জীৱ কেনেকৈ শিৱ হব ? | ঈশ্বৰৰ ৬ জন ভকত কোন আছিল ?|মাধুৰ্য্য বৰা ভাগৱত ব্যাখ্যা|Madhurjya Bora vagawat

Ойын-сауық

জীৱ কেনেকৈ শিৱ হব ? | ঈশ্বৰৰ ৬ জন ভকত কোন আছিল ?|মাধুৰ্য্য বৰা ভাগৱত ব্যাখ্যা |Madhurjya Bora vagawat
#জীৱ_কেনেকৈ_শিৱ_হব_?
#ঈশ্বৰৰ_৬_জন_ভকত_কোন_আছিল_?
#মাধুৰ্য্য_বৰা_ভাগৱত_ব্যাখ্যা
#Madhurjya_Bora_vagawat
#ভাগৱত_ব্যাখ্যা
#মাধুৰ্য্য_বৰা_ভাগৱত_ব্যাখ্যা
#Madhurjya_Borah_Bhagawat_Bakhya
#মেৰবিল_গাওঁ_ভাগৱত
#madhurjya_borah
#মেৰবিল_গাও_মাধুৰ্য্য_বৰা_ভাগৱত_পাঠ
#মেৰবিল_গাও_মাধুৰ্য্য_বৰা_ভাগৱত_ব্যাখ্যা
#Madhurjya_borah_bhagwat_bakhya
#Vagawat_bakhya_by_madhurjya_borah
#মেৰবিল_গাও_ভাগৱত_পাঠ
#Merbil_gaon_vagawat_bakhya
#মাধুর্য_বৰা_ভাগৱত_পাঠ
#মেৰবিল_গাও_ভাগৱত_পাঠ_ব্যাখ্যা
#Madhurjya_borah_bhagwat_path
#Madhurjya_bora_vagawat_bakhya
#Merbil_gaon_bhagawat_bakhya
#মেৰবিল_গাওঁ_ভাগৱত_ব্যাখ্যা
#মাধুর্য_বৰা_ভাগৱত_ব্যাখ্যা

Пікірлер: 591

  • @sebamathsscience8264
    @sebamathsscience82646 күн бұрын

    অতি সুন্দৰ ধৰ্মীয় জ্ঞান পোৱাটো অতি সৌভাগ্য। আপোনাক কৰযোৰে প্ৰণাম জনালোঁ।

  • @abanideka9836

    @abanideka9836

    Күн бұрын

    অতি সুন্দৰ তাত্বগধুৰ বাখ্যা।। জয় কৃষ্ণ🙏 ।। জয় গুৰু শংকৰ🙏।।

  • @binubora1268
    @binubora126824 күн бұрын

    কৃষ্ণ কৃষ্ণ বহু পূণ্যৰ বাবে হে এনে সু সন্তান পিতৃ মাতৃয়ে জন্ম দিয়ে।

  • @mamonibhuyan2669
    @mamonibhuyan266914 күн бұрын

    হৰি হৰি মানিছো। সৰস্বতী মাতৃ লগত আছে। বহু পূন্য ফলত সু সন্তান জন্ম দিছে। ধন্যবাদ। ❤️❤️❤️👌👌👌

  • @himadrisonowal4017
    @himadrisonowal401728 күн бұрын

    ইমান যে ধুনীয়া ব্যাখ্যা কৃষ্ণ প্ৰভু🙏

  • @user-lr4ti5me7e
    @user-lr4ti5me7e9 күн бұрын

    কৃষ্ণ। জয় গুৰু শংকৰ।। আপ্লুত হ'লোঁ বাপ। সেৱা ল'ব।।

  • @user-mj2mt7ph7t
    @user-mj2mt7ph7t29 күн бұрын

    কথা বোৰ অলপমান লাহে লাহে কলে আৰু সুন্দৰ লাগিব, মহাশয়। কথা বোৰ অতিকৈ সৰ হৈছে গৈই গোসাই।। বক্তব্য কথা বোৰ অতিকৈ সুন্দৰ হৈছে।। ভগৱানে কল্যাণ ও ভালো কৌশল ৰাখক।। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে ৰাম হৰে ৰাম....

