I Mejmel with Editor-in-Chief Prasanta Rajguru I Watch only at Prag News

I Mejmel with Editor-in-Chief Prasanta Rajguru I Watch only at Prag News
Watch the full clip to know more about this story.
#pragnews #mejmel #prasantarajguru #assam
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 39

  • @assa516
    @assa51628 күн бұрын

    বৰ সুন্দৰ আলোচনা কৰা হৈছে যদিও এই আলোচনা পৰ্বটো বহুত বেছি দেৰি হ’ল৷তথাপি এই বিষয়টো নিৰন্তৰ চৰ্চালৈ আহিব লাগে৷তীব্ৰ জনমতৰ প্ৰয়োজন গঢ়ি তোলাৰ সময় সমাগত৷

  • @gobindastidar2082
    @gobindastidar208225 күн бұрын

    বিশ্বৰ কোনো দেশৰ নিৰ্বাচনত ব্যৱহাৰ নোহোৱা এই বিষধৰ ৰুপী ই ভি এম বোৰ আমাৰ ভাৰত দেশত চৰকাৰে বৰ সহজ ভাবে লোৱা কথাটোৱেই অতি ভয়াবহ বুলি সৰ্ব স্তৰতে বিবেচিত হৈছে । এই ই ভি এমক অতি সোনকালে বিসৰ্জন দিয়াৰ ক্ষেত্ৰত দেশৰ জনগণ এতিয়া ৰাজপথলৈ ওলাই আহিব লাগিব । বোৰ আমাৰ ভাৰত দেশত

  • @runuborah7323
    @runuborah732327 күн бұрын

    সুন্দৰ আলোচনা। জনসাধাৰণ জাগৃত হবৰ হল। নহলে দেশ ৰসাতলে নিহে এৰিব এই চৰকাৰ খনে।

  • @minapatiri7350
    @minapatiri735028 күн бұрын

    Good news Rajguru

  • @manashjyotidas1924
    @manashjyotidas192425 күн бұрын

    পোলিং শেষ হোৱাৰ পিছত পাৰ্টীৰ এজেন্টবোৰক ভোটদান কিমান হল তাৰ সংখ্যা জনোৱা হয়। পিছত মেচিনৰ টোটেল আৰু 17C ৰ টোটেল মিলাই দেখোৱাব লাগে। তাৰ পিছত এজেন্টৰ সন্মুখত মেচিন ক্লছ কৰা হয় আৰু ছিল কৰা হয়। কন্ট্ৰল ইউনিটত ক্লছ বুটাম টিপাৰ পিছত তাত আৰু কোনো ধৰণৰ বেলট ইচ্ছুও নহয় তাৰ মানে নতুন কৈ ভোট দিবও নোৱাৰি। সেই কাৰণে ইভিএম মেনেজৰ কথাটো বিশ্বাস নহল।

  • @mineswardutta722
    @mineswardutta72227 күн бұрын

    Good discussion.

  • @matiurrahman7833
    @matiurrahman783324 күн бұрын

    Good news, aponar talk show hole mai hamay uliyai saboloi try Karo

  • @mycreativetalentartcraftma1603
    @mycreativetalentartcraftma160327 күн бұрын

    So valuable🎉 discussion

  • @MilanBasumatary-qh5uh
    @MilanBasumatary-qh5uh27 күн бұрын

    EC ৰ সম্পূৰ্ণ কৰ্মচাৰীৰ ওপৰত বৰ্খাস্তৰ নিছিনা ব্যৱস্থাৰ প্ৰয়োজন ।

  • @ChandanKalita-vx5wj
    @ChandanKalita-vx5wj28 күн бұрын

    If there is something related to EVM...our opposition should go with some techie to proof the mistakes...please take initiative Chaliha sir as no one than you from the panel belong to any political party...

  • @UmeshBarman-tr5mv
    @UmeshBarman-tr5mv27 күн бұрын

    P. Rajguru sir mor aponar prnal sundar alo sana salise. My bhabo j eai j satan tra sangstha borok naki lagaba kone? Aru nabha be ne? Jadi eai dharane sali thake, tene hale desh kon dishe jaba.

  • @purnaborah2910
    @purnaborah291028 күн бұрын

    Pijush hazarika koli interview ki hol

  • @user-vo8yy5hm6l
    @user-vo8yy5hm6l27 күн бұрын

    যদি election commission সবে'সবা তেনেহলে election পাতি লাভ নাই ৷সমগ্ৰ ভাৰতবষ'ৰ নাগৰিকক election commissionএ বুব'ক বনাই দিলে ৷জনসাধাৰন জাগিব লাগে৷ একেদিনাই সমগ্ৰভাৰতবষ'ত নিবাচন হব লাগে আৰু পিছদিনা গননা হব লাগে

  • @303zahir
    @303zahir27 күн бұрын

    How 33% vote increased after few days of voting without any documentary evidence from chief election commission.?

