শিক্ষাসেতুকলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৩১ জুলাইলৈ সময়

A committee is formed for Siksha Setu by Chief Minister of Assam #samagrashiksha #ssaassam #educationassam #education #educationdepartment #statepool #statepoolteachers #contractual_teacher #schooleducation #schoolheads #school #headteacher #headmaster #assameducation #sikshasetu #sikshasetuassam ‪@NaliniKantaDeka‬ ‪@dpinfoguide1753‬

Пікірлер: 392

  • @ns-mg6dx
    @ns-mg6dx19 күн бұрын

    শিক্ষাসেতু সম্পৰ্কে - ১)কোনো এজন শিক্ষকে পুৱা সময়ত উপস্থিত হৈ ৫টা ক্লাছ কৰি বিশেষ কাৰণত অলপ শুনকালে যাব লগিয়া হয় , তেন্তে শিক্ষাসেতুৰ মতে তেখেতে কৰ্মত গাফিলতি কৰিছে ৷ ২) কোনো এজন শিক্ষকে পুৱা সময়ত শিক্ষাসেতুত উপস্থিতি দি বিদ্যালয়ৰ পৰা ওলাই যায় আৰু ৩ বজাত আহি পুনৰ উপস্থিতি দিয়ে, তেন্তে শিক্ষাসেতুৰ ফালৰ পৰা তেখেত এজন ভাল শিক্ষক হব ৷ শিক্ষাসেতুৱে গাফিলতি কৰা শিক্ষকক বান্ধি ৰাখিব পাৰিব জানো ৷যি শিক্ষকে দায়িত্ব বুজে, শিক্ষাসেতু থাকক বা নাথাকক নিজৰ কৰ্তব্য কৰিবই ৷

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    yes, 😢

  • @shubh.forever

    @shubh.forever

    19 күн бұрын

    Exactly.. govt should understand this particular matter

  • @monalisakakoty3941

    @monalisakakoty3941

    19 күн бұрын

    Ekebare right kotha koise. I appreciate 👏👏

  • @durgaupadhyay3692

    @durgaupadhyay3692

    19 күн бұрын

    S ir interpretation is having a little difference,I think , for being a teacher

  • @himabhuyan5807

    @himabhuyan5807

    19 күн бұрын

    একমত

  • @sanjibrajbongshi407
    @sanjibrajbongshi40719 күн бұрын

    সমতাৰ কথা কৈছে যদি ,কোনোবা ১০,০০০ ৰ টিউটৰ কাৰোবাৰ ৬০/৭০ হাজাৰ কিয় ? কামখিনি কাৰো কম বেছি নহয় ! মই এজন টিউটৰ ঘৰৰ পৰা ২৫ কিলমিটাৰ দুৰত মোৰ বিদ্যালয়। মটৰ চাইকেল এখন নতুনকৈ লব পৰা নাই । আওপুৰনি বাইকখন সদায় আহোতে যাওতে ৰাষ্টাত বেয়া হয় । ১০ হাজাৰ টকা মাহতো বাইকখনৰ তেল আৰু repairing তেই শেষ হয় ।আৰু বাকী ঘৰ, পৰিবাৰ , লৰা-ছোৱালী , বুঢ়া মা-দেউতা ????? সদায় পৰিবাৰৰ গালি । টেট নাথাকিলে যদি আমাক regular নকৰে, tet নাথাকিলে যদি আমাৰ শিক্ষক হোৱাৰ যোগ্যতা নাই তেনেহলে আমাৰ কাম কিয় যোগ্য শিক্ষকৰ নিচিনা ৯ ৰ পৰা ৩ বজালৈ লৰা-ছোৱালী শিক্ষা দিয়া ? ‌আমি অযোগ্য টিউটৰবোৰে দিয়া শিক্ষাৰে আপুনি কোৱাৰ দৰে গান্ধীজীৰ সমতা ৰক্ষা হবনে মুখ্য মন্ত্ৰী ডাঙৰীয়া ??????? টিউটৰ খিনিৰ দুখ বুজিবলৈ আপোনাক ঈশ্বৰে মতি দিবনে ডাঙৰীয়া ?

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @girindrakhataniar9555
    @girindrakhataniar955518 күн бұрын

    শিক্ষা সেতুৱে নপঢ়ায় পঢ়াই শিক্ষকে ।শিক্ষা সেতুৰ পৰিবৰ্তে বিদ্যালয় সমুহত শ্ৰেণী আৰু বিষয় অনুপাতে শিক্ষক দি দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে চিন্তা কৰিলেহে জনাম শতকোটি প্ৰণাম ।🙏

  • @aminulcrcc

    @aminulcrcc

    18 күн бұрын

    hoi

  • @puspanjaligogoi9558

    @puspanjaligogoi9558

    12 күн бұрын

    Yes

  • @user-vo7ei8ki5v
    @user-vo7ei8ki5v19 күн бұрын

    ◆৯ টা বজাত উপস্থিত হৈ আকৌ ঘৰৰ পৰা উভতি আহি ৩ বজাত মানে সময়ত অহাজন ভাল শিক্ষক শিক্ষা সেতুৰ মতে । কিন্তু বিদ্যালয়ত কিবা কাৰণ ১০ মিনিট দেৰিকৈ গৈ আটাইবোৰ ক্লাছ ভালকৈ কৰাজন বেয়া শিক্ষক এই শিক্ষা সেতুৰ মতে ।।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @padmakalita1559
    @padmakalita155919 күн бұрын

    অনুপস্থিত থকা ছাত্ৰৰ মুখ আৰু ফটো ভেৰিফিকেচনৰ বাবে আহি থাকে।ছাত্ৰৰ উপস্থিতি লওতেই দুই তিনি ঘণ্টা লাগি যায়।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @durgaupadhyay3692