  • @user-ql5mk4qb2x
    @user-ql5mk4qb2x20 күн бұрын

    আপুনি বুজাই দিৱ পৰা সুন্দৰ নিদৰ্শনৰ বাবে কৌটি বাৰ প্ৰতিনিধিত্ব কৰিবলৈ প্ৰণাম যাচিছো

  • @GunaSaikia-if6xm
    @GunaSaikia-if6xmАй бұрын

    বাপ, সুন্দৰ বক্তব্য ৰাখিছে ঈশ্বৰে কৃপা কৰক। কৃষ্ণ।

  • @pronobjyoti3390

    @pronobjyoti3390

    Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @anilsaikia8445

    @anilsaikia8445

    Ай бұрын

    সুন্দৰ বাখ্যা বাপ। কৃষ্ণ কৃষ্ণ ।

  • @padumikalitadutta9730

    @padumikalitadutta9730

    Ай бұрын

    0009pu​@@pronobjyoti3390

  • @user-lq3mp3lf8v
    @user-lq3mp3lf8v25 күн бұрын

    কৃষ্ণ কৃষ্ণ 🙏🙏 সেৱা জনালোঁ প্ৰভু বৰ ভাল পাওঁ আপোনাৰ ভাগৱত বাখ্যা শুনি।

  • @gogoiversion111
    @gogoiversion11126 күн бұрын

    Moi hindi t huni thaku bagawatr bakhya kintu Assamese t iman dhuniyakoi bujai dise ajihe hunisu😊❤.....hare Krishna 😊

  • @dilipdas8112
    @dilipdas8112Ай бұрын

    ,কৃষ্ণ কৃষ্ণ কনমানি বাপ ভাল লাগিল আপোনাৰ বাখ্যা আগুৱাই যাওক ঈশ্বৰে কৃপা কৰক ❤

  • @sailendraboruah1244

    @sailendraboruah1244

    29 күн бұрын

    প্ৰভু ঈশ্বৰৰ দান আপুনি সদায় শক্তি দিয়ক ভগৱানে আপোনাক

  • @pradipchabukdhara1809
    @pradipchabukdhara1809Ай бұрын

    কৃষ্ণ বান্ধৱ ’আপোনাৰ কথাকোৱা লয়টো অলপমান খৰহৈছে ৷ ইয়াতকৈ ধীব কৰিব পাৰিলে বেছি শুৱলা হ’ব ৷

  • @pallabikagohain5720
    @pallabikagohain5720Ай бұрын

    কৃষ্ণ বাপ জনা বহুত সুন্দৰ ব্যাখ্যা ❤ বহুত ভাল লাগিছে ❤ কৃষ্ণ কৃষ্ণ ❤

  • @dilipkakoti173

    @dilipkakoti173

    Ай бұрын

    অধ্যয়ন অন্বেশন জ্ঞানৰ মাৰ্গ সকলো জ্ঞাত হব লাগিব।হে বাপজন আপোনাৰ প্ৰতি কথাসাৰৰ অৰ্থ বুজি লৈ ভকতি সাধনাত আগ বাঢ়িব লাগিব।

  • @pallabikagohain5720

    @pallabikagohain5720

    Ай бұрын

    @@dilipkakoti173 কৃষ্ণ কৃষ্ণ

  • @mamukalita8984

    @mamukalita8984

    29 күн бұрын

    Fhdgigy xxxxxxx you can effydycdhdvtdyydrfrt dtgidtfydtgifydtfidgiçsazqtudegtsrd

  • @kamaleswornath4726
    @kamaleswornath4726Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু। শত কৌটি প্ৰণাম।

