হঠাতেই লগ পোৱা ব্যক্তি কিছুমানে বহুতো কথা শিকাই থৈ যায়।

Пікірлер: 672

  • @Tralukya99
    @Tralukya99Ай бұрын

    ঠাই খিনি কিন্তু ভাল লাগিছে... ইমান পৰিষ্কাৰ কৰি ৰাখিছে....সঁচাই বহুত ভাল লাগিল....🎉🎉❤❤... কাৰ কাৰ ভাল লাগিছে like কৰা.....🎉❤

  • @abhilashsarmah9494
    @abhilashsarmah9494Ай бұрын

    বহুতে কয় ভগৱান আছে জানো পৃথিৱীত 🥺 কিন্তু মই ভাবোঁ বিপদত সহায় কৰা সকলো মানুহ একো একোজন ভগৱান 🥺♥️

  • @amarjyotinath2878
    @amarjyotinath2878Ай бұрын

    নিস্বাৰ্থভাবে দুখীয়াক সহায় কৰা KZreadr জন । ভাল লাগে সময় দা আপোনাক❤

  • @boruah4316
    @boruah4316Ай бұрын

    মানুহ জনৰ কথাখিনি বতমান সমাজত জীয়াই থাকোঁতে টকা পইচা সম্পতি লৈ কৰা অহংকাৰ ,সাধাৰণ মানুহক মানুহ বুলি গণ্য নকৰা কিছুমানে শুনাতো বহুত প্রয়োজন❤

  • @hemantakumarborooah1104
    @hemantakumarborooah1104Ай бұрын

    ভতিজা , তেখেতৰ ঘৰখন অলপ মেৰামতি কৰি দিলে সন্তোষ পাম ৷ অৱশ্যে তোমাৰ বহল হৃদয়ত এইবোৰ সদায়ে বিৰাজমান ৷ মৰম ভৰা শুভাশীষ জনালোঁ ৷

  • @user-qq6fl8bj2c
    @user-qq6fl8bj2cАй бұрын

    সময় তোমাক ভগৱানে কুশলে ৰাখক।তোমাৰ কামক মই সদায় 🙏🙏🙏 জনাও।এই ককা আইতাৰ মুখত তুমি নিশ্চয় হাঁহি বিৰিঙাবা।

  • @janalibaishya-qs2hz
    @janalibaishya-qs2hzАй бұрын

    পৰিৱেশ টো বহুত ধুনীয়া।ককা জনক এটা ঘৰ বনাই দিয়া🙏। সকলোকে সহায় কৰা ভাল মানুহজনে হৈছে সময় দা ভগবানে আপোনাক ভালে কুশলে ৰাখক আৰু ভাল ভাল কাম বোৰ কৰিব শক্তি দিয়ক 🙏

  • @rinkupaulvlogs3978

    @rinkupaulvlogs3978

    Ай бұрын

    new😮😮😮

  • @parthasaikia2562
    @parthasaikia2562Ай бұрын

    youtube r jgot khonot ataye mohan manhu dekhilu Jake moi bohut antorere Val paw hajar hajar manuhok xohai kori aha mnhu Jon hoise hmoy da ...good bless you ❤

  • @KrishnaKantaBhuyan
    @KrishnaKantaBhuyanАй бұрын

    আপোনি জীয়াই থাকিলে আৰু বহুতো অসহায় লোকৰ মংগল হ'ব। May I God bless you ❤❤❤❤❤❤

  • @artbyvinod
    @artbyvinodАй бұрын

    সকলোৱে এওঁৰ video সমূহ চাই এওঁক views দিয়ক, যাতে সেই viewsৰ পৰা উপাৰ্জন হোৱা টকাৰে দুখীয়া মানুহ বিলাকৰ ঘৰ বনাই দিব পাৰে আৰু স্বাস্থ্যৰ ব্যৱস্থা লবলৈ সক্ষম হয়।

