এজনো সমৰ্থক গোটাব নোৱাৰিলে, মন কিন্তু MP হোৱাৰ। লখিমপুৰত মনোনয়ন দিবলৈ আহিল এজন আজৱ প্ৰাৰ্থী।

লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল এগৰাকী আজৱ প্ৰাৰ্থী। অজল নমঃসূত্ৰ নামৰ প্ৰাৰ্থী গৰাকীয়ে মঙলবাৰেও দিবলৈ আহিছিল মনোনয়ন। পিছে ভিৰৰ বাবে দিব নোৱাৰিলে নিজৰ মনোনয়ন। পুনৰ আজি মনোনয়ন দিবলৈ অহা প্ৰাৰ্থী গৰাকীক ঠগিলে সমৰ্থকে। সমৰ্থক আহিম বুলি কৈ লগত নাহিল এজনো সমৰ্থক। নিজকে অখিল গগৈৰ মানুহ বুলি দাবী কৰা প্ৰাৰ্থী জনে নাজানে লখিমপুৰ লোকসভা সমষ্টিত ভোটাৰ কিমান আছে। নাজানে লোকসভা সমষ্টিটোত থকা বিধানসভা সমষ্টি কেইটাৰ নাম। নিৰ্বাচনত জয়ী হম বুলি দাবী কৰা অজল নমঃসূত্ৰৰ সমৰ্থক সকল কালি কৰা কষ্টৰ বাবেই আজি আছে টোপনিত। এইগৰাকী অজল নমঃসূত্ৰ সৰৱ হৈ পৰিল সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধেও।

Пікірлер: 345

  • @Mridul_Hazarika.
    @Mridul_Hazarika.29 күн бұрын

    ৰাজনীতিত এনেকুৱা মানুহৰ হে প্রয়োজন ।কমছেকম দগাবাজৰ সংখ্যা কমিব।😊😊😊😊

  • @ranjugogoi419
    @ranjugogoi41928 күн бұрын

    এনেকোৱা মানুহে সঁচা কাম কৰিব বেছি শিক্ষিত বিলাকে নিজৰ জেপতহে টকা ভৰাই। ধন্যবাদ 🙏🏽🙏🏽🙏🏽🙏🏽💅💅💅💅💅💅💅💅👍👍👍👍👍

  • @nirugogoi4576
    @nirugogoi457628 күн бұрын

    এনেকুৱা সৎ সাহস হ'ব লাগে

  • @ApPatir
    @ApPatir28 күн бұрын

    চেষ্টা কৰিব লাগে God bless you bro

  • @rupjyotiboruah9535
    @rupjyotiboruah9535Ай бұрын

    অখিল গগৈ জিন্দাবাদ প্ৰাথি দিয়া বাবে...

  • @user-om9xh3sr1f

    @user-om9xh3sr1f

    28 күн бұрын

    Akhil iman pagal nahay, anekua fatua tuk electrion khelabaloi

  • @YOURKARMAAA

    @YOURKARMAAA

    21 күн бұрын

    😂😂

  • @RejekAli-ip7wr
    @RejekAli-ip7wr28 күн бұрын

    এনেকুৱা মানুহে ভাল কাম কৰিব

  • @rupjyotiboruah9535
    @rupjyotiboruah9535Ай бұрын

    এয়াই হল সাহস..

  • @jhamaksharma6258
    @jhamaksharma625829 күн бұрын

    সাহস কৰা বাবে আপোনাক শলাগ লব লাগিব ।

  • @anantaananta4187
    @anantaananta418724 күн бұрын

    আপুনি এনেকৈ আৰু জ্ঞানী mp, mla কসকলক প্ৰশ্ন কৰিব চোন। হয় তেওঁ নাজানিব পাৰে কিন্তু সত্য বাদি হবও পাৰে ।আপুনি এজন মূৰ্খ, মই এজন খেতিয়ক বুলি মানুহ জনে কৈ আছে আপুনি বাৰে বাৰে প্ৰশ্ন কৰি আছে কি কৰে কী কৰে বুলি

