হাঁহ আৰু কোমোৰাৰ থলুৱা সোৱাদ ৷ আমেৰিকাৰ গাঁৱৰ হাঁহ ক’ত পালো ৷ DUCK CURRY WITH ASH GOURD
কাতি মাহৰ হাঁহ বোৰৰ সোৱাদেই বেলেগ নহয় জানো ? আমাৰ এই থলুৱা হাঁহ আৰু কোমোৰাৰ ৰেছিপিটো ৰান্ধি খাবছোন এদিন ৷
Please try this Duck recipe at home and let us know your experience. If you like this video please subscribe to our channel and also share with your friends
Copyright © ChefBB’sKitchen
Please follow us on Instagram:
/ chefbbskitchen
Please follow our FB page:
/ googlyhub
About us
• Vlog#33 ChefBBs Kitche...
• Vlog#12 অশেষ ধন্যবাদ 1...
Check #chefbbs #hahkumurarecipe
#duckcurryassamesestyle
#duckrecipesandcooking
#duckrecipesassamesestyle
#DUCKRECIPE
#duckrecipebychefbbskitchen
Пікірлер: 1 100
আপোনাৰ কথা কোৱাৰ ষ্টাইলটো বৰ ভাল লাগে ....একদম কি কম কোনো বেচি ঢং বাজি নেদেখায় 100% অসমীয়া কোনোবা ঘৰৰ আপোন মানুহে কোৱাৰ দৰে লাগে . from Lakhimpur
Wow look was so testy
Moja lgsy ba.
খুবেই ধুনীয়া লাগিছে। আপোনাৰ কথাবোৰ ইমান ভাল লাগে বা, ইমান সুন্দৰকৈ কথা কৈ বুজাই যায় ৰেচিপিবোৰ।
Great lesson learnt. I am a big foodie and everyone admires my mutton but I always felt I am not that good in duck meat. Now I knew Onion & tomato are the factors. Sivsagar & jorhatians are the greatest cook in terms of duck meat. I so badly want to visit a jorhat household and learn to cook duck the 'maa style'. This 31st...duck with one onion & no tomato.😋😋😋😋
So tasty recipe 😋👌
The way the duck curry was cooked and the way you presented it...felt like heaven for sure!
আমেৰিকাত থাকিও আপোনালোকে ইমান ধুনীয়া ধুনীয়া অসমীয়া খাদ্য বনাই ,আৰু ইমান ধুনীয়াকে বনাব জানে ,আমাৰ অসমৰ কিছুমান মানুহৰ ওপৰত খংয়েই উঠি যায় , পঢ়া শুনাও ভালকৈ নকৰে , একো বনাবও নাজানে ভালকৈ, নিজক ভালদৰে সজাই পৰাই ৰাখিবও নাজানে ৷বহুত ধন্যবাদ বাইদেউ আপোনালোক বাই ভনীক
Mur 🤤🤤🤤loov lagi gol, eman dhunia ❤️
লোভৰ পানী পৰিছে দেই । ইমান ধুনীয়া কৈ দেখুৱাইছে , খাও খাও লাগিছে। আজি আপোনাৰ বইল চিকেন ৰেচিপিটো বনালো , smoky flavour , বৰ ভাল লাগিল
I have watched this recipe 3 times and I'm still watching because tomorrow I'm going to try this for the first time ma'am
বৰ সুন্দৰ কৈ কয় আপুনি কথা বিলাক ৷
Vl lagese... Testy😋😋
😋😋😍😍
Thanks for sharing new recipe..
Kham kham lagi goise
Love u sister
😋😋😋
বহুত ধুনীয়া লাগিছে বাইউ
Aji recipe tutkoi apunar kotha kaita besi bhal lagil thanks baa