জলসম্পদৰ ভূমিত বহিল বিজেপিৰ পঞ্চতাৰকা কাৰ্যালয়

#graphiccontent
নদী গৱেষণা কেন্দ্ৰৰ ঠাইত পাতিলে বিজেপিৰ কাৰ্যালয়। অজিও ৰাজ্যত স্থাপন নহ’ল নদী গৱেষণা প্ৰতিষ্ঠান। জলসম্পদৰ ভূমিত বহিল বিজেপিৰ পঞ্চতাৰকা কাৰ্যালয়। কেনেকৈ নদী গৱেষণা কেন্দ্ৰৰ মাটি গ’ল বিজেপিৰ হাতলৈ? 'দ্য ক্ৰছকাৰেন্ট'ৰ এক্সক্লুছিভ প্ৰতিবেদন-
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 10

  • @commenti5459
    @commenti545917 күн бұрын

    বাঃ বাঃ

  • @mridulassam4425
    @mridulassam442518 күн бұрын

    Roja sur poja ki koribo

  • @GT-dm8pw
    @GT-dm8pw18 күн бұрын

    Jai hind

  • @TheJahanalom
    @TheJahanalom18 күн бұрын

    Dol bagora neta bilakok raije keo vote eburok vote dile enoka hobi

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r17 күн бұрын

    ভালেই হৈছে এই ৰ্কায্যালয়ত নদীৰ বানপানীত গৃহসাৰা পৰীয়াল সমুহক সংস্থাপন কৰা হওক যিহেতু এই ভূমি নদী গৱেষণা কেন্দ্ৰৰ বাবে আৱন্তিত ভূমি আছিল। লগতে উচ্ছতম ন্যায়ালয়ত বি জে পি য়ে এই ভূমিৰ বে দখল বন্ধ কৰিবলৈ ৰাজহুৱা ৰৃটআবেদ দাখিল কৰিব লাগে।

  • @utpalgoswami1990
    @utpalgoswami199017 күн бұрын

    মিছলিয়া, দালাল, চোৰ, দকাটৰ সংগঠন যেন নালাগেনে বি জে পিৰ দলটো ? বগৰা লিদাৰ কিছুমানক দেশ চলাবলৈ দিয়া হ'ল নেকি? ভাবক চোন ? ১৭ বছৰ বয়সতে শপত খায় বিয়া কৰাই ১৫ বছৰীয়া নাবালিকা জনিক এৰিথৈ অহা নপুংসক জনৰ পৰা ২/৩ লাখটকীয়া চোলা নাইটী পিন্ধিবলৈ আৰম্ভ কৰা জনলৈকে ভাবিবনে ?

  • @sachinmedhii4979
    @sachinmedhii497917 күн бұрын

    Himanta hatao Assam basau

  • @MainaMMMB
    @MainaMMMB18 күн бұрын

    Cbi. Ed hakarlak dile sap ulay jab

  • @lakheswarkalita6097
    @lakheswarkalita609717 күн бұрын

    Faltu karbar

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh17 күн бұрын

    BJP Sarkar go back

Келесі