  • @nirugogoi4576
    @nirugogoi457628 күн бұрын

    তেওঁ ঠিকেই কৈছে দুখীয়া মানুহৰ পইছা অভাৱত আহিব পৰা নাই

  • @firozchoudhury3025
    @firozchoudhury302529 күн бұрын

    ভাষাতেই গম পাই ই সঁচাকৈ 14 চনৰ পিছতহে অহা ৷ ই আহিয়েই politics মাথা মাৰিছে ৷

  • @nabanitakuch9586
    @nabanitakuch958628 күн бұрын

    Congratulations ❤❤❤❤

  • @dhanjitblock4348
    @dhanjitblock4348Ай бұрын

    হাঁহিব নাপায় 🙏🙏🙏🙏🙏

  • @user-bi1yh3ii7q
    @user-bi1yh3ii7qАй бұрын

    Junior sukur Ali God bless you

  • @gazizurrahman-rr6ph
    @gazizurrahman-rr6phАй бұрын

    Real life hero

  • @pranabeducation8019
    @pranabeducation801921 күн бұрын

    শুনা মতে, যুৱকজনক শিক্ষিত আছিল MA passed কৰা বুলি গম পাওঁ কিন্তু মূৰৰ আঘাট হোৱাৰ পিছৰে পৰা মানুহৰ মানসিক সন্তুলন নোহোৱা হল বুলি যুৱক জনৰ গাঁৱৰ মানুহে কৈছে। প্ৰেমিকৰ ঘৰৰ মানুহে মূৰত আঘাত কৰিলে বোলে।

  • @Koli949
    @Koli94928 күн бұрын

    God bless brother ❤️

  • @minakhipegu6503
    @minakhipegu6503Ай бұрын

    Loge raho munna bhai

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zgАй бұрын

    বিচিত্ৰ পৃথিবী বিচিত্ৰ অসম।হায়ৰে!

  • @lakshiborah8184
    @lakshiborah8184Ай бұрын

    বহুৱা সাংবাদিক জনহে, তেওঁ নহয়, নহলে আজি এনেদৰে সময় লোকচান নকৰিলেহয়। চি নিলাজ কৰবাৰ, আমাৰ সমস্যা দেখা নাই।

  • @surujdas4484
    @surujdas4484Ай бұрын

    Tention nolobo apuni 100 percent jikibo.....🙏🏿

  • @golaprabbani6340
    @golaprabbani634023 күн бұрын

    Congratulations🎉

  • @kdasarte2109
    @kdasarte2109Ай бұрын

    Congratulation

  • @abdulsahin8424
    @abdulsahin8424Ай бұрын

    Best wishes

  • @BimalPayeng
    @BimalPayeng28 күн бұрын

    শ্ৰদ্ধাৰ ৰাইজৰ দলৰ নেতা ডাঙৰীয়াৰ জিন্দাবাদ। আপোনাক মাৰপিট কৰি হলেও জয় কৰায় দিম টকা পইচা সলপ দিবা।

  • @parag01
    @parag0123 күн бұрын

    শুভেচ্ছা জনালোঁ তেওঁক,🎉

  • @MonujKuli-fl7or
    @MonujKuli-fl7or26 күн бұрын

    Congratulations bro good step

  • @lkgogoisworld7191
    @lkgogoisworld7191Ай бұрын

    Atleast তেওৰ নামটো জনাজাত হৈছে

  • @jitendrapathak67
    @jitendrapathak6725 күн бұрын

    Salute Bhai , jigar ho toh aisa

  • @user-jr8wr8us6j
    @user-jr8wr8us6jАй бұрын

    Thanks

  • @lilimai43
    @lilimai43Ай бұрын

    Val lagil sai

  • @jayasahariya5241
    @jayasahariya524129 күн бұрын

    এ মজা

  • @user-mg4fq3yh2f
    @user-mg4fq3yh2fАй бұрын

    Beautiful

  • @nabajithazong3225
    @nabajithazong322528 күн бұрын

    Congratulations 🎉

  • @user-wd8hq4yc6b
    @user-wd8hq4yc6b27 күн бұрын

    मेरी तरफ से बहुत बहुत धन्यवाद करता हूं।

  • @musicvideo8052
    @musicvideo8052Ай бұрын

    এ মজা এজন শুকুৰ আলী বাঢ়িল নাম তাৰ চুকুৰ ৰাইজৰ বাবে ভাল খবৰ

  • @HirenPayeng-ve2wv

    @HirenPayeng-ve2wv

    23 күн бұрын

    I liked your comment most

  • @shahanurislammollah518
    @shahanurislammollah51828 күн бұрын

    Congratulations 🎉🎉🎉

  • @rubydutta9572
    @rubydutta957228 күн бұрын

    Very good

  • @bitulchutia35
    @bitulchutia35Ай бұрын

    এইজনে কি কৰিছে নিজে নাজানে

  • @digantarajpegu826
    @digantarajpegu826Ай бұрын

    Congratulations

  • @hemchandrabora7708
    @hemchandrabora7708Ай бұрын

    god hallp u

  • @ankumoniborah8807
    @ankumoniborah880721 күн бұрын

    Good job.

