এই ফুল কৰবাত দেখিলে একেবাৰে এৰি নাহিব | অদ্ভুত শক্তি আছে এই ফুলৰ || জানিলে আচৰিত হ'ব || Motivation |
Ойын-сауық
এই ফুল কৰবাত দেখিলে একেবাৰে এৰি নাহিব | অদ্ভুত শক্তি আছে এই ফুলৰ || জানিলে আচৰিত হ'ব || Motivation |
#assamese #motivational #ayurveda
About This Video :-
নয়নতৰা ফুলৰ চমৎকাৰী ঔষধি গুণ আছে। এই ফুল যদি কৰ'বাত দেখি আহিছে তেন্তে ভুলটো এৰি নাহিব। কেৱল ঔষধি গুণেই নহয়, আপোনাক ধনৱান বনোৱাৰ অদ্ভুত শক্তি আছে এই ফুলৰ হাতত। এই নয়নতৰা ফুলে আপোনাৰ জীৱন কেনেকৈ সলাব সেই সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে এই ভিডিঅটো
Disclaimer
এই ভিডিঅত উল্লেখ কৰা তথ্যসমূহ বিভিন্ন উৎসৰ পৰা লোৱা হৈছে। ইয়াৰ প্ৰয়োগৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লব।
Your Queries :-
নয়নতৰা পাতৰ উপকাৰিতা
নয়নতৰা ফুলৰ উপকাৰিতা
নয়নতৰা উপকাৰিতা
নয়নতৰা ফুল
nayan tora assamese
assamese home remedy
sadabahar kis kaam aata hai
sadabahar patta khane se kya hota hai
ঘৰুৱা উপায়
নয়নতৰা কোন দিশত লগাব লাগে
বনৌষধি উদ্ভিদ
অসমীয়া ঘৰুৱা দৰৱ
অসমীয়া বনৌষধি
assamese knowledge video
akhomiya video assamese
অসমীয়া ঘৰুৱা দিহা
#motivationalvideos #motivationalspeech #motivationalspeech #motivationalspeaker #bestmotivationalvideo #motivationalquotes #ayurved #ayurvedic #assamesemotivatinalvideo
Пікірлер: 339
ভাল লাগিল নয়নতৰা ফুলৰ ইমান খিনি উপকাৰীতাৰ বিষয়ে জানি৷🙏
ভাল লাগিল নয়ন তৰা ফুলৰ ইমান গুণ থকা বুলি জানি ।
আপোনাৰ এই ভিদঅ' দ্বাৰা বহু জনেই উপকৃত হওঁক। সু- প্ৰভাত।
ইমান সুন্দৰ কথা জনালে বহুতভাল লাগিল
Val lagil ai video tu Sai Bahu Katha hikilu thank you 🙏
Bohut val lagil apunar video tu Sai
বহুত বহুত ভাল কথা কলে আপোনী দাদা মোয় জনায় নাচিলো এতিয়া ভালকৈ জানিলো ধন্যবাদ দাদা তুমাক❤❤❤❤❤❤
ভাল লাগিল
Bhal lagil katha kita moi prothome jona nasilu
ভাল লাগিল নয়নতৰা ফুলৰ উপকাৰিতা সম্বন্ধে জানি ❤❤❤
নয়নতৰাৰ বিষয়ে জানিব পাৰি ভাল লাগিল
Bohut val lagil apunar katha🙏🙏
Good nice, 🙏🙏🙏
খোৱাৰ নিয়ম বুজাই দিলে ভাল পাম ধন্যবাদ ছাৰ
সুন্দৰ উপস্থাপন নয়ন তৰা ফুলৰ এই মহা পুনৰ।,❤
Dhanyabaad dada. Bohut bhal lagil
নয়নতৰাৰ গুণৰ কথা জানিব পাৰি ভাল লাগিল। ধন্যবাদ 🙏
❤ সুন্দৰ ❤
Val lagil
Jai maa Laxmi 🙏
Bhal lagil dhonyobad.
Bhal lagil kotha khini xuni
Bhut vl lgil nojona kotha khini jani🙏🙏
Vedip tu bor bhal lagil .Bohut nojona kotha janilu . AApunaloi dhanyabad .🎉🎉🎉Aamar gharot boga aru gulopia Nayantora aase .
Sini pao ase amar ghorot
ফল মোৰ বৰ প্রিয় ঘৰ খন চাৰিওফালে ফুল নয়ন তৰাও আছে কেইবাটামান গুণৰ কথা জানো বাকীকেইটাৰ কথা জানি বহুত ভাল লাগিল অশেষ ধন্যবাদ জনালোঁ আপোনাক শুভ বিয়লি 🙏
ঔষধি গুণৰ বৰ্ণনা কৰিছা, ভালেই হৈছে ৷ কিন্তু দুখ- দৰিদ্ৰতা দূৰ কৰা, ভগৱানক সন্তোষ্ট কৰা আদি কাল্পনিক কথাবোৰ লগাইদি Videoটোৰ মানদণ্ডই হ্ৰাসকৰি পেলালা ৷
Val lagil nayantora fulor bikhoya.janiboloi.pai.
