ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ

ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ। ৩০ মে'ৰ দিনা ডিব্ৰুগড়লৈ যোৱাৰ কথা আছিল জাহাংগীৰ হুছেইন। এই কথা জাহাংগীৰে নিজেই জনাইছিল সমাপৰ এজন দোকানীক। চাওক আমাৰ এক প্ৰতিবেদন।
#PratidinTime #assam #dhakuakhana

Пікірлер: 101

  • @punyadharhandique1102
    @punyadharhandique11022 күн бұрын

    জোনমনি জোনমনি হব যেন লাগিছে।

  • @utpalutpal5297
    @utpalutpal52972 күн бұрын

    😢শেষত এদিন কৱ জাহাঙ্গীৰ জীৱিত বতমান পলাতক

  • @user-yo9hn4md4j
    @user-yo9hn4md4j2 күн бұрын

    কেচটো পুলিচে জয়ন্ত গোস্বামীৰ ফৈদৰ পৰা আৰম্ভ কৰিলে সোনকালে রহস্য ভেদ হব |

  • @anuraggogoi8208
    @anuraggogoi82082 күн бұрын

    ঘটনাৰ কেইদিনমানৰ পাছতে যে CM য়ে কৈ দিলে মৃতদেহ টো জাহাংগিৰৰ, সুনিল গগৈ পলাতক। তাতে সন্দেহ কৰিবলগীয়া। মৃত্যু দেহৰ মূৰটো কাটি নাইকীয়া কৰি দিছে যাতে মৃতদেহ টো সুনিল গগৈৰ বুলি কোনেও ভাবিব নোৱাৰে, সম্পূৰ্ণ pre-planned কৰি হত্যা কৰা হৈছে। মূৰ কটা, মৃতদেহ জ্বলোৱাৰ পৰা আৰম্ভ কৰি DNA টেষ্ট কৰা লৈকে। জয়ন্ত গোস্বামীক এবাৰো তদন্তৰ আওতালৈ আনিবলৈ সাহস নহ'ল পুলিচৰ। পুলিচে সকলো জানে, মাত্ৰ সুনিল গগৈক দোষী সজাবলৈ চেষ্টা কৰি আছে। কাৰণ নিৰপেক্ষভাৱে তদন্ত কৰিবলৈ হলে কোন কোন জালত পৰিব সেইসকলে নিজে জানে।

  • @babahatimuria8291

    @babahatimuria8291

    2 күн бұрын

    Eat kiba dangor rohoishya humai aase.,,, Eaibur eku uttor nulai,, Junmoni dore hobo.....

  • @anuraggogoi8208

    @anuraggogoi8208

    2 күн бұрын

    @@babahatimuria8291 junmoni rabha r dore hoboge...lahe lahe manuhe kotha bur pahora arombho korbo..kintu Sunil gogoi morile ne jiai ase kunu dine nulaige....

  • @dhanendrachintey1048

    @dhanendrachintey1048

    2 күн бұрын

    Good news

  • @broken___mad____0123
    @broken___mad____01232 күн бұрын

    মোৰ সন্দেহ জাহাংগীৰে সুনীল গৈগক মাৰিছে কাৰণ জাহাংগীৰে ঘৰৰপৰা আই কাড লৈ গৈছে। আৰু তৃতীয় পক্ষ আছে।

  • @maxxpatir7628

    @maxxpatir7628

    Күн бұрын

    Yes

  • @bijusarmah7638
    @bijusarmah76382 күн бұрын

    দুই ভাতৃ মিলি আছে নেকি সুনীল গগৈ হত্যাত মোৰ সন্দেহ হয়, হাই প্ৰফাইল মাৰ্দাৰ যেন লাগিছে এইটো, মৃতদেহটোও পত্নী পুত্ৰই প্ৰথম অবস্হাত দাবী কৰাৰ দৰে সুনীল গগৈৰে যেন মোৰ মনেও কয়, জাহাংগীৰক পলুৱাই পথোৱা হল নেকি সন্দেহ হয়, ফৰেনচিক ৰিপৰ্টটো ৰাজহুৱা কৰিলে কিছু সন্দেহ মৰিব ৰাইজৰ,

  • @bimanborpatragohain248
    @bimanborpatragohain2482 күн бұрын

    আপোনালোকৰ শুদ্ধ বাতৰি ওলালে জনসাধাৰণক জনাব এনেকুৱা বাটোৰিয় মানুহক...

