এজন অকলশৰীয়া ককা,বয়স ৬০ বছৰ। এই বয়সত তেওঁ আনৰ ঘৰে-ঘৰে গৈ কাম কৰে কিন্ত নিজৰ ঘৰখন সাজিবলৈ অসমৰ্থ।

Пікірлер: 543

  • @Anamika__ray_25
    @Anamika__ray_25Ай бұрын

    Mor mote dadar he lak lak view আহিব লাগে❤😊 জুনে জুনে বিচাৰে like kora😊

  • @RupkantaPathori-sk3ru

    @RupkantaPathori-sk3ru

    Ай бұрын

    আমি ভবা মতে সময়ক ভগৱানে পঠাই দিছে এনে মানুহক সহায় কৰিবলৈ ।আনফালে চৰকাৰে চাৰিওফালে উন্নয়ন কৰিছে বুলি মেডিয়াৰ আগত,মিটিং মাটাঙত ডিঙিৰ শিৰ ফুলাই ভাষণ দিয়ে ।ভগৱানে আশীৰ্বাদ দিব ।

  • @Aspirant98741

    @Aspirant98741

    Ай бұрын

    Aami xadai aanekuwa KZreadr k support kribo lage but enekuwA contant creator k emn support ndye jmn bhat khuwa xak khuwa vdo t support diye . Right hoi ni comments Kara

  • @NipanBordoloi-fo7ls
    @NipanBordoloi-fo7lsАй бұрын

    Homoy da k Val pua bilake khompurnr video nusua agte like kora ❤❤❤

  • @ArobAxom31

    @ArobAxom31

    Ай бұрын

    Khmpurnr nhoi hompunor😅

  • @babulborgohain8913

    @babulborgohain8913

    Ай бұрын

    Moi kru,,

  • @NipanBordoloi-fo7ls

    @NipanBordoloi-fo7ls

    Ай бұрын

    @@ArobAxom31 dhuit 🤫 amr efale anekoi sle 😅

  • @ladinphunin2164

    @ladinphunin2164

    Ай бұрын

    Homoy Daa, Love From Pengaree

  • @Nosto08

    @Nosto08

    Ай бұрын

    Right bro❤❤

  • @monikhasaikia2151
    @monikhasaikia2151Ай бұрын

    ভগৱানৰ আন এটা ৰূপ আপুনি,, পূৰ্বৰ জন্মত কিবা ভাল কাম কৰিছিল যাৰ বাবে ভগৱানে আপুনাক শক্তি দিছে, মানুহৰ বাবে কাম কৰিবলৈ 🙏🙏🙏

  • @bindramipun4494
    @bindramipun4494Ай бұрын

    বেলেগকে আৰু ভগৱান নাই আপুনিয়ে ভগৱান সকলোৱে 👍 আৰু চেয়াৰ কৰিদিব

  • @anilpegu3699
    @anilpegu3699Ай бұрын

    মোৰ আশা আপুনি সময়ত গৈ অসমৰ আটাইতকৈ ডাঙৰ youtuber হব 🎉🎉❤❤

  • @vadalmaji

    @vadalmaji

    Ай бұрын

    Bhal kamt time Lage bro.

  • @KenitMuda

    @KenitMuda

    Ай бұрын

    👍​@@vadalmaji

  • @newmovie2196

    @newmovie2196

    Ай бұрын

    এটা topic ত video দি থাকিলে, এটা সময়ত boring লাগি যাব..যেনেকে আজি কালি মোক boring লাগে.. সময়ৰ লগে লগে পৰিবৰ্তন হৈ যাব.

  • @horeshgogoi673
    @horeshgogoi673Ай бұрын

    ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা অতি সোনকালে অনুৰাগী সংখ্যা মিলিয়ন হয় যেন ৷ ❤❤❤❤❤

  • @bhaskarjyotiray5740
    @bhaskarjyotiray5740Ай бұрын

    Kune kune homoy dar channel tu million subscriber bisare 👍🏻

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622Ай бұрын

    ভাইটি, তোমাৰ ভি ডি অ'বোৰ চাই চাই উপলব্ধি কৰিছোঁ জীৱনৰ ৰুঢ় বাস্তৱ। তুমি এই দুৰ্দশাগ্ৰস্ত মানুহবিলাকক সহায় কৰি কিমান ভাল কাম কৰিছা সেয়া ভাষাৰে প্ৰকাশ সম্ভৱ নহয়।

