ওজাপালিত পুনৰ ভাইৰেল 'কপৌপাহি তোৰে খোপাত.....'

Biswajit Roy is a famous oja artist of assam.His perody song is becoming fairel in hole Assam.

Пікірлер: 33

  • @sashibhatta5198
    @sashibhatta51988 ай бұрын

    নতুন আৰু পুৰনিৰ অপূৰ্ব সমাহাৰ ৷ ওজা আৰু পালি সকলে ভিন্নস্বাদৰ এই গীতৰ তালে তালে প্ৰদৰ্শন কৰা নৃত্যই দৰ্শক-শ্ৰোতাক এক ৰোমাঞ্চকৰ পৰিৱেশলৈ সফলভাৱেই নিব পাৰিছে ৷ অৱশ্যে দৰং জিলাৰ ফালে ওলা-পালিৰ ছন্দোময় পৰিৱেশন পৰিৱেশন শাস্ত্ৰীয় দিশতহে সীমাবদ্ধ ৷

  • @user-ke5ls6yw4l
    @user-ke5ls6yw4l5 ай бұрын

    ভাল লাগিল

  • @They___luv__shilpi
    @They___luv__shilpi4 күн бұрын

    Very nice

  • @kushalboro9765
    @kushalboro97659 ай бұрын

    Bohut val lagil amar dada hot

  • @goutamroy328
    @goutamroy328 Жыл бұрын

    Borhiya hoise

  • @tileswaryein1295
    @tileswaryein129529 күн бұрын

    টামাম জমিছে, আৰু এনেকুৱা ভি ডি অ দিবচোন। সঁচাকৈ প্ৰকাশভংগীয়ে আকৰ্ষিত কৰিছে ।🙏🙏🙏🙏🙏।

  • @monimabharali2521
    @monimabharali25214 ай бұрын

    Xundor poribexon 🙏🙏🙏

  • @user-ns7no9dd1f
    @user-ns7no9dd1f4 ай бұрын

    Mojaaaaa

  • @user-km6fe5ex8f
    @user-km6fe5ex8f Жыл бұрын

    বিশ্ব দা 🔥

  • @ratulgoswami826
    @ratulgoswami826 Жыл бұрын

    এইবিলাককহে প্ৰশংসা কৰিব লাগে। সমাজক আনন্দৰ মাজত ডুবাই ৰাখে।

  • @ajitbora8964
    @ajitbora8964Ай бұрын

    Uja Pali bisoi bastu logot sangoti thakibo laga bosoir anupata dharma phalahai jabo laga

  • @jatinchandranath-ry1rd
    @jatinchandranath-ry1rd Жыл бұрын

    Age tu Sai geet tu nimilil kintu.

  • @sanatankalita5214
    @sanatankalita5214 Жыл бұрын

    বৰ্তমান অত্যাধুনিক প্ৰচাৰৰ ব্যৱস্থা থকাৰ কাৰণে এইবোৰ বহুল ভাৱে প্ৰচাৰ হৈছেআৰু সোঁৱে বাৱে মন্তব্য আহিৱলৈ পাৰিছে ।আমি যেতিয়া সৰু আছিলো ওজা পালিত পৌৰাণিক আখ্যনৰ বাহিৰেও এখেত সকলে ওজাপালিত পৰিৱেশন কৰাৰ নিছিনা অত্যাধুনি ওজাপালি পৰিৱেশন কৰিছিল কিন্তুতেতিয়া এনেকুৱা অভিযোগ কোনোৱে কৰা নাছিল নে অভিযোগ কৰাৰ প্লেট ফৰ্ম পোৱা নাছিল আমি অনুভৱ কৰিছো আজিকালি বিতৰ্ক বিলাক অলপ ? হোৱা নাইনে ?

  • @bharatsarma7534

    @bharatsarma7534

    Жыл бұрын

    অসমৰ সংস্কৃতি চিৰ যুগমীয়া হওক।

  • @muninborah6784
    @muninborah6784 Жыл бұрын

    ওজাপালিটো এক আধ্যাত্মিক অনুষ্ঠান বুলি শুনিছো;ধৰ্ম শাস্ত্ৰৰ আখ্যান উপাখ্যান আদি এনে শৈলীৰে পৰিবেশন কৰা দেখা পাও; কিন্তু ৰাইজে ভাল পাইছে বুলি এনেধৰনে কৰিলে ভৱিষ্যত কি হ'ব পাৰে? মনৰ কথাহে প্ৰকাশ কৰিছোঁ‌ বিতৰ্কৰ বাৱে নহয় ; কৃষ্ণ;

  • @girishchandrasharma5023
    @girishchandrasharma50232 ай бұрын

    ওজাপালি হেৰাই যাবলৈ বেছি দিন নাই

  • @tarunsaikia7835
    @tarunsaikia7835 Жыл бұрын

    দুই এটি মাজে মাজে দিলে ৰাইজে‌ আমোদ পায়

  • @tanche9085
    @tanche90854 ай бұрын

    Eito kiba ojha pali hol nki

  • @dilipsaikia4922
    @dilipsaikia4922 Жыл бұрын

    Asom khon Kun dise goi ase .

  • @bhajatidaimary7085
    @bhajatidaimary70853 ай бұрын

    Oja pali huaa nai nritohe hwishe

  • @anibro4162
    @anibro41623 ай бұрын

    Ai keijonor porkiti lora jen pao !

  • @kushaldeka6455
    @kushaldeka6455 Жыл бұрын

    Faltu kora Kiya ? Odika dekhai lav nai,

  • @user-pe7sb8kf9l
    @user-pe7sb8kf9l Жыл бұрын

    সাংবাদিক বন্ধুসকল বেচি প্ৰচাৰ নকৰিব । আধ্যাত্মিক দিশৰ লগত বা কবলগীয়া কাহিনীৰ লগত সম্পৰ্ক নাই । কি মে হৈছে ---- ভাইৰেল নহয় মাইকেল হ'ব যেন পাওঁ

  • @ProdipHandique-mg7qt

    @ProdipHandique-mg7qt

    Жыл бұрын

    এই বোৰ কি হৈছে।

  • @bewlaboro3523

    @bewlaboro3523

    Жыл бұрын

    Ujapalit aibur gan nakhuai .Etiking Kara Jen Lage

  • @drpradipbhattacharyya5805
    @drpradipbhattacharyya580515 күн бұрын

    Hopeless

  • @parthapratimchoudhury5982
    @parthapratimchoudhury5982 Жыл бұрын

    Val nalage aijanak

  • @pranayeenath
    @pranayeenath Жыл бұрын

    হে ভগৱান ,কি হব ধৰিছে এইবোৰ

  • @bhrigurayrayray6943
    @bhrigurayrayray6943 Жыл бұрын

    Faltu

  • @chandrakantasarma4232
    @chandrakantasarma4232Ай бұрын

    Faltu..very..faltu

  • @user-rd2hb3to2r
    @user-rd2hb3to2r5 ай бұрын

    Contact number tu lagisil

  • @sarbeswarbaishya8517
    @sarbeswarbaishya85175 ай бұрын

    Very nice

Келесі