  • @dulalsarma4875
    @dulalsarma48752 күн бұрын

    অসমীয়া এষাৰ কথা আছে।গালো বালো খোলাগুটি তাল।

  • @user-rq4sf9oq8z
    @user-rq4sf9oq8z2 күн бұрын

    Gogoi k jahangire hoitya kara jen lagise.Aru cash tu Junmoni Rabha r dore hobogoi.

  • @BabaBora-rh1yj
    @BabaBora-rh1yj2 күн бұрын

    এইজনেই আৰো দুবছৰ পাছত কথাখিনি কোৱা হলে ভাল আছিল । কিবা পালে নেকি ।

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l2 күн бұрын

    আমি বিচাৰোঁ সঠিক তদন্ত।চি আই ডি য়েই হ ওক চি বি আই য়েই হোক আমি নিবিচাৰোঁ জোনমনিৰ দৰেই হোৱা তু। যিমানেই ঘটনাৰ হৈছিল সব গাইব শেষত একোয়েই নোলাই গৈ।

  • @papuborgohain8156
    @papuborgohain81562 күн бұрын

    মৃতদেহটো জাহাংগিৰৰ নহয় যেন পাও সেইটো সুনিল গগৈৰে হব।

  • @bhaskarjthakuria5538

    @bhaskarjthakuria5538

    2 күн бұрын

    সুনীল গগৈৰ পৰিয়ালক 3rd degree দিলে সকলো ওলাব !!

  • @user-fk6oz6k

    @user-fk6oz6k

    2 күн бұрын

    Jayanta rende goswami k mukhat gram loha bhoraidela sob koba

  • @Rupalijonak-n7o

    @Rupalijonak-n7o

    2 күн бұрын

    জোনমনি হত্যা ৰ দৰে। ষড়যন্ত্র ৰ বলি চৰকাৰ ৰ দালাল ও জড়িত। সেই কাৰণে পলম হৈ আছে।

  • @Rupalijonak-n7o

    @Rupalijonak-n7o

    2 күн бұрын

    প্রকৃত দোষী বচাব চেষ্টা কৰা হৈছে।

  • @Gitu502

    @Gitu502

    2 күн бұрын

    Apuni Jane nki koi ase j ​@@bhaskarjthakuria5538

  • @probingogoi9774
    @probingogoi97742 күн бұрын

    এই দোকানি জনে ঐই মন্তব্য আগবঢ়ায়ছে অতি ভাল কথা কিন্তু তেখেতে মন্তব্য আগবঢ়াবলৈ কিয় ২৬ দিন লাগিলে। ইমান দিন কিয় আৰু কভ শুই আছিল? সন্দেহ আছে।

  • @minatisAtoz
    @minatisAtoz2 күн бұрын

    জাহাঙ্গীৰ ৰ হতুৱাই মাৰি এতিয়া তাক পলুৱাই দি এই খন নাটক কৰিছে।

  • @chetia847

    @chetia847

    2 күн бұрын

    আপোনাৰ লগত এক মত ।

  • @manashiborah4874

    @manashiborah4874

    2 күн бұрын

    Right

  • @PryadarshaniDas-lh5zf
    @PryadarshaniDas-lh5zf2 күн бұрын

    Police a sob jane kintu problem solv kora ni aru korib khuja ni

  • @mukutnath1419
    @mukutnath14192 күн бұрын

    Presentation of Deb is excellent

  • @tonkeswargogoi5761
    @tonkeswargogoi57612 күн бұрын

    এটা এটা আৰু কথা উলিয়াই থাক।

  • @kp23456
    @kp234562 күн бұрын

    জাহাংগীৰক ক'ৰবাত লুকুৱাই ৰাখিছে কিজানি

  • @loveyoudeha9351
    @loveyoudeha93512 күн бұрын

    জুনমনিৰ হত্যাৰ তদন্তই কি ফলাফল অসমৰ ৰাইজক CID য়ে দিব পাৰিলে!! চাগে একেই হব। নাটক নাটক যেন লাগিছে।