  • @pranjalpegu8467
    @pranjalpegu8467Ай бұрын

    মানৱৰূপী ভগৱান সমম দা❤❤আপোনাক ঈশ্বৰে মংগল কৰক।

  • @pintusaikia412
    @pintusaikia412Ай бұрын

    ভাইটী মানুহজনক ঘৰৰ ইমান কাষত ডাঙৰ গছ ৰাখিবলৈ মানা কৰি থৈ আহা। কাৰণটো হ'ল নিশা হলে গছে প্ৰচুৰ পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত কৰে। এই গেছৰ ফলত শাৰিৰীক মানসিক বিভিন্ন ধৰণৰ ৰোগ ব্যাধি হয়। ৰাতি শুই থকা অৱস্থাত মগজুৱে উচিত মাত্ৰাত অক্সিজেন নাপায়। তেজত অক্সিজেন কমি আহে। সেয়েহে তুমি যদি ঘৰ বনাই দিয়া এইবোৰ কথাও মন কৰিবা, লগতে ককাকো ভাল পৰামৰ্শ এটা দিবা । ধন্যবাদ । ❤❤❤

  • @Cayden4442.0

    @Cayden4442.0

    Ай бұрын

    Tateli Gose hai Carbon dioxide are aru baki gose burai Carbon dioxide grohon kore aru Oxygen are.

  • @jumidutta3916

    @jumidutta3916

    Ай бұрын

    Bohut vl km korise honor da apuni

  • @bishwajitkonwar1473

    @bishwajitkonwar1473

    Ай бұрын

    দাদা গছে কি গেছ এৰি দিয়ে ?

  • @gitaboro3833

    @gitaboro3833

    Ай бұрын

    drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view

  • @user-pn7lz9qf3w

    @user-pn7lz9qf3w

    Ай бұрын

    😂😂😂😂😂

  • @SanjibUrang-nu9io
    @SanjibUrang-nu9ioАй бұрын

    Bhogoban ahi gol tekhet lukor usorot ❤❤

  • @soydaslam5506

    @soydaslam5506

    Ай бұрын

    Miss conception hua kio manuh God hobo nuare

  • @jyotsnabezbaruah6455

    @jyotsnabezbaruah6455

    Ай бұрын

    Bhogoban nije nahe kintu doot pothai

  • @army-bf7ms
    @army-bf7msАй бұрын

    তোমাক ভগবাননে পথাইচে তুমি ভগবানৰ দুত তুমাৰ বহুত ভাল হব 🙏🙏🙏🙏🙏

  • @nitirajkhowa6521
    @nitirajkhowa6521Ай бұрын

    তোমাৰ কৰ্ম জীৱনৰ চানেকি হৈ ৰৱ ‌ভাইতি , আশীৰ্বাদ কৰিছো ‌।❤❤❤

  • @bindassbitupon_official
    @bindassbitupon_officialАй бұрын

    Moi vabi asilu ei ghor tut xumam buli bohut dinor pora dekhi ahisu😢❤ Thank you ❤️ brother moiu help kori dim apunar lgt 🎉

  • @user-ox3lb6xl2s

    @user-ox3lb6xl2s

    Ай бұрын

    Kun jegat ghar

  • @bindassbitupon_official

    @bindassbitupon_official

    Ай бұрын

    @@user-ox3lb6xl2s dergaon

  • @Homoy

    @Homoy

    Ай бұрын

    💚💚

  • @hirakjyotideka7610

    @hirakjyotideka7610

    Ай бұрын

    Homoy daa apunar nmbr2 dbsn

  • @mridulnath6213

    @mridulnath6213

    Ай бұрын

    God❤❤

  • @Rekhasvlog1515
    @Rekhasvlog1515Ай бұрын

    সময় ভগৱানে সদায় তোমাক ভালে ৰাখে যেন ।❤ লগতে এই ককা আৰু আইতা জনকো ভগৱানে মঙ্গল কৰে যেন ।🙏🙏🙏