    @durgaupadhyay3692

    19 күн бұрын

    @@padmakalita1559 সেই বাবেই টো কমিটিৰ আবশ্যক হল‌ চাৰ

  • @subratamazumder1372
    @subratamazumder137219 күн бұрын

    শিক্ষা সেতু এপটো ঠিক আছে বাৰু কিন্তু শিক্ষকৰ সংখ্যা অপৰ্যাপ্ত, স্থানীয় শিক্ষকসকলৰ বাবে এপটো খুবেই ভাল, তেওঁলোকে সময়মতে ঘৰুৱা কামকাজত সুবিধা লাভ কৰিছে ( গৰু চোৱা - ঘৰ নিৰ্মাণত তদাৰকী কৰা- ল'ৰা - ছোৱালী অনা নিয়া কৰা) অকল দূৰৰ শিক্ষকসকলৰ বাবে এপটো কাৰ্যকৰী হৈছে

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @siddiqueali2502

    @siddiqueali2502

    19 күн бұрын

    ১০০% সঁচা কথা ছাৰ।

  • @anowarulahmed4784

    @anowarulahmed4784

    19 күн бұрын

    😂

  • @mridul.videos

    @mridul.videos

    19 күн бұрын

    যিজন শিক্ষককে বেইমানি কৰিম বুলি ভাবে দূৰত থাকিও কৰিব ওচৰত থাকিও কৰিব।

  • @uniqueBD23

    @uniqueBD23

    19 күн бұрын

    100%✓

  • @ranjansarmah4843
    @ranjansarmah484317 күн бұрын

    অতি সত্য কথা। অনুৰোধ আছে আপোনালৈ বিষয় মতে শিক্ষক দিয়ক।আৰু ৩০:১ নীতিটো পৰিহাৰ কৰক ।

  • @aminulcrcc

    @aminulcrcc

    17 күн бұрын

    😢

  • @laugh99.

    @laugh99.

    15 күн бұрын

    @@ranjansarmah4843 amar bidyaloyot 65:1 ata sectinot

  • @technoteachassam7012
    @technoteachassam701219 күн бұрын

    পলমকৈ আহি সোনকালে যোৱা সকলক শিক্ষক শিক্ষয়িত্ৰী সকলক দৰমহা কাটি দিয়ক আৰু নিদিষ্ট সময়ত অহা আৰু যোৱা সকলক পুৰস্কাৰ দিয়ক । সকলো ঠিক হৈ যাব। আৰু ভোট টো কাক দিছো এই কথাটো মূখ্য মন্ত্ৰীৰ শোভা নাপায়। এনেকৈ নকব । আপুনি ৰাইজৰ প্ৰতিনিধি। মন্ত্ৰী বিধায়ক সকল বিজয়ী হোৱাৰ পাছত ৰজা হৈ যায়। ৰাইজে ৰজা মনত ৰাখিব। সুদিন সদায় নাহে । বহুত ৰজাক ভিক্ষাৰী হোৱাৰ দৃষ্টান্ত এই পৃথিৱীত আছে ।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @gitanjalibaishya12
    @gitanjalibaishya1219 күн бұрын

    শিক্ষকে কিবা এটা কলেও অজুহাত দেখুৱা বুলি কয়। যদি সঁচাকৈ চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী ভাল প্ৰদৰ্শন বিচাৰে তেন্তে শিক্ষক প্ৰতিটো ক্লাছ ত লাগিবই। এজন বা দুজন শিক্ষকে সৰু সৰু লৰা ছোৱালী বোৰক control কৰোঁতেই বহু সময় গুচি যায়। কাৰণ সিহঁতে লৰি দৌৰি থাকি ভাল পায়। কমেও ৫ শিক্ষক লগেই। আৰু আন্ত গাঁথনিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিলে ভাল হয়। স্কুল খন সজাই পৰাই ৰাখিব আমি শিক্ষক সকলে বেয়া নাপাওঁ। লগতে বহুত কথা আছে যিয়ে শিক্ষক সকলক মানসিক ভাবে হেঁচা দিয়া দেখা যায়। বহি বহি দৰমহা লোৱা কথাই আমাৰ মনত বহুত দুখ দিয়ে। smc নামতহে সহযোগৰ ক্ষেত্ৰত শূণ্য। কিন্তু কিবা এটা হব হে লাগে খেদি আহিবলৈ কুন্থবোধ নকৰে।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    right 👍

  • @user-wu6zl4us3o

    @user-wu6zl4us3o

    19 күн бұрын

    After passed class five ,Lp school the student cannot readout books of that class,I mean the reason must be findout.

  • @uniqueBD23

    @uniqueBD23

    19 күн бұрын

    Hasa kotha.... sm condition 😢aami dujan teacher....head teacher ru assistant teacher moi Ekhn school t 7 basar kaam krelo aajiloike transfer oo napalo kesuwa kosot loi loi tathapi nijar duty t hemahi kra nai aaji loike... daily haftatot school goi thako...aamar female teacher r kisuman byaktigat hamshya thakileooo...ghrrr pra 270 Maan km Maan duroit aaso family eri...bhu khini hasti bhugib lgiya hoise ..kisu man hamashyar.. oooo hunmukhin hoiso.....mor..bchha toh mukbudhir hoi 😢😢..6 Basar hol treatment r karane dr. Re Bare bare koise..but mor school khn ji jegat aase tar usare pazare kono tenekuwa school nai na hospital 🏥 asse....moi aaji bhut manaxik saapat bhugi aaso😢...lora future ki hb buli vabi