  • @changmaidipjyoti2573
    @changmaidipjyoti25732 күн бұрын

    জোনমনি কেছটোত নালিয়া এইটো কেছত দোকানী 😅

  • @kaushiksankarbora7629
    @kaushiksankarbora76292 күн бұрын

    Very impressive reporting by Debapratim Baruah.

  • @bhabenborah6730
    @bhabenborah67302 күн бұрын

    ইমাদিনে এইজন কত আছিল

  • @প্ৰতিচ্ছবিৰঙীনগাথা
    @প্ৰতিচ্ছবিৰঙীনগাথা18 сағат бұрын

    বৰ্তমান সময়ত জনগনৰ সুৰক্ষাৰ বহুত অভাৱ হৈছে ।চৰকাৰে ইলেকচনৰ সময়ত ভোট কেনেকৈ পাই গাদিত বহিব পাৰে সেই মাধ্যমেৰে আঁচনি ৰূপায়ন কৰিলে নহব।।দেশক আগুৱাই নিয়াৰ মানসিকতাৰে কাম কৰক,ভোট এনেই পাব। অৰুণোদয়,ফ্ৰী চাউল, কৃষকক 2000 টকা।।এইবিলাক সময় বা বৰ্তমানৰ পৰিস্থিতিৰ উপযোগী নহয়,,, এনেকুৱা আঁচনি অসমত পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে।তৰুণ গগৈৰ দিনত সুতা কম্বল দিছিল,এতিয়া অৰুণোদয় দিয়া হৈছে একে।এনেকুৱা আচনিক লভণীয় আঁচনি বুলি কলেও ভুল নহয়।দেশৰ মানুহক আগুৱাই নিবলৈ চাওক।দেশ তেতিয়া হে আগুৱাই যাব।দেশৰ জনগণক সুৰক্ষা দিওক।দেশত মানুহৰ সুৰক্ষা নোহোৱা হৈছে।।

  • @theeasternworld
    @theeasternworld2 күн бұрын

    Arrest & bring Goswami under the net of investigation, otherwise public will get convinced that this case may be linked with Dispur, Minister, Mama etc

  • @debakumar5124
    @debakumar51242 күн бұрын

    I card লৈ কলৈ গ'ল জাহাঙ্গীৰ ্্্্্

  • @rijaurrahman4071
    @rijaurrahman40712 күн бұрын

    এই বিলাক নাটক কৰি আছে

  • @SyamantaSaikia
    @SyamantaSaikia2 күн бұрын

    Jahangire marise gogoik ... medical report aako hobo lage

  • @monukonkonwar447
    @monukonkonwar447Күн бұрын

    জয়ন্ত গোচামীক জেৰা নকৰে কিয় 😢

  • @minakshisaikia2672
    @minakshisaikia26722 күн бұрын

    Mritadehtu sunil Gogoire hoi jen lagise

  • @scout8417
    @scout84172 күн бұрын

    ,Riporting bur junmonir Rahachya

  • @fiznurgaming192
    @fiznurgaming1922 күн бұрын

    দোকানৰ গৰাকী জনে এই মন্তব্য নিউজ24ৰ। আগত প্ৰায় দুসপ্তাহ মানৰ আগত এই মন্তব্য দিছিল 😅 ইয়াত নতুন একো তথ্য ওলোৱা নাই😢

  • @user-hv5mn8nm5u
    @user-hv5mn8nm5u2 күн бұрын

    Natok

  • @anantabasumatry7308
    @anantabasumatry7308Күн бұрын

    মোনা ভৰ্তি কৰিলে আৰক্ষীয়ে

  • @JyotikaKuli
    @JyotikaKuli2 күн бұрын

    Jahangirok sunil Gogoiyak mariboloi dise jayanta Goswamiye.tar pasat jahangirok poisa 500000/= di beleg jegaloi potiyale.karn aji kali sob poisar Kel.

