এইবাৰ আমাৰ বিহুত তামুলী দা আৰু বিভিন্ন প্ৰতিযোগিতা//Tamuli da Comedy//S ASSAM WORLD//Sameeran Vlogs

নমস্কাৰ 🙏
ভোগালী বিহুৰ পাৰ ভঙা উৎসাহ আৰু তামুলী দাৰ কৌতুক আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। সকলোৱে ভিডিও টি চাব ।
আৰু হাঁহ ধৰা খেল , বাহুবলী( পিছল খুঁটাত বগুৱা )খেল আপোনালোকৰ বাবে ইয়াৰ পিছৰ ভিডিও ত আপোনালোকৰ বাবে আগবঢ়াই দিম ।
সকলোৱে ভিডিও টি চাব আৰু Like, Comment, Share কৰাৰ লগতে চেনেলটি Subscribe কৰি দিব😍
#SASSAMWORLD#
#tamulida#
#tamulidacomedy#
ধন্যবাদ

Пікірлер: 27

  • @jyotishnagogoi9118
    @jyotishnagogoi91182 жыл бұрын

    Sai bohut val lagile

  • @ankitalahon4553
    @ankitalahon45532 жыл бұрын

    Bhouth val lagil

  • @KakoliKachari8541
    @KakoliKachari85412 жыл бұрын

    Val lagil 🥰🥰🥰

  • @mayurisaikia2690
    @mayurisaikia26902 жыл бұрын

    Bohut val lagil..aru agbahi jauk😁

  • @haripriyaentertainment2342
    @haripriyaentertainment23422 жыл бұрын

    Vl lagil..sai

  • @bikisaikia1240
    @bikisaikia12402 жыл бұрын

    Val lagil sai 💐💐

  • @raktimnath1944
    @raktimnath19442 жыл бұрын

    এই মজা। বঢ়িয়া হৈছে 👍

  • @sassamworld2999

    @sassamworld2999

    2 жыл бұрын

    ধন্যবাদ জনালোঁ

  • @monjurimasaikiya9547
    @monjurimasaikiya95472 жыл бұрын

    Val hoisy Bohut

  • @sassamworld2999

    @sassamworld2999

    2 жыл бұрын

    ধন্যবাদ

  • @karabisaikia4194
    @karabisaikia41942 жыл бұрын

    Val lagil

  • @sassamworld2999

    @sassamworld2999

    2 жыл бұрын

    Dhonyobad

  • @Asthaspage10
    @Asthaspage102 жыл бұрын

    খুউব সুন্দৰ অনুষ্ঠান এটি উপভোগ কৰিলোঁ। নিজৰ জন্মভূমি অঞ্চলৰ এনে সুন্দৰ অনুষ্ঠান দেখিলে মন প্ৰাণ ভৰি পৰে। আৰু আগুৱাই যোৱা তাকে কামনা কৰিলোঁ। সমীৰণ তোমাৰ সম্পূৰ্ণ পৰিচয়টো দিবাচোন।

  • @sassamworld2999

    @sassamworld2999

    2 жыл бұрын

    আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ । মোৰ ঘৰ খনামুখ টিপমীয়াত । আপুনি মোক Facebook ত request পঠাব । তাতে ভালকৈ পাতিম...এইটো মোৰ fb ৰ লিংক facebook.com/sameeran.saikia.5

  • @Asthaspage10

    @Asthaspage10

    2 жыл бұрын

    Thanks. Moi khanamukh napamor.

  • @debasishreeyanflute2520
    @debasishreeyanflute25202 жыл бұрын

    Hundor lagil❤️🙏

  • @mousumsaikia2167
    @mousumsaikia21672 жыл бұрын

    ভাল লাগিল চাই ।আৰু এনেকুৱা ভাল ভাল ভিডিঅ বনাই যাব বুলি আশা ৰাখিছোঁ🙏🙏

  • @p.s5881
    @p.s58812 жыл бұрын

    সুন্দৰ 👍

  • @mintugogoi6486
    @mintugogoi64862 жыл бұрын

    Val lgil sai

  • @jayshreesaikia1826
    @jayshreesaikia18262 жыл бұрын

    Mojaa❤️❤️

  • @bishtfamilyvlogs4623
    @bishtfamilyvlogs46232 жыл бұрын

    Nice bro.. 😍😍

  • @rakeshsaikia3897
    @rakeshsaikia38972 жыл бұрын

    Mojjja

  • @roktimgogoiofficeal1820
    @roktimgogoiofficeal18202 жыл бұрын

    দ্বিতীয় খণ্ডটো অতি সোনকালে আহিব বুলি আশা কৰিলো। 😊😊💪💪

  • @sassamworld2999

    @sassamworld2999

    2 жыл бұрын

    আহি আছে সোনকালে

  • @pronobkumarborah4455
    @pronobkumarborah44552 жыл бұрын

    কাতি বিহু মাঘ বিহু আৰু বহাগ বিহু ভোগালি বিহু কেতিয়া ওলাল।

  • @sassamworld2999

    @sassamworld2999

    2 жыл бұрын

    হয় নেকি, মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়।আপুনি হয়তো নাজানে। সামাজিক মাধ্যম ত কমেণ্ট কৰাৰ আগতে ভাল দৰে বিষয় টো জানি লব । আপোনাৰ জ্ঞাতাৰ্থে জনাই থওঁ বহাগ বিহুক ৰঙালী ,কাতি বিহুক কঙালি,আৰু মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে ধন্যবাদ

Келесі