  • @purnothakuri5061
    @purnothakuri5061Ай бұрын

    কিছুমান আছে অকল উপদেশ দিয়ে আচৰণত নাই , কিন্তু তোমাক দেখি লাগে তুমি প্ৰকৃত , দেখি ভাল লাগিছে যে আজিও তেনে মা আছে যি তোমাৰ নিচিনা সন্তান জন্ম দিছে মানে প্ৰকৃত কৃষ্ণ ভক্তি কৰা মা আছে , ধন্য তোমাৰ মা দেউতা ধন্য তুমি , তুমি সচাকৈ ঈশ্বৰক বুজিছা আৰু বিছাৰিছা , তোমাৰ প্ৰকৃত ঈশ্বৰ লাভ হক , প্ৰত্যেক মানুহৰ জীৱনৰ উদ্দেশ্য হেনো ঈশ্বৰ প্ৰপ্তি , কিন্তু মানুহে পাহৰি যাই , জীৱনৰ সকলো মূহুৰ্তত তে তেওঁৰ দয়া অনুভব কৰিব লাগে আৰু তেওঁৰ লগত যুক্ত থাকিব লাগে,

  • @junumech7558
    @junumech7558Ай бұрын

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা শুনি বৰ ওপকৃত সইছে প্ৰণাম জনাইছে কৃষ্ণ কৃষ্ণ বাপ

  • @MridulChetia-vx6bl
    @MridulChetia-vx6bl28 күн бұрын

    বহুত ভাল লাগিল একেবাৰে সঁচা কথা

  • @henahajong4973
    @henahajong4973Ай бұрын

    🙏🙏কৃষ্ণ কৃষ্ণ। সুন্দৰ যুক্তি যুক্ত ব্যাখ্য। শুনি ভাল লাগিল।

  • @Tulikaartacademy912
    @Tulikaartacademy912Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনাৰ চৰণ কমলত কৌতি কৌতি প্ৰনাম জনালো কৃষ্ণ‌‌ কৃষ্ণ।বাপ জনাৰ পৃতৃ মাতৃ ধন্য । বহুত পূৰ্ণৰ‌ ফলত এনে পুএ ফল‌ পায়‌‌ । কৃষ্ণ তোমাৰে লিলা‌ প্ৰভূ ।

  • @adhanbora

    @adhanbora

    Ай бұрын

    Loo 🚽🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻🚻 9i ip8ipp

  • @skvlogs744
    @skvlogs744Күн бұрын

    ইমান সুন্দৰ ভিডিঅ' আগবঢ়ালে তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল ❤❤❤❤

  • @BishnuChangmai-yu1ff
    @BishnuChangmai-yu1ffАй бұрын

    কৃষ্ণ সুন্দৰ। বহুত ভাল লাগিল।

  • @ajaybhuyan3092
    @ajaybhuyan3092Ай бұрын

    কৃষ্ণ কৃষ্ণ❤ । বাপ আপোনাৰ চৰণৰ ধূলি শিৰ ধাৰ্য্য, সেৱাহে।

  • @MadanBorah-u7c
    @MadanBorah-u7cКүн бұрын

    কৃষ্ণ, গুৰুধৰ্মৰ বিপৰীতে ভাগৱত পাঠৰ আসনত দেখা পায় আশ্চৰ্য‌‌ হলো।

  • @sabharamborah3357
    @sabharamborah3357Ай бұрын

    কৃষ্ণ।আমাৰ আধ্যামিকতাই ধুকি পোৱা কথা খিনিৰ সৈতে মিল আছে আপোনাৰ মুখ পদ্মৰ জৰিয়ত প্ৰকাশ পোৱা কথামৃত খিনি।একৃবাৰ শুদ্ধ বাপ।

  • @DhirajBora-su1wl

    @DhirajBora-su1wl

    Ай бұрын

    Qq1

  • @tanmisaikia8965
    @tanmisaikia896526 күн бұрын

    Emn sundar ke kotha khini koutei gom pai teo kiman bhaktire bhakti marg tu nijor kori loise🙏🙏 Hare krishna hare bol🙏🙏

