এজন দশম শ্ৰেণীৰ ছাত্ৰই নিমাতিঘাটৰ নাও দুৰ্ঘটনাত ৫ জনকৈ লোকক দিছিল জীৱন দান, শিহৰণকাৰী বৰ্ণনা

📌 নিমাতিঘাটৰ অভিশপ্ত নাও দুৰ্ঘটনাত ৫ জনকৈ লোকক জীৱন দান দিয়া এজন দশম শ্ৰেণীৰ ছাত্ৰৰ কাহিনী।
📌 শিহৰণকাৰী বৰ্ণনা কিদৰে মাতৃসহ ৫ জনকৈ লোকক লুইতৰ বুকুৰ পৰা জীৱন্তে উদ্ধাৰ কৰিছিল?
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 472

  • @rakhadas5841
    @rakhadas58412 жыл бұрын

    ধন্যবাদ তোমাক ‌শতকৌটি‌ ধন্যবাদ । তোমাৰ ‌নিচিনা মানুহ‌ এইখন অসমত বহুত দৰকাৰ । তোমাৰ‌‌ ভবিষ্যত উজ্জ্বল হওক ।

  • @rishavbaruah8403
    @rishavbaruah84032 жыл бұрын

    চৰকাৰে সাহসিকতাৰ পুৰস্কাৰ দিব লাগে সকলোকে।

  • @puja9650

    @puja9650

    2 жыл бұрын

    সচাকৈ পুৰস্কাৰ দিব লাগে

  • @Wah_momo-wah
    @Wah_momo-wah2 жыл бұрын

    এই জনেই সেইজন ল'ৰা যিজনে মা মা কৈ বহু চিঞৰি চিঞৰি জীৱন ৰক্ষা কৰা 🥺🙏🙏🙏 অসমীয়া ল'ৰা চেলুট 🙏🥰🥰

  • @rupalidas9049

    @rupalidas9049

    2 жыл бұрын

    .

  • @Your-Lover
    @Your-Lover2 жыл бұрын

    অ' মাই,,, অ' মাই,,, এনেকুৱা চিঞৰ এটা শুনিবলৈ পাইছিলোঁ এই ভাইটিয়েই চাগে....🤔 যিয়ে নহওঁক,,,, বহুত বহুত ধন্যবাদ দেই ভাইটি ।

  • @Your-Lover

    @Your-Lover

    2 жыл бұрын

    @Makkal selvan ff নাই,,,

  • @Your-Lover

    @Your-Lover

    2 жыл бұрын

    @Makkal selvan ff নাপাওঁ দিয়া,,, আৰু মই ল'ৰাহে ,,,

  • @Your-Lover

    @Your-Lover

    2 жыл бұрын

    @Makkal selvan ff একো নাই,,, Sorry,,, ন'কলেও হ'ব ।

  • @worldsocialmediayt8809
    @worldsocialmediayt88092 жыл бұрын

    তোমাৰ অৱদান অতুলনীয় ধন্য হব তোমাৰ জীৱন কাল ।

  • @dipbhuyan1808
    @dipbhuyan18082 жыл бұрын

    তুমি দেৱদূত পাপু। তোমাৰ দৰে মানুহ আছে বাবেই চাগে আমিও জীয়াই আছো। জীৱন দান দিয়াজনৰ সমান শ্ৰেষ্ঠ মানৱ আৰু কোনো হব নোৱাৰে। তুমি এজন শ্রেষ্ঠ মানৱ। ভগৱানে তোমাৰ সদায় মংগল কৰক। তোমাক চেলুট দিছোঁ পাপু।

  • @rb3243
    @rb32432 жыл бұрын

    তোমাৰ সাহসিকতা আৰু মানৱ দৰদী উৎকৃষ্ট নিদৰ্শনক আন্তৰিক চেলুট জনাইছোঁ ।

  • @dilipbora4057
    @dilipbora40572 жыл бұрын

    তোমাৰ সাহসীকতাক শলাগিছো । ভগৱানে তোমাক সহায় কৰক । তুমি মানৱতাৰ উৎকৃষ্ট উদাহৰণ ।

  • @rimpikalita3861
    @rimpikalita38612 жыл бұрын

    তুমি মানুহ নহয় ভগৱান🙏🙏🙏❤️

  • @lborah9223
    @lborah92232 жыл бұрын

    তুমি মহান আনৰ জীৱন বছাই ,,, সচাকৈ এনে লোকক চৰকাৰে চাৱ লাগে,,

  • @dipasaikia340

    @dipasaikia340

    2 жыл бұрын

    চৰকাৰে সহায় কৰিব লাগে।যিহেতু চৰকাৰী বিষয়াই জীৱনন্তে এজনো বছাব নোৱাৰিলে।কিন্তু এই পাপলুৱে বহুতৰ জীৱন ঘূৰাই দিলে।