ভাল লাগিল নয়নতৰা ফুলৰ বিষয়ে ইমান খিনি জানি😌
Thank u dada.thank u univers.❤❤❤❤❤❤❤
Bah sir aapunaloi mur oshekh dhanyawad thakile. Iman eta sundor video amak dile. Nayan tora patro ful goss amat ghorot bohut ase kintu jote tote ase. Boga nai gulopiya rongor he ase. Nayan tora gulor upokarita hani xosai bohut cal lagil. Dhnyawad
Bahut. Bahut. Dhanyyaabad
Good morning sir
Thank u so much sir,....
❤❤❤❤❤Nayantara.phular.used.jani.bhal.palo.thanks
Video to Val lagi che thanks
ভাল লাগিল গুনাগুনৰ কথাবোৰ জানি
Val lagil kotha khini jani
Val lagil dada nayantorar gun hamuh jani dhainabad jonalu apunak🙏
Val lagil jani
bhut val lagil vedio2 sa
Oo amar ghorot bohut ase bohut upokarita ase ai gulor ❤️
Aamar ghort ase.
নয়নতৰা ঠিকে আছে , ইয়াৰ ঔষধি গুণো ঠিকে , কিন্তু বৰ্ণনা খিনিহে অতিৰঞ্জিত , এই ফুল বিধ বহুতৰেই ঘৰত পোৱা যায় , তেনে কোনো আপুৰুগীয়াওঁ নহ'য়। আজি যি সকলৰ ঘৰত এই উদ্ভিদ বিদ আছে তেখেত সকলৰ ঘৰত আজি দুখ:দুৰ্দশা আঁতৰি থকা কথাটো মানি লব পৰা নাই মহাশয়......। ইয়াতেই হৈছেগৈ অতিৰঞ্জিতৰ কথাখিনি।ধন্যবাদ।
Thankyou agi gom paisu Amr gort ase eto
Bhal lagil dhanyabad
Very nice❤❤❤❤❤
নয়ন তৰা ফলৰ গুণাগুণ সম্পর্কে জানি ভাল লাগিল
Thank you so much, thanks again
Dhanybad nojona kotha janiu
Bohut bohut dhoanaybad.
Good information ❤❤
ইমান যে মহান গুণৰাশি আছে ভৱাই নাছিলো,ভাল লাগিল আজি বহুত কথাই শিকিলোঁ।❤
Val video dise sir anekuwa video aru besi dile upokita hom
@motilalmili4813
Ай бұрын
বৰ ভাল আকৌ লগ পাম
নয়নতৰা উপকাৰিতাৰ বিষয়ে জানিব পাৰি বহুত ভাল লাগিল❤❤❤🎉🎉🎉🎉
Good concern,thank
Bahutbhalpalu.dhanybud
নয়ন তৰা ফুলৰ উপকাৰ জানি ভাল লাগিল।
আছে ছাৰ আমাৰ ঘৰত ❤
Val lagil khatakhini suni
নয়ন তৰা ফুলৰ উপকাৰিতা সমুহ জানি ভাল লাগিল।
@user-zc8rl9gy3k
Ай бұрын
Nice vido
EmaN khini janar pist kosto kori kio vdo bonay time west kori asa.....
সুন্দৰ❤❤
Bor Bhal lagil
@HunusaBorah
Ай бұрын
pi
ভাল লাগিল।
Amar ghorot bohut ase kintu emanbur gun ase buli najanisilu.vl lagil aji jani.Thank you
Very nice informative vdo👍👍👍 , thnx🙏🏻🙏🏻🙏🏻
@user-zt3qz1qz9c
Ай бұрын
😅😮😮 8:53 8:53
Jai maa Laxmi 🙏❤🙏
Tq so much guru ji
Aamar gharatu ase bibhinna rangar Nayantara phool. Rog niramayar karone bhaal buli jaanu. Bohutey abasye najane. Good video.
বহুত ভাল লাগিল ❤
Amer grot duyubithei full ase kailoi pora khab lagib.
Jai maa Laxmi
Bohut val lagil
বৈজ্ঞানিক ভাৱে বিশ্লেষণ কৰাৰ বাবে বহুত ভাল লাগিল |
Apunar vdo si val lagil aru bhal bhal vdo amak preon koribo Krishna ❤
Dhunia.lagile huni
Khuni vl lagise dada
Beautiful video 🌸🌸❤️✨🌿🌿
নয়নতৰাৰ বিষয়ে জানিব পাৰি ভাল লাগিল 😍
কমকৈ কেইটামান গুণৰ বিষয়ে জানো। বহলাই জানি ভাল লাগিল ধন্যবাদ।
Jai maa laxmi🙏🙏🙏
জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম
Jai. Ma. Laxmi
Very good 👍
নয়নতৰা বিষয়ে জানিব পাৰি ভাল লাগিল 🙏
Xundor
Hundor❤❤😊😊🎉🎉
Saar nomoskar ajihe aey bur kotha gom paisu ❤❤❤i love you ♥️ saar❤
অতি সুন্দৰ🙏
বহুত ভাল লাগিল জনি
ভাল লাগিল ছাৰ
Bhutbhalagil
Thankyou ❤
Bor bhal lagil😊
Thanku forthis
Thanks
Nayan Tora ase amar kintu ear eman upokari gun ase ñajanu.dhanyabad jonalu .
I have planted this flower in my residence.
আমাৰ ঘৰত দুয়োটা ৰঙেই আছে । কথা খিনি জনোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপিলো ।