গাঁও জিলাৰ ননৈ কচুপিত গাঁৱৰ এখন ঘৰত কি হৈছে?

▶️ ভূত নে অন্য কিবা? একবিংশ শতিকাৰ তৃতীয় দশকতো ভূতৰ আতংকই নিদ্ৰাহৰণ কৰিছে এটা পৰিয়ালৰ। নগাঁও জিলাৰ ননৈ কচুপিত গাঁৱৰ এখন ঘৰত কি হৈছে?

Пікірлер: 749

  • @aparajitatamuli7273
    @aparajitatamuli72739 ай бұрын

    মানুহ বিলাকে চাবলৈ যুৱাতকৈ সকলোৱে ভগৱন্তৰ নাম গুণ,ভাগৱত পাঠ কৰক

  • @sunitdas6849

    @sunitdas6849

    9 ай бұрын

    Right vogoban ke kunu danger nohoi

  • @ranudas593
    @ranudas59310 ай бұрын

    প্ৰতিদিনে ধূনা দি হনুমান চালিছা পঢ়ক, বাইদেউ,তেওঁ কৃপা কৰিব🙏

  • @sagarboruah2484
    @sagarboruah24849 ай бұрын

    কোনোবাই যাদু মন্ত কৰিছে।। পাৰিলে হনুমান চালিশা খন সদায় নিজৰ লগতে ৰাখক।। আৰু ধূপ চাকি জ্বলাই ভগৱানৰ ওচৰত প্ৰাথনা কৰক।। কালী পূজা কৰক ঘৰত।। এজন বেজ আছে মৰিগাঁও জিলাৰ অ যাৰি গাওত।। কালী সাধক তেওঁৰ ওচৰলৈ যাওক।। কোনোবাই যিন যাপি দিছে।। অথাৎ অশৰীৰ আত্মাৰ প্রবেশ ঘটিছে।।

  • @nitusonowal5196

    @nitusonowal5196

    9 ай бұрын

    😂😂😂😂😂😂😂😂😂

  • @santochele1993

    @santochele1993

    9 ай бұрын

    Jay Jay BAAJ RANG BALI ❤❤❤

  • @gaurimoran3279

    @gaurimoran3279

    9 ай бұрын

    Tinisikia doomdooma disam deu hotta ahok...

  • @palkiscreation1683
    @palkiscreation16839 ай бұрын

    ৰাতিপৱা সন্ধ্যা সদাই হনুমান চালিচা পাঠ কৰক , ৰাম ৰাম নাম লওক সকলো ঠিক হৈ যাব । জয় হনুমান ,🙏🙏🙏

  • @deuriradhe1462

    @deuriradhe1462

    9 ай бұрын

    Tumi kor pondid he

  • @slimshaddy6668

    @slimshaddy6668

    2 ай бұрын

    ​@@deuriradhe1462toi kor maulana hoi? Ja dinot 5 bar allah koi halla koribi

  • @dipikagogoi4742
    @dipikagogoi474210 ай бұрын

    পাৰিলে হনুমান চালিচা, তথা সদায় ধূপ ধূনা ঘৰাই ৰাতিপুৱা আৰু সন্ধ্যা প্ৰাৰ্থনা কৰক, ভয় নকৰিব, নাম পাঠ কৰক, ভাল হ'ব।

  • @ujonirswapnil647
    @ujonirswapnil64710 ай бұрын

    আমাৰ দেৰগাঁৱত যোৱা বছৰ মানুহ এঘৰত হৈছিল 😢কেনেকৈ ভাল হল সেইটোহে গম নাপালো ।পাৰে যদি ঘৰত ভাগৱতপাঠ কৰক 🙏

  • @rongmonjajabor

    @rongmonjajabor

    10 ай бұрын

    হয়। এনে বাতৰি এটা এক ডেৰ বছৰমান আগতে পাইছিলো।

  • @dekhoviralshorts

    @dekhoviralshorts

    10 ай бұрын

    ভাগৱতপাঠ korileo eku nohobo...ghr eri polai gole val hobo

  • @DRPP18-21

    @DRPP18-21

    10 ай бұрын

    Biswanath chariali sootet agoraki aai ase abar dekhuabo pare goi apunaluke .....bohut val thik hoi jabo

  • @rongmonjajabor

    @rongmonjajabor

    10 ай бұрын

    @@DRPP18-21 নম্বৰটো আছে যদি জনাবচোন।

  • @kalyanisworld5006

    @kalyanisworld5006

    10 ай бұрын

    Dergaon r kot?

