Assam News: জনসংঘই বিজেপিত তোলপাৰ লগাওঁতেই আন এক মোক্ষম আঘাত

জনসংঘই বিজেপিত তোলপাৰ লগাওঁতেই আন এক মোক্ষম আঘাত৷ আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ ভৱেন্দ্ৰ নাথ মহনৰ৷ ইতিমধ্যে বিজেপি ত্যাগ কৰিছে যুধিষ্ঠিৰ গগৈয়ে৷
#assam #assamesenews #nd24live #nd24assamese #nd24news #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZread channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 17

  • @janardanbora2803
    @janardanbora280321 күн бұрын

    বিজেপি পতনৰ দিশে গৈ আছে অসমত 😅😅😅

  • @jitubarman6162
    @jitubarman616221 күн бұрын

    দুই নম্বৰী ব্যক্তিৰ লগত এক নম্বৰী কেতিয়াও তিষ্ঠিব নোৱাৰে কিয়নো এটাসময়ৰ দুই নম্বৰী কংগ্ৰেছীবোৰেই এতিয়া উঠিৰজাবহিৰজা ৷

  • @muned6442
    @muned644221 күн бұрын

    এ এ বহুত মজা লাগিলে, যোৰহাট, আৰু শিৱসাগৰত বিজেপিৰ অৱস্থা বেয়া সেই কাৰণে দ'ল ত্যাগ কৰিছে😄😄😄😄😄😄

  • @ProbalKhataniar
    @ProbalKhataniar21 күн бұрын

    বহু কষ্ট কৰা আৰু ত্যাগী পুৰুষ।

  • @Rubulgogoi209
    @Rubulgogoi20921 күн бұрын

    ভবেন দায়ে শিৱসাগৰ বিজেপিৰ সাংগঠনিক ক্ষেত্ৰখনত যথেষ্ট কাম কৰি গৈছিল । কষ্ট কৰা নেতাৰ আজিৰ অসম বিজেপিত কাম নাই । পাবত গজা নেতাৰহে ক্ষমতা বেছি । যোগদান কৰিয়েই ৰাণা গোস্বামীয়ে ৰাজ্যিক বিষয়বাব পোৱাটোৱে কি সূচায় ? বিগত নিৰ্বাচনত এই ৰাণা গোস্বামীৰ দৰে নেতাই বিজেপিক কেইটা ভোট গোটাই দিলে ফলাফলে দেখুৱাই দিলে । এগৰাকীয়ে আকৌ নিজৰ ভনীয়েককে বিজেপিলৈ আনিব নোৱাৰিলে ।এটা কথা মনত ৰখা উচিত ৰাজনৈতিক দল এটা কেইজনমান নিদিষ্ট ব্যক্তিৰ পৈত্তিক সম্পতি নহয় । তেনেকৈ ভবাৰ বাবেই গান্ধী পৰিয়ালৰ কাম নাইকিয়া হৈছে / প্ৰফুল্ল মহন্তৰ কাম নাইকিয়া হৈছে । আৰু বহুতো আছে তেনেকুৱা লোকৰ কাহিনী ।😅

  • @bipulgogoi247
    @bipulgogoi24721 күн бұрын

    ভাল লাগিল

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a26921 күн бұрын

    শুভেচ্ছা জানালো ভৱেন ককাইদেউ

  • @abubokkar7425
    @abubokkar742521 күн бұрын

    Good news

  • @bhairabmoran2445
    @bhairabmoran244521 күн бұрын

    Mozaaa

  • @janardonbora2795
    @janardonbora279520 күн бұрын

    Very Good

  • @bhairabmoran2445
    @bhairabmoran244521 күн бұрын

    Khobor bur vhal lagixe aji huni..

  • @MonjitBoruah-ds9mv
    @MonjitBoruah-ds9mv21 күн бұрын

    Ai manuh jon teliya jen lagise Sidha kok kb nuware

  • @user-uz2td8wm6y
    @user-uz2td8wm6y21 күн бұрын

    অবৈজ্ঞানিক, জনবিৰোধী,ক্ষমতাকেন্দ্ৰীক,ৰাজনৈতিক দলৰ বাবে নিষ্ঠাৰে কাম কৰিম বুলি ভৱাটো মুৰ্খামীৰ বাহিৰে আন একো নহয়। নিষ্ঠাবান কৰ্মী এনে দলত অৱহেলিত হয় আৰু তেওক লেং মৰা যায়। ই বিজ্ঞানসন্মত কথা। এই দল কিছুমা "হয় হুজুৰ সদস্য"ক লৈ মাত্ৰ এজনেই পৰিচালনা কৰে ।

  • @bakulboruah2026
    @bakulboruah202621 күн бұрын

    ভৱেন্দ্ৰ মহন ককাইদেউ এজন যথেষ্ঠ ত‍্যাগ আৰু কষ্ট কৰা BJP ৰ নেতা আছিল।তেওঁক BJP য়ে কৰা অৱজ্ঞাৰ ফল ২০২৬ ত পাব। ভৱেন্দ্ৰ দা আপুনি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছত জইন কৰক।আপুনি ভৱিষ্যত দিনত উজলি উঠক।

  • @dipankarkhargharia9952
    @dipankarkhargharia995220 күн бұрын

    EULUKE XOSA B J P KORISL BAGAN KINI SOMPOTI BOHAM BULI RAJNITI KORIM BULI RAJNITI KORA NASIL

Келесі