  • @axomjintugamer7568
    @axomjintugamer75682 күн бұрын

    হাতি চোৰ ধৰি ভুল কৰিলে

  • @kalpanadutta2269
    @kalpanadutta226915 сағат бұрын

    DNA riport t সন্দেহ

  • @debasishbora9673
    @debasishbora96732 күн бұрын

    Jayanta gushwamik dhor ht 😡

  • @SeemaDas-lz9jw
    @SeemaDas-lz9jw2 күн бұрын

    Voter card adhar card loi bhara desoto e gol neki?

  • @user-ol3sr5iw1c
    @user-ol3sr5iw1c2 күн бұрын

    Hottya kora Jone Sunil gogoi he hoi ,😂😂😂😂😂

  • @kkc9231
    @kkc92312 күн бұрын

    নালিয়া কত

  • @user-yo9hn4md4j

    @user-yo9hn4md4j

    2 күн бұрын

    নালিয়াৰআবির্ভাব হব আৰু |

  • @shelyh3612

    @shelyh3612

    2 күн бұрын

    Eu Naaliyak pahorai nai😂😂😂

  • @hopunmorisika8180

    @hopunmorisika8180

    2 күн бұрын

    বেচেৰা নালীয়া সিদিনা লগ পাইছিলোঁ তাক ।।

  • @gouravgogoi318
    @gouravgogoi3182 күн бұрын

    Jahangir hussain a jiai ase neki

  • @majonikachari6934
    @majonikachari69342 күн бұрын

    Amar dra hadharn manuh buroru aituye hondah hoise..krn ai ghotona agt Jahangere ghr pra documents bisarisela ru vaiyekok jot asu vale asu buli koisela.mur mote jahagir ha polatok

  • @dharmendradoley2446
    @dharmendradoley244621 сағат бұрын

    DNA report is suspectable

  • @user-me9eh7ks9j
    @user-me9eh7ks9j2 күн бұрын

    BJP চৰকাৰৰ দিনত যিমান ঘটনা ঘটিল এইবোৰ পোহৰলৈ নাহে!

  • @RosardRoird

    @RosardRoird

    2 күн бұрын

    সঁচা হ'লেও,,,,সঁচা কথাৰ বিপদ বেছি। সঁচা কথাৰ আদৰ নাই।

  • @Gitu502

    @Gitu502

    2 күн бұрын

    Holeo ami BJP k vod dim

  • @RosardRoird

    @RosardRoird

    2 күн бұрын

    @@Gitu502 ভাল কথা। আপোনাৰ ভোট আপোনাৰ ইচ্ছা।কিন্তু জোনমণি ৰাভা কাণ্ডৰ দৰে ঘটনাৰ নিৰপেক্ষ তদন্ত্ৰ আৰু ভুক্তভগীয়ে ন্যায় পোৱাটো কামনা কৰোঁ।

  • @suravi23

    @suravi23

    2 күн бұрын

    ​@@RosardRoirdCongress r dinot eat koi 10 gun besi crime hoisil aru dikhi Hari goisil ghos besi asil nokobo aru hekh nohoi kole o

  • @Jhdo123

    @Jhdo123

    2 күн бұрын

    ​@@Gitu502gubor kha toi

  • @pravadutta9333
    @pravadutta93332 күн бұрын

    ও বাতৰি হলে এনেকুৱা হব লাগে।

  • @anglingandfarmingatassam389
    @anglingandfarmingatassam3892 күн бұрын

    DNA report to rajohua koribo lage ki ase tat raijok abogoto koribo lage, mukedi kua to tat asena ni xhitu tetiyahe gom pua jabo

