ধুনীয়া গাওঁখন - Life of a beautiful village 🔥❤️

life of a beautiful village
• সকলোকে এনেকৈ লগ পাম বু...
#assamesevillagelife

Пікірлер: 3 200

  • @AnuraG75
    @AnuraG752 жыл бұрын

    ছোৱালীজনীয়ে কৈছে - একো এটা দিবলৈও নহ'ল 😭😭 Uff এইয়াই অসম আৰু এইয়াই অসমৰ অসমীয়াৰ মৰম ❤️ এইয়াই সিৰসেউজ অসম 💚

  • @abinashcreation2.0
    @abinashcreation2.02 жыл бұрын

    গাওঁৰ মানুহ বোৰ মনৰ পৰা ধনী ❤️😌 কোনে কোনে গাওঁৰ পৰা চাই আছা লাইক এটা কৰি যোৱা❤️ I love গাওঁ ।😌😌😌😌❤️❤️❤️❤️❤️❤️

  • @anandmishraips432
    @anandmishraips4322 жыл бұрын

    "Ako eta dobole nohol" This Is Assam. Heart touching thing. 🙏🙏❤❤

  • @jrlentertainment9924
    @jrlentertainment99242 жыл бұрын

    ছোৱালীজনীয়ে কৈছে "একো এটা দিবৰ ন'হল " ‌ । কথাষাৰে সচাকৈ মন চুই গৈছে , ছোৱালীজনী অতি সুন্দৰ মনৰ মানুহ । তোমাৰ সকলো আশা পুৰন হক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।

  • @letslivelife93
    @letslivelife932 жыл бұрын

    "একো এটা দিবলেও নহ'ল।" .... মন চুই গল কথাটোৱে। ❤️ এইয়া য়ে হৈছে গাঁৱৰ মানুহৰ সহজ সৰলতা ❤️ Rich from Heart.

  • @apurbadeka830
    @apurbadeka8302 жыл бұрын

    ডিম্পু ! উপজা মাটিৰ গোন্ধ থকা কথাবোৰ বৰ আলসুৱা...! আপোনালৈ এটি অনুৰোধ , "পাৰে যদি এই ভিদিঅ'টোত লাভ কৰা ধনৰাশি আজলী ছোৱালী জনীক প্ৰদান কৰক!"

  • @north-eastnamaste1687
    @north-eastnamaste16872 жыл бұрын

    Dimphu Da এদিন অসমৰ ঐতিহাসিক গাওঁ তিনিচুকীয়াৰ লক্ষীপথাৰ বনাঞ্চলত আহি লক্ষীপথাৰৰ ইতিহাস অসমবাসীক দাঙি ধৰিব বুলি আশাবাদী।

  • @urvashigogoi6734
    @urvashigogoi67342 жыл бұрын

    "একো এটা দিবলৈও নহল।"

  • @aminulhoque5762
    @aminulhoque57622 жыл бұрын

    ছোৱালী জনী যে কলে একোঁ এটা দিবলৈ নহল। সঁচাকৈ মোৰ hidoi চুই গল দাদা । ইমান সহজ সৰল ছোৱালী ।আপোনাক লগ পাই তাই কিমান যে আনন্দ পাইছে নিজে বুজাব পৰা নাই । সঁচাকৈ বোৰ মৰমিয়াল ছোৱালী। তাইৰ ভৱিষ্যত ভাল হওঁক।👏👏

  • @worldofentertainment5801
    @worldofentertainment58012 жыл бұрын

    গাঁৱৰ পৰিবেশ আৰু শেষৰ ছোৱালীজনীৰ কথাষাৰ দুয়োটায়ে হৃদয় চুই গল 🤗❣️

  • @jkdanceentertainment657
    @jkdanceentertainment6572 жыл бұрын

    একো এটা দিবলৈও নহল কথাষাৰে মনটো চুই গল 😥 এয়াই অসমৰ সহজ সৰল ছোৱালীৰ মন❤😌 ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তোমাৰ জীৱনটো সুখ, শান্তি ,সমৃদ্ধিৰে ভৰপূৰ হৈ উঠক🙂👐

  • @bibeknath1739
    @bibeknath17392 жыл бұрын

    "একো এটা দিবলৈও ন'হল" কিমান শুদ্ধ অন্তৰৰ ছোৱালী । ভগৱানে তোমাক মংগল কৰক🙏🙏🙏। আমি অসমীয়া, আমাৰ মৰম-চেনেহ,আদৰ- সন্মান বোৰ যেন সদাই একেদৰে থাকে তাকে কামনা কৰোঁ। জয় আই অসম।

  • @sabbitkumarkhataniar9495
    @sabbitkumarkhataniar94952 жыл бұрын

    "একো এটা দিবলৈ নহ'ল" ছোৱালী জনীয়ে কোৱা কথাষাৰ অন্তৰ চুই গ'ল। মন্তব্য বাকচত আহি দেখিছো এই কথাষাৰে মোৰ দৰে সকলোৰে মন জয় কৰিছে। ছোৱালী জনীৰ মনৰ পবিত্ৰতাক অন্তৰ পৰা সেৱা জনাইছো।

  • @ankitabordoloivlogs2840
    @ankitabordoloivlogs28402 жыл бұрын

    ছোৱালীজনীৰ অন্তৰখোলা মন❤️,,,গাঁৱৰ ধুনীয়া পৰিৱেশ এনেকুৱাই ❤️ চহৰৰ কিছুমানে এই পৰিৱেশৰ অনুভৱ কৰিব নোৱাৰিব,, দিম্পু দা আমাৰ গাঁৱলৈও আহিবচোন এপাক💚

  • @mridupawanborah4575
    @mridupawanborah45752 жыл бұрын

    "একো এটা দিবলৈ নহল" কি মন চুই যোৱা এষাৰি বাক্য.....ছোৱালী জনীৰ এই নিভাঁজ মৰমত বাৰুকৈএ আপ্লুত হৈ উঠিলোঁ...এইয়াই গাঁৱলীয়া মানুহৰ মৰম❤❤❤

  • @bikunath5004
    @bikunath50042 жыл бұрын

    "একো এটা দিবলে নহল" বাক্যশৰীতে যেন লুকাই আছে অসংখ্য উপহাৰ ।। মন চুই গ'ল ছোৱালী জনীৰ কথা আৰু সহজ সৰল ব্যৱহাৰটোৱে ।।

  • @trolakyasonowal2186
    @trolakyasonowal21862 жыл бұрын

    14:09

  • @Yuvil0987-h7s
    @Yuvil0987-h7s2 жыл бұрын

    এয়াই দুখিয়া মানুহৰ মন দিবলৈ বহুত মন কিন্তু দিবলৈ নোৱাৰে হৃদয় চুই গল ছোৱালী জনীৰ কথাটোৱে... ❤🥺

  • @dipsikhachetia111
    @dipsikhachetia1112 жыл бұрын

    এইয়াই গাঁৱৰ মানুহৰ নিস্বাৰ্থ মৰম । KZreadr হিচাপে তুমি বহু ভাগ্যবান আৰু সফল ‌। উজনিৰ পৰা নামনিলৈ মানুহে‌ তোমাক হৃদয়ত ৰাখিছে ।এইয়া কম কথা নহয় । ❤️❤️

  • @jyotishsonowal6574
    @jyotishsonowal65742 жыл бұрын

    14:20

Келесі