @MilanBasumatary-qh5uh
    @MilanBasumatary-qh5uhАй бұрын

    এই জনৰ জিভাত কলিয়ে বাহঁ লৈছে। ইহঁতৰ বাবেই অসম দুবালে। ভোটৰ অংকট APL,/BPLৰ পাৰ্থক্য নইকিয়া কৰিছে ।আৰু বেছিদিন নাই ।

  • @bandanaborgohain7331
    @bandanaborgohain7331Ай бұрын

    এওঁলোকে কথাৰ কোনো অথ নাই

  • @manabjyotidas6756
    @manabjyotidas6756Ай бұрын

    Kesuba lora dore artho hin kothakoi thake We looking from Hyderabad

  • @SouravlittleVlogs
    @SouravlittleVlogsАй бұрын

    কাম নাই এইতোৰ

  • @saratchawra5032
    @saratchawra5032Ай бұрын

    সাংবাদিকতাৰ সঠিক উত্তৰ এটাও নিদিলে গৰুটোৱে। তেন্তে কাজিৰঙাত শুকুৰ আলিক টিকট দিলে নিশ্চয় বিজেপিৰ পৰা জয়ী হ'লে হেঁতেন।

  • @user-xo3zb9ki9x
    @user-xo3zb9ki9xАй бұрын

    জুবিন দাৰ কথাটো মনত পৰি গৈছে

  • @hemkantaborah7434
    @hemkantaborah7434Ай бұрын

    জয়ন্ত ঘৰৰ পৰা বাহিৰ ওলালেই বিজেপিৰ ভোট ভাগে।

  • @indian4794
    @indian4794Ай бұрын

  • @rukmakalita7169
    @rukmakalita7169Ай бұрын

    পাগলক লৈও talk show কৰা হল কি যে হব আৰু

  • @simantadeka6591
    @simantadeka6591Ай бұрын

    মুঠতে ইহতে কথা কাৰটিং মৰাত সদায় আগত নিলাজ হয়

  • @biplabbikashbhattacharjya4693
    @biplabbikashbhattacharjya4693Ай бұрын

    Din 2 beya gol aru etuk dekhi,ki korbo j mate nhoi

  • @tileswartahu8675
    @tileswartahu8675Ай бұрын

    নেতাৰ মতে প্ৰশ্ন কৰিলে কেনেকৈ হ'ব?

  • @umeshsarma7760
    @umeshsarma7760Ай бұрын

    মুখখন চম্ভালি কথা কবলৈ শিকক জয়ন্ত মল্ল ডাঙৰীয়া, মানুহক সন্মান কৰিবলৈ শিকক, কেবল তুচ্ছ তাচ্ছিল্য কৰি মানুহক হেয় নকৰিব। ৰাইজে আপোনালোকক এই তুচ্ছ তাচ্ছিল্যৰ জবাব দিতে এইটো মানি লওক।

  • @VantiBarman-uo1ok
    @VantiBarman-uo1okАй бұрын

    মাৰ্জিনটো চাই লওক । ১৪/১৯ লগত কিমান মিল আছে । ৰিজাল্টৰ ৩টা পজিছন থাকে ১ম,২য়, তৃতীয় স্থান। কিবাকৈ তৃতীয় স্থান লাভ কৰি পাছ কৰিছে।

  • @anupdas29
    @anupdas29Ай бұрын

    Sir you ara jinius

  • @jitenkonwar3091
    @jitenkonwar3091Ай бұрын

    এই জনাই ৰাজনীতি কৰিলেও ৰাজনীতৰ জ্ঞান সীমাবদ্ধ।

  • @morisika4730
    @morisika4730Ай бұрын

    গৌৰৱ গগৈয়ে সকলোকে কন্দোৱালে কেনেকুৱা লাগিলে?

  • @Niraladeka-fn5if
    @Niraladeka-fn5ifАй бұрын

    ৰাজনীতি,মানে,দুৰ.নীতিৰ ভুতা,এম,এলে,সকলো

  • @mohanchandragogoi2553
    @mohanchandragogoi2553Ай бұрын

    মন্তীজনে যি দায়িত্তত আছে সেই কাম নকৰি বৰ বৰ কথা কৈ থাকিলে ৰাইজৰ কাম হব নে ?

  • @pradipkumardutta3575
    @pradipkumardutta3575Ай бұрын

    গৌৰৱ গগৈক মেদিয়া সকলে কিয় অন্যায় পথত লৈ গৈছে।আমাৰ মণত ভাব হৈছে তেওঁক জিকাই কিবা ভুল হল হ'বলা ।

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1kАй бұрын

    শিয়ালৰ 100 টা হ'লেও কাম নাই হিঙহৰ এটাই হক

  • @jamunaray4032
    @jamunaray4032Ай бұрын

    Koisil dekhun 14 khane pm buli

  • @tangkeswardeka5993
    @tangkeswardeka5993Ай бұрын

    Jayanta bhai cemera agat aneke katha bhadrabhave kaba lage nahale 26

  • @shaktidevibrahma476
    @shaktidevibrahma476Ай бұрын

    মন্ত্ৰী এমএলএ সকলৰ কাম টিভি পৰ্দাত খালি লেকচাৰ মাৰা আৰু টিভিৰ মানুহ বিলাকো তেওঁলোককৰ লগত সহযোগিতা কৰি আম নাগৰিকক বেবুখুব বনোৱা আৰু তাৰ বাদে কি আছে ?

  • @papukalita6077
    @papukalita6077Ай бұрын

    JORHAT R Voter parthi Jon sai he vote dise ....

  • @sashibhatta5198
    @sashibhatta5198Ай бұрын

    কথাচহকী জনপ্ৰতিনিধিৰ ইচ্ছা অথবা আহ্বান অনুসৰি সকলো সময়তে জনতাই নিৰ্বাচনত ভোটদান নকৰে, সেইটো কৰে নিজৰ বিচাৰ-বিবেচনা আৰু সময়ৰ আহ্বান অনুসৰিহে ৷ ৰাইজে নিজৰ বিবেচনাৰেহে ভোট দিয়া কথাটোৰ প্ৰমাণ দিলে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত যোৰহাট, ধুবুৰী, নগাঁৱৰ ফলাফলে ৷ উত্তৰ প্ৰদেশৰ ফলাফলেও একে কথাৰে সুস্পষ্ট প্ৰমাণ দাঙি ধৰিছে ৷

  • @ArupBhuyan-od3ox

    @ArupBhuyan-od3ox

    Ай бұрын

    Faltu minister

  • @bhaskarkalita1733
    @bhaskarkalita1733Ай бұрын

    Nikrishto mentally,,,,dhik dhik,, apunar gynr sardho patise gaurav gogoi dadai.

  • @babulali2610
    @babulali2610Ай бұрын

    এইজন অসমৰ মুৰ্খ ৷

  • @atulgogoi6700
    @atulgogoi6700Ай бұрын

    ই কিমান দিনৰ বি জে পি

  • @meditationmusicvideos1670
    @meditationmusicvideos1670Ай бұрын

    Moja dise aditya da

  • @nelegend5044
    @nelegend5044Ай бұрын

    উজনিত এইজনে কি পাত্তা পাব ৰেই । হাজাৰ জয়ন্ত আহিলেও কোনো কাম নাই।

  • @pritidehingia759
    @pritidehingia759Ай бұрын

    দুটা মানুহ আপুনি 😂😂😂😂😂😂 সমষ্টিত এটা বেলেগ মানুহ বাহিৰত এটা বেলেগ মানুহ 😂😂😂😅😅😅

Келесі