  • @RinaGohain-dk6xd
    @RinaGohain-dk6xdАй бұрын

    সময় বোপাই যি কৰিছা খুউব ভাল কাম কৰিছা । ভগৱান আশীৰ্বাদ সদায় তোমাৰ লগত থাকি ব। ধন্যবাদ ❤🎉❤🎉❤

  • @RohanTirkey13
    @RohanTirkey13Ай бұрын

    আপুনি এই ককা জনৰ সহায় কৰাৰ পাছত আপুনি ২০২৪ চনৰ best of the best video হব।যিমানে বেছি পৰা যায় সুবিধা কৰি দিয়ক।

  • @axomorlora8215
    @axomorlora8215Ай бұрын

    এওঁ সকলক চলিব পৰাকৈ কিবা এটা ব্যৱস্থা কৰি দিব , বহুত সুখী হম 🙏

  • @bolarammunda1109
    @bolarammunda1109Ай бұрын

    Dadar video sai val lage

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7lАй бұрын

    সময় তোমাৰ বাবে এটা লাইক ও কমেণট। সদায় নিয়মিত দৰ্শক।

  • @nitubarua3352
    @nitubarua3352Ай бұрын

    মানুহজনৰ কথাখিনি য়ে মন চুই গল,তোমাৰ সঁহাৰিযে তেওঁলোকক সুখী কৰক আৰু তেওঁলোক কুশলে থাকক🙏

  • @Cayden4442.0
    @Cayden4442.0Ай бұрын

    Poribeh tu bahut Vhal lagise eman pori pati ke rakhi se Manuh jone Ghor tu hoi gole tu aru Vhal lagibo 🙏🙏🙏🙏🙏

  • @atimaramorpitrimatriguru8543
    @atimaramorpitrimatriguru8543Ай бұрын

    বহুত সংস্কাৰমূলক কাম। বহুত ভাল হৈছে। ঈশ্বৰে মঙ্গল কৰক ৷

  • @aruneebharali2610
    @aruneebharali2610Ай бұрын

    ঈশ্বৰে মঙ্গল কৰক ।

  • @kiran14555
    @kiran14555Ай бұрын

    ❤❤❤❤তুমি সচাই মহান ।ভগৱানে তুমাক শক্তি দিয়ক সদায়ে এনদৰে দুখীয়া মানুহৰ বাবে সহায় কৰি যাবলৈ

  • @parthamixarsassam6762
    @parthamixarsassam6762Ай бұрын

    সঁচাই বহুত ভাল লাগিল ভিডিঅ'টো চাই। তোমাৰ সহানুভূতি প্ৰসংসনীয়। ককাজনৰ বাৰীখন এখন পাৰ্কৰ দৰে লাগিল। তুমি তেওঁৰ দুখ দূৰ কৰি দিলে ককা আৰু আইতাৰ জীৱন সাৰ্থক হ'ব।

  • @larmendraray9985
    @larmendraray9985Ай бұрын

    Bohut vlll lagil dada xekhor kotha khini xuni ❤❤

  • @navakhantadoley3874
    @navakhantadoley3874Ай бұрын

    Nice video dada 👍👍

  • @Shortindiavlog
    @ShortindiavlogАй бұрын

    Bhut val lagil da Mr Jodi sakori ba kiba ata val enkam thakile apunar lgot khohay khohojogitar karone olp agboralu hui 🙏❤

  • @UmeshDoley-pt8lj
    @UmeshDoley-pt8ljАй бұрын

    Can't nobody do it but you can. You are really amazing.

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8uxАй бұрын

    Val lagil Kathabor huni God bless you ❤❤❤

  • @jaanmoinavlogs
    @jaanmoinavlogsАй бұрын

    Ji জনে নিজৰ কথা নাভাবি আনৰ কথা চিন্তা কৰে সেই জনে সময় দা তোমাক জাতে আৰু ভকবানে শক্তি দিয়ে 💚💚💚 love from sonari begenabari

  • @kanakrabha3239
    @kanakrabha3239Ай бұрын

    ভাল লাগিল আৰু notun কাম আৰম্ভ god bless you দাদা

  • @kusumdeka7527
    @kusumdeka7527Ай бұрын

    বহুতো ভাল লাগিল তোমালৈ বহুত ধন্যবাদ থাকিল।❤❤❤❤❤❤❤❤❤❤

  • @leenabordoloi8045
    @leenabordoloi8045Ай бұрын

    Bohut bhal lagil.eman kasta r majato je eman paripati aru dhuniya koi rakhise bari khon.bhal lagil.