  • @mixpolakh4385
    @mixpolakh4385Ай бұрын

    সময় তুমাক ভগৱানে আৰু সহায় কৰে এইয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো কৃষ্ণ 🙏.......কোনে কোনে সময়ৰ ভিদিও চাই ভাল পায় .....কমেন্ত কৰিব দে

  • @JituGogoi123
    @JituGogoi123Ай бұрын

    তুমি আল্লা তুম ঈশ্বৰ তুমি ভগবান সময় তুমি সচাই মহান । তোমাৰ তুলনা নোলাব আন ।

  • @bhanunag1763
    @bhanunag1763Ай бұрын

    Kune Kune Homoy Gogoi k Val pai like kora❤❤❤

  • @binotao8233

    @binotao8233

    Ай бұрын

    Like pane ke liye kuch bi 😮😮😮😮😮

  • @user-vj8qz8yd2u

    @user-vj8qz8yd2u

    Ай бұрын

    সময় ❤❤❤❤

  • @bikashbora6715

    @bikashbora6715

    Ай бұрын

    Homoy da ❤

  • @bitupn
    @bitupnАй бұрын

    Jibon bohut val manuh ajon dekhisu❤ khuvagya amr

  • @horeshdohutia3144
    @horeshdohutia3144Ай бұрын

    সময় দাদা আপুনি এজন মহান ব্যক্তি। আপোনাৰ দৃষ্টি কাকপথাৰৰ এখন ভিতৰুৱা গাওঁ তো নিবন্ধ থাকিল ,, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ।।।

  • @user-ld1si5uj1d
    @user-ld1si5uj1dАй бұрын

    উজনিত সমই দেৱ আৰু নামনিত বিতো দেৱ । এওঁৱ লোকৰ পোষ্ট বিলাক যিমান পাৰে সিমান share কৰে যেন। যাতে বেছিত কৈ ও বেছি ভিয়িউজ আহে । যাতে এওঁৱ লোক আগ বাঢ়ি যোৱাত সহায় হওক ।

  • @BORGOSS4473
    @BORGOSS4473Ай бұрын

    Manuhor mukhot aakon Pani dibo parileo bohut aasirbad diye tate ako aaru ghor akhon bonai dile aaru asirbad paba homoi da ❤❤❤... selut 💯 ❤

  • @dipalisaikia4092
    @dipalisaikia4092Ай бұрын

    ভগৱানে শক্তি দিয়ক আৰু মৰমীয়াল মনত যাতে কোনেও বেয়া ৰহণ মিলাব নোৱাৰে তাৰ প্ৰ তি নজৰ ৰাখি আগ বাঢ়ি যোৱা

  • @user-vj8qz8yd2u
    @user-vj8qz8yd2uАй бұрын

    সময় মানুহ জন বহুত দূভিষ জিৱন কটায় আছে অতি সোন কালে সহায় কৰি দিয়া, ভিদি অ টোৰ চাই বৰ দুখ লগিল , সময় 💜💜💜💜🙏🙏🙏🙏🙏

  • @nurmdvlogs6624
    @nurmdvlogs6624Ай бұрын

    সঁচাকৈ আপোনাক কিবা এটা ভাল লাগে মানিবো লাগিব ইমান মহান ব্যক্তি 🙏🙏🙏

  • @lakhindratairai5278
    @lakhindratairai5278Ай бұрын

    তুমি সঁচাই মহান

  • @dibakormohan1129
    @dibakormohan1129Ай бұрын

    ইমান ধুনিয়া কাম কৰি গৈছে কিন্তু views নাপাই আমাৰ বোৰে মূতা সগা video চাই ভাল video বনাইছে বনাইছে কৈ থাকে কাক sprt কৰিব লাগে কাক নালাগে একো ভাল দৰে নাজানে সঁচা বহুত মৰম দিছোঁ আপোনাক ❤️❤️❤️