  • @gitanjalibaishya12

    @gitanjalibaishya12

    18 күн бұрын

    কাৰণ এইটোৱে যে L.P স্কুলত পৰ্যাপ্ত পৰিমাণৰ শিক্ষকৰ অভাৱ। ৩০ টা student ৰ against ত হে এজন শিক্ষক। ৩০ জনেই টো একে class r নাথাকে। জাপ মাৰি মাৰি এইটোক এটা সেইটো class ক এটা পঢ়োৱাব লগীয়া হোৱাত student বোৰৰ লগতে শিক্ষক সকলৰো মনটো সঠিক ভাৱে পাঠদান ত লাগি থাকিব নোৱাৰে। ঘৰুৱা কাম আৰু কন কণ লৰা ছোৱালীক পঢ়ুৱাৰ মাজত বহুত পাৰ্থক্য আছে। প্ৰাইভেট স্কুলত দিলে অভিভাকৰ টকা খৰছ হয় বাবে তেওঁলোকেও নিজৰ সন্তানটিৰ পঢ়া শুনাৰ গুৰুত্ব লয়। বাৰু যি নহওঁক আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী প্ৰায়ে লিখিব আৰু পঢ়িব জানে।

  • @shaktimanfromindia
    @shaktimanfromindia19 күн бұрын

    Implement it not only for teachers.. but also for all the state govt. employee belonging to Assam state... Include it for your cabinet ministers...

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    right

  • @rabiulrahman5525
    @rabiulrahman552519 күн бұрын

    Hoy Thike ase sir,500 above students thoka school ot Tablet re attendance di jabo dibo kiman homoy lage chai jabo commity tu form korar babe Dhonnobad sir.Table aru app tu val korile Sobere karone val hobo.

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @shyamalsvlogs7836
    @shyamalsvlogs783619 күн бұрын

    কোন কমিটি কাৰো সমস্যা সমাধান নকৰে exit poll results অৰ দৰে মই চৰকাৰৰ মঙ্গল কামনা কৰো সেই বাবে কবলৈ বাধ্য হলো কোন বিশেষ কমিটি ৰাইজৰ মাজত নেথাকে চৰকাৰে ৰাইজৰ লগত থাকি ৰাইজৰ অস্থ হে পাবলৈ চেষ্টা কৰিব লাগে

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @navanitachoudhury7062
    @navanitachoudhury706219 күн бұрын

    What about the other departments. Why are only teachers are being made to give their hazira attendance? We have already seen employees not being there on time in not only education dept offices but also other depts where the employees go to office in the afternoon and go home before nightfall. Even after taking 4-5 classes everyday we have to wait one hour extra before we can go home. The main issue being there arent sufficient teachers in schools. Even after requesting for additional teachers we havent received any. Are we not human beings. Dont we get tired?

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @jayanta5182
    @jayanta51822 күн бұрын

    Sir, great 👍

  • @aminulcrcc

    @aminulcrcc

    2 күн бұрын

    Yes

  • @hiranmoipathak1703
    @hiranmoipathak170319 күн бұрын

    কেৱল আহা যোৱা টোৱে উদ্দেশ্য নহয়। সোনকালে গলেই আদৰ্শ শিক্ষক নেকি ? কিছুমান। আদৰ্শ শিক্ষক পলম হ'ব পাৰে , ‌ স্কুলত আন্তঃগাথঁনিৰ অভাৱ বোৰ সমাধান কৰি দিয়ক। বহু বছৰ ধৰি গছৰ তলত বহি পাঠ দান কৰি আছোঁ । যিবোৰ আদৰ্শ শিক্ষক আছে চেকিং কৰি পুৰস্কাৰ দিয়াৰ

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @zulfiquarali5189

    @zulfiquarali5189

    19 күн бұрын

    Teacher r ki hoise buji napau. Good job.

  • @avijitborah4
    @avijitborah419 күн бұрын

    CM is absolutely right, ata app solabo nuwarile kenekoi hobo hey, attendance or babe app ata use koratu normal, baki anyo kiba over work jodi digitally kkrise xaitu he discuss korok, attendance or babe digital app ata is very essential...

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @tejaswinin7936
    @tejaswinin793619 күн бұрын

    বাৰিষা কাল নাওখনত টুলুঙ ভুটুঙকৈ উঠি হলেও স্কুল গৈ পাও আৰু কিবাকৈ। ঘুৰি আহি ৰুম পাওতে ৪.৩০/৫ টা মান হয় বেছি নহয় বাৰু। Digital india হল কিন্তু দলংহে নহল। ঘৰৰ পৰা স্কুল বৰ বেছি দুৰ নহয় ৩০০কিঃমিঃ মাত্ৰ।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @user-ie5hh3uu6l
    @user-ie5hh3uu6l19 күн бұрын

    Yes Sir ; Every Claster. and every School would operate and visit

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    Yes

  • @madhabmedhi1322
    @madhabmedhi132219 күн бұрын

    এপটোৱে সদায় দিষ্টাৰ্ভ নিদিয়ে। মাহত ৩/৪ বার যদি সময়মতে খোল নাখায়, যদি 30 মিনিট দেৰীকৈ খোল খায়

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs460019 күн бұрын

    Very Very Good. Thank you bhagin.

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    wc mahi

  • @durgaupadhyay3692
    @durgaupadhyay369219 күн бұрын

    Good Job Sahab . Thanks for this iniciative i

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    yes

  • @TilakKtDoley-gd1dt
    @TilakKtDoley-gd1dt19 күн бұрын

    এই কাৰনেই চৰকাৰী বিদ্যালয়বোৰত অন্ততঃ শ্ৰেণী অনুপাতে শিক্ষক দিয়ক যাতে অসমৰ আটাইতকৈ দুখীয়া ছাত্ৰছাত্ৰীবোৰ ভাল শিক্ষা পায়৷৷নহ’লে যিমান মিঠা মিঠা ভাষণ দিলেও কাম নাই৷

  • @KitchenSewali

    @KitchenSewali

    19 күн бұрын

    100% Right

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @TilakKtDoley-gd1dt

    @TilakKtDoley-gd1dt

    19 күн бұрын

    @@KitchenSewali ধন্যবাদ৷

  • @laugh99.

