How To Update Students Parents Mobile number in Shiksha Setu Portal?

Пікірлер: 10

  • @user-vi4hu3pt4w
    @user-vi4hu3pt4w23 сағат бұрын

    Sir etiya upuni open are screen tu belek dekhun. Latest tu dikyo su sir

  • @annanyya
    @annanyya19 күн бұрын

    Good

  • @tilonath4224
    @tilonath422420 күн бұрын

    Thank you

  • @minakshideka7819
    @minakshideka781917 күн бұрын

    আমাৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ তথ্য পৰ্টেলৰ পৰা নোহোৱা হৈ গৈছে। এতিয়া উলিয়াব পৰা নাই।কেনেকৈ ডিলিট হ'ল গম নাপাওঁ।সেইকেইদিন এপটোৱে কাম নকৰাই এটেনডেন্সত শ্ব কৰা নাই বুলি ভাবিছিলো পিছত পৰ্টেলত চাওঁতে দেখা পালো এজনৰো ডাটা নাই।কি উপায়েৰে পোৱা যাব জনাবচোন।নে আকৌ এড ষ্টুডেণ্ট কৰিব লাগিব।

  • @ramdhenuedutech

    @ramdhenuedutech

    16 күн бұрын

    Dropbox টো এবাৰ check কৰি চাওক। তাত থাকিব পাৰে।

  • @minakshideka7819

    @minakshideka7819

    10 күн бұрын

    @@ramdhenuedutech Dropbox ত চোৱা হৈছে তাত নাই freeze হ'লে কেনেকৈ উলিয়াব পাৰি জনাবচোন।

  • @minakshideka7819

    @minakshideka7819

    10 күн бұрын

    @@ramdhenuedutech Dropbox ত চোৱা হৈছে তাত নাই। freeze হৈছে যদি কেনেকৈ unfreeze কৰিব পৰা যাব জনাবচোন।

  • @minakshideka7819

    @minakshideka7819

    4 күн бұрын

    @@ramdhenuedutech Dropbox ত চোৱা হৈছে তাত নাই কাৰণে চিন্তা হৈছে।তাৰবাবে আপোনাক সুধিছো কিবা উপায় আছে যদি জনাবচোন।

  • @junjyotigogoi5074
    @junjyotigogoi507421 күн бұрын

    পৰ্টেলটোৱেই অপেন হোৱা নাই ।

  • @ramdhenuedutech

    @ramdhenuedutech

    20 күн бұрын

    এতিয়া ভাল হৈছে

Келесі