  • @manujkoch6783
    @manujkoch67839 ай бұрын

    মানুহ যেতিয়া আছে,ভূত পেৰেত থাকিবই।

  • @AnthonyGonzalvesh-rv4oz

    @AnthonyGonzalvesh-rv4oz

    9 ай бұрын

    Kihor logic aibur.

  • @champasaikia1170
    @champasaikia117010 ай бұрын

    আমি সৰু থাকোতে আমাৰ ঘৰতো হৈছিল এনেকুৱা ।কিন্তু মৃতক কম' আৰু শিৱৰ কম' আৰু হনুমান চালিচা পাঠ কৰাইছিল ।

  • @tarunsonowal3367
    @tarunsonowal336710 ай бұрын

    বিৰা মেলি দিছে। এনেকুৱা আমাৰ অসমীয়া কিছুমান মানুহ আছে নিজে পুহিব আৰু পাছত পুহিব নোৱাৰি লোকৰ ঘৰখনত মেলি দিয়ে আৰু লোকৰ ঘৰখন ধংস কৰি দিয়ে। এনেকুৱা খাইপাত ফলা মানুহ সমাজত থাকিবই দিব নালাগে । সোনকালে কিবা এটা কৰক নহলে সকলো শেষ কৰি দিব। জয় হনুমান ,জয় হনুমান, জয় হনুমান, 🙏🙏🙏

  • @bitupratikshanew1387

    @bitupratikshanew1387

    10 ай бұрын

    কি বস্তু হয়

  • @pritom21

    @pritom21

    10 ай бұрын

    Ki bostu nu heitu?

  • @Pranab98160

    @Pranab98160

    9 ай бұрын

    Ki bira be 😂

  • @bobydevi9415

    @bobydevi9415

    9 ай бұрын

    Valke naam abhag pati kunuba bejor lgt kotha patok

  • @TheWayOfLifeE

    @TheWayOfLifeE

    9 ай бұрын

    ​@@Pranab98160mayong t goi su ebar goo bahir hoi jbo gm pai blg eko nkou 😂😂

  • @janarddansenapati8904
    @janarddansenapati890410 ай бұрын

    সঠিক অনুসন্ধান কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰক । বিজ্ঞানৰ চকুত ধুলি মৰা কি এই শক্তি ! সচাকৈ চিন্তনীয় ।

  • @herokdutta1639

    @herokdutta1639

    10 ай бұрын

    কি হ'ব পাৰে

  • @runubaruah60
    @runubaruah6010 ай бұрын

    কোনোবাই যাদুমন্ত্ৰ কৰিছে।ঈশ্বৰৰ নাম স্মৰণ কৰিব অনবৰতে। ধূপ ধূনা জ্বলাই ঘৰখনত অনবৰতে ভগৱানক প্ৰাৰ্থনা কৰক এই সংকতৰ পৰা উদ্ধাৰ কৰিবলৈ 🙏🙏

  • @kanakrabha3239
    @kanakrabha323910 ай бұрын

    কিছুমান মানুহে বিজ্ঞান বিজ্ঞান কৈ আছে সকলোতে বিজ্ঞান কামত নিদিয়ে। যদি বিজ্ঞানে সকলো হল হৈ ভগৱান,আল্লা, ঈশ্বৰক কোনেও নামানিলে হৈ।

  • @cbr.7384

    @cbr.7384

    9 ай бұрын

    Hosa kotha..

  • @sarat272

    @sarat272

    9 ай бұрын

    Science pist sristi hoise

  • @dilipkrbordaloi407

    @dilipkrbordaloi407

    9 ай бұрын

    Prothomot Moiu Bisyakh Kora Nasilu Ai Bilag Bostu Karon Moi Ajon Educated lora hoi Kin2 Moi Atiya Bisyakh Koribo Baidhyo Hoisu Karon Moi Tar Praman Paisu. Adin Moi Ajon Doctor Lgt Torko Korisilu Hospital t Moi Tetiya Doctor Jonok Prove Di Ata Kotha Koisilu Je Apunar Tat Prothom Ahisilu Kin2 Apuni Doctor hoi muk Vl kribo parile janu Muk Vl Korile Ajon Kobiraje Khei Tetiyar Porae Moi Bisyakh Kora Holu.