  • @joharbaburamoffecialvlog4157
    @joharbaburamoffecialvlog415726 күн бұрын

    Success hok❤❤❤❤

  • @deboramngatey9708
    @deboramngatey970820 күн бұрын

    Media hisape an quarion koriboloo ki je tumi.

  • @user-ti7ku7dw5p
    @user-ti7ku7dw5p23 күн бұрын

    Nice

  • @Rajanipatir5
    @Rajanipatir528 күн бұрын

    Wah Dada Wah 😭

  • @rakashdas9087
    @rakashdas9087Ай бұрын

    দেশখন গুন্দা বদমাছৰ গৰীব মনুহৰ কি কাম

  • @anjugogoi6536
    @anjugogoi653621 күн бұрын

    কথা কব নোৱাৰা মানুহক কত কিয় পথাব ? ? ?

  • @vishalkumar-xu9dg
    @vishalkumar-xu9dgАй бұрын

    বেলেগ কোনো নহয়। সাংবাদিক জনে বাতৰি কাৰণে বনাই লোৱা পাৰ্থি।

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini678029 күн бұрын

    নিউজ বিচাৰি পোৱা নাছিলে ৰিপতাৰ জনে এইজনক আনি নিজেই নিউজ বনাই আছে।

  • @sashikumarboruah8261
    @sashikumarboruah826129 күн бұрын

    Mazza.

  • @mojmurrohman815
    @mojmurrohman815Ай бұрын

    2nd Sukkur Ali 😂😂

  • @bgstoryboy3398
    @bgstoryboy339828 күн бұрын

    E sukur alik dakhi aahise

  • @biswajithaloi637
    @biswajithaloi63717 күн бұрын

    বা: বা: ৰেপৰ্টাৰ জনে কান্ধত হাত ৰাখি নিউজ কৰিছে reporter জনক মক্কেল বুলি হে কলো। সহজ আৰু সৰল মানুহৰ মুৰৰ ওপৰত উঠে বেয়া কথা।। বাকি মানুহ জনক নো কি কম ভালকৈ অসমীয়া কব নাজানে, হিন্দী ইংলিছ কেনেকৈ কব নাজানো আৰু। সাহসটো মানিছো কিন্তু

  • @pratapkalita8894
    @pratapkalita8894Ай бұрын

    Xubhessa thakil

  • @sobiqulislam5772
    @sobiqulislam5772Ай бұрын

    Wow

  • @chandrathapa1174
    @chandrathapa117418 күн бұрын

    যি লাই বাঢ়ে তাৰ দুপাততে চিন।

  • @jobonikabasumatary8614
    @jobonikabasumatary861424 күн бұрын

    সত্য বাদি জয় হক

  • @amalsaikiavlogs7934
    @amalsaikiavlogs793421 күн бұрын

    Mediar manuh jne olp besi krise aapunar sat sahas aase jd tar thait aapuni thiya hai dekhaok

  • @F2fuhhd
    @F2fuhhd29 күн бұрын

    Baki bad dom ase good👍

  • @manashdoley322
    @manashdoley32221 күн бұрын

    ভোট দিয়ক ভোট দিয়ক

  • @rdx8283
    @rdx828322 күн бұрын

    প্ৰভু আপুনি ইমান কথা নকব আৰু ,,নহলে কষ্ট পাব লিভাৰ টোৱে 🙊🙊

  • @ankumoniborah8807
    @ankumoniborah880721 күн бұрын

    Very good.

  • @user-mx2fn3en9g
    @user-mx2fn3en9g6 күн бұрын

    ❤❤❤❤ gud

  • @barman8838
    @barman883820 күн бұрын

    2nd sukur ali.just he happy for pso

  • @hemantaborah3953
    @hemantaborah395323 күн бұрын

    এক শ্ৰেণী ভাড়াতীয়া সমৰ্থকৰ সৃষ্টি কৰাৰ স্থল এটা আছে ।

  • @tulungapuri752
    @tulungapuri75224 күн бұрын

    Best of Luck....