  • @BirinchiPathak
    @BirinchiPathak27 күн бұрын

    কংগ্ৰেছৰ দিনত এই আলোচনা কিয় নহল? কংগ্ৰেছৰ দিনত evm ব্যবহাৰ হোৱা নাছিল নেকি?

  • @SadullhaAhmed
    @SadullhaAhmed28 күн бұрын

    Good news

  • @user-vo8yy5hm6l
    @user-vo8yy5hm6l27 күн бұрын

    Re election হব লাগে যদি হাতত ভোট দিলে পদুমলৈ যায় আচল সত্যটো নোলাব

  • @nawanitapator3572
    @nawanitapator357228 күн бұрын

    Punjab dellhi Kolkata Evm keaita bar vl xihote AAp tmc k vote d diye

  • @ChandanKalita-vx5wj

    @ChandanKalita-vx5wj

    28 күн бұрын

    Even Telengana and Karnataka

  • @manjubarman1855
    @manjubarman185527 күн бұрын

    ষ্টুডিঅত বহি আলোচনা কৰি থাকিলে নহ'ব।জনমত গঠন কৰি হাতে কামে লাগিব লাগে।সমস্যা সমাধান কৰিব লাগে।

  • @duluduttadulu2138
    @duluduttadulu213827 күн бұрын

    এই আলোচনা শুনি বুজিব পৰা গল জনসাধাৰনে যদি নিৰ্বাচনীবষযাৰ ওপৰত শাৰিৰীক ভাবে চিন্তা কৰিব লাগিব

  • @hndekari8011
    @hndekari801127 күн бұрын

    আজিৰ মেজ মেল ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ । আমি তেনেই সামান্য বুদ্ধিৰ সাধাৰণ নাগৰিক । অথচ, ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰক আঘাত সানিব পৰা ইভিএম্ মেচিনৰ অপ-প্ৰয়োগক কোনোপধ্যে মানি ল'ব নোৱাৰোঁ যাৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ হ'ব লাগে ।।

  • @pulakkhanikar7948
    @pulakkhanikar794827 күн бұрын

    Yar Assamese words parfect nohoi

  • @dwipenbaruah1865
    @dwipenbaruah186528 күн бұрын

    আলোচনা বোৰ আলোচনা হৈয়েই থাকে।সহজ ভাযাত কবলৈ গলে মেকুৰীৰ ডিঙিত তিলিঙা পন্ধাব কোনে ।

  • @user-oh4kc4uj3r
    @user-oh4kc4uj3r28 күн бұрын

    আমিৰ মনুহে আগতেই ভোট দিয়তে কৈছে যে হাতত ভোট দিলে ফুলে কিয় পাই লগতে মই নিজেও গম পাইছোঁ এনেকুৱা হ'লে ভোট কয় খেলাব লাগে

  • @relaxatnature7562
    @relaxatnature756228 күн бұрын

    মোৰ বহুত দুখ লাগিছে এইবাৰো বিজেপিয়ে গৰিষ্ঠ সংখ্যক আসনেৰে চৰকাৰ গঠন কৰব।

  • @purnaborah2910
    @purnaborah291028 күн бұрын

    Kali ki hol

  • @ashinigogoi1006
    @ashinigogoi100626 күн бұрын

    🎉। ।ড ।। 😅😅😅😅😅😅

  • @purnaborah2910
    @purnaborah291028 күн бұрын

    Faltu

  • @purnaborah2910
    @purnaborah291028 күн бұрын

    Rajguru fsltu

  • @nawanitapator3572
    @nawanitapator357228 күн бұрын

    কংগ্রেছ হাৰিলে ইভিএম ৰ দোষ আহিৱ. যদিহে জিকে তেতিয়া হলে ইভিএম ঠিক আছে বুলি কব

  • @harkantaray3123
    @harkantaray312327 күн бұрын

    কাম নাই ।

  • @samudranathdeka4879
    @samudranathdeka487926 күн бұрын

    একপক্ষীয় আলোচনা ! কংগ্ৰেছ হাৰিলে EVM ৰ দোষ হব ! দুই চাৰিটাত যে কংগ্ৰেছ জিকিব তেতিয়া কি বুলি কব ।

  • @madanbordoloi717
    @madanbordoloi71726 күн бұрын

    কংগ্ৰেছী কেইটাৰ আলোচনা😅😅

  • @kushalrou9680
    @kushalrou968027 күн бұрын

    Mudi hotau India basau

  • @amarrabha7783
    @amarrabha778328 күн бұрын

    Toka ki kotha koy hey

Келесі