  • @cricketdiary4769

    @cricketdiary4769

    9 ай бұрын

    Hokolu bastur ahrot bigyan jorita hoi thake.....dada

  • @cricketdiary4769

    @cricketdiary4769

    9 ай бұрын

    Bhagwane sayam bigyanak follow kore

  • @Nilav-Sarma-ev6kz3bj7t
    @Nilav-Sarma-ev6kz3bj7t9 ай бұрын

    ॐ नमो भगवते हनुमते नम:। Ai mantra use kori sabo pare... Jai shree Ram 🚩

  • @shyamaliduarah6289
    @shyamaliduarah628910 ай бұрын

    সদায় 2 ঘন্টা মান ভাগৱত পাঠ কৰক।ভয় নকৰিব। ভাগৱতৰ উপৰত বিশ্ৱাস ৰাখক।চাব লাহে লাহে সকলো নাইকিয়া হৈচে

  • @sarat272

    @sarat272

    9 ай бұрын

    Akdom right

  • @abhijitgogoi-bv5eb
    @abhijitgogoi-bv5eb10 ай бұрын

    কবলৈ মন নাছিল কিন্তু কৈছো,,,, যি সকলে´ Comment´ ত বিজ্ঞানৰ কথা কৈ থাকে,,,তেওঁলোকৰ কাৰোবাৰ শক্তি আছে যদি এই সমস্যাতো ঠিক কৰি দেখুৱাক.....( বিজ্ঞানৰ কথা কৈ থকা কেইজনক মাতি আনিলেই হ`ল)

  • @palashhazarika2908

    @palashhazarika2908

    10 ай бұрын

    😂

  • @jugendersaikia4176

    @jugendersaikia4176

    10 ай бұрын

    ইমান শিক্ষিত নহলেওঁ জ্ঞান কন আছে ভূত প্ৰেত বেজ তান্ত্ৰিক বিজ্ঞানে বিশ্বাস নকৰে বিশেষকৈ মই নকৰোঁ। কোনোবা মানুহৰ কাম চি চি কেমেৰা লগাওক আনে ধৰিব নোৱাৰাকৈয় ওলাই পৰিব! ফোন নম্বৰটো দিলে ভাল হয়।

  • @mrinmoikumarmohan8418

    @mrinmoikumarmohan8418

    9 ай бұрын

    Have you ever heard of CC TV camera?

  • @Pranab98160

    @Pranab98160

    9 ай бұрын

    @@mrinmoikumarmohan8418taake he aajir dinotu kisuman ondhobisakhi manuh aase 😂

  • @narayankumarbora3762

    @narayankumarbora3762

    9 ай бұрын

    বিজ্ঞানে ভূত আছে বুলি বা নাই বুলি কোৱা শুনা নাই। বিজ্ঞানৰ কথা কৈ ভূত প্ৰেত নাই বুলি কোৱা সকলে মহাপভু শিৱক পূজা কৰেনে? শিৱক ভূতনাথ বুলিও কোৱা হয়। অনুগ্ৰহ কৰি মানুহ ঘৰত গৈ বিজ্ঞানৰ সহায় লৈ অনুসন্ধান কৰি সমস্যা সমাধান কৰিলে মানুহ ঘৰৰ উপকাৰ হ'ব।

  • @rajibchamua8490
    @rajibchamua84909 ай бұрын

    OM NAMAH SHIVAY🙏🙏🙏

  • @basisthaacharya6590
    @basisthaacharya659010 ай бұрын

    ঘৰ খনত কিবা এটা শক্তিৰ প্ৰভাৱ হৈছে। ঘৰটো সজা সময়ত জন বিশ্বাস মতে কোনোবা জনা জ্যোতিষীৰ দ্বাৰা দণ্ডি জুখি লৈছিল নে ? এতিয়াও সময় আছে ঘৰটো কোন দণ্ডিত আছে গননা কৰি ললে এই ঘটনাৰ পৰা হয়তো ৰক্ষা পাব।

  • @rulihazarikasaikia8534
    @rulihazarikasaikia85349 ай бұрын

    যোৰহাট জিলাৰ অন্তৰ্গত, চিপাহীখোলাত ডাঙৰীয়া নামঘৰ এভাগ আছে তালৈ আহিব পাৰে এবাৰ। মই বিশ্বাস কৰো। ইউ এক অলৌকিক ঘটনাৰ দৰেই আছিল। বৰ্তমান সময়ত অবিশ্বাস্য যেন লাগিলেও সঁচা নিজ চকুৰে বহুত পৰিৱৰ্তন দেখিছোঁ।

  • @apurbadas4151
    @apurbadas415110 ай бұрын

    বিজ্ঞানৰ কথা কোৱা সকলক আনি ঠিক কৰিব দিয়ক!!!

