আহোম ৰজাৰ ৰাজধানী হাবুঙত এদিন...

আহোমৰ দ্বিতীয় অস্থায়ী ৰাজধানী হাবুঙত এদিন...
সোৱণশিৰী আৰু ব্ৰহ্মপুত্ৰৰ মিলনক্ষেত্ৰ এই হাবুং...
হাবুঙৰ সৃষ্টিৰ আঁৰৰ কাহিনী...
#baartalaap #chakrapaniparashar #dhakuakhana #dhemaji #habung

Пікірлер: 96

  • @brojenborgohain3192
    @brojenborgohain3192 Жыл бұрын

    হাবুং শব্দটো টাই ভাষাৰ পৰা অহা বুলিহে জানো ।

  • @7gc970
    @7gc970 Жыл бұрын

    হাবুংৰ বহুত বহুত মহৎ আছে আপুনি মনৰ কামনাৰ পুৰণ কৰিব হলে হাবুংৰ লৈ আহিব ।

  • @NortheastExplorerRH

    @NortheastExplorerRH

    11 ай бұрын

    হাবুলৈ যোৱাৰ ইচ্ছা মোৰো বহুত আছে।

  • @zumidas9302

    @zumidas9302

    4 ай бұрын

    muro jabor mon jai ...kt ghr hoi aoynar...mur je bohu dur hoi guwahati t hoi mur​@@NortheastExplorerRH

  • @ahomkingdom5934
    @ahomkingdom5934 Жыл бұрын

    Bohut bohut gentle ahom hokol... Dhonyabad chokrapani kokaideo.

  • @sushilkonwar7012
    @sushilkonwar7012 Жыл бұрын

    হাবুঙ হয় । ভাল হৈছে আমি সকলো বিলাক বিষদ ভাৱে সচা অৰ্থ ত বুজি সহমত দিব লাগিব । তুমি আগ বাঢ়ি যোৱা । আমাক নালাগে মিছা শব্দ বা বাক্য । তাৰ কাৰণে সকলোৱে কব লাগে সচা কথা । পৰিচয় দিবলৈ মোৰ ৰ কোনো ঐতিহাসিক সম্বল নাই কিন্তু যদি কোনো লোকে যানে কব লাগে । মই কাক ভাল পাওঁ সকলোৱে অনুভৱ হব । আমি নিমিতৰ মাত্ৰ । কিন্তু কোনোবা এজন অদৃশ্য শক্তি আছে সেই জন কোন বাৰু । সেই জন কিন্তু অসমতে আছে । আমি বিচাৰি উলিওৱাত কঠিন হ'ব । আমি তেওঁ ক চিনি পাবলৈ কঠিন হ'ব । জয় মানৱ দেহা জয় ।

  • @rajeevnath7218
    @rajeevnath7218 Жыл бұрын

    Old man knowledge is awesome. 👍

  • @JayPegu321
    @JayPegu321Ай бұрын

    হাবুং শব্দটো মিচিং সকলৰ আবুং শব্দৰ পৰা অহা যেন লাগিছে । মিচিং সকলে নদীক আবুং/হাবুং বুলি কোৱা হয় । হাবুং শব্দটো বেলেগ জাতিৰ লগত আছেনে নাই আমি নেজানো।।।

  • @rajengogoi3783
    @rajengogoi3783 Жыл бұрын

    হাবুং শদ্দ্বটি আহোম সকলৰ শদ্দ্ব কাৰণ ইয়াত মেডাম মেফি পূজা পাতল কৰিছিল আহোমৰ ৰজাই আছিল ৰজা সকলৰ ইতিহাস আছে গতিকে কছাৰী সকলৰ নহয়

