ঘৰৰ কোনটো স্হানে অগাধ ধন-সম্পতি দিয়ে ? Vastu Assam ।। Dhurrjyoti Baruah ।।
ঘৰৰ কোনটো স্হানে অগাধ ধন-সম্পতি দিয়ে ? Vastu Assam ।। Dhurrjyoti Baruah ।।
কিতাপ বুক কৰা নম্বৰ 7577-00-5577
Vastu Assam Facebook Page Link: / vastuassam
Vastu Assam.
Appointment Number 60019-72061(7 PM-10 PM)
Vastu for success, growth, prosperity, sound health, business, name, fame, wealth, money, peace and happiness.
#Assamesetips #Assamesevastu #vastutips #vastuassam #vastuforkitchen
Home Vastu
Flat Vastu
Vastu Remedy
Vastu for business
vastu for plot verification
vastu for new Construction
Vastu for Industry set up
vastu for Office modification
Vastu for Market complex
Vastu for Gardening
vastu for main gate/entrance
vastu for Toilet
visit www.vastuassam.com (under process...)
Пікірлер: 90
Val lagil
Bahut bahut dhanyavad sir🙏🙏
💯 right
Thank you sir
Many Many Thank You Sir
🙏🙏
Bor val lagil
bohut bohut dhunobad logote Ronggali bihur hubesha jonalu ...🙏💮🌹🏵🌺🌻
বহাগ বিহুৰ ওলগ আৰু শুভেচ্ছাৰে । ৰঙালী বিহুত উপহাৰ পোৱা এই vedio টোৱে সঁচাকৈ জীৱনৰ ধন সম্পতি বঢ়াব পাৰে নাই নাজানো কিন্তু পুলিটো গঢ় দিয়াৰ বাসনা নিশ্চয়কৈ মনত থিতাপি লৈছে।
Val lagil...
Bahut. Val. Lagil
Bhal lagil gom pai ....
Dhanyabad sir
Bhut val lagil video to notun kotha ata janible pai❤❤
Vl lagil
ভাল লাগিল
বহুত ভাল লাগিল 🙏
@tribenimazumdar5040
Жыл бұрын
Ssaaae
ধন্যবাদেৰে প্ৰতি শুভেচ্ছা জনাইছো ।
Very informative video 🙏🙏🙏🙏
Bhout bhout bhal lagil.
Nice thanks
বৰ ভাল লাগিল 🙏🏿
অতি সুন্দৰ মহাশয় 🙏 🙏
Bohut bohut djanyabad Sir
Rangalir subhesa subhokamona polom koi pothalu
Panir out tanki ba out pipe kun dikhot hole vaal hoi?
Thanks sir apunar videoi muk bohu khetrot upokar paisu giman pora jai korisu
Amar ghoror SW side tut Shiva thapona ase..atorabo lagibo neki baru
Bor vl kotha kola sir
Sir Amar gharat bhag mahat sarisokiya khru gari akhan lombuli bhabisu vastu mote bhagt kintu Bart lole vhal
Happy bohag Bihu sir
👍👍🙏🙏
❤
Pun prothome Akhomiya nobo borkhor khuvesa u Bohag Bihur ulog jonalu aapunar logote Apunar poriyal hokoluke kotha khini jani val lagil dirghayu kamona korisu koxle thakok 🙏🙏🙏
Good 👍👍👍Happy rongali bihu
Ghoror dokhinpochim kunot dukan hobone?
ধন্যবাদ দাদা । ব'হাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 😊😊
নমস্কাৰ।
100 % right sir..... Mur গাঁওখনত moi bohut dekhisu....
আপোনাৰ দিহা বোৰে উপকৃত কৰিছে ৰাইজক। ধন্যবাদ জনালোঁ
Aru flat t bhara thakile ..ki hisape dhorim.pls jonabo.