  • @NNG-SINGER

    @NNG-SINGER

    Ай бұрын

    সঁচাই ভাই ।

  • @babulborgohain8913

    @babulborgohain8913

    Ай бұрын

    Ak dom hosa khota koisa bro,,

  • @DiptiHazarika-xs1dh
    @DiptiHazarika-xs1dhАй бұрын

    এইদৰে আগলৈ আগবাঢ়ি যোৱা ।

  • @asomiyasowali
    @asomiyasowaliАй бұрын

    Dada apuni bohut val and handsome ❤❤

  • @hridyanshugogoi2943
    @hridyanshugogoi2943Ай бұрын

    সহায় কৰা সকল আৰু , সময়ক কি বুলি কম ভাষা নাই ঈশ্বৰে তোমালোকক কুশলে ৰাখক

  • @tutumanibarman5384
    @tutumanibarman5384Ай бұрын

    Mor hakalatkoi val laga youtuber 2 Jane hol Homoy gogoi aru Mr Bitu manhu bore ai haga ,muta,khowa,lowa,adha dress pindha kaijank suport karatki ehat duijanake saport karak tetiya hale raijaro hahai haba lagate ehat dujaneo alop haleo hakh paba 🙏🙏🙏🙏♥️♥️♥️♥️♥️

  • @jogeswarrajbangshi1169
    @jogeswarrajbangshi1169Ай бұрын

    Sab youtuber Jodi aapunar dore hol hoi tetiya hole Assam খনত anekua manuh burar bahut khahai hol hoi sage Love you samay da❤❤❤❤❤❤

  • @bijoymili805
    @bijoymili805Ай бұрын

    সুন্দৰ উপস্থাপন, আপুনি নৱপ্ৰজন্মৰ আদৰ্শ হৈ ৰ'ক, ভবিষ্যত আৰু ভাল ভাল কাম কৰি যাবলৈ প্ৰভূ ভগৱন্তই শক্তি দিয়ক🙏

  • @user-mb6xt2qr3i
    @user-mb6xt2qr3iАй бұрын

    আগবাঢ়ক ভয় নাই এইয়াই ভকত সেৱা ❤❤❤❤

  • @RashmiKonwar
    @RashmiKonwarАй бұрын

    বহুত কৰিছা সময়

  • @BiswajitBaro-dy1of
    @BiswajitBaro-dy1ofАй бұрын

    Joldi joldi.1million subscriber kori diyok aru Homoi dak❤❤❤❤.....

  • @vadalmaji

    @vadalmaji

    Ай бұрын

    Duri jabi ojati khabi.lahe lahe jabi langka pabi.

  • @sunyksha
    @sunykshaАй бұрын

    সঁচা কব গলে মোৰ যদি একমাত্ৰ ভাল লগা ইউটিউব চেনেল হক বা ইউটিউবাৰ সেইয়া একমাত্ৰ সমই দা।। তুমি প্ৰেৰণা আমাৰ ।।আগুৱাই যোৱা সদায়।।।।💕

  • @debanjansarma7012
    @debanjansarma7012Ай бұрын

    Jibonot moiu xophol hole apunar dorei kam korim .... Apuni mur karne inspiration hoi dada .... Bhogowane apunak vale rakhok xodai 🌺

  • @bipinboruah9954
    @bipinboruah9954Ай бұрын

    তুমি এজন মহান ❤

  • @bhskarjyotirabha7247
    @bhskarjyotirabha7247Ай бұрын

    আপোনাৰ 👤দৰে আৰু কেজন মান মানু্হ থাকিলে সঁচাকৈ অসম♥️খন সোণৰ অসম হব👍 আপোনাৰ কামটোক selute 🫡❤from golapara dhupdhara 🙏

  • @AbhijitBuragohain-so7go
    @AbhijitBuragohain-so7goАй бұрын

    দাদা আপুনি মহান❤❤

  • @BaspeDoley
    @BaspeDoleyАй бұрын

    আমাৰ গৌৰৱ আমাৰ সময় দা ❤🎉

  • @takardawvlogs7082
    @takardawvlogs7082Ай бұрын

    দাদা আপোনাৰ নিচিনা পাবলৈ থান আজি কালি দিনত বগবানে সদাই শোকত ৰাক আপোনাক i love you ❤ সময় দা❤❤❤❤❤

  • @user-cz1wr9xq9r
    @user-cz1wr9xq9rАй бұрын

    Apuni bohut val koam korisa apunar jath val hoih vobisth jata apuni aru bohut manuhar hohay agbarbu pare

  • @churezzrunner396
    @churezzrunner396Ай бұрын

    সময় দাক যুনে যুনে ভগবান বুলি ভবা সেই সকলে like কৰা ❤

  • @abhijithazarika9260
    @abhijithazarika9260Ай бұрын

    Kisuman KZreadr a Homoy Daa pora hikebo lga, hoga muta video bonai views loi asa kisuman KZreadr. Homoy Daa ❤❤..