  • @zzbpranjit7306

    @zzbpranjit7306

    Жыл бұрын

    শব্দ হব লাগিছিল।।।

  • @shaktidevibrahma476

    @shaktidevibrahma476

    Жыл бұрын

    ভালকৈ বিশ্লেষণ কৰি বুজাই কব নোৱাৰিলা। হাবুং আহোম শব্দ হবই নোৱাৰে । স্পস্ট ভাবে ই বদ' কছাৰী ভাষাহে। কিয় ? হা মানে মাটি আৰু বুং মানে পৰিপুৰ্ণ অৰ্থাৎ খালি মাটি, বহল বহল মাটিৰে ভৰপূৰ, হাবুং । আহোম সকলে কছাৰী ৰাজ্য আক্ৰমণ কৰিবলৈ আহোতে এজনীও আহোম মাইকী লগত লৈ অহা নাছিল আৰু আনৰ ৰাজ্য attack কৰিবলৈ গলে মাইকী মানুহ লগত লৈ যোৱা সম্ভৱ নহয় আৰু সেই কাৰণেই আহোম সকলে কছাৰী ছোৱালী আৰু বলপূৰ্বক হলেও কছাৰী মাইকীক বিয়া কৰাইছিল আৰু সেই কাৰণেই তেওঁলোকৰ ল'ৰাছোৱালি বড়ো-কছাৰীৰ দৰে আৰু সেইবাবেই বড়ো-কছাৰীৰ খোৱা খাদ্য আহোম সকলেও সেই same খোৱা খাদ্য খায় । গতিকে, বড়ো-কছাৰীৰ হাবুং শব্দ টু আহোমত অহাটু স্বাভাবিক।

  • @manashborgohain66

    @manashborgohain66

    Жыл бұрын

    @@shaktidevibrahma476 hompurno rupe bhul apunar kotha. Habung Ahomor second rajdhani.

  • @GT-dm8pw

    @GT-dm8pw

    9 ай бұрын

    ​@@shaktidevibrahma476teuluke bujai dise nohoi BTW Jodi kochari logot mile then we are related brothers

  • @desiboy.5550

    @desiboy.5550

    8 ай бұрын

    হাবুং বুলি আহোম ও এটা শব্দ ।। এই ঠাই শব্দটো কৰ পৰা আহিছে নাজানো ।। কিন্তু হবুং এটা আহোম শব্দ ও হয়।।

  • @jmbassamesepoemandculture6858
    @jmbassamesepoemandculture6858 Жыл бұрын

    আমাৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ হাবুংলৈ,, ভাল লাগিছে

  • @nilayboruahnilayboruah8148
    @nilayboruahnilayboruah8148 Жыл бұрын

    হাবুং শব্দ হৈছে হা মানে ওখ বুং মানে দ আৰু তাই ভাষা

  • @sivarambasumatary6777

    @sivarambasumatary6777

    10 ай бұрын

    Ha =mati, bung=bhora, Ukho ba bhorti hoa matir thai (Boro) t

  • @GT-dm8pw

    @GT-dm8pw

    9 ай бұрын

    ​@@sivarambasumatary6777we belong to same race bro

  • @bharatjyotisaikia8141
    @bharatjyotisaikia814114 күн бұрын

    Bahut bhal lagil bhai, apuni dekhualey ammi koun ,moi tow najanewai

  • @bhupenkumar8191
    @bhupenkumar81913 ай бұрын

    HABUNG The name is enough for us .We proud with the name HABUNG.The 2nd capital of great AHOM KING DOM.

  • @satyabratchiring9592
    @satyabratchiring9592 Жыл бұрын

    Love from dhemaji

  • @physicogogoida3656
    @physicogogoida3656 Жыл бұрын

    Love from dhemaji ❣️

  • @nirumoniyt1722
    @nirumoniyt17224 ай бұрын

    Very nice 🙏🙏🙏🙏🙏

  • @dharmadasofficial8780
    @dharmadasofficial8780 Жыл бұрын

    Jaai Aai Axom Jaai Zubeendaa 💕 💞

  • @mintuchiring1352
    @mintuchiring1352 Жыл бұрын

    Bohut bohut vl lagil dada

  • @arindoms666
    @arindoms6666 ай бұрын

    Best luck . Love and Blessings 💕

  • @dutta22
    @dutta222 ай бұрын

    🥳

  • @digantagogoi1948
    @digantagogoi19486 ай бұрын

    JAY JAY SHRI SHRI HABUNG DEBOTA JI 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @prasannalaldowarah1515
    @prasannalaldowarah15155 ай бұрын

    Very informative ; keep going 🎉

  • @parishmitadutta3121
    @parishmitadutta3121 Жыл бұрын

    Dada apunk log pabolai bhut mn asai

  • @pixedu8891
    @pixedu8891 Жыл бұрын

    Sir Habung Ahom hobdo..