    @laugh99.

    19 күн бұрын

    শিক্ষকসকলৰ পাঠদানতকৈ আন কাৰ্যসূচীতহে বেছি গুৰুত্ব প্ৰদান কৰা হৈছেl কিছুমান শিক্ষকে চৰকাৰে উল্লেখ কৰা সময়খিনি ঠিকেই follow কৰিছে কিন্তু বিদ্যালয়ত কৰিবলগা কামবোৰ নিষ্ঠাসহকাৰে কৰাৰ পৰা বিৰত আছে .....9 ॥ৰ পৰা 3.25 বজাৰ ভিতৰত যি তিনি চাৰিটা ক্লাছ ভাগত পৰে সেইখিনি কোনোমতে শেষ কৰি বহি কটাইছে l একাংশ বিদ্যালয়ত আকৌ কেৰাণীবোৰৰ মইমতালি...শিক্ষকে পাঠদান কৰাৰ উপৰিও সকলোবোৰ কাম কৰিবলগা হৈছে

  • @afia8425
    @afia842517 күн бұрын

    good decision Sir

  • @aminulcrcc

    @aminulcrcc

    17 күн бұрын

    yes

  • @user-iw7vi7ej7e
    @user-iw7vi7ej7e19 күн бұрын

    মহোদয় ---Outgoing টো নাইকিয়া কৰক সকলো সুখী হৈ যাব ৷ incoming টো কাৰো চাগে সমস্যা নাই ৷

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @user-vh6xk2si4b
    @user-vh6xk2si4b13 күн бұрын

    Yes sir.দুখীয়া মানুহ খিনি আগুৱাই লৈ যাওক।

  • @aminulcrcc

    @aminulcrcc

    13 күн бұрын

    yes

  • @naranarayankakati442
    @naranarayankakati44219 күн бұрын

    C m is absolutely right please in time and out time must be observed and taken rigid action sir

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    👍

  • @abdulbarek1259
    @abdulbarek125919 күн бұрын

    CM Sir, humble request to you to implement SHIKSHA SETU APP strictly.

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    👍

  • @azizasultana8007
    @azizasultana800718 күн бұрын

    Good 👍

  • @aminulcrcc

    @aminulcrcc

    18 күн бұрын

    thanks

  • @chilonganinaromaricluste-gd4im
    @chilonganinaromaricluste-gd4im19 күн бұрын

    good decision

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    yes

  • @munindrakumarsahariah7804
    @munindrakumarsahariah780419 күн бұрын

    একমত। শিক্ষা সেতু থিক আছে। 9 বজাত গৈ স্কুলত নাথাকি ঘূৰি ফুৰি আকৌ 3-25 আকৌ শিক্ষা সেতুত উপস্থিত দিয়ে। গতিকে প্ৰতি এক ঘন্টাৰ মূৰে মূৰে মাৰিব দিব লাগে।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @NurulIslam-db9dj
    @NurulIslam-db9dj13 күн бұрын

    Teachers should also be given justice. Many have not been given their deserts.

  • @aminulcrcc

    @aminulcrcc

    13 күн бұрын

    😢

  • @dipanbiswas3711
    @dipanbiswas371119 күн бұрын

    Best step I agree response is the best yr job

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @RamkrishnaDas-zm7sz
    @RamkrishnaDas-zm7sz15 күн бұрын

    Thank you sir in time and out time mus be survive It is the right to education for studen .

  • @aminulcrcc

    @aminulcrcc

    15 күн бұрын

    😢

  • @pranjalsaikia-bj4kg
    @pranjalsaikia-bj4kg17 күн бұрын

    মহাশয়, শিক্ষা সেতুৰ লগতে সময় মতে মূল্যায়ন বহী, কিতাপ ইত্যাদি প্ৰয়োজনীয় বিষয়বোৰতো গুৰুত্ব দিয়ক। কেৱল শিক্ষাসেতু ভাল কৰিলেই শিক্ষা উন্নত নহয়। নিজৰ বিফলতাবোৰত চকু দিব।

  • @aminulcrcc

    @aminulcrcc

    17 күн бұрын

    😢

  • @balendas4511
    @balendas45118 күн бұрын

    বৰ ভাল কথা।চাৰ ❤

  • @aminulcrcc

    @aminulcrcc

    8 күн бұрын

    hou

  • @PrashanaDas-eh5se
    @PrashanaDas-eh5se19 күн бұрын

    মাননীয়, মুখ্য মন্ত্ৰী মহোদয়, Lahkimpur জিলাৰ PubTelahi G. P. লৈ সন্মানীয় Committee খনক আহিবলৈ অনুৰোধ জনালোঁ l

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    okay

  • @rupjyotinag
    @rupjyotinagКүн бұрын

    ❤❤❤❤

  • @aminulcrcc

    @aminulcrcc

    Күн бұрын

    thanks

  • @user-tp3zh6mv4m
    @user-tp3zh6mv4m17 күн бұрын

    Thanks

  • @aminulcrcc

    @aminulcrcc

    17 күн бұрын

    welcome

  • @user-ju5gf1go7g
    @user-ju5gf1go7g16 күн бұрын

    Very Good

  • @aminulcrcc

    @aminulcrcc

    16 күн бұрын

    thanks

  • @hayetaliahmed4649
    @hayetaliahmed464919 күн бұрын

    গাঁওৰ বিদ্যালয়ৰ পৰা গাঁওৰ শিক্ষক বিলাকক কমেও দুটা গাওঁ এৰি খিনী বিদ্যালয়ত পঠিওক।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    kio sir?