  • @user-sm9lp5le9u
    @user-sm9lp5le9uАй бұрын

    ভগৱানে তোমাক আশীবাদ কৰক??🎉🎉

  • @user-wx5lc1wq5h
    @user-wx5lc1wq5hАй бұрын

    বহুত দুখ লগা ছবি

  • @Mr_nayan_roast
    @Mr_nayan_roastАй бұрын

    This man is no hater ❤

  • @bishnusaikia2401
    @bishnusaikia2401Ай бұрын

    Tumi bhut val aru tumar antor khon xosai bhut val kintu val manuh burok kio najanu manuh bilake saport kora dekha nai kio moi Buji napaw ❤❤❤❤ tumar babe ata like ❤❤❤

  • @hirakroy5818
    @hirakroy5818Ай бұрын

    Real hero homoy gogoi ....❤❤

  • @AdisutiAO
    @AdisutiAOАй бұрын

    Homoy da val Kam kori goise aru ako bari juwa homoy da ❤❤ love you

  • @koustovmonisaikia3188
    @koustovmonisaikia3188Ай бұрын

    Apuni bohut val kam kori ase homoi daaa....apunar nisina manuh bohut kom ase blg or babe konda manuh apunak vogoban ye hohai korok aru aguyai jok ami asu jenekei paru views di hole yo support korim❤️👍

  • @DulumoniMohan-yl6vc
    @DulumoniMohan-yl6vcАй бұрын

    আগুৱাই যোৱা ... ভগৱানে তোমাৰ সদায় মঙ্গল কৰিব 🙏

  • @monifamilyvalog813
    @monifamilyvalog813Ай бұрын

    আপুনি বহুত ভাল কাম কৰিছে 👌🙏🙏🙏❤️❤️

  • @Assamesecelebritiesfan
    @AssamesecelebritiesfanАй бұрын

    Good bless you ❤❤❤❤

  • @niranjannarah
    @niranjannarahАй бұрын

    সঁচাই এইবোৰ মানুহৰ ওপৰত চৰকাৰৰ চকু নপৰে নেকি বাৰু। সময় সদায় এই কাম কৰি জোৱা, ঈশ্বৰে তোমাক আৰ্শীবাদ কৰিব।❤❤❤

  • @hridyanshugogoi2943
    @hridyanshugogoi2943Ай бұрын

    বৰ দুখ লাগিল দেখি ভগৱান ৰুপী সময়

  • @protimofficial
    @protimofficialАй бұрын

    মানুহৰ জীৱনত কাৰ কেনেকুৱাকৈ লিখা থাকে সেইটো ভগৱানৰ কথাহে মাত্ৰ ।সময় ' তোমালৈ ধন্যবাদ থাকিলে ।

  • @user-gq7xc1dg8t
    @user-gq7xc1dg8tАй бұрын

    I love you ❤❤❤ দাদা তোমি এনেকৈ আগুৱাই যোৱা আৰু মানুহক সহাই কৰি থকা ।

  • @Realfoolscopy-9
    @Realfoolscopy-9Ай бұрын

    সমই দা তোমাৰ video চাই বহুত দুখ লাগে তোমাৰ দৰে মুৰো সহায় কৰিব মন যায় কিন্তু মোৰ সহায় কৰিবলৈ সে খিনি শৈশম নাই জই আই অসম 🙏🙏