  • @07jeetblog85
    @07jeetblog8510 ай бұрын

    Hundar

  • @anitagogoi5508
    @anitagogoi5508 Жыл бұрын

    Very nice

  • @ViralSaajanKoDoley
    @ViralSaajanKoDoley Жыл бұрын

    Beautiful place

  • @puspadhardowarah1932
    @puspadhardowarah1932 Жыл бұрын

    হৰিচৰণ বড়ো ডাঙৰীয়ালৈ অশেষ অশেষ ধন্যবাদ থাকিল।আমিও আগতে আপোনাৰ দৰেই আছিলো।কংগ্ৰেছক ত্যাগ কৰি বিজেপিকে সমৰ্থন দিছিলো।কিন্তু দেখিলো তাতকৈ ইহে চৰা।সেয়ে আপোনাৰ"দৰেই আমাৰো একে অবস্থা।গতিকে আপোনাৰ" সতীৰ্থ সকলকো অনুৰোধ জনালো।

  • @lalitchutialalitchutia594
    @lalitchutialalitchutia594 Жыл бұрын

    Good good good nice

  • @nalduwarkuliawo2874
    @nalduwarkuliawo2874 Жыл бұрын

    Wow

  • @tweenrabha8907
    @tweenrabha8907 Жыл бұрын

    Val lagil

  • @bikashkonwar4669
    @bikashkonwar46698 ай бұрын

    আপুনি কোৱামতে হা বুঙৰ অৰ্থটো সম্পূৰ্ণ শুদ্ধ হোৱা নাই, হা বুং মানে হ'ল বোকাময় ঠাই। জ্যেষ্ঠকেইজনে কথাখিনি ভালদৰে ক'লে, ভাল লাগিল। আৰু এটা কথা তাত কোনো অন্য জনগোষ্ঠীৰ মানুহে বাস কৰা নাছিলে মই জনাত আৰু যি দুই এবাৰ অইন জনগোষ্ঠীৰ মানুহ আহি দখল কৰিব বিচাৰিছিল তেওঁলোকৰ তেজ গ্ৰহনি হৈ তাৰে কিছুমানৰ মৃত্যু হৈছিল আৰু বাকি থকা দদুই এজন তাৰ পৰা ভয়তে পলাই গ'ল বুলি জানো!।।

  • @sherryburagohain7470
    @sherryburagohain7470 Жыл бұрын

    হাবুং হ’ল পানীৰে তল যোৱা মাটি৷তাত খেতি বাতি কৰিবলৈ কস্ট হোৱা বাবে চাওলুং চুকাফাই কৈছিল“য়াত থাকিবলৈ বাৰু নহয়৷মাননীয় পুস্প গগৈ ডাঙৰীয়াৰ কথাখিনি শুদ্ধ

  • @HighCityAssam
    @HighCityAssam Жыл бұрын

    🙏💙💫

  • @moheswardeori422
    @moheswardeori422 Жыл бұрын

    Nice👍

  • @sanjaygogoi8020
    @sanjaygogoi8020 Жыл бұрын

    Parakh da Ami goisilo habungloi

  • @chansal5313
    @chansal5313 Жыл бұрын

    ❤️❤️

  • @bantilaskar1354
    @bantilaskar13545 ай бұрын

    Nice

  • @pronomigogoi2088
    @pronomigogoi2088 Жыл бұрын

    🙏🙏🙏

  • @dharmadasofficial8780

    @dharmadasofficial8780

    Жыл бұрын

    Apuni Video Upload koribo ako.

  • @khagegogoi1394
    @khagegogoi139410 ай бұрын

    Habung Aitu aahum r pora aahise

  • @MidulTaid
    @MidulTaid7 ай бұрын

    Habung Mising hokolor hobdo, habung mane dho tai

  • @crazygamming7142
    @crazygamming7142 Жыл бұрын

    Habung 😍🥰

  • @BijoyBoro-xe4om
    @BijoyBoro-xe4om3 ай бұрын

    Hoi dada Ha mane mati boro bhakat aru bung Mane bhoripunna

  • @devG10
    @devG102 ай бұрын

    #Chaolung_Sukaphaa'r #ORIGINAL_moidam 2r on field goi ata vlog'r akha rakhilu. ORIGINAL moidam2 manuhe sini napale #BILUPTA hobo; already #encroachment hoise moidam 2r

  • @chukanfaboruahtaiboy
    @chukanfaboruahtaiboy Жыл бұрын

    Habung hobdo2 hoise tai hobdo kosari hobodo nohoi

  • @abinashgogoi2021
    @abinashgogoi2021 Жыл бұрын

    Apunak log puwar bohut akha

  • @khogenrajkhowa3479
    @khogenrajkhowa3479 Жыл бұрын

    হা মানে ওখঠাই বুং মানে দ মাটি

  • @AntarikshRajkonwar
    @AntarikshRajkonwar Жыл бұрын

    13/7/23 12:10am

  • @bhupengogoi4095
    @bhupengogoi409523 күн бұрын

    Habung sobda tu tai vasa hoi dada😅

  • @PurnaHazarika-jy7lo
    @PurnaHazarika-jy7lo2 ай бұрын

    বৰো আৰু কছাৰী দুটা বেলেগ জনগোষ্ঠী ন হয়, কছাৰী সকলৰ ঘাই শিপা দা লেই হল বোৰো কছাৰী।

  • @riyagogoikdsum7583
    @riyagogoikdsum7583 Жыл бұрын

    Habungr ortho hoise doh thai

  • @manashdihingia3730
    @manashdihingia373011 ай бұрын

    Habung really Tai hobdo

  • @gogoiaircel1386
    @gogoiaircel13863 ай бұрын

    মন্দিৰ বুলি নকয় নেকি?