  • @mridul.videos

    @mridul.videos

    19 күн бұрын

    ওচৰত থকা শিক্ষক খিনিৰ ওপৰত ক্ষোভ নে শিক্ষাসেতুৰ ওপৰত ক্ষোভ??

  • @santwanasinha5570

    @santwanasinha5570

    19 күн бұрын

    Most cases distance teacher only come and after attendance they leave school showing their various problem but for local teacher they have come early and open the school in time and after dismiss hour also they have to present school,that time distance teachers are only teacher but local are like choukider,but after sikha setu they are all equal now, that's why they have problem on local teachers

  • @dhanmanibarman9008
    @dhanmanibarman900819 күн бұрын

    শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰক ছাৰ। #cmassam

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    hoi

  • @hiranmoipathak1703
    @hiranmoipathak170319 күн бұрын

    ,, ধনী শ্ৰেণীৰ লোকসকলৰ ল'ৰা _ ছোৱালী প্ৰত্যেক প্ৰাইভেট স্কুলত যায় যদিও কিন্তু যিবোৰ ল'ৰা _ ছোৱালী জন্ম গত আৰু বংশগত প্ৰবএলএম আছে। সেই বোৰ প্ৰাইভেট স্কুলৰ বোজা টানিব নোৱাৰিলে চৰকাৰী স্কুলত ভৰ্তি হয়। যিমানে ধনী নহক। কাৰণ

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @dipamanidas7318
    @dipamanidas731819 күн бұрын

    Good decision sir

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    yes

  • @ratuldas8175
    @ratuldas817519 күн бұрын

    Good Step

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    yes

  • @peoplelike8077
    @peoplelike807715 күн бұрын

    Good step

  • @aminulcrcc

    @aminulcrcc

    15 күн бұрын

    yes

  • @SimantaBorah839
    @SimantaBorah83919 күн бұрын

    Sikha setur babe Mobil tipi thakute pohuar time gusi jau attendance lua tablet tu beya ekebare.charge diute 1 din lage nd camerat pic nulai studentr.100 studentr pic marute 1 hour lage.sarkare ki bujibi j kiman luksan hoise time khini.pohab loga time khini attendance marutei jai.so sarkari scholt student komi goise

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @pitudas8456
    @pitudas845619 күн бұрын

    Good step sir

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    yes

  • @top-on-dus10
    @top-on-dus1019 күн бұрын

    ইমান বছৰে শিক্ষকৰ ওপৰত কৰি অহা অত্যাচাৰ আৰু ময়মতালিৰ ফল সময়ত নিশ্চয় পাব।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @nilamoniupadhyay1885

    @nilamoniupadhyay1885

    19 күн бұрын

    Besi din nai aru🙏

  • @mominabegum7691
    @mominabegum769117 күн бұрын

    Siksha setut bahut xomoshya ase sir..ami tar vuktovugi

  • @aminulcrcc

    @aminulcrcc

    17 күн бұрын

    😢

  • @ss-uo4gg
    @ss-uo4gg19 күн бұрын

    Right

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @kahinooralamkhan1496
    @kahinooralamkhan149619 күн бұрын

    তাৰ মানে দূৰত বাসগৃহ থকা শিক্ষক সকলে বিদ্যালয়ত পলমকৈ অহা আৰু সোনকালেই যোৱাৰ অনুমতি বিচাৰে।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @arifasultanaprodhani8314
    @arifasultanaprodhani831417 күн бұрын

    Nice step by CM

  • @aminulcrcc

    @aminulcrcc

    17 күн бұрын

    yes

  • @achhaduddin969
    @achhaduddin96919 күн бұрын

    Right CM Sir

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    Yes 👍

  • @barbaligirlshighschool1942
    @barbaligirlshighschool194219 күн бұрын

    Very good 👍👍👍

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    Yes 👍

  • @subratanath6628
    @subratanath66287 күн бұрын

    Right sir

  • @aminulcrcc

    @aminulcrcc

    7 күн бұрын

    yes

  • @PinkumoniBorgohain
    @PinkumoniBorgohain19 күн бұрын

    অসমতা আছেই মহাশয়৷বৰ্তমান সময়ত মোৰ ভনী এজনীয়ে ইংৰাজীত ৮০% লৈ বি.এ. পাছ কৰাৰ পাছতো এম. এ. কৰিব পৰা নাই কেৱল টকা পইচাৰ বাবে৷ইমান ফিজ দি পঢ়িবলৈ সকলোৰে সামৰ্থ নাথাকে৷মহাশয় শিক্ষা সেতু চলি থাকক৷কিন্তু পাৰিলে দুখীয়া ল’ৰাছোৱালীবোৰে উচ্চশিক্ষা ল’ব পৰাৰ কিবা এটা সুব্যৱস্থা হ’লেহে অসমবাসী উপকৃত হ’ব৷

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @blackholeassam7536
    @blackholeassam753619 күн бұрын

    শিক্ষা সেতুক আদৰণি জনাইছোঁ

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    Yes

  • @AHTech0786
    @AHTech078617 күн бұрын

    Sometimes not opening, sometimes total data removed, not showing anything, sometimes face not deducted, etc.

  • @aminulcrcc

    @aminulcrcc

    17 күн бұрын

    😢

  • @UpenMeena
    @UpenMeena19 күн бұрын

    কেৱল দুখীয়া দৰিদ্ৰহে চৰকাৰী স্কুলত পঢ়ে নেকি? সম্পুৰ্ণ তথ্য মোৰ হাতত নাই যদিও শুনামতে আমাৰ নিকটৱৰ্তী ভূটানত চৰকাৰী বিদ্যালয়ত পঢ়াৰ সুযোগ নাপালেহে ব্যক্তিগত স্কুলত পঢ়ে৷ আমাৰ দেশত কিয় উল্টা?