  • @budhibarman5645
    @budhibarman56452 жыл бұрын

    তোমাৰ সাহসিকতাৰ বাবে পাঁচজন লোকৰ জীৱন ৰক্ষা পালে, ধন্যবাদ পাপলূ ভাইটি,

  • @jayantaborah7835
    @jayantaborah78352 жыл бұрын

    God bless you পাপলু,,, এখেতক সাহসিকতাৰ বঁটা দিয়াৰ ব্যৱস্থা কৰক,,

  • @omprakashrajbongshi7854
    @omprakashrajbongshi78542 жыл бұрын

    বহুত ভাল কাম কৰিছা ভাইতি , ভগৱানে তোমাৰ মংগল কৰক। তোমাৰ সাহসিকতাক প্ৰণাম জনালোঁ 🙏

  • @kushaldutta1963
    @kushaldutta19632 жыл бұрын

    Great work paplu tumar babe aji 5 Jon munuhor jibon basil

  • @ayaanarhan395
    @ayaanarhan3952 жыл бұрын

    বহুত ভাল কাম কৰিলা ভাইটি তোমাক আল্লাহে ভাল মানুহ কৰক ।

  • @sabrinsultana9019
    @sabrinsultana90192 жыл бұрын

    ভাইতি তুমি ভগৱানৰ তুল্য ।God bless you...

  • @zugachannel2815
    @zugachannel28152 жыл бұрын

    ভৱিষ্যতে সুখী হওঁক তাৰে কামনা কৰিছোঁ salute

  • @ajoytaid2824
    @ajoytaid28242 жыл бұрын

    so very nice paplu তুমি বহুতো ভাল কাম কৰিলা

  • @gogetarocks1247
    @gogetarocks12472 жыл бұрын

    Praise The Lord🙏🙏🙏

  • @milifitnessvideos5824
    @milifitnessvideos58242 жыл бұрын

    তোমাৰ সাহসিকতাক Salute জনাইছো, ভাইটি ৷

  • @manimagoswami5235
    @manimagoswami52352 жыл бұрын

    আগলৈ ভগৱানে তোমাক আৰু সাহক দিয়ক

  • @shyamalchandraroy1826
    @shyamalchandraroy18262 жыл бұрын

    মহান কামৰ বাবে মহান পুৰস্কাৰ দিয়া অতিকৈ দৰকাৰ।

  • @annalatasaikia2434
    @annalatasaikia24342 жыл бұрын

    বাবলু সচাই তুমি মহান। ভগৱানে তোমাক মঙ্গল কৰক।ধন্যবাদ থাকিল।

  • @dinarampayeng8936
    @dinarampayeng89362 жыл бұрын

    পাপলু দীৰ্ঘজীৱি হওক।

  • @user-ge1lc8so3k
    @user-ge1lc8so3k2 жыл бұрын

    পাপলু তোমাক অন্তৰে আশীৰ্বাদ দিছোঁ।তুমি এনেকৈ আগবাঢ়ি যোৱা।

  • @easyexam834
    @easyexam8342 жыл бұрын

    অ দাদা আপোনি ধন্যবাদ প্ৰাপ্ত আজি ! এই কনমানি লৰাজনক যে ৰ্চচাত আনিবলৈ সময়কন পালে!

  • @junmonimili1770
    @junmonimili17702 жыл бұрын

    তোমাক শতকোটী প্ৰণাম 🙏🙏

  • @sajidurrahman3374
    @sajidurrahman33742 жыл бұрын

    Real hero of Assam. Govt should help him financially to give a better future.