  • @purnothakuri5061
    @purnothakuri5061Ай бұрын

    তোমাৰ চাৰিটা বৰ্ণ বাখ্য বহুত সুন্দৰ আৰু সত্য, একজন ব্যক্তি লৈ এখন সমাজ এখন সমাজ লৈ দেশৰ কথা ভাবো কিন্তু যদি মই নিজেই থিক নহ'লে সমাজ দেখৰ কথা ভাবিব বহু দূৰ

  • @rimiborah3824
    @rimiborah382419 күн бұрын

    Eman dhunia ..krishna prvu 🙏🙏🙏

  • @nurulislam560
    @nurulislam56028 күн бұрын

    ভাল লাগিল আপোনাৰ কথাবোৰ শুনি ৷ প্ৰণাম !

  • @rebatitalukder3473
    @rebatitalukder3473Ай бұрын

    কৃষ্ণ জয় গুৰু শংকৰ সকলো যুবক যুৱতী সহযোগ কৰক

  • @harendrarajbongshi1868
    @harendrarajbongshi1868Ай бұрын

    কৃষ্ণ বাপ আপোনাৰ ভাগৱত পাঠ শুনি বহুত ভাল লাগিল । আগলৈ আৰু আশা কৰিলো ।

  • @Mridul_Hazarika.
    @Mridul_Hazarika.Ай бұрын

    অতি সুন্দৰ।বাস্তব সন্মত উপস্থাপন।

  • @nibeditadevi3431
    @nibeditadevi343113 күн бұрын

    Bohut mulyavan byakhya Bapjon 🙏🙏🙏🙏🙏🙏🙏

  • @user-hz4kc3vs5l
    @user-hz4kc3vs5l14 сағат бұрын

    অতি সুন্দৰ প্ৰদৰ্শন ভাল লাগিল

  • @animadevi7925
    @animadevi7925Ай бұрын

    বৰ সুন্দৰ ব্যাখ্যা শুনিবলৈ পায় ধন্যবাদ।

  • @khewaliborah544
    @khewaliborah544Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd11 күн бұрын

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @Runumi-cl9fw
    @Runumi-cl9fw4 күн бұрын

    আপোনাৰ কথাবোৰ শুনি বহুত বেছি ভাল লাগিল। বহুতো নজনা কথা শিকিলোঁ 🙏🙏

  • @sushilbharali6996
    @sushilbharali6996Ай бұрын

    কৃষ্ণ আপোনাক প্ৰভুৱে ভক্তি মাৰ্গত আৰু আগবঢ়াই নিয়ক৷

  • @RameshRajbangshi-gy6dd
    @RameshRajbangshi-gy6dd27 күн бұрын

    Krishna Krishna Krishna Krishna Ram sasa😊koi aponar byakha boor suni bor bhal Lage dei.aponak eshware aru kripa borisan korok . Bhale thakok sustha thakok dirghayu kamona korilo Krishna.

  • @JyotiKalita-ch5rg
    @JyotiKalita-ch5rgАй бұрын

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ। আপোনাৰ শ্ৰীচৰণত সেৱা নিবেদিলো। আপোনাৰ বাখ্যা শুনি ধন্য হলো। ভগৱন্তই কৃপা কৰক কৃষ্ণ 🙏🙏

  • @jinuphukan1162
    @jinuphukan116223 күн бұрын

    প্রভু কৃষঞ ,কম বয়সতে ইমান.ভাগৱতৰ অৰথ ভাঙনি কৰিছে আচৰিত কৃপা কৰিছে

  • @bulbuligogoi7063
    @bulbuligogoi7063Ай бұрын

    ❤️🌹Ram Krishna Hari🌹❤️🌍🙏Koti Koti Dandabat Pranam Shree Madhujya Acharya Dangoriya apunr Satsang huni thakiboi Mon goise Atma khn ye Shanti paise Ananda paise🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @swapandas796
    @swapandas796Ай бұрын