  • @bikerznalbari
    @bikerznalbari17 күн бұрын

    Jdi apuni bisare bahut vala kam korise ❤

  • @crazygaming2270
    @crazygaming2270Ай бұрын

    Tumi mohan dada tumar dore ajon hosa manuh hbo sesta krim jibonot❤

  • @mallabjyotiofficial3547
    @mallabjyotiofficial3547Ай бұрын

    তোমালৈ বহুত বহুত ধন্যবাদ থাকিল।

  • @parthamixarsassam6762
    @parthamixarsassam6762Ай бұрын

    অসমৰ সৎ, নিষ্ঠাবান আৰু বহল অন্তৰৰ গৰাকী সময়। ভগৱানে সদায় তোমাক মংগল কৰক।

  • @NAVAJYOTIKuli
    @NAVAJYOTIKuliАй бұрын

    Love from Assam Full support ❤

  • @assameseofficialstatus8896
    @assameseofficialstatus889629 күн бұрын

    কিছুমান KZreadr comments চালে নিজকে পাগল যেন অনুভৱ হয় আৰু সময় দাদাৰ vedio comments পঢ়িলে চকুলো নিগৰি বৈ যাই হয়টো সেইয়া ৰাইজৰ মৰম ❤ মই সময় দাৰ comments চাই কান্দি দিওঁ ❤ মোৰ দৰে কোন কোন আছা comments kora

  • @user-dh5yl5em7i
    @user-dh5yl5em7iАй бұрын

    Bhobanor abotar loi manuhrupi deh tumar bhakha koble❤❤❤

  • @dipalisonowal2432
    @dipalisonowal2432Ай бұрын

    মহান মনৰ ব্যক্তি।

  • @PrasantaBasumatary-jy1fe
    @PrasantaBasumatary-jy1feАй бұрын

    Monor vitorr pora morom deu apunak 😢

  • @mondip3199
    @mondip3199Ай бұрын

    Best KZread bar homoi ana nejor lah belahot koroj kora homoya dukerak hohai kora❤❤❤

  • @rijubaruah2376
    @rijubaruah2376Ай бұрын

    এনেকোৱা মানুহক ওচৰৰ গাওঁ মানুহে মিলি সৰু কৈ ঘৰ এটা বনাই দিব বহুত বহুত আশীৰ্বাদ পাব

  • @vadalmaji
    @vadalmajiАй бұрын

    Keep it up bro 👍👍👍

  • @RimpiMaina
    @RimpiMainaАй бұрын

    Homoy তুমি সময়ৰ লগত গতি কৰা এদিন তুমি সোনৰ অসমত জিলিকি উঠিবা ।❤🎉🎉

  • @AzizAli-rh5ys
    @AzizAli-rh5ysАй бұрын

    Baki bhut you tube ase apunar pora xiki ba lage bhut ase apunar pora ❤️❤️🙏🙏

  • @dipakkumar5730
    @dipakkumar5730Ай бұрын

    Apunar video saboloi opekkha kri thku moi din rati ❤gd bless u xomoy da😊

  • @Kumoijyoti-kumoi-assam
    @Kumoijyoti-kumoi-assamАй бұрын

    Val lagil dada ❤❤😊😊

  • @nitirajkhowa6521
    @nitirajkhowa6521Ай бұрын

    তোমাৰ ভৱিষ্যত উজ্বল হ্য় যেন।

  • @dipakkalita2651
    @dipakkalita2651Ай бұрын

    Xosai আপুনি ভগৱান ❤

  • @jintuvlog829
    @jintuvlog829Ай бұрын

    Tumi val Kam kri aguai juwa

  • @jonjyotideka5370
    @jonjyotideka5370Ай бұрын

    Homoy da best ❤ Real Hero Tomi 🙏👏 daliy video sow tomar 😊

  • @KaSiYali
    @KaSiYaliАй бұрын

    সময় তোমাক সন্মান কৰোঁ তোমাৰ ব্যৱহাৰ আৰু কৰ্মৰ বাবে।আগবাঢ়ি যোৱা।

  • @JahnaviBora
    @JahnaviBoraАй бұрын

    Homoy da apunar video moi pthomr pora Sai asu apuni bahut Val kam korise apuni aru agoyai jayok