  • @rehimadhishanth8625
    @rehimadhishanth8625Ай бұрын

    Ha maney mati arbung vori pora

  • @jintugogoi9823
    @jintugogoi98236 ай бұрын

    Najani Jode nokobo val nalagi

  • @jahnbigogoi2436
    @jahnbigogoi2436 Жыл бұрын

    Hunkale Goiasu

  • @DulumaniDaimary
    @DulumaniDaimary6 ай бұрын

    Nagalandet koshary Raja he asil

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zg4 ай бұрын

    সাংবাদিক পৰাশৰৰ লগত আলোচনাৰ সময়ত ছাৰ সকলক প্ৰসঙ্গ ক্ৰমে বাৰে পতি মোংমাও বুলি কোৱা শুনা গৈছে তাকে নকৈ চীন দেশ বুলি কলেই হয়। কাৰণ মোংমাও হৈছে চীন দেশৰ অন্তৰ্গত।

  • @narayanborpatra-mo2wh
    @narayanborpatra-mo2wh Жыл бұрын

    Ki kata Kai asa

  • @pranabpegu3088
    @pranabpegu30889 ай бұрын

    Habung word tu amar mishing hokolor mote ata nirdist taibkinite pani tu joma hoi thoka mane nodir nisina bahiroloi boi jabo nuware .sariupale matire ba betire abori toka.Mishing hokolor logoteu word tur mil ase.

  • @JayPegu321

    @JayPegu321

    Ай бұрын

    হয় ,আবুং/হাবুং মানে নদী বা পুখুৰী সেইয়া মিচিং সকলৰ শব্দৰ পৰা অহা যেন অনুভৱ হয় ।।।

  • @DulumaniDaimary
    @DulumaniDaimary6 ай бұрын

    Ki ase tat

  • @biswanathbty5834
    @biswanathbty5834 Жыл бұрын

    Ha mane mati bung mane bhora , bhorpur mane okho mati .Boro shobdo .

  • @KomolaBoruah-nk2jp
    @KomolaBoruah-nk2jpАй бұрын

    Kor pora nojonake video bonabo ahili

  • @MP-mx2xv
    @MP-mx2xv Жыл бұрын

    হাবুং শব্দটো মিচিং ভাষাৰ শব্দ, আবুং মানে নৈ, বিল,আবুং শব্দৰ পৰা আজি তাৰিখত হাবুং পৰিচিত | origin আবুং means নৈ বা বিল, মিচিং শব্দ |

  • @rakeshkumargogoi3931

    @rakeshkumargogoi3931

    Жыл бұрын

    Hobdor mil thakibo pare kintu mising origin hoboe nware.... You r wrong... Mising or pora ohar ba hobdo tu utpotti huar kotha nahe bujise nissoy

  • @manashborgohain66

    @manashborgohain66

    Жыл бұрын

    Oi murkho hobdo mil huatu ki dangor kotha dotopo donada eibur dhei bhakhat jiti mili jabo pare.

  • @JayPegu321

    @JayPegu321

    Ай бұрын

    Gogoi ,আপুনি কেনেকৈ কব পাৰি যে সেই শব্দ মিচিং ৰ হয় বা নহয় । আমি মিচিং ৰ বুলি একেবাৰে নকও কিন্তু মিচিং ত মিল থকা শব্দ আছে যত আবুং/হাবুং মানে মিচিং ত নদী বা পুখুৰী। কিন্তু বেলেগ জাতিত এই শব্দ আছে নে নাই আমি নেজানো ।।।

  • @dipankarboruah2000
    @dipankarboruah2000 Жыл бұрын

    Wekipidya

  • @munuyt7057
    @munuyt7057 Жыл бұрын

    Sir moi অসমৰ দ্বিতীয় ৰাজধানী হবু্ং চাওঁ আহক বুলি Facebook t video upload korute ajone kole j হাবু্ং ত মাথোঁ খাজনা ল'বলৈ ৰজাই‌ কেইদিনমানৰ বাবে জিৰণি ল'বলৈ আহিছিল বুলি‌ আৰু মিছাকৈ প্ৰছাৰ নকৰিবা ‌ বিকৃত হ'ব ইতিহাস বুলি ক'লে ‌আপোনালোকে ক'ব চোন please 🙏 kobo sun moi video tu delete kori dim ne nai