  • @kaleswarrabha83
    @kaleswarrabha83Ай бұрын

    এনেকুৱা মানুহক চৰকাৰে দেখা নাপায় কেৱল সময় দাৰ দৰে বহল হৃদয়ৰ মানুহক দেখা পায় ককা আৰু আইতাক দীৰ্গয়ু কামনা কৰিলোঁ লগতে আপোনাক আৰু বহু মানুহক সহায় কৰিবলৈ ভগৱানে আশীৰ্বাদ দিয়ক তাকে কামনা কৰিলোঁ সময় দা আপোনাক ভগৱানে মঙ্গল কৰক ❤❤❤❤

  • @ManiPatar-bt5zi
    @ManiPatar-bt5ziАй бұрын

    Tumak bohut dhonobad dey homoy vaiti

  • @rahonmahon2310
    @rahonmahon2310Ай бұрын

    Bohut val lage video bur Sai .❤❤

  • @SabitaRay-tx6bk
    @SabitaRay-tx6bkАй бұрын

    পৰিবেশ টো বহুত ধুনীয়া❤❤❤

  • @user-by2ul7gk5s
    @user-by2ul7gk5sАй бұрын

    Kokar kotha khini xuni bht vall lagil ❤❤❤

  • @TrishnaSarmahh
    @TrishnaSarmahhАй бұрын

    ভাল ভাল কাম কৰি আৰু আগুৱাই যোৱা দাদা, ভগৱানে সদায় ভালে ৰাখক। 😍🥰😘🙏 Love from Mangaldai ❤

  • @user-km6od8dp6b
    @user-km6od8dp6bАй бұрын

    Bohut bohut dhuniya sir apunar ai kamot moi bohut bohut hukhi apuni anekoi vogobanor akhirbadod akbari juwa ami tarei kamona korisu vogobanor usorot

