No video
'দেউতা ক'ত আছা? তোমালৈ বহুত মনত পৰিছে।' ২১ বছৰে পিতৃক নেদেখা প্ৰতিভাই কান্দিছে।
দেউতা ক'ত আছা? তোমালৈ বহুত মনত পৰিছে। ২১ বছৰে পিতৃক নেদেখা প্ৰতিভাই কান্দিছে। পিতৃৰ চাৰ্টিফিকেটবোৰ চাই সদায়ে কান্দে প্ৰতিভাই। নাৰায়ণপুৰৰ প্ৰতিভাই ২১ বছৰে দেখা নাই পিতৃক।
Пікірлер: 92
মোৰ জীৱন কাহিনীৰ লগত একেই ভন্টি তোমাৰো... মইও বহুত কষ্ট কৰি ডাঙৰ হৈছো, তোমাৰ নিচিনাকৈ মা আৰু মই মামাহঁতৰ লগত আছিলো, মই বহুত কষ্টৰে পঢ়িছিলো, এতিয়া ডাঙৰ হলো,, এতিয়া মোৰ মা বহুত সুখী, বহুত ভাল চাকৰি এটা নহলেও এতিয়া মই "ইণ্ডিয়ান আৰ্মীৰ " জোৱান হয়...আশা কৰো তোমাৰো এদিন ভাল দিন আহিব ভন্টি... 🙏🙏🙏🙏😥😥😥😥
@skanis6630
2 жыл бұрын
Vale thaka tumi akhirbad thakil
বৰ দুখ লগা কাহিনী ॥ যতেই আছে ঘৰৰ মানুহ ঘৰলৈ ঘুৰি আহক সেয়াই কামনা ॥
@pallabimohilary5037
2 жыл бұрын
S
হে আল্লাহ মানুহ জন যতেই আছে যদি জিন্দা আছে যাতে ছোৱালী জনীৰ ওচৰলৈ ঘূৰি আহক দেউতাক জন ।বহুত দুখ লগা কথা।
বৰ দুখ লগা কাহিনী__দেউতাক জন য'তেই আছে সোনকালেই যেন উভতি আহে___
খুব দুখ লাগে তথাপি ভনী তুমি ধৈৰ্য্য ধৰিব লাগিব ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তোমাৰ দেউতা যেন ঘুৰি আহে ।
জাৰ হেৰাই যায় তেওঁ লোকেহ বুজে ভগৱান আপোনাৰ ওপৰতে ভৰখা চৰকাৰলৈ অনুৰোধ এটা ঘৰ দিয়ে জেন 😭😭😭🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾
মোৰ চকুপানী নিগৰি আহিল.... বেচেৰী মাক জীয়েকেৰ কথাবোৰে দুখ দিলে.... মানুহজন যাতে সুস্থ শৰীৰে নিজৰ ঘৰলৈ উভতি আহে তাকেই কামনা কৰিছো.....
সেই প্ৰভু🙏🙏🙏
Sosakoi dei bohut dukhdayok♥️♥️♥️🙏🙏🙏
দুখ নকৰিবা ভন্টি
অশেষ আশীৱাদ কৰিছো মা,, জি কল্পনা অতি সোনকালে পূণ্ হক। নেদেখা জনেও চকু মেলি চাৱক। ভাল খবৰ পালে জনাবা আৰু তোমালোকৰ ঠিকনা জনাবা।
মোৰো দেউতা যোৱা ৭ এপ্ৰিলৰ পৰা missing হৈ আছে। দেউতাৰ আজিলৈকে একো খবৰ পোৱা নাই। আমি বহু কেইটা news channel and newspaper প্ৰচাৰ কৰিলোঁ I আপোনালোকৰ নিচিনা মইও দেউতালৈ সদায় বাত চাই থাকো। কিন্তু আজিলৈকে কোনো খবৰ পোৱা নাই।
,ঘৰৰ ছোৱালী জনি আৰু পত্নীক দেখি বেয়া লগা নাইনেবাৰো ঘুৰি আহক🙏🙏🙏
ইমান নিদাৰুণ হব লাগেনে দেউতাক হে প্ৰভু কিনো তোমাৰ লীলা
Bohut dukh lge anekua hole😭😭😭
@pritygaming3373
2 жыл бұрын
Ol
Very Nice Time &
God bless you sister.
God bless you maina
God bless you bhaido
অতি মৰ্মান্তিক খবৰ
#Great#video
Maaa apunak salute
Be brave life is unpredictable
God bless her
Tumi adin deutak paba .valke thaka
Bhabebo nuwara ata dukh loga ghatona. May God bless the famaley
God blessed her
Bhanti probhu Tomar logot ase 🙏🙏🙏
So sad, i pray that one day you and your father will unite together .
Bhal haba diya toma r......maa deouta iman respect kora .....lovely
🥺💛
🙏
Khossai vabeeb logiya .vogobanu eman nisthor hobbo buli voba nasilu. Amiu vogobanor ussort khorol prathona jonalu khonkale zn ghori ahe.
So sad
Bohut dukh lagil vagawane adin deotak xunksle milai dib sinta nkoriba.🙏🙏🙏🙏🙏🙏🙏😭😭😭😭😭😭😭
So sad😭😭😭
🥺🥺😥😢😢
So said
Bohut dukh loga kotha
Jaii🇮🇳Hind💥
Bohut dukh lge
Aei batorir jugedi aapuni jiorijonik aaru tair monor dukh aaru aakankhya dekhiboloi parise, gotike aapuni jotei nathakok kio hunkale nijor ghorloi ubhoti aahok aapunaloi aamar bixekh onurudh thakil ,dhoinyobadere...
😭😭😭😭😭
কি বা হল, যতে আছা থাকা তুমি কুশল থাকিবা দেই, পদ্মশ্ৰী নোপোৱা ঘূৰি অহা
😭
😭😭😭😭
Bor dukhar kahani prabhu sri Krishna tumi kripa kora..
বাইদেউ মোৰ বেয়া লাগিল
😢😢😢
😭😭😭🙏🙏🙏🙏
God bless you 🙏🙏🙏🙏🙏🙏
😭😭😭💔💔😭😭
😭😭😭
😓😓😓
Ha ha ভগৱান কৃষ্ণ
He bhagwan jiyai aasa jadi gharaloi aahiba lage. Police prashakhan ne kaloi gol ako bisar kara nasil
❤💓💌
Bohut dhuk lagise huni, hai probhu hunkale taik hohai kra.jate tai dewtakok abr usror pora Sai .matibo pare ,,
Hosakoi bohut dukh loga kahini.Bhagawane nissoi sohai koribo.
বেয়া লগা কথা অ
Hosakoi bor dukh loga koth
Vogobane ati xunkale loi ahibo tumar dewtak...dewtakar photokhon valkari news dekhawk
😭😭😭😭😭😭😭 🙏🙏🙏🙏🙏
😭😭kt ghar details dbo.... sorkare soku meli sowa dorkar
Tumaluker dukhat moy khamobhagi.
Ahibo adin sabo sinta nokoribo
Sam 2 u baidau
Hi
He bhogwan
Mur usrte dekhun apunr contact no dibosun
Tumar papak,pai