    বহুত চেষ্টা ,ত্যাগ, কৰাৰ পিচত মানুহে আধ্যাত্মিক জ্ঞান আহৰণ কৰে।বহুত আদৰণিয় পদক্ষেপ আমি আন্তৰিকতাৰে সেৱা নিবেদিছো।ঈশ্বৰে কৃপা কৰক ।

  • @junaleegogoi4851
    @junaleegogoi4851Күн бұрын

    সুন্দৰ বিশ্লেষণ 🙏🙏

  • @kabitakk5245
    @kabitakk5245Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏 বহুত সুন্দৰ বাখ্যা প্রভু🙏🙏 কথাখিনি শুনি বহুত উপকৃত হলো।

  • @pradipgogoi3182
    @pradipgogoi3182Ай бұрын

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল।🙏🙏🙏।

  • @Binita-w6b
    @Binita-w6b4 күн бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🪔🪔🪔

  • @jinudeka7969
    @jinudeka796926 күн бұрын

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত সেৱা ‌জনাইছো।

  • @ndasdas3992
    @ndasdas399222 күн бұрын

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱত বাখ্যা বহুত ভাল লাগিল ❤

  • @Auyashmita
    @AuyashmitaАй бұрын

    Sooo felling good to listen this words ❤🙏🏻🙏🏻

  • @user-wr2eh8sg4z
    @user-wr2eh8sg4zАй бұрын

    কৃষ্ণ কৃষ্ণ বৰা বাপ,কি সুন্দৰ ব্যাখ্যা। কিন্তু বাপ, মই জানিব বিচাৰিছোঁ যে আপুনি সংঘৰীয়া নে? নাই কোনোবা বেলেগ পন্থৰ? যিকিনহওক বাপ, ভাল লাগিল। ভগৱন্তই কৃপা কৰক।

  • @RangilaKalita
    @RangilaKalita21 күн бұрын

    Bahut sunder khatha koise thank you

  • @thaneswardas5636
    @thaneswardas5636Ай бұрын

    সুন্দৰ ব্যাখ্যা। বহুত ভাল লাগিল।

  • @padumkakati2938
    @padumkakati2938Ай бұрын

    ব্যাখ্যা বৰ সুন্দৰ উপস্থাপন কৰা হয় সুন্দৰ।

  • @CultureofAssamYoutube

    @CultureofAssamYoutube

    Ай бұрын

    ধন্যবাদ

  • @rumidas2878
    @rumidas28785 күн бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏💕🙏

  • @user-ke1js9uo8b
    @user-ke1js9uo8b27 күн бұрын

    বাপ জনৰ বাখ্যা বহুত বহুত ধুনীয়া লাগিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুনিম

  • @akonisaikia7665
    @akonisaikia766522 күн бұрын

    Krishna pravu

  • @RijumoniBorah-b4p
    @RijumoniBorah-b4p8 күн бұрын

    Kotha bilak huni bht vl lagil esore kipa korok apunk.❤

  • @sabitrimedhi6564
    @sabitrimedhi6564Ай бұрын

    কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏 অতি আধ্যাত্মিক তত্ত্ব প্ৰসাদত শীৰণত হৈ প্ৰণিপাতে সেৱা ধৰিছোঁ ৰাম ৰাম

  • @NarayanBora-bs8eq
    @NarayanBora-bs8eqАй бұрын

    Om namo krishanai bhagowate bàsu debai nomh.dhanybad.