  • @mrinaldas2755
    @mrinaldas2755Ай бұрын

    Bohriya bhut vl lagil ❤

  • @jonjyotideka5370
    @jonjyotideka5370Ай бұрын

    ঠাই খিনি ভাল লাগিল ধুনীয়া 😊 Real hero ❤🙏👏

  • @SunendraNath-xc5hp
    @SunendraNath-xc5hpАй бұрын

    Apuni goisa jatiya Val lga muhtra dexa pam❤❤

  • @user-et8he3mw5c
    @user-et8he3mw5cАй бұрын

    বহুত ভাল লাগিল আমাৰ আশিষ সদাই আছে।

  • @pranjaljyotideka4717
    @pranjaljyotideka4717Ай бұрын

    Dhanyabad apunak🙏 Vogobane apunaru mongol korok

  • @jaynathbez1082
    @jaynathbez1082Ай бұрын

    পৰিবেশ টো সচাই ভাল লাগিল। দুয়ো জনরে দীঘায়ু কামনা কৰিলো।

  • @jantukoch7247
    @jantukoch7247Ай бұрын

    পৰিৱেশ টো বহুত ধুনীয়া লাগিছে ককা জনক থাকিবলৈ অলপ সুবিধা কৰি দিব

  • @DhanmanPatha
    @DhanmanPathaАй бұрын

    Lastor kotha khini bohut vl lagil❤

  • @PallabiBonia-dq7bi
    @PallabiBonia-dq7biАй бұрын

    পৰিৱেশ টো বৰ ধুনীয়া কৈ ৰাখিছে ককা জনে 😊 ভালে থাকক ককা আইতা ❤

  • @PrityBoro-nl4hc
    @PrityBoro-nl4hcАй бұрын

    Bhut dhuniya kotha koise. Koka jone❤❤❤❤❤❤

  • @dhunu.sowali5763
    @dhunu.sowali5763Ай бұрын

    Dhuniya lagise namaste 🙏 ♥️ ❤️ 😍 💖

  • @officialporipriyavlog
    @officialporipriyavlogАй бұрын

    Bht dhuniya ❤ kam krisa dada

  • @deba5203
    @deba5203Ай бұрын

    ইমান পৰিস্কাৰ, সুন্দৰ 🙏

  • @dulumonidutta-ls6ym
    @dulumonidutta-ls6ymАй бұрын

    Manuh jon khub val monor manuh. Bhogobaane tumak pothai dise teulukor kaxot tumi vale thaka xodai ❤

  • @tulugogoi388
    @tulugogoi388Ай бұрын

    Golaghatr pora Sai asu.. ❤❤❤❤ aguwai jua..

  • @mamugogoi7570
    @mamugogoi7570Ай бұрын

    hosakoi thaidukhar bohut dhuniya

  • @NaliniGoswami-kd5kb
    @NaliniGoswami-kd5kbАй бұрын

    Tomar Mangal hobo u are great moyo tumar hori sulu

  • @vloggerpopy7441
    @vloggerpopy7441Ай бұрын

    God bless you.. And your team...

  • @user-pw8xp7yw4t
    @user-pw8xp7yw4tАй бұрын

    Homay da karone ata like kora 👍👍👍

  • @prabhatdas6162

    @prabhatdas6162

    Ай бұрын

    Tumi Nkoleu Like Korim Bujisa

  • @CaptainJintu

    @CaptainJintu

    Ай бұрын

    😂😂😂​@@user-pw8xp7yw4t

  • @AnamikaSaikia-hl7wk
    @AnamikaSaikia-hl7wkАй бұрын

    Manuhjonor ktha bor xuni Val lagil.❤

  • @ChandanBorah-xx8fn
    @ChandanBorah-xx8fnАй бұрын

    Jai ai hunor axom❤❤❤💖💪👍🙏

  • @UNLUCKYKufaDimple
    @UNLUCKYKufaDimpleАй бұрын

    Ai2 project sai val lagil ...nijor uporot bhorokha kri khai thoka manuh...

  • @PrinceChutia-et2cp
    @PrinceChutia-et2cpАй бұрын

    Dada apunar video moi hdai sao bhut vl lage.... Apuni aru aguwai jaok... Apunak aji lg paisilu kintu vlke ktha patib nuwarilu mntu bhut beya lgise...

  • @psblogs3281
    @psblogs3281Ай бұрын

    Manuh jone bohut val kotha koise ❤❤❤

  • @jeutibezbaruah8859
    @jeutibezbaruah8859Ай бұрын

    পৰিৱেশটো অতি সুন্দৰ 💚

  • @sabinayasmin2552
    @sabinayasmin2552Ай бұрын

    বৰ ভাল লাগিল, এইদৰে আগুৱাই যোৱা।

  • @kaberyborah733
    @kaberyborah733Ай бұрын

    Homoy gogoi sir moi apunak log pabo khuju,muru enekua sm

  • @pabitramili9421
    @pabitramili9421Ай бұрын

    Anedorei voghwan hisape tioh hoi jawk apuni♥️

  • @ranjanmorang6857
    @ranjanmorang6857Ай бұрын

    Dada video sai bohut vl lage❤❤

  • @DipikaSaikia-wl2ij
    @DipikaSaikia-wl2ijАй бұрын

    Aag bhahi juwa vaiti .

  • @dipakgogoi5403
    @dipakgogoi5403Ай бұрын

    Great Somoy,, keep up your good work❤❤❤

  • @munnadas7540
    @munnadas7540Ай бұрын

    Good bless you...ghr bonai dkn akhn bonai diya..