  • @mrinalhaloi5947

    @mrinalhaloi5947

    10 ай бұрын

    ঠিক কোইছে

  • @Facts_by_Parag

    @Facts_by_Parag

    10 ай бұрын

    Moi koisu mur ghrt ahibo di bhutok 😂😂

  • @apurbadas4151

    @apurbadas4151

    10 ай бұрын

    @@Facts_by_Parag ভূতে সকলোতে নাজাবও পাৰে, কিন্তু বিজ্ঞানৰ মানুহে সকলোতে যাবলৈ পাৰে!! মই কৈছো বিজ্ঞানী সকলে ঠিক কৰি দিয়ক!!!

  • @Facts_by_Parag

    @Facts_by_Parag

    10 ай бұрын

    @@apurbadas4151 kio bhut tur gari bhara nai nki 😂😂 Moi dim diok

  • @Sapien_bix

    @Sapien_bix

    10 ай бұрын

    আপোনাৰ মতে এই কামতো কোনোবা অদৃশ্য শক্তি এ কৰিছে???😂😂🤣🤣‌। জয় বিজ্ঞান জয় মানৱতা

  • @Pradu326
    @Pradu32610 ай бұрын

    বিজ্ঞানে কি কব ? এয়া কি আচলতে ? যদি সচাকৈ যদি অদৃশ্য শক্তি আছে তেন্ত ই কিয় বেয়া কামবোৰ কৰে ? ভাল কামত সহায় কিয় নকৰে ? উদ্দেশ্য কি ইহঁত কাৰ দ্বাৰা পৰিচালিত হয় ? ইহঁতৰ উৎপত্তি বিষয়ে অধ্যয়ন কৰিলেহে ইয়াক বিনাশ ৰ বাবে উপায ওলাব

  • @dipabhuyan3684
    @dipabhuyan368410 ай бұрын

    প ইছা পাটি খৰচ নহয় সমগ্ৰ এদখৰ জেগাৰ নাম দিছূ বহুত বিশ্বাস কৰিব লাগিব মৰান দুমৰ দলঙ প্ৰভূ প্ৰাথনা ভবন তালৈ এবাৰ আহক সকলো ভাল হব যিমান সোনকালেই আহক ভাল হোৱা পাছত কিবা দান কৰিব আৰু তাত আপোনালোকৰ কাৰণে সকলোৱেই প্ৰাথনা কৰিব

  • @Sbgyaan
    @Sbgyaan9 ай бұрын

    অদৃশ্য মানৱ হয়। Invisible man...

  • @AnimalsCasa
    @AnimalsCasa9 ай бұрын

    CC TV Logaok , 7 to 8 ta maan covering all areas. Sua jabo ki hoi boştu tu. Government must look into this issue

  • @alpangogoi3213
    @alpangogoi32139 ай бұрын

    Good spirit

  • @pratikshakalita6276
    @pratikshakalita62769 ай бұрын

    বিৰা জপাইছে কোনোবাই । জেদ ৰ মানুহে কৰে এনেকুৱা , পূজা পাতল কৰক ।

  • @jupitora

    @jupitora

    9 ай бұрын

    হয় বিৰা মেলিছে ।এইটো বস্তু মানুহে পূহে যেতিয়া মানুহ ঘৰত টকা পইচা অভাৱ হয় এই বিৰা এ বেলেগৰ ঘৰ পৰা এইবোৰ বস্তু টকা পইচা আনি দিয়ে।

  • @dipankardeka9019

    @dipankardeka9019

    9 ай бұрын

    Hmmmm... Ekdom xosa kotha.