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @dipankarpathak1622
    @dipankarpathak162219 күн бұрын

    চৰ অঞ্চলৰ শিক্ষকৰ বাবে যাতায়াত ৰ ব্যবস্থা সূচল কৰক আগতে। Speed boat ⛵ ৰ ব্যবস্থা কৰি দিয়ক আগতে।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @dipankarpathak1622

    @dipankarpathak1622

    19 күн бұрын

    We need speed boat... চৰকাৰী speed boat ⛵ৰ ব্যবস্থা কৰক যাতে আমি সময়ত গৈ পাও। নৌকা যাত্ৰা বিনামূলীয়া কৰক। তাৰ পিছত শিক্ষা সেতু জাপি দিয়ক।

  • @user-yx5tc4kl4p
    @user-yx5tc4kl4p16 күн бұрын

    মাননীয় মূখ্য মন্ত্ৰী ডাঙৰীয়া আন দুজনে যদি আপোনালোকৰ শিক্ষা বিভাগে প্ৰ্দান কৰা টেবলেট খন বেয়া হলেও আপত্তি দাবী নকৰে নাই মই কৰিম। কাৰন মোৰ স্কুলৰ টেবলেট খন বেয়া হৈছে। এপ্ৰিল 2024 মাহৰ পৰা টেবলেটত এটেন্ডেন্টচ দিব পৰা নাই। কৰন টেবলে্টৰ বিসংগতি হৈছে। যাৰ বাবে নিজৰ মোবাইলয়েদি প্ৰেজেন্ট পঠাই আছো।

  • @aminulcrcc

    @aminulcrcc

    16 күн бұрын

    😢

  • @purabidas2186
    @purabidas218618 күн бұрын

    Students attendance loutei..two periods over hoi jai .. practical field t kam korok nije tetia gom pabo

  • @aminulcrcc

    @aminulcrcc

    18 күн бұрын

    😢

  • @MohiburRahman-xg5jl
    @MohiburRahman-xg5jl19 күн бұрын

    এপ চলিলে ভালেই হয় |মাজে মাজে কিয় বা একেবাৰে নচলে | কিন্তু কামখিনি কৰা যায় | অলপ পলম হয় | হাজিৰা দি কিছু শিক্ষক গুচি যায় আকৌ ৩টা বজাত আছে এই ফাকিদিয়া খিনিক কি কৰা যাব তাৰ এটা ব্যৱস্থা কৰিব পাৰিলে ভাল হয় |

  • @KitchenSewali

    @KitchenSewali

    19 күн бұрын

    Thik koise, anekuwa hoi ase.

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @rahuldeka2801

    @rahuldeka2801

    19 күн бұрын

    Suggestion tu di diyok uporot

  • @afia8425
    @afia842517 күн бұрын

    great CM 👍

  • @aminulcrcc

    @aminulcrcc

    17 күн бұрын

    yes

  • @s.s.nababuddinahmed9979
    @s.s.nababuddinahmed997919 күн бұрын

    Hon. Sir, from my experience it is the Tablet pc that causes the problem.We strongly believe in dedicated service to the students of the state. But as a govt employee we should not be seen differntly from other govt employees in crtain area like CL. Commuted LEAVE ETC. Also there should be consideration of weather, Trsnprt difficulty like pumpture etc. As a citizen we also expect similar dedicated service from other Govt Departmnt also. And request to increase grace time upto 30 minutes.With regards

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @afiya4840
    @afiya484019 күн бұрын

    🎉

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    thanks

  • @jewelfvtmazumder9215
    @jewelfvtmazumder921511 күн бұрын

    Bhal katha koise sir. Aami attendance di aasu. Aaponi aamar gradepay 8700 kio kati lole hei bishoy tu okoman chabo

  • @aminulcrcc

    @aminulcrcc

    11 күн бұрын

    hoi

  • @educationonline2619
    @educationonline261919 күн бұрын

    Please transfer the teachers to nearby their home.

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @abdulhakim8279
    @abdulhakim827919 күн бұрын

    অহা যোৱাত কোনো কথা নাই । কিন্তু টেবটো সঠিক কাৰ্য্যক্ষম হ'ব লাগে।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    hoi

  • @fakharuddinbarbhuiya
    @fakharuddinbarbhuiya19 күн бұрын

    Sokal 8.40 school ot present hoye 11.56minut ot attandance house.

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @PrashanaDas-eh5se
    @PrashanaDas-eh5se19 күн бұрын

    যদি বিদ্যালয়লৈ আহি থাকোতে যান - বাহনৰ বিজুতি ঘটি পলম হয় বা হাৱা নাইকিয়া হয়, তেতিয়া প্ৰমাণ হিচাপে কি দিব লাগিব l

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @mukulray7813
    @mukulray781319 күн бұрын

    Leave system correction necessary

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    yes

  • @mithingaborovlogs6810
    @mithingaborovlogs68106 күн бұрын

    Teacher or problem Buji pua cm anekoaa nohoi..khali teacher bilakok punesment di assee..Kobo ata koribo ata...

  • @aminulcrcc

    @aminulcrcc

    6 күн бұрын

    😢

  • @dhormanandasarma7187
    @dhormanandasarma718719 күн бұрын

    এখন প্ৰাথমিক স্কুলত 6 জন শিক্ষকৰ ব্যৱস্হা কৰাতো অতি প্ৰয়োজন বুলি মই ভাৱো প্ৰথমে তাৰ পিছত বেলেগ যি কাম আছে কৰিব লাগে

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    hoi

  • @nilamoniupadhyay1885
    @nilamoniupadhyay188519 күн бұрын

    Dukhiya ghoror lora suwaliye Val khikhya kot paise mohudoi jodihe gutei school ot 1/2 Jon he khikhok thake.. Class wise/subject wise khikhok nijukti diyar bebasta korok.