Happy bihu
Y e s
বৰ ভাল লাগিল ।কিতাপ এখন লাগিছিল
Koiyna rhashi
Akebare hosa kotha
ধন্যবাদ দাদা কথাখিনি বুজাই কোৱাৰ বাবে ☺ ৰঙালী বিহুৰ ওলগ জনালো ❣️
আপোনাৰ পৰা বহুত ভাল কথা জানো চাৰ ।আপোনাৰ সপৰিয়ালৰ ক ৰঙালি বিহুৰ শুভেচ্ছা থাকিল🙏🙏
মোৰ দক্ষিণ পশ্চিম দিশত লেট্ৰিনটো আছে কি উপায় কৰিব লাগিব জনাবচোন।
@ritukumar9314
Жыл бұрын
Hoi jonabo sun amr same
Sir,,,, আপোনাকো মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা উলগ জনাইছোঁ।
মোৰ ঘৰ ৰ পৰা ওলোৱা পানীৰ পাইপ কেইডাল দক্ষিণ পশ্চিম দিশত আছে .. এতিয়া কি কৰো plz পৰামৰ্শ এটা দিব 🙏🙏🙏
ধন্যবাদ চাৰ। চাৰঅনুগ্ৰহ কৰি জনাব চোন যে মৃতকৰ ফটোখন কোনো দিশত ৰাখিব লাগে
@pranabkrgogoi5246
Жыл бұрын
দক্ষিণ পশ্চিম কোণৰ পশ্চিম দিশত ৰাখিব লাগে মৃতকৰ ফটোখন। তেখেতৰ এইটো ওপৰত ভিডিঅ' এটা দিয়া আছে চাবচোন
Aapuni deep breathing kio kori thaake maaje maaje
প্ৰথমে দাদা আপোনালৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ, এই বিহুৰ বতৰত ইমান এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল দাদা
@paruldas450
Жыл бұрын
ৰঙালী বিহুৰ শুভেচ্ছা জনালো আপোনাৰ বিহুৰ শুভেচ্ছা আৰু ভিদিঅ টু পাই সুখী হলো 🙏
Ghrr South West tt ki rakhibo lage, ki ki nalage please jnabo
100% সচাঁ কৈছে।
@sangitaburaguhainboruah4996
Жыл бұрын
ভাল লাগিল। ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ।
Happy bahag bihu.
Amar ghrr pasim fale pukhuri ase beleg manhr .ki upy ase janabo
আপোনালৈও অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏
Pani Kun dikhot bohabo lage ata video bonabo sn sir
মোৰ ল'ৰা দুটাৰ খুবেই বেয়া চলি আছে ত্ৰিপাপ চলি আছে কেনেকৈ উপক্ৰিত হ'ব আৰু আপোনাৰ লগত কেনেকৈ যোগাযোগ কৰিব পাৰিম
Ramadi laga
মই ঘৰত হালধিৰ পানী ছটিয়াই পৰা ঘৰৰ হালধিৰ কাজিয়া নোহোৱা হৈছে 7:25
Dhokhin posim fale nola aase.. uutor hoi pube di uulai jai pani... kiba okhobidha hobo niki jonabosun...
বহুত ভাল লাগিল ছাৰ 🙏 আপোনাৰ পৰা সদায় বহুতো নতুন কথা জানিবলৈ পাই নিজকেই ধন্য মানিছো, আপোনাক অশেষ ধন্যবাদ ছাৰ আৰু আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো 🙏🙏
Amar dokhin dixot pani tanki aase pokar.. Atiya vangibotu nuaru so iyar kiba upai aasene? Ata vdo bonabo j vastu xonmoto nuhua poki ghr buror upai ki kribo lagivo.. Coz ata ghr vangi bonua zohoj nhy.. It's a small request frm yr reguler vewer's....