  • @polkakati9020
    @polkakati902010 ай бұрын

    C.C.কেমেৰাৰ ব্যৱস্থা কৰিলে কেনে হয় বাৰু ?. কোনেও নজনাকৈয়ে কিন্তু। বিশ্বাস নহয় দেখুন এটাই উপায় চি, চি ,কেমেৰা।

  • @Sapien_bix

    @Sapien_bix

    10 ай бұрын

    Thik koise

  • @rohitnath8717

    @rohitnath8717

    10 ай бұрын

    Eitu bejor Kam , bej logale he val hobo moi agoteu enekua ghotona dekhi

  • @Jayantabora_026

    @Jayantabora_026

    9 ай бұрын

    Right

  • @EaRtH-ob7tu

    @EaRtH-ob7tu

    9 ай бұрын

    Current e Kati dse current nhle cctv r wire nkatibo nki Be practical

  • @nityakonwar1854
    @nityakonwar185410 ай бұрын

    Vagowat path karok dada val habo

  • @rintumonihazarika8465
    @rintumonihazarika846510 ай бұрын

    Hey Balaji maharaj..hey sanyasi baba…Kripa karo unpar❤️

  • @RagiChangmai-fl5iu
    @RagiChangmai-fl5iu9 ай бұрын

    CCTV logai rakhok nohole life camera on rakhok

  • @ritumoniduttaHimadrik
    @ritumoniduttaHimadrik9 ай бұрын

    তিনিচুকীয়া জিলাৰ Doom dooma ৰ দহোতীয়া গাৱত এখন থান আছে তালৈ এবাৰ আহি চাওক চোন ।

  • @VAIRUSভাইৰাছ
    @VAIRUSভাইৰাছ9 ай бұрын

    ✔️ Ghorot gutei keita room t adal moyur pakhi ba ata krishno murti rakhi thoi diok ....❤🎉🙏

  • @puspadhardeka5665
    @puspadhardeka566510 ай бұрын

    Mr India. Film ar dare hoise. Vall kabiraj bisarak .

  • @Shreeb17
    @Shreeb179 ай бұрын

    Wow ye to paranormal activity🌚👻👽 I think

  • @MagneticShock-me5kk
    @MagneticShock-me5kk10 ай бұрын

    সৎ মুছলমান জুনাবৰ হতুৱাই কিবা নিয়ম কৰক। তেতিয়া ফল পাব।চাব যি জন সৎ হ'ব তেওঁ টকা প ইছা দিমান নকৰে, তেনেকুৱা মানুহ লগাব আৰু কামত খাতিব।

  • @dekhoviralshorts

    @dekhoviralshorts

    10 ай бұрын

    umm apuni he asol idea dise

  • @hou.2gvlog
    @hou.2gvlog10 ай бұрын

    Baba Bagheshwar baba ...

  • @sanjibmahanta7081
    @sanjibmahanta708110 ай бұрын

    Sir aponi apad udhar path karak.mor full bissas

  • @worldrounder5977
    @worldrounder597710 ай бұрын

    Im very interested to be there ❤

  • @jitumonibordoloi8037
    @jitumonibordoloi803710 ай бұрын

    Provu jesuk biswakh kori parthona korok teu ai prithibi joi kori thoi goise..sorgo ru prithibir khomota teur logot ase..moi ghorr porai parthona korim problem solve hobor karone...praise the lord..provur joi hol..

  • @akashboruah7110
    @akashboruah71109 ай бұрын

    Tammam bhut sunn😂

  • @FluteLover320

    @FluteLover320

    9 ай бұрын

    Kla xosake de 😂😂

  • @SoldierBoy.123
    @SoldierBoy.1239 ай бұрын

    Krishno provu narayon🙏🏻kaloru kal dekhun biporit kal 🤦🤷🙆

  • @safikulislam2998
    @safikulislam299810 ай бұрын

    এইটো সমস্যা এজন জনা বুজা ভাল ইমামৰ লগত যোগাযোগ কৰক । এইটো গাঁওৰ ভাষাত বীৰা বুলি কয় সিয়ে অত্যাচাৰ কৰে। কোনোবাই জাপি দিছে সেয়া সত্য।

  • @priyamkashyap6548

    @priyamkashyap6548

    10 ай бұрын

    Right

  • @debajanisarma1673

    @debajanisarma1673

    10 ай бұрын

    Bira Jin niki???