  • @sumonbora4206
    @sumonbora4206Ай бұрын

    Khub hundor kam kori goise aru agoloi kori jabo tare kamona korisu..🙏

  • @nirupoomachoudhury2448
    @nirupoomachoudhury2448Ай бұрын

    Bohut val kam kori asa bhaiti tumi god bless you ❤❤❤

  • @durlovgogoi507
    @durlovgogoi507Ай бұрын

    Homoy da apuni rau agoyai joya tare akha karu 🙏

  • @rajibx9532
    @rajibx9532Ай бұрын

    Homoy da apunak bohut bohut bohut bohut bohut bohut bohut bohut bohut dhoynobad❤❤❤❤

  • @indrajitsutradhar1787
    @indrajitsutradhar1787Ай бұрын

    Dadar karone like ata korok ❤❤❤

  • @menamajon2992
    @menamajon2992Ай бұрын

    Homoy Dadak kune kune val pai like kora ❤❤

  • @ChampakBoro-mw2qx
    @ChampakBoro-mw2qxАй бұрын

    Homoy da bohut bohut val Manu aponi.hohahai korok bhogoban asy

  • @Ritikabaruah7582
    @Ritikabaruah7582Ай бұрын

    Sorkare anekua dukhiya manuh burok dekhi napai kio najanu.best off luck. Vogobanor usorot parthona jonaisu tumi jate bahut aguai jua.dukhiya manuhor hohari hua❤ all the best bhaiti buliye koisu❤

  • @amirahmed9088
    @amirahmed9088Ай бұрын

    Real Hero Homoy Gogoi

  • @rashmineog4900
    @rashmineog4900Ай бұрын

    Good 👍 ইমান ভাল ভাল কাম কৰিছা

  • @bhagyabatirabha9369
    @bhagyabatirabha9369Ай бұрын

    Soku Mudi thake sorkaror manuhbure montri mla aiburor ki Kam nohole aji ai nisina dinot xomoy r Dore ajon lorai okole koribo lagise laj bula Kiba ase ne tekhetxokolor .tumi tumar kaam kori juwa xomoy tumaloi kouti kouti pronam

  • @bindakonch3330
    @bindakonch3330Ай бұрын

    Love from dhemaji❤❤❤ machkhowa ❤❤❤❤❤❤

  • @user-jj7bg5mm6n
    @user-jj7bg5mm6nАй бұрын

    ভগৱানে,তোমাক,ভালে,ৰাখক

  • @jyotismabaruah2612
    @jyotismabaruah2612Ай бұрын

    এনেকুৱা মানুহ চৰকাৰী ঘৰ পোৱাৰ উপযুক্ত নহয় কিন্তু কাৰোবাৰ যদি ঘৰ হাফ ওৱালৰো হয় তেওঁলোক কিন্তু উপযুক্ত

  • @bijoy3437
    @bijoy3437Ай бұрын

    Vl lage apunak bohut vl lage video sai vl Kam kori jaok hodai adin lg pab akha ase apunak

  • @dulumoninath9989
    @dulumoninath9989Ай бұрын

    Tumak aru tumr team tuk bhut bhut dhanyawad 🙏🏻 hdai aguwai jua good bless you .

  • @user-me4uf4tr1g
    @user-me4uf4tr1gАй бұрын

    তোমাক ভগৱানে ভালে ৰাখক

  • @user-sm7px9up5y
    @user-sm7px9up5yАй бұрын

    Nice bro from Morigaon

  • @Mili-th4jk
    @Mili-th4jkАй бұрын

    Bohut val Kam korise dada apuni

  • @aruneebharali2610
    @aruneebharali2610Ай бұрын

    তুমি সচাঁকৈ প্ৰশংসাৰ যোগ্য। আশীর্বাদ কৰিছো আৰু আগুৱাই যাবলৈ ।

  • @BidyutRobidas
    @BidyutRobidasАй бұрын

    Dada apuni hosai mohan ❤❤❤❤

  • @pataprabha6659
    @pataprabha665924 күн бұрын

    Bohut val kam korisa de❤

  • @digu8453
    @digu8453Ай бұрын

    Bro kori jowa tomar kam jodi sarthopor nuhuwa dn sure one day stand for people

  • @Minaramgogoi-xg4qo
    @Minaramgogoi-xg4qoАй бұрын

    "আজি পৃথিবীৰ " ভগৱান "সময় গগৈ" Please like এটা কৰক ।❤❤ "Homoi "

Келесі