  • @ashokkumar3460
    @ashokkumar34602 жыл бұрын

    তুমাৰ সাহসীকতাক শলাগিছো।ঈছৰে তুমাক সহায় কৰক।

  • @shivamdas3959
    @shivamdas39592 жыл бұрын

    God bless him

  • @mdavlogs7109
    @mdavlogs71092 жыл бұрын

    প্ৰথম বাৰ এই চেনেলটোৰ video like কৰিছো ।

  • @ranadoley7824
    @ranadoley78242 жыл бұрын

    এয়াই হব চাগে বছৰটোৰ আটাইতকৈ ভাল খবৰ . Thanks for news live.

  • @debenborah2905
    @debenborah29052 жыл бұрын

    তুমি দীৰ্ঘজীৱী হোৱা।

  • @chandandas5462
    @chandandas54622 жыл бұрын

    U are a real hero,u should be awarded from government ,may u prosper in life

  • @rafikaborah1440
    @rafikaborah14402 жыл бұрын

    আমি তোমাক লৈ‌ গৌৰব কৰিছোঁ তুমি মহান

  • @kabitadas4911
    @kabitadas49112 жыл бұрын

    👍👍👍

  • @vktayung4432
    @vktayung44322 жыл бұрын

    Moza 🔥

  • @jababordoloi2737
    @jababordoloi27372 жыл бұрын

    Salute to u brother. 👍👍👍👍

  • @abhi9avdagoat
    @abhi9avdagoat2 жыл бұрын

    REAL HEROES EXIST!!! HATS OFF BROTHER ❤️

  • @mr.saikia8158
    @mr.saikia81582 жыл бұрын

    এনে মানৱদৰদী ব্যক্তি সকলক চৰকাৰে সন্মান যাচিব লাগে৷ভাল কাম কৰিলে স্বীকৃতি পোৱাতো আৱশ্যক

  • @dipamonibaishya7140

    @dipamonibaishya7140

    2 жыл бұрын

    Right kotha koisa👌

  • @assamesegirlrumi4959

    @assamesegirlrumi4959

    2 жыл бұрын

    Thik ..

  • @krishnakalita5668

    @krishnakalita5668

    2 жыл бұрын

    Xosa kotha

  • @arupkalita4475

    @arupkalita4475

    2 жыл бұрын

    hokolo kamot sorkare kio apuni moi kio hohai kribo nuware ba nuwaru

  • @prabalibora3516

    @prabalibora3516

    2 жыл бұрын

    Akdom right

  • @pabitradas6628
    @pabitradas66282 жыл бұрын

    Thank you for

  • @face2faceffgamergamer998
    @face2faceffgamergamer9982 жыл бұрын

    Real super hero

  • @gayatrihrishiborthakur4076
    @gayatrihrishiborthakur40762 жыл бұрын

    নিজৰ লগতে আনৰো জীৱন ৰক্ষা কৰিবলৈ সক্ষম হোৱা ব্যক্তি জনলৈ শতকোটি প্ৰণাম

  • @lakshmipriyadutta1091
    @lakshmipriyadutta10912 жыл бұрын

    ভৱিষ্যতলৈ আৰু সাহস পাবলৈ চৰকাৰে পুৰস্কৃত কৰি অনুপ্ৰাণিত কৰিব লাগে বুলি মই ভাবো।

  • @rubihazarika992
    @rubihazarika9922 жыл бұрын

    ভাইটি ,তোমাক হিয়াভৰা মৰম আশীৰ্বাদ দিছোঁ ।

  • @bapukansenapati2419
    @bapukansenapati24192 жыл бұрын

    Tumi dhuniya maam Korila anok jibon da di

  • @roujuddinahmed8974
    @roujuddinahmed89742 жыл бұрын

    Salute. Allah Bless You.

  • @indralagachu6601
    @indralagachu66012 жыл бұрын

    Asakoiye Vagoban Papulo Thanks

  • @pkblogs6375
    @pkblogs63752 жыл бұрын

    Bohut bhal puroska dibo lage

  • @kishorboruah5481
    @kishorboruah54812 жыл бұрын

    Government should give him a certificate or reward for his work. Which inspired more people to do such kind of work.

  • @rituparnapathak1932

    @rituparnapathak1932

    2 жыл бұрын

    Government e tak pohar xokolu hubidha di job grnte db lage.

  • @Mompipathori.123

    @Mompipathori.123

    2 жыл бұрын

    Actually he should be rewarded immediately. Govt should take immediate action.