  • @safikulislam2998

    @safikulislam2998

    10 ай бұрын

    @@debajanisarma1673 হয় জিনৰ ভাল বেয়া আছে বিৰাটো জিনৰ বেয়া মানুহক অত্যাচাৰ কৰে । এই পৰিয়ালতোক কোনোবা বেয়া পোৱা মানুহে কাৰোবাৰ দ্বাৰা জাপি দিছে।

  • @kularampegu6842

    @kularampegu6842

    9 ай бұрын

    Kun jega baru

  • @Pranab98160

    @Pranab98160

    9 ай бұрын

    @@debajanisarma1673birak bal buli kolu moi 😂

  • @beautycollection82
    @beautycollection8210 ай бұрын

    Bhagawat path 7 din koribo ( bhakat baisnab )

  • @PABITRA....515
    @PABITRA....5159 ай бұрын

    CC camera logai saook 👍👍

  • @indian9943
    @indian99439 ай бұрын

    Moi news tu val k saisu n i believe in God so does in Evil. Etu clearly proman hoi ase j physically kunu manu nije goi utpat kra nai it is something invisible n very negative aru beya gundho ahe buli o ullekh krise family tu e. Moi family tu request krisu j apunaluk a hanuman chalisa play kribo hodai music playert aru pua godhuli dhoop dhuna sorabo ghor tut. Aru jdi pare daily evening naam Kirton korok ghrt. N most importantly gorur guborr pani sitabo pare negative energy bur dur hoi. Mur jikhini abhigyota ase moi koisu. Baki bhogoban a jen roikha kre kamona krisu. 🙏🔱

  • @nirudevi9827
    @nirudevi982710 ай бұрын

    CC camera logai dibo lage.

  • @harekrishnadas1807
    @harekrishnadas180710 ай бұрын

    বিজ্ঞানৰ কথা কোৱা ঘণ্টেশ্বৰহত এতিয়া কত গল বিজ্ঞান |

  • @bnjn5135

    @bnjn5135

    10 ай бұрын

    সেই কেইটাৰ নিজৰ ঘৰত হ'লে বুজিব ।

  • @alaminmullah

    @alaminmullah

    10 ай бұрын

    Bai science a ki koribo kam kori asa baya jenn a. Ajon bal alam baa jonabk mati bo lagi bo.

  • @Pranab98160

    @Pranab98160

    9 ай бұрын

    Baba tumi bigyanor abiskarere eitu comment korisa 😂

  • @ashimkalita2042
    @ashimkalita20429 ай бұрын

    CCTV logai saok adinote ghror sob sound nhua hoi jabo

  • @chandanakalita5114
    @chandanakalita51149 ай бұрын

    ভাগৱত পাঠ কৰক সকলো পৰিত্ৰাণ পাব

  • @dipanjoli6560
    @dipanjoli656010 ай бұрын

    Gau khon kot hoi kun dristic

  • @barunkoch1979
    @barunkoch197910 ай бұрын

    দাদা, ভাগৱত পাঠ কৰাওক। বেয়া শক্তি আতঁৰি যাব।

  • @nmh8571
    @nmh85719 ай бұрын

    Look like interstellar.... may be it is.....

  • @krishnagogoi1657
    @krishnagogoi165710 ай бұрын

    ভাগৱত পাঠ কৰক চোন।

  • @santoray7681
    @santoray768110 ай бұрын

    🔥🔥🔥🔥🔥Ai khon ghorot manuhe Jin logi dise..., 🔥🔥🔥🔥🔥🔥

  • @dipulkonch-ui9le
    @dipulkonch-ui9le9 ай бұрын

    কৃষ্ণ ভগৱান

  • @bijoyakonwar2029
    @bijoyakonwar202910 ай бұрын

    Honuman chalisa path korok bhut pret nikot nahi aawe mohabir job nam sunaye

  • @mainu5713

    @mainu5713

    9 ай бұрын

    😅 apuni ki koy abila misa hoi. Amar eat Ani kuba hosil ekon ghart . Teo Loki (tongolar ) ajon manuhi Val korisil. Please parily jonab manuh ghark

  • @mridulchoudhury2504

    @mridulchoudhury2504

    9 ай бұрын

    হনুমান চালিশা পাঠ কৰিব লাগিব নহ'লে হনুমান ক পূজা কৰিব লাগিব আৰু যদি পৃথিৱীত ভগৱান আছে বুলি বিশ্বাস কৰা হয় বা ভগৱান আমি সকলোৱে পূজা কৰো গতিকে ভূত বা দেৱতা ও এই পৃথিৱীত থাকিব পাৰে

  • @pjcreativemusic1742
    @pjcreativemusic174210 ай бұрын

    Alien 👽 neki Baru 😮😮😮

  • @MonujSarmah-tg3vz
    @MonujSarmah-tg3vz10 ай бұрын

    মায়াং ৰ পৰা জনা এজন আনি দেখুৱাওক। ভাল হৈ যাব।

  • @AnitaPadun-tx2lg
    @AnitaPadun-tx2lg9 ай бұрын

    Krishna krishna 🙏🙏🙏

  • @Baba-ic4un
    @Baba-ic4un9 ай бұрын

    Bhoot tu Electrician asil sage 😂😂😂...