  • @ajitsaloi5253
    @ajitsaloi52535 күн бұрын

    , দুৰৰ পৰাই সেৱা বহুত ভাললাগিল

  • @BandanaNeog-tx2es
    @BandanaNeog-tx2es9 күн бұрын

    Bohut bohut val lagile 🙏

  • @padumkakati2938
    @padumkakati2938Ай бұрын

    যুগ ধৰ্ম পালন কৰিবই লাগিব।

  • @nilakumarsarma1726
    @nilakumarsarma1726Ай бұрын

    বাঢ়ি আছে মনশত্ৰু অতিকে দূৰ্জয় আত্মা ঈশ্বৰক বঞ্চিলেক অতিশয়;গুৰু ৰূপ হৰিপদ সেৱাঅস্ত্ৰ ধৰি সাৱধান হুইয়া ছেদিওক মন বৈৰী; গুৰু বিনে গতি আন যতেক উপায় দূৰ্জয় মনন কভু জিনন নযায়।(সৎ গুৰু...Self styled গুৰু নহয়)। সনাতনিক দৃষ্টি ভঙ্গিৰে কৰা অপূৰ্ব ব্যাখ্যা। ধন্যবাদ।

  • @purnothakuri5061
    @purnothakuri5061Ай бұрын

    খুব সুন্দৰ আৰু সত্য কথা কোৱা বাবু তুমি ,আজি আধ্যাত্মিকতাক বাদ দি অকল তথাকথিত শিক্ষা দি সমাজ খন কি হৈছে , ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ আজি পাপে পাপ কৰি গৈছে , গতিকে আধ্যাত্মিক ভাবে উন্নতি নহলে ব্যক্তি সমাজৰ উন্নতি অসম্ভৱ ,

  • @jintidas9921
    @jintidas992129 күн бұрын

    কৃষ্ণ কৃষ্ণ প্ৰভু❤❤❤❤

  • @KrishnasInspiration17
    @KrishnasInspiration17Ай бұрын

    সুন্দৰ ব্যাখ্যা ❤❤❤❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏🙏🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🕉️🪔🪔🪔🪔🪔🪔🪔🪔🪔🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱📿📿📿📿📿📿🌺🌺🌺🌺🌺🌺🌺🌺🥰🥰🥰🥰🥰🥰🥰

  • @mridulkalita9989
    @mridulkalita998915 күн бұрын

    আপোনাৰ আৰু মোৰ মা দেউতাৰ আদৰ্শ লৈ আগ বাঢ়ি যাম 🙏🏻

  • @hydrogamerz3528
    @hydrogamerz352826 күн бұрын

    Krishna krishna probhu jon bohut val lagil

  • @nogeningti337
    @nogeningti337Ай бұрын

    কৃষ্ণৰ 🙏 বাপজন আপোনাৰ ভাগৱতৰ বাখ্যা খিনি শুনি বহুত সুন্দৰকৈ কৈ গৈছে আৰু শুনি ভাল লাগিছে, লগতে বহুতো কথা বুজি পৰা গৈছে ভগৱানে মঙ্গল কৰক তোমাক আগলৈ আগবাঢ়ি যোৱা কৃষ্ণৰ 🙏🙏🙏

  • @pallabikagohain5720

    @pallabikagohain5720

    Ай бұрын

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @kamalachetia1882
    @kamalachetia1882Ай бұрын

    কৃষ্ণ হৰি ৰাম ❤❤❤

  • @borunkoch1126
    @borunkoch112613 күн бұрын

    অলপ লাহে লাহে কলে শুৱলা হয় কথাষাৰ🙏

  • @virenvikromofficial3035
    @virenvikromofficial30356 күн бұрын

    কৃষ্ণ প্ৰভু🙏🙏🙏

  • @user-pw6jf6rg3e
    @user-pw6jf6rg3e9 күн бұрын

    কৃষ্ণ প্ৰভু 🙏🏻

  • @mncreation9230
    @mncreation923017 күн бұрын

    কৃষ্ণ হৰি ৰাম ৰাম ৰাম

  • @DeepakDas-ls3gd
    @DeepakDas-ls3gd6 күн бұрын

    জয় শ্ৰী কৃষ্ণ

  • @user-ne4bn7go5c
    @user-ne4bn7go5c22 күн бұрын

    সেনা জানালো কৃষ্ণ

  • @user-rg5ki8bx6q
    @user-rg5ki8bx6q3 күн бұрын

    🙏🙏🙏🙏

  • @user-mt4ri5qj1h
    @user-mt4ri5qj1h2 күн бұрын

    Om namah shivay❤ram krishna❤joy honuman❤❤❤

  • @novagamings9499
    @novagamings9499Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @ni2m-rr2qp
    @ni2m-rr2qp24 күн бұрын

    Joy kreshnaguru prabhu..