  • @Mompipathori.123

    @Mompipathori.123

    2 жыл бұрын

    Mising community is expert in swimming

  • @nilakumarsarma1726

    @nilakumarsarma1726

    2 жыл бұрын

    Dear,one shouldn't hope,crave,claim for payback or in return for serving others.People are still there around to look into it. Don't mind.

  • @Ankur66984
    @Ankur669842 жыл бұрын

    He should be rewarded by the govt. for his exemplary bravery and courage

  • @arinitabori6745
    @arinitabori67452 жыл бұрын

    great salute bhaiti🙏

  • @tulashinath321
    @tulashinath3212 жыл бұрын

    Thanks papu you are symbol of courage *** long live you 🍁🍁🍁💐💐💐👩‍🎓

  • @nilakumarsarma1726
    @nilakumarsarma17262 жыл бұрын

    A real,original Assamese youth capable of swimming,climbing,riding horse,elephant and as brave and honest as Gadapani.It was our cultural heritage.So quick in taking decision at a moment of deadly crisis.Every Assamese youth should try to be active and dauntless like him discarding western culture.May God bless him bright future!

  • @nilpabandeori8420
    @nilpabandeori84202 жыл бұрын

    Good bohut vl lora tumi

  • @ranjanborah6989
    @ranjanborah69892 жыл бұрын

    সুন্দৰ 👌👌👌👌👍👍👍👍❤❤

  • @jintuhazarika240
    @jintuhazarika2402 жыл бұрын

    পুৰস্কাৰ দিব লাগে, সাহসেৰে মহান কাম কৰিছে, এই সাহসী যুৱকক মানৱতাৰ দৃষ্টিৰে চাব লাগে

  • @porigogoi2495

    @porigogoi2495

    2 жыл бұрын

    Sorkara aeburok manuhok puroskar ndeya Al bal manuhok debo

  • @binapanimahanta6310

    @binapanimahanta6310

    2 жыл бұрын

    @@porigogoi2495 6666Z

  • @Cricketchannel2355
    @Cricketchannel23552 жыл бұрын

    সুন্দৰ! তোমাৰ নিচিনা মানুহ এতিয়াও থকাৰ বাবে পৃথিৱীখন সুন্দৰ কৰি তুলিছা

  • @ranjitkakoty1063
    @ranjitkakoty10632 жыл бұрын

    লৰাই মাকক কি বুলি চিঞঁৰিলে। মাকে লৰাক কি বুলি চিঞৰিলে।

  • @sdmrabhalifestyle8560
    @sdmrabhalifestyle85602 жыл бұрын

    Salute to this boy.He is a "super boy" for that worst incident. Swimming is a best exercises our day to day life,so everyone should know swimming atleast those who are living riverside.Thankyou

  • @nirabbasistha3421
    @nirabbasistha34212 жыл бұрын

    সাহসীকতাৰ পুৰষ্কাৰ ৰ যোগ্য

  • @backgrounddancing7817
    @backgrounddancing78172 жыл бұрын

    Bhal korisa dada Apuni . Apunar hahokok holagisu.. Apuni uthi thoka naukhonot thoka keijonmanok koisu,,, hihote dekhun mobile Tu loi video kori "eikhonu jabo eikhonu jabo" bulihe siori ase.. hihotu hoitu bosabo parile Hoi..... Iman

  • @z7949

    @z7949

    2 жыл бұрын

    👍

  • @SanjibMili.
    @SanjibMili.2 жыл бұрын

    Salute you

  • @krishnasaikia9789
    @krishnasaikia97892 жыл бұрын

    ভগৱানে যেন তোমাক সদায় কৃপা কৰে

  • @steelforgeff6155
    @steelforgeff61552 жыл бұрын

    We are proud of you paplu daa

  • @rajuurangrajuurang3598
    @rajuurangrajuurang35982 жыл бұрын

    Bht Val lgasa hunai brother kotha tu

  • @prarinitasaikia4380
    @prarinitasaikia43802 жыл бұрын

    তোমাক লৈ আমিও গৌৰৱ অনুভৱ কৰিছোঁ ভগৱানে তোমাক কুশলে ৰাখক।

  • @sarbanandamili1833
    @sarbanandamili18332 жыл бұрын

    তোমাৰ সাহসীকতাক শলাগিছোঁ।

  • @jirushsangma2868
    @jirushsangma28682 жыл бұрын

    Great salute bro..