  • @FluteLover320
    @FluteLover3209 ай бұрын

    Jai siya Ram Jai shree honuman ji

  • @ashimkoushikdutta1305
    @ashimkoushikdutta13059 ай бұрын

    It is poltergeist's activity, yhe the house is need to be cleansed... 🙏

  • @nanigopalphukan198
    @nanigopalphukan19810 ай бұрын

    Full Address Tu diyok

  • @78yg
    @78yg10 ай бұрын

    Aieto bahira lagise .dhemaji nimatisoukt ajon ase nam hegenu naka bouli koi dhemajit hokluye sini pai.

  • @bsaikiabsaikia6176
    @bsaikiabsaikia617610 ай бұрын

    Ghor kun Distic Manu ajon aase

  • @LiaAoborpatragohain-ms8zp
    @LiaAoborpatragohain-ms8zp10 ай бұрын

    Manuhe kiba opohokti byobohar korise jen pau.

  • @madhurimech8827
    @madhurimech88279 ай бұрын

    নাজিৰা অগ্নিনাভ মন্দিৰ গুচি আহক।।। শিৱ সাগৰ জিলাৰ নাজিৰা

  • @yakubali7015
    @yakubali70159 ай бұрын

    Jin asa dada bhal junab ajon usorla jaok

  • @champakpatir8169
    @champakpatir81699 ай бұрын

    ঘৰৰ সকলো সদস্যৰ প্ৰতি লক্ষ া ৰাখিব ৷ একেধৰনৰ ঘটনা মোৰ চুবুৰীয়া এঘৰত ঘটিছিল ৷ শেষত ঘৰৰ কাম কৰা ছোৱালী জনী ধৰা পৰিল ৷ আচলতে ছোৱালী জনী মানসীক ভাৱে হুস্ট নাছিল ৷

  • @davidboro5609
    @davidboro560910 ай бұрын

    Dada apuni bagheswar dham goi ahok. Kiba solutions puar akha korilu. Joi bagheswar dham 🙏🙏🙏

  • @digantakalita6261
    @digantakalita626110 ай бұрын

    ওজা‌ ভাল কৰিব পাৰিব, বিৰা হ'ব পাৰে

  • @manosh55579

    @manosh55579

    10 ай бұрын

    Ek mot

  • @BLACK_CAT_COMMANDO_2005
    @BLACK_CAT_COMMANDO_20059 ай бұрын

    শিৱসাগৰফালে আছে তেনেকুৱা ঠিক কৰা বেজ🙁

  • @asomiyasuwalijannatasma8810
    @asomiyasuwalijannatasma881010 ай бұрын

    Amar bow etar ghrt o hoisl ... Thik enekuwa...pisot behor ru pani jari dise... Sitabo dsil...tar pasot thik hoi geise..thik rati hoy 12 tar pat... Domkol tu vaga sound olai...bohut kiba kibi...ita sob thik hoi goise😊

  • @TechSavieR
    @TechSavieR9 ай бұрын

    ঘৰৰ মানুহে কৰিছে

  • @rajubgamer4135
    @rajubgamer41359 ай бұрын

    Jor pora Bigyan khotom hoi , tar pora khonaton dhormo arombo hoi ...jai Sri Krishna...

  • @mainu5713
    @mainu57139 ай бұрын

    😢hi friends jibilaky misa boli vabisy asoloty sato nohoi😢. Amar eat akon ghart enikuba hosil aru teo loky (tongolar)pora manuh ani val korily. Sem aky hoisil please comment to phorha sokoly jodi pari ko teo lokok share korib please

  • @priyankaentertainment9756

    @priyankaentertainment9756

    9 ай бұрын

    Amar eatu hoise

  • @black_heart_0.2

    @black_heart_0.2

    9 ай бұрын

    Amar ghoror usorot e

  • @assamrider9957

    @assamrider9957

    9 ай бұрын

    Kn jga

  • @priyankaentertainment9756

    @priyankaentertainment9756

    9 ай бұрын

    @@assamrider9957kaki

  • @shibanidutta1181

    @shibanidutta1181

    9 ай бұрын

    Moi help koribo perlu hoi

  • @rajibaliali8967
    @rajibaliali896710 ай бұрын

    Sir apunar ghorat bira malise kunubai hinkha kori please moulobi hat dhorok

  • @sg24axom36
    @sg24axom369 ай бұрын

    CC tv camera logai diok room keitat ulai jabo..