  • @barnalidas7784
    @barnalidas7784Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ 🙏🙏 🙏🙏 শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @jitu_is_here
    @jitu_is_hereАй бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏🙏

  • @ratulkumar4288
    @ratulkumar4288Ай бұрын

    অতি সুন্দৰ গোৱাহাতি

  • @khargeswarnath2624
    @khargeswarnath262427 күн бұрын

    অতি সুন্দৰ কথা কৈছে

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407Ай бұрын

    কৃষ্ণ বাপ 🙏🏻 অতি সুন্দৰ ব্যাখ্যা ❤সেৱাহে নিবেদন কৰিছোঁ 🙏🏻🙏🏻🙏🏻🙏🏻🌹🌹🌹🌹

  • @rantugogoi9941
    @rantugogoi9941Ай бұрын

    শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ নমঃ 🙏🙏🙏

  • @binasaikia8980
    @binasaikia8980Ай бұрын

    বৰ সুন্দৰ কথা কৈছে ❤❤❤

  • @dipaksaikia6248
    @dipaksaikia6248Ай бұрын

    কৃষ্ণ কৃষ্ণ বাজন ।কৃষ্ণ।আপোনা ব্যাখ্যা সমুহ শুনিছো ।বৰ ভাল লাগে । বাৰে বাৰে শুনো ।এই অনুস্থান সমুহৰ আপোৰ বাখ্যাৰ ৰুপ যদি লিখিত ৰুপে পাও কৃতাৰ্থ হম ।আপোনালৈ ভকতি ভৰা সেৱা নিবেদিলো ।কৃষ্ণ কৃষ্ণ ।

  • @kushalchetia2670
    @kushalchetia2670Ай бұрын

    গোবিন্দ গোবিন্দ শুনি সুখীহলো ।

  • @kanitapathak2660
    @kanitapathak2660Ай бұрын

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-yi2dy6wj6i
    @user-yi2dy6wj6i27 күн бұрын

    মাধুৰ্য বাপ ক্ষমা প্ৰাৰ্থনা কৰিব আপুনি ইমান ধুনীয়া ধুনীয়া কঠা বোৰ। কুনে সিকাইছে🙏🙏🙏🙏🙏🪔🪔🪔🪔

  • @ajitsaloi5253
    @ajitsaloi5253Ай бұрын

    কৃষ্ণ কৃষ্ণ ।।সুন্দৰ ৰসাল বক্তব্য বহুত ভাল লাগিছে

  • @pradipdutta3332
    @pradipdutta3332Ай бұрын

    কৃষ্ণ কৃষ্ণ •••••• 🙏 অতি সুন্দৰ

  • @bashantadas1542
    @bashantadas154223 күн бұрын

    Krishna krishna bara baap jai jai jai shree krishna bhagaban tomar saranat coti coti prana। Coti coti pranam

  • @ApurbaSaharia
    @ApurbaSaharia24 күн бұрын

    Hare krishna

  • @jitudas8805
    @jitudas88053 күн бұрын

    Hundor bayxa

  • @kalpananath3093
    @kalpananath3093Ай бұрын

    Sundor byakhaya krishna krishna 🙏🙏🙏🙏

  • @user-kq7kr7hp9e
    @user-kq7kr7hp9eАй бұрын

    কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏♥️♥️♥️♥️🌹🌹🌹🌹🌹

  • @ritunsaikia7171
    @ritunsaikia7171Ай бұрын

    বহুত ধুনীয়া, কৃষ্ণ 🙏🌅

Келесі