  • @tapangogoi3140
    @tapangogoi31402 жыл бұрын

    Great job

  • @hariparsadpegu719
    @hariparsadpegu7192 жыл бұрын

    Pablu Taid Thanks.

  • @debasonowal7270
    @debasonowal72702 жыл бұрын

    God bless you

  • @manojchoudhury8804
    @manojchoudhury88042 жыл бұрын

    Bro... Great selute you 🙏🙏🙏🙏

  • @ateraaopramod9327
    @ateraaopramod93272 жыл бұрын

    Good boy. Pronamu tumak bro

  • @youngnlp9139
    @youngnlp91392 жыл бұрын

    Wow Bro Real Hero 🔥

  • @rimpibharali6688
    @rimpibharali66882 жыл бұрын

    সাহসী ল'ৰা ভগৱান বিষ্ণুৰ আশীৰ্বাদৰ ফল

  • @ankitakashyap5587
    @ankitakashyap55872 жыл бұрын

    Government should give award to this boy

  • @dharitrikalita35
    @dharitrikalita352 жыл бұрын

    Thank you paplu, May God bless you 🙏 🙏🙏🙏

  • @bimolsurin9170
    @bimolsurin91702 жыл бұрын

    Real hero jibon dan dile I'm proud of u, may god bless u nd may live long bro.

  • @sumanaxm392
    @sumanaxm3922 жыл бұрын

    Aijon he real hero, tumak salute👍🙏🙏

  • @smilingmask4936
    @smilingmask49362 жыл бұрын

    This brave boy deserves the "National bravery award".

  • @rajudihingiaraju6119
    @rajudihingiaraju61192 жыл бұрын

    Give him some award for his future

  • @BalajiMaharaj1994
    @BalajiMaharaj19942 жыл бұрын

    Emn xro lora jne xahakhiktar udahrn god bless u

  • @AxomiyaEntertainment
    @AxomiyaEntertainment2 жыл бұрын

    this is real hero ✌✌

  • @priyankahajong7245
    @priyankahajong72452 жыл бұрын

    Thank you bablu vai❤️❤️

  • @s.centerprise1090
    @s.centerprise10902 жыл бұрын

    Good bless you.

  • @TechInformativeAssam
    @TechInformativeAssam2 жыл бұрын

    তোমাৰ মা তোমাক জন্ম দিলে আৰু আজি তুমি সেই মা জনিক জীৱন দান দিলা য়াত কৈ কি লাগে তোমাৰ জীৱন সাৰ্থক হৈছে।। তোমাৰ কপাল ।।

  • @bulensonowal9023
    @bulensonowal90232 жыл бұрын

    God bless 👍👍👍

  • @sgdworld4581
    @sgdworld45812 жыл бұрын

    পাপলু, তোমাৰ সাহসীকতাক শলাগ লৈছোঁ।

  • @monikha..b..
    @monikha..b..2 жыл бұрын

    👍👍

  • @biplabborah2279
    @biplabborah22792 жыл бұрын

    Real hero,,, salute pablu

  • @pnameswar9
    @pnameswar92 жыл бұрын

    God bless you bro,

  • @tinkubhatta2003
    @tinkubhatta20032 жыл бұрын

    Bandhu tumi🔥🔥🔥🔥🔥🔥

  • @utpalmedhi6051
    @utpalmedhi60512 жыл бұрын

    Good..

  • @utpaltaidofficial2511
    @utpaltaidofficial25112 жыл бұрын

    Thank paplu baiti osakoi very very thank............

  • @selflearn6323
    @selflearn63232 жыл бұрын

    Assam needs this type of people ♥️ more and more 🙂

  • @dhondhirampanging8528
    @dhondhirampanging85282 жыл бұрын

    Good job

  • @sibsamratcreations7074
    @sibsamratcreations70742 жыл бұрын

    Salute You

  • @preronabaruah3436
    @preronabaruah34362 жыл бұрын

    Tumi bohut hahokih tumi bisora dhorone re hukhi hua Vaiti ❤️❤️❤️ aru tumi পুৰস্কাৰৰ juigho

  • @ownassam1494
    @ownassam14942 жыл бұрын

    আপোনাৰ সাহসীক চেলুত ভাই

Келесі