  • @abhiranjan7671
    @abhiranjan767110 ай бұрын

    Bhakti bhabe Hanuman chalisa path korok. Bahut upokrito hobo

  • @denizkitchen
    @denizkitchen10 ай бұрын

    Quran sharif or ata duwa ase jodi hitu pori gotey ghor khonot jari diye val hbo aibor ..beya bostu aru ghorot thakibo nuware ..

  • @abhijitdeka5478
    @abhijitdeka54789 ай бұрын

    ভাগৱত পাঠ পঢ়ি লে ঘৰখন ভাল হ'ব

  • @Rrtechlove
    @Rrtechlove10 ай бұрын

    Cc camera logauk dada

  • @joendas848
    @joendas8489 ай бұрын

    Camera logai diok. Sob room t

  • @pranatiboruah6372
    @pranatiboruah63729 ай бұрын

    ঘৰত CCTV লগাই দিয়ক৷

  • @user-rm9nu3jm6x
    @user-rm9nu3jm6x10 ай бұрын

    Uchit upai ase protitu roomt c.c cemera logaok problem solf hob...karon.....??????

  • @Dhruba_hadala
    @Dhruba_hadala9 ай бұрын

    ঠাইখিনিৰ সম্পূৰ্ণ বিৱৰণ দিয়ক

  • @ranjibborah3274
    @ranjibborah32749 ай бұрын

    যোৰহাটৰ পৰা টীয়কলৈ যোৱা বাটত চীপাহীখোলা বজাৰৰ ওচৰত ভাউৰীয়া বাবাৰ নামঘৰ লৈ আহি বাবাক কলে ভাল কৰি দিব। গা ধুই ,ৰাতিপুৱা ৬.৩০ - ৭.৩০ পোৱাকৈ ধুতী গামোচা পিন্ধিহে আহিব। লগতে ঘৰৰ মাটি অলপ লৈ আহিব।

  • @sapunbaruah4316
    @sapunbaruah43169 ай бұрын

    Cc camera logai diok.

  • @L.Gogoi_
    @L.Gogoi_10 ай бұрын

    News tu National levelt jabo lage dei

  • @jeetlidax3897
    @jeetlidax389710 ай бұрын

    Hanuman chalisa morning ot aru rati 6 pisat porhok dada bideo plz ..kunu vut pret nathake ..

  • @tutumonichutia518
    @tutumonichutia51810 ай бұрын

    ভগৱান আছে বুলি বিশ্বাস আছে। এই বোৰ কিয় নেথাকি ।,

  • @rosiloutha2351
    @rosiloutha235110 ай бұрын

    Ketur probhek dada so juthik dekhuk😮😅😊😊

  • @nanditakalita172
    @nanditakalita17210 ай бұрын

    Gureswar t ajon val oja asil..amar gaont abar tenekuwa hoisil xei oja jone val korisil

  • @babitarabha1475

    @babitarabha1475

    9 ай бұрын

    Muk dib paribanr adress tu amr mthrr o prblm hy ase ....plz Jane jodi jonab

  • @bhushanjitdeka840
    @bhushanjitdeka8409 ай бұрын

    Ghrr karobar mantelly pblm Ase nhle relative r so apuni c c tv logaw…

  • @dipankarkakati7959
    @dipankarkakati795910 ай бұрын

    Case tu ki..😮

  • @bijubhagat3312
    @bijubhagat33129 ай бұрын

    Jay Honuman❤❤❤❤❤

  • @tukheswarpayeng3703
    @tukheswarpayeng370310 ай бұрын

    ঘৰত থকাতো বিপদজনক

  • @jintuborah6967
    @jintuborah69679 ай бұрын

    Agori lagebo ake Dena khunee vl Kore debo 🙏

  • @manabsarma778
    @manabsarma7789 ай бұрын

    Parallel universe related matter hobo pare

  • @kanchansaikia8835
    @kanchansaikia88359 ай бұрын

    Alien e electrical equipment r pora charged loise

  • @rimpypatorbordoloi7105
    @rimpypatorbordoloi71059 ай бұрын

    Amar ghoror usoror ajon manuh ase sob Val Kori dibo

Келесі