  • @DebajitMahanta-if3zu
    @DebajitMahanta-if3zu2 күн бұрын

    মিঞা ক

  • @poreshphukon925
    @poreshphukon9252 күн бұрын

    Dukh lagise assam police km nai sage🤣🤣🤣ki nu kom. Haru manuh haru kotha

  • @Kiran-si2bf
    @Kiran-si2bf2 күн бұрын

    অসম আৰক্ষী সম্পুণ বিফল ,

  • @mintubharali5086

    @mintubharali5086

    2 күн бұрын

    ৰাস্তাত পইছা উঠাব জানে

  • @itsme-hr7de
    @itsme-hr7de2 күн бұрын

    1 ta miya komise....val he hoise.

  • @MinakhiGogoi-oq8rv
    @MinakhiGogoi-oq8rv2 күн бұрын

    Apunaluke takar karanehe singri Thaker..

  • @santanuphukon3018
    @santanuphukon30182 күн бұрын

    bor ghoror manuh jorito hoi asa saga

  • @user-ws1yp1py7q
    @user-ws1yp1py7q2 күн бұрын

    একো নোলায়।জোনমনিৰ দৰে হব।

  • @dibyaluchanboruah3206
    @dibyaluchanboruah32062 күн бұрын

    Brihot onkor lenden kori dnar cemple odal bodal kora hoise

  • @mithilapegu1045
    @mithilapegu10452 күн бұрын

    Assamese. Hahke. Nhahke. Salan. Kthatehe. Xpart

  • @rupkhan-pl7bj
    @rupkhan-pl7bj2 күн бұрын

    Misa haki

  • @mr.random462
    @mr.random4622 күн бұрын

    Ketiya j ami hothik toytho pam najanu aru

  • @user-bn6kx9wo9z
    @user-bn6kx9wo9zКүн бұрын

    jahidure kam koriboloinotunkoi ahise bule koise kentu dukanijone koise j jahidur aru jahangir prai 1 one bosor dukanor kora bosu loi ahise

  • @JunAliKumarAshique
    @JunAliKumarAshique2 күн бұрын

    Mundo to sini napai nneki

  • @BinaBaruah-jo4lr
    @BinaBaruah-jo4lr2 күн бұрын

    Junmoni.dare.nahaytu

  • @uttamkhanikar9869
    @uttamkhanikar98692 күн бұрын

    jahangira sunilok maribo pare proved hisape tabijot lage thoka rosi dal.karon tabijor rosi dal sunilor barit tabij goi ulale goi mitodahor usorot.dna tast to vul huwa jan pau.aru vabu case tut kunuba hiprofile manuh asa😢😢😢

  • @ArunDhan-jj9gs
    @ArunDhan-jj9gs2 күн бұрын

    Duki jon hunkle ulbo kimn polai takibo

  • @pp_wonderer9269
    @pp_wonderer92692 күн бұрын

    CBI

  • @rupkhan-pl7bj
    @rupkhan-pl7bj2 күн бұрын

    Dukani jana no 30 tarikar para jahangir haraisil kako kuwana asil

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw2 күн бұрын

    CID nam xunile naliyak monot pore....... 😂😂😂 nije xahi thaku eibur bhabi

  • @HiteshPadi
    @HiteshPadi2 күн бұрын

    Posmotemot eku kheli meli नए पैंट खुली salei miya ne hindu sinibo pare

  • @bipuldoley1906
    @bipuldoley19062 күн бұрын

    Bal. Kta

  • @JunAliKumarAshique
    @JunAliKumarAshique2 күн бұрын

    Mundotu kar

  • @dipalidutta6735
    @dipalidutta67352 күн бұрын

    LIC Agent Janak Dharib Lage,

Келесі