গছত ফল লাগিবলৈ কি কৰিব। Reasons why your Trees are not Producing Fruits // Parijat Nursery Jorhat
Lets look into some surprising reasons why your trees aren't bearing fruit! 🌳🍎 Learn about common issues and solutions to help your garden thrive. #GardeningTips #FruitTrees #GardenCare
OUR Contact Number 9435052313
WHAT WE DO:
We provide various agricultural offerings ranging from seasonal flowers to ornamental orchids, cactuses, and perennial plants. We also provide landscaping consultancy services and a wide selection of decorative flower pots and gardening implements.
You Can also join us on:
Instagram: parijatnurseryjorhat
Facebook: parijatnurseryjorhat
Website: parijatnurseryjorhat.com
OUR ADDRESS:
PARIJAT NURSERY
Engineering College Road. GARMUR
785007 Jorhat, Assam, India
Phone Number: 09435052313
Пікірлер: 59
Very important point sir.
Sundor
Video tu Sai bohut val lagile 👍
very helpful. Thanks
Very good sir
Very good information sir.. you are a doctor of trees
Nice....
ধন্যবাদ।
We may use banana for Potus. We may use onion for phosphorous.
hosake de info video
আমাৰ কেইবাজোপা ডালিম গছ আছে কেইবাবছৰ হল কিন্তু ফল ধৰা নাই কি কৰিব লাগিব
@parijatnurseryjorhat Narikol gasat besikoi narikol paboloi hole ki karib lage, xobixeh jonabo please
Can we use DAP and potash in lemon tree?
মোৰো এজোপা ডালিম গছ আছে কিন্তু ফল নালাগে।পৰামৰ্শৰ বাবে ধন্যবাদ।🙏
Very nice sharing sir
Guruji mur 30jupaman licho gas ase ,5/6bosor hoi gol... phool bohut hoi kintu guti nalage ..why?
Planofix 1 ml for 4.5 littes.
Organic fertilizer fruit and vegetables karone ki use koribo pari
Foliar spray kur mari matit nedea..nam tu a foliar..mane patot dea..matit nedea..
দাদা, আমাৰ ঘৰত ভাল জাতৰ আম দুজোপা আছে। ডাঙৰ আৰু সোৱাদো বৰ ভাল। পিছে বৰ পোক হয় আৰু কিছুমান পচি যায়। কি কৰিব লাগিব অনুগ্ৰহ কৰি জনাবচোন 🙏
দাদা, বহুত দিনৰ পিছত দেখিলোঁ । Planofix (plant growth regulator) ৰ dose হৈছে প্ৰতি 1 লিটাৰ ত 4 drops. মই মনত হে পেলাই দিলোঁ, তেজপুৰৰ লিছু আজি পৰ্য্যন্ত আনিবলৈ পৰা নাই, সেইবাবে আপোনাক কথা দি কথা ৰাখিবলৈ সক্ষম হৈ উঠা নাই ।
Sir vermi compost dile ei duta nidileu hob nki please reply karib ❤❤❤❤❤
দাদা নমস্কাৰ ।নাৰিকল কেই জোপা মা ন আছে নাৰিকল লাগে কিন্তুকম আৰু ভাদ আহিন পকা নাৰিকল কেইটাৰ ভিতৰৰ নাৰিকল সম্পূৰ্ণ নহ য় ।নাৰিকল লাহে লাহে বেয়া হৈ যায়।।কি কৰিলে ভাল হব জনাব বুলি আশা কৰিলো ।
@helptricks1
23 күн бұрын
Narikol gasat besikoi narikol paboloi hole ki karib lage, xobixeh jonabo please
Sir, mur lichoo jupat phool hoi kintu phol nodhore. Ki koribo lagibo?
আমাৰ দুজোপা মান তামোল গছ খুব লাগে কিন্তু ফল বোৰ ধনা হয় কি দিলে ভাল হব জনাবৱোন।
Terrace garden t Thora fruit tree ei Keta har dibo parim ne
লোকেল ডিমৰু কেনেকৈ খায় জনাবছোন।
মোৰ এজোপা ডালিমত ফুল ধৰে কিন্তু ফল নধৰে। কি কৰিলে ভাল হ'ব।
Terrace garden t moi fruit tree ei Keta har dibo parim ne
খৰকৈ বৃদ্ধি হোৱা ঘন পাতৰ ছাঁ দিয়া গছৰ বিষয়ে ভিডিঅ'বনাবচোন।।।
Gosote fol bur posi beya hoi jai eyar karn ki...?
দাদা ফুল আৰু ফলৰ গছত পোকে নধৰিবলৈ কি ব্যবহাৰ কৰে ? সেই লৈ ভিডিঅ এটা বনাবচোন
আমি ইয়াক 'কমল মধু' বুলি কওঁ।
Dada kol goss puli aase neki
Drafting Kara ase neki apunar tat. Online delivery kare ne
Kamala gosor jotno kidore lobo lage??
মোৰ এজোপা কুজি থেকেৰা ছয় সাত বছৰৰ পৰা বহুত ফুলি থাকে কিন্তু এটাও ফল নধৰে কাৰণটো কি জনাব নেকি ৷
মোৰ এজোপা ডালিম লগা নাই।৫ /৬ বছৰ মান বয়সৰ।লগাৰ উপায় জনাবচোন।
আমাৰ এজোপা নেমুগছ আছে দহ বাৰ বছৰ হল ফল ধৰিবলৈ কি দিব লাগিব ।অনুগ্ৰহ কৰি জনাবচোন ।
Lisugasat kidarb dile fall dharibo
আম বেছিকৈ লাগিবলৈ কি কৰিব লাগিব অনুগ্ৰহ কৰি ক'বছোন।
চাৰ আম ফুলাৰ পাছত ফুল টো মৰহী যায় | পাছত এটাও আম নেথাকে গৈ ইয়াৰ কাৰণ কি হব পাৰে ? ইযাৰ উপায় এটা দিব চাৰ
দাদা আমাৰ ঘৰত আম এজোৱা আছে আম নে লাগে কি কৰিবলৈ লাগিব
চজিনা গছ এজোপা আছে মোৰ বাৰিত । ফুল বাৰমাহেই ফুলি থাকে কিন্তু ফল নধৰে । সমাধান এটা দিৱ ।
আমি তা বোৰ নাবাঢে কিয
আমলখি গছত ফুল ফুলে কিন্তু ফল নধৰিলে কি দৰব প্ৰয়োগ কৰিব লাগে (6-7) বছৰ গছত
Mor dalim ejopa ase...bhori bhori fule kintu koli nalage....ki koribo lagibo baro. Jonabosun dada.
@nirumahantadutta4701
21 күн бұрын
মোৰ বাৰীতো ডালিম এজোপা আছে, ইমান ফুলে কিন্তু এটাও ডালিমৰ কলি দেখা নাই, কি কৰিব লাগিব প্রশান্ত ক'বাচোন।
2ta nahai bohut jat aase
নাৰিকল গছ, লিচু গছ, আজিলৈকে ফল নাই, কি কৰিব লাগিব?
নেমু গছত ফল নালাগিলে কি সাৰ দিব লাগিব জনাবচোন।
Bor bhal palu
Regular video update dibosun dada please
Npk plant.r patot spry kri dbo pari ne. Jonabo
Terrace garden t Thora fruit tree ei Keta har dibo parim ne
Terrace garden t Thora fruit tree ei Keta har dibo parim ne