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @shyamalsvlogs7836
    @shyamalsvlogs783619 күн бұрын

    Politics is a games other i like a football ❤ then ready to play 5:45

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    nubujilu

  • @sarbeswarrabha6517
    @sarbeswarrabha651719 күн бұрын

    Classwise teacher diok Sir. Ratio hisape nhy.

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    yes

  • @KitchenSewali

    @KitchenSewali

    19 күн бұрын

    Heitu nidibo.

  • @user-vo7ei8ki5v
    @user-vo7ei8ki5v19 күн бұрын

    এটা ক্লাছত ১০৮ জন ছাত্ৰৰ ফটো ল‌ওতে প্ৰথম দুটা ক্লাছ ফটো লবলৈ যাওতে এইখন সেতুৱে বিদ্যালয়খনক ফটো লোৱা কেন্দ্ৰ হিচাপে গঢ় লৈছে ।। ছাত্ৰৰ এই ক্ষতিপূৰণ কোনে দিব ? জগৰীয়া কোন ?

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @priyasarkar6928
    @priyasarkar692810 күн бұрын

    শিক্ষা সেতুত উপস্থিতি দিবলৈ যিমান অসুবিধা হয়, সেইবোৰ আকৌ যদি আমি CRCC ক জনাও, আমাক কয় যে এইবোৰ কথা cluster গ্রুপত নজনাব। যদি তেনে হয়, তেন্তে আমি জনাম কাক?আকৌ সময়ৰ আগতেই বিদ্যালয়ত আহি উপস্থিতি দিলেও sync নহয়। ইফালে আকৌ বিদ্যালয়লৈ গৈ দেখা পাঁও যে উপস্থিতি দিয়া হৈ আছে (with the proper date and time)যিটো নেকি বিদ্যালয় খোলাৰ আগৰ সময় দেখায় । গোটেই দিনটো যদি আমি এই সেতুত লাগি থাকো, ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ সেতু আগুৱাই নিম কেনেকৈ/কেতিয়া ? এইবোৰ কৰি থাকোতেই আমাৰ শিক্ষা ব্যৱস্থা ৰসাতলে গৈছে (bitter truth) 🙏

  • @aminulcrcc

    @aminulcrcc

    10 күн бұрын

    😢

  • @hashnabegum9264
    @hashnabegum926419 күн бұрын

    Practical field t golehe gom pabo. App tu thik korok sob thik hoi jabo. Kiman din j attendance dibo noari absent hoise whole school xeitu practically palehe bujibo.

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    Yes

  • @kochanews4706
    @kochanews470618 күн бұрын

    Mama.. Upostit time ....puwa 9:30 AM aru chuti time 2:50 PM korile xokolore bhal hobo....

  • @aminulcrcc

    @aminulcrcc

    18 күн бұрын

    good suggestion

  • @mostafizurrahmanshah9265
    @mostafizurrahmanshah926519 күн бұрын

    মিডডে মিলৰ বজাৰ কৰোঁতে প্ৰতিদিনে পুৱা ১ঘন্টা সময় খৰচ হয়। ৫ কিমি দূৰত বজাৰ। অফিচৰ কাম। নিজৰ ভাগৰ ৬টা ক্লাচ। বিদ্যালয়ৰ ইটো সিটো সমস্যা। মই এটা যন্ত্ৰ মানৱত পৰিণত হৈছো।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @nilamoniupadhyay1885
    @nilamoniupadhyay188519 күн бұрын

    Akon school ot 1/2 Jon Teacher thakile Quality Education keneke hobo pare mohudoi..

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @dipanbiswas3711
    @dipanbiswas371119 күн бұрын

    Moderan teacher r responsibility

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    maane

  • @kamallaskar8873
    @kamallaskar887319 күн бұрын

    SIR AFTER DOING REGULAR DUTY AT SCHOOL ... TIMING 9AM TO 3.30 PM WITH WAGES RS 12K MONTHLY...IS IT POSSIBLE TO RUN A FAMILY?

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    just 12k !?

  • @user-vo7ei8ki5v
    @user-vo7ei8ki5v19 күн бұрын

    বিদ্যালয়ত সময় মতেই যোৱাতেই সমাজত সমতা স্থাপন হয় । কিন্তু স্থানীয় শিক্ষক সকলে এবাৰ আহি intime দিব আকৌ এবাৰ আহি outimeদিব । আচল কথা শিক্ষক সমাজত বিশ্বাসত নোলোৱাকৈ এই চৰকাৰে এই বিভাগটোক ধ্বংস কৰিব ।।

  • @kahinooralamkhan1496

    @kahinooralamkhan1496

    19 күн бұрын

    স্হানীয় শব্দ ইয়াত নাহে মহাশয়। দূৰৰ শিক্ষক সকলকো বিদ্যালয়ৰ ওচৰত স্থানীয় শিক্ষকসকলৰ লেখীয়াকৈ থকাৰ নিমিত্তে দৰমহাৰ লগত গৃহ ভাড়াৰ টকাও যোগ কৰি দি আছে চৰকাৰে।

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @SajonMiah-nd3nh

    @SajonMiah-nd3nh

    18 күн бұрын

    আপুনি ঠিকে কৈছে।

  • @gautamdas5582
    @gautamdas558215 күн бұрын

    তাতোকৈ ডাঙৰ কথা যে mutual transfer পাব লগীয়া একাংশ শিক্ষকেও আজিৰ দিনটোলৈ সেইটো পোৱা নাই। ছাৰ ক এটাই অনুৰোধ যি কেইজনে পালে তেওঁলোকে টো পালেই আৰু যি কেইজনে পোৱা যোগ্য তত স্বত্বেও পোৱা নাই তেওঁলোকৰ কথা ভাবক