মই ফ্ৰেটত থাকো।ঘৰৰ মুল দৰজাখন দক্ষিণ পশ্চিম কোণত আছে ।যদি বাস্ত সন্মত নহয়, প্ৰতিকাৰ জনাবচোন
Pani dikh kun tu
Dada apunikua mta amr ghorrt 1% bastu dux nai tothapio ghorr 4taprani gutai gitai sirugia mak hoi ji noimitro karjyo koribloga xkluxini prti dina palon koru kintu aji loi bamara log ara nai 28bosria b a pas loratu dripason rugt akrant Kintu aka ximar manuh ghorr 100% bastu dux daxa paisu .xihotr ajiloi xruxura bammarr bada dhondhan a to z akuhora avbab nai jastho gutai gitai dintut 10%lukr anisto koratai bastro aitu kiobaru?jonabsn .xihota amak kukrmo krisanaki baru upai dibsn please
ৰঙালী বিহু শুভেচ্ছা থাকিল sir😊
@sailendranathdas7345
Жыл бұрын
মনত ৰাখিব দক্ষিন পশ্চিম দিশতটো ৰাহুৰ দিশ৷এই দিশটোৰ ওপৰত বিভিন্ন বাস্তবিদৰ বিভিন্ন মতামত৷ এই দিশটোৰ ওপৰত এতিয়াও বহু reasearch ৰ প্ৰয়োজন আছে৷
ইমান বোৰ নিয়ম মিলাই ঘৰ বনাবলে অলপ অসুবিধা হয় আমাৰ বাৰি খন নিমিলে।
Panir source kuntu dikhot thakibo lage jonai nidiye kiyo. Kot thakibo nelage heitu he koi. Kot thakibo lage nojonai kiyo
এজোপা কলগছত ২তা কলদিল ওলালে ভাল নে বেয়া বাৰু অনুগ্ৰহ কৰি জনাব চোন ।
Sir apunak ghrt matib bisarile keneke contact krim Fon to dekhun rcv nkre
আলহী বহা কোঠা কোন দিশত হোৱা উচিত জনাবচোন
কিতাপ খনৰ দাম কিমান হব বাৰু জনাব
দক্ষিণ মুখী ঘৰ হলে পানী কোনফালেৰে ওলায় যাব লাগে?
লেটিনৰ টেঙ্কী কোন দিশে হ'লে ভাল হ'ব আৰু গা ঘৰৰ কোন দিশে হ'লে ভাল হ'ব জনাবচোন।
কিতাপৰ কপি এটা সংগ্ৰহ কৰিব লৈ চেষ্টা কৰিম, বহুত সময়ত আপোনাৰ ভিদেও চাই মন টো ভালো লাগে কিন্তু আমাৰ ঘৰ বোৰ বাস্তু সন্মত ভাবে একেবাৰে সঠিক দিশত নহয় বাবে বহুত সময়ত বেয়া লাগে, মানুহ জনেও বিশ্বাস নকৰে
ধন্যবাদ আপোনাৰ পৰামৰ্শৰ বাবে ৷ মোৰ ঘৰৰ দক্ষিণ পশ্চিমত ওপৰলৈ চিৰিটো আছে , অসুবিধাত পৰিম নেকি , জনাবছোন ৷
স্থান✅/স্হান 👈নহয়,সম্পত্তি✅/👉সম্পতি নহয় কথাখিনি শুধৰাই দিয়াৰ বাবে বেয়া নাপাব(কিবা কাৰণত লিখাত ভুল হব পাৰে!)...Thank you কথাখিনি জনোৱাৰ বাবে🙏
ATI HUNDOR DADA
বিল , জলশয় এইবোৰ দক্ষিণ --পশ্চিম দিশৰ পৰা কেনেকৈ আতঁৰাব পাৰি ? ইয়াৰ প্ৰতিকাৰ আছেনে ?
আমাৰ ঘৰৰ দখিন পশ্চিম কোনত বাথৰুম আছে ভালনে বেয়া কবচোন ছাৰ