  • @keshabsaikia9109
    @keshabsaikia9109Ай бұрын

    You are not a normal man brother you are a GOD..love you ❤️❤️❤️

  • @KohinurRabha-nachi
    @KohinurRabha-nachiАй бұрын

    Dada bohut vhal lagile video sai,,,❤❤❤

  • @borgohain980
    @borgohain980Ай бұрын

    ইমান ধুনীয়াকে ৰাখিছে ঠাইডোখৰ, যদি তেওঁ লোকৰ নতুন ঘৰখন হোৱা হ'লে,,,,,,।

  • @minakshivaishnab1313
    @minakshivaishnab1313Ай бұрын

    ❤ good work dada 👏

  • @hellonaba
    @hellonabaАй бұрын

    অমায়িক কথনশৈলীয়ে মানুহজনৰ বিনম্ৰতাক সুন্দৰভাৱে ফুটাই তুলিছে । ঈশ্বৰে তেখেতসকলক কুশলে ৰাখক ।

  • @OmLakhowa-zj6cz
    @OmLakhowa-zj6czАй бұрын

    Bohut vl lge dada apunar kam kita

  • @hariprasadboruah1932
    @hariprasadboruah1932Ай бұрын

    Help to make poor family.thank s my dear brother

  • @AX_RIDER_69
    @AX_RIDER_69Ай бұрын

    সেই ঠাইত গৰম থাকিবলৈ ভাল লাগিব ‌ ইমান পৰিস্কাৰ লগতে তোমাক ভগৱানে সহায় কৰক

  • @kiran14555
    @kiran14555Ай бұрын

    পৰিবেশ টো ধুনীয়া লাগিছে

  • @runubaruah60
    @runubaruah60Ай бұрын

    ইমান চাফ চিকুন কৈ ৰাখিছে তেখেতে 🙏 গছ গছনিৰ প্ৰতি ইমান মৰম। দেহি ঐ অলপ কষ্টৰ উপসম কৰা প্ৰভু 🙏

  • @binubori
    @binuboriАй бұрын

    অতি সুন্দৰ ❤❤❤

  • @LakhiDevi-bh8rq
    @LakhiDevi-bh8rqАй бұрын

    Great job you are real hero

  • @lovebike4852
    @lovebike4852Ай бұрын

    Good work ❤ keep it up

  • @amalkeot5539
    @amalkeot5539Ай бұрын

    Bhut besi val kam Kori goi ase dada apuni..vogobne apunak xodai vlkoi rakhe ta ke komona korisu vogobanor usrt.. take care dada...N lots of love...❤

  • @kiransoren-fw4iw
    @kiransoren-fw4iwАй бұрын

    Etaye Val nalage kisuman manuhok video Sai Dadar chennal tu subscribe Kori nothoy

  • @rinkupaulvlogs3978

    @rinkupaulvlogs3978

    Ай бұрын

    😮😮

  • @MohendraMoran-be3yt
    @MohendraMoran-be3ytАй бұрын

    Aaguwai juwa bondhu nice job

  • @nayanmanideka2143
    @nayanmanideka2143Ай бұрын

    Dadar video sai hahut vll lage apunak koba ako vakha nii❤❤❤

  • @rajkumarnarah5744
    @rajkumarnarah5744Ай бұрын

    Nice god bless you

  • @user-oc2qj6ed1t
    @user-oc2qj6ed1tАй бұрын

    সদায় ভাল কাম কৰী যবা❤❤❤

  • @DJR___vlogs
    @DJR___vlogsАй бұрын

    dhuniya homoi da😊

  • @user-gx9kd3gy4b
    @user-gx9kd3gy4bАй бұрын

    Best of luck

  • @SantanaGogoiphukan
    @SantanaGogoiphukanАй бұрын

    Apuni hosai vogoban dai ❤

  • @Nosto08
    @Nosto08Ай бұрын

    Vl lagise dada cham sikon khini dekhi❤❤🥰🥰🥰

  • @BabitaDeka-jy2oo
    @BabitaDeka-jy2ooАй бұрын

    Aponi xosa o kaka bohut a bohut beleg.apunak xojuwa bhogoban tu baleg asile xosai a❤

Келесі