  • @aminurhaque5271
    @aminurhaque5271Ай бұрын

    ❤❤❤

  • @anjuphukon5975
    @anjuphukon597528 күн бұрын

    অখিল গগৈৰ বদনাম কৰিবলৈ কাৰু বাৰ ষড়যন্ত্ৰ ।

  • @user-ik5to5zb1t
    @user-ik5to5zb1tАй бұрын

    কৰ pokotia মানুহ।

  • @ajitexplorer1382
    @ajitexplorer138224 күн бұрын

    Wa nice support

  • @digantaboro476
    @digantaboro47624 күн бұрын

    ইমান প্ৰশ্ন কৰাৰ দৰকাৰ নাই বুজিছে

  • @rebasaikia7452
    @rebasaikia745229 күн бұрын

    উঠ উঠ বোপাই,এইবাৰহে যদি দেশৰ উন্নতি হয়, মই সেৱাহে ধৰিছো আৰু, কৃষ্ণ,

  • @tilakpathari3113
    @tilakpathari311329 күн бұрын

    Ji holeo nholeo khelim buli hahokh gutaise.

  • @roonammili-nm4jr
    @roonammili-nm4jrАй бұрын

    akhil gogoi party mojja hoise,😅

  • @nabajyotikalita7261
    @nabajyotikalita726128 күн бұрын

    Dada moi vote dim apunak... Jindabad jindabad dada amar jindabad 😂😂😂

  • @Babulvillager
    @Babulvillager24 күн бұрын

    that is democracy

  • @bubulkalita2442
    @bubulkalita244229 күн бұрын

    Kela second roopjyooti kurmi

  • @PadmaGogogoi
    @PadmaGogogoi28 күн бұрын

    Well com

  • @xyzzzzzzzzhhh
    @xyzzzzzzzzhhh7 күн бұрын

    ইয়াক সমৰ্থন কৰা মানুহো ওলাব😂😂, কব যে সাহস আছে, সত্যবাদী মানুহ, এনেকুৱা মানুহ দৰকাৰ😂😂😂

  • @bhugeswarpadi9494
    @bhugeswarpadi949429 күн бұрын

    কথাবোৰ শুনো মানে ওগোল তোগোল লাগিছে

  • @kushalsonowal5785
    @kushalsonowal578526 күн бұрын

    Moja 💓✊✊

  • @ratulsarmah3030
    @ratulsarmah303028 күн бұрын

    কৃষ্ণ🙏

  • @budheswarsaikia3103
    @budheswarsaikia3103Ай бұрын

    Upai nai.He should have alongwith Sukur Ali !

  • @nomercy7528
    @nomercy7528Ай бұрын

    Mon buli bostu ata ase je😊😊.. Muru mon jai😂😂

  • @jitenmunda6500
    @jitenmunda650023 күн бұрын

    Great boy

  • @parthachetia6874
    @parthachetia687421 күн бұрын

    Wagha wagha SUR burk Roja hojuat k ene hohoz horol manuhok h vote cast krilu hoi..

  • @puspadhardowarah1932
    @puspadhardowarah1932Ай бұрын

    এনে লোকক কোনোবাই উচতাই দিছে নে নিজে নিজেই কামবোৰ কৰিছে ধৰা টান।এনে লোকৰ কথা চিন্তা কৰিলে বেয়াই লাগে।

  • @rekhasaikia7336
    @rekhasaikia733628 күн бұрын

    ❤❤

  • @user-vu2ci8zb5j
    @user-vu2ci8zb5j29 күн бұрын

    O hori o ram

  • @birbahadurbiswakarma6532
    @birbahadurbiswakarma653222 күн бұрын

    Misa kotha

  • @indianreelvideos5266
    @indianreelvideos526622 күн бұрын

    2n sukur Ali hulaise

  • @Purbajyoti1
    @Purbajyoti128 күн бұрын

    Ba ba moja bhai tuke diya hobo.

  • @Aradhya171
    @Aradhya17129 күн бұрын

    Mooooooojjjjjjjjjjjjjha 🎉🎉🎉

  • @BabulAli-tk1ly
    @BabulAli-tk1ly21 күн бұрын

    কঠাই ভালকৈ কব নোৱাৰে কি জে আজৱ পাৰঠি এ হৰি

  • @abdulgofur6598
    @abdulgofur659829 күн бұрын

    Second Sukur ali

  • @RatulVlogs-co7zi
    @RatulVlogs-co7zi28 күн бұрын

    Hoha ktha nhoi aibur manuhe kam krim

  • @HobiborRahman-gl1cv
    @HobiborRahman-gl1cv20 күн бұрын

    Good. Is. Hood

  • @manujkumarborgohain9841
    @manujkumarborgohain984110 күн бұрын

    ধন্যবাদ সাংবাদিক মহাশয়। এনেকৈয়ে আৰু নহয়নে..?

  • @tejaswinin7936
    @tejaswinin793622 күн бұрын

    Dom ase jdi jibilak MP MLA hoi ase bjp r teolukok qstn krok sn teoluke kora kam r uport..

Келесі