  • @manashborgohain66

    @manashborgohain66

    Жыл бұрын

    Kio koribo ako. Eibur kisuman soku soroha khiolia manuhe koise. Ahom r porai je axom r nam tu hol eibur kotha hihotor hojya nhoi

  • @shaktidevibrahma476
    @shaktidevibrahma476 Жыл бұрын

    আহোমৰ ৰাজধানী হাবুং আৰু হাবুং মানে কি ? হাবুংৰ আচল অৰ্থ হ'ল, হা মানে মাটি আৰু বুং মানে পৰিপূৰ্ণ অৰ্থাৎ খালি মাটিৰে ভৰপুৰ আৰু এই শব্দ টৌ বদ' ভাষা মানে কছাৰী ভাষা । তাই শব্দ কেতিয়াও নহয় । বড়োৰ শব্দ আহোমত কিয় আহিল ? আহোমত এই কাৰণেই আহিছে যে আহোম সকলে বড়োকছাৰী ৰাজ্য আক্ৰমন কৰিবলৈ আহোতে এজনীও আহোম মাইকী তেওঁলোকৰ লগত অনা নাছিল। সেই কাৰণেই আহোম সকলে বড়ো-কছাৰীৰ ছোৱালীক বিয়া কৰিছিল আৰু সেইবাবেই আহোম সকল দেখাত বড়ো-কছাৰীৰ সকলৰ দৰে, শামুখ খায় মদ খায়,কেকৰা খায় মানে খোৱা খাদ্য সব একেই । সেইবাবেই কছাৰীৰ ভাষা হাবুং আহোমত সোমাইছে ।

  • @durlovborgohain9871
    @durlovborgohain98717 ай бұрын

    অলপ ভুলকৈ ক'লে নেকি...! হাবুং টাই ভাষাৰ শব্দ। হা মানে ওখ বহল ঠাই আৰু বুং হৈছে দ ঠাই অৰ্থাৎ অলপ পানীৰে বুৰি থকা অঞ্চল।।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Жыл бұрын

    হৰিচৰণ বড়ো ডাঙৰীয়াক উষ্ম আদৰণি জনাইছো।আগতে আমিও কংগ্ৰেছ দুৰ্নীতি গ্ৰস্ত দল বুলি ভাবি নেওচা দি বিজেপিকেই সমৰ্থন দিছিলো।কিন্তুদেখিলো তাতকৈ ইহে এখোপ চৰা।সেয়ে বিজেপিক এৰি পুনৰ কংগ্ৰেছকে সমৰ্থন কৰিব লগা প্ৰয়োজন হৈ পৰিল।আপুনিও তেনে কাম কৰিলে বুলি জানি অত্যন্ত সুখী হৈছো।গতিকেআপোনাৰ লগতে আপোনাৰ লগৰীয়া সকলকো অনুৰোধ কৰিলো।

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zg4 ай бұрын

    অসমত বসবাস কৰা সকলো টাই গোষ্ঠীয় লোক বৌদ্ধ ধৰ্মাৱলম্বী তথা চুকাফাই যি ঠাইৰ পৰা আহিছিল মানে মোংমাও দেশৰ লোক সকলেও বৌদ্ধ ধৰ্মাৱলম্বী। চুকাফাই কিয় হিন্দু?

  • @horenphukon5013
    @horenphukon5013 Жыл бұрын

    ঘেন্তা কথা কব আহিছ , নাজানিলে কব নালাগে টাই ভাষাত হা মানে ওখ , বুং মানে দ

  • @sivarambasumatary6777

    @sivarambasumatary6777

    10 ай бұрын

    Ha mane mati - bung mane bhora (Boro hobdo hoi 100%

  • @7gc970
    @7gc970 Жыл бұрын

    হাবুংৰ বহুত বহুত মহৎ আছে আপুনি মনৰ কামনাৰ পুৰণ কৰিব হলে হাবুংৰ লৈ আহিব ।

  • @GT-dm8pw

    @GT-dm8pw

    9 ай бұрын

    Ro2 borkoi logai apuni Russian nki

  • @bantilaskar1354
    @bantilaskar13545 ай бұрын

    Very nice

  • @hiramonimixedyt3958
    @hiramonimixedyt39586 ай бұрын

    Wow

Келесі