  • @aminulcrcc

    @aminulcrcc

    15 күн бұрын

    😢

  • @jewelfvtmazumder9215
    @jewelfvtmazumder921511 күн бұрын

    Kisuman teacher r Ghar school r ochorot tekhete 8 am attendance dia kintu class karibo aahe 11 am 2 ta class kari gharat goi aakau 3 pm attendance dibo aahibo

  • @aminulcrcc

    @aminulcrcc

    11 күн бұрын

    😢

  • @user-of5gy3te4s
    @user-of5gy3te4s8 күн бұрын

    Rajonoitik babhe jorito kora hikhayak hokolehe aoi hikhaya hetu porteltu aku akhubidha nohoybuli koi ache . Mukhay montriye khali bhutor angkotehe dukhiyar doyar moromor kotha koy. Tekhet jodihe dukhiyar proti jodi doya ache tente kiya school bilakok privetion kori ache

  • @aminulcrcc

    @aminulcrcc

    8 күн бұрын

    😢

  • @user-cq3xd3lb5q
    @user-cq3xd3lb5q16 күн бұрын

    Diksha setu well come

  • @aminulcrcc

    @aminulcrcc

    16 күн бұрын

    yes

  • @alokbarman8982
    @alokbarman898216 күн бұрын

    Sir ami aponak bare bare anurodh Kari aso je sarkari teacher r lora sowali sarkari school t parhato compalsary korib lage.karan teoloke tu valdare school tkam Kari ase.

  • @aminulcrcc

    @aminulcrcc

    16 күн бұрын

    aru Kora

  • @balendas4511
    @balendas45118 күн бұрын

    বিজ্ঞান শিক্ষকৰ প্ৰয়োজন আছে। বৰ্তমান বিদ্যালয় খনত বিজ্ঞান শিক্ষক নাই।

  • @aminulcrcc

    @aminulcrcc

    8 күн бұрын

    😢

  • @ranibegum7306
    @ranibegum730616 күн бұрын

    ব্ৰহ্মপুত্ৰৰ পৰা বৰাকত চাকৰি কৰা শিক্ষকক বদলিকৰণ কেতিয়া কৰিব, চাকৰিৰ বাবে পৰিয়াল এৰিবলগীয়া হৈছে।

  • @aminulcrcc

    @aminulcrcc

    16 күн бұрын

    😢

  • @nakulkalita8777
    @nakulkalita877715 күн бұрын

    Wi-Fi connect korb nuwarile app2we khul nakhai,kolei hbo nki?

  • @aminulcrcc

    @aminulcrcc

    15 күн бұрын

    😢

  • @MdAbdullah-ki9sm
    @MdAbdullah-ki9sm19 күн бұрын

    Sir kindly ভারী বৃষ্টি চলা কালীন সময়ে প্রত্যন্ত অঞ্চলে Visit করবেন Plase.

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @barunmakhal7073
    @barunmakhal707319 күн бұрын

    শিক্ষাদান আৰু এপৰ জৰিয়তে শিক্ষকৰ উপস্থিতি দিয়া কোনটো বেছি জৰুৰী? আনফালে ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিপৰীতে চৰকাৰী চৰকাৰী শিক্ষানুষ্ঠান- প্ৰধান সমস্যা পৰ্য্যাপ্ত সংখ্যক শিক্ষক, পাঠদান কেন্দ্ৰিক পৰিস্থিতি, অনানুসংগিক কাৰ্যসূচীত শিক্ষকক জঢ়িত কৰা, বিভিন্ন সময় অনলাইন data এন্ত্ৰি, বিভাগীয় নথিপত্ৰৰ যোগানৰ কাম যি কেৱল মাত্ৰ চৰকাৰী বিদ্যাল়সমূহৰ শিক্ষক সকলে কৰিব লগা হয়। এই কামৰ বাবে ব্যক্তিগত বিদ্যাল়সমূহত হয় principal নিজেই আৰু নহলে এজন কেৰাণীৰ উপস্থিতি পৰিলক্ষিত হয়। এই সমস্যাবোৰ সমাধান হলেই আমাৰ অসমত বহু engineer, doctor আনকি সুদক্ষ ৰাজনীতিবিদৰ অভাৱ নহব বুলি মই আশা কৰোঁ।😂😂

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @taherali5989
    @taherali598919 күн бұрын

    Leave ৰ ক্ষেত্ৰত O D বুলি এটা leave আছে যিটো আগ দিনা লব লাগে, নহলে date hide হৈ যায়। কিন্তু চৰকাৰে কিছুমান msg পঠায় যাৰ দ্বাৰা আমি পিছ দিনা office লৈ যাব লগা হয়। এই ক্ষেত্ৰত আমি কেনেকৈ OD Leave টো লম?

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    yes ...it's a problem

  • @AmitRoy-rd5ll
    @AmitRoy-rd5ll19 күн бұрын

    Location loi problem ase cm sir .mor schoolot protidine location problem hoy .

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @bimbwray3586
    @bimbwray358619 күн бұрын

    Sir, Axomor ji sonor pora LP School haisil. Tetiar poraye 10 bojar pora class hai 4 bojat laike class hoy. Honorable Education Meniter arw Honorable C,M sir u ku LP Mastere 10 bojat pora 4 boja laike hikai sil. Etiya academic asper calendar mote class koribo lage 9 bojar pora 2.25 boja laike he. Yiat LP Master ror ki apotti assorit nohoine

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

  • @SimantaBorah839
    @SimantaBorah83919 күн бұрын

    Tablet tu beya j so attendance loute 1 hour lage.so extra teachr ejon diyok attendance kobole.kiyonu teachr now kom schol burat

  • @aminulcrcc

    @aminulcrcc

    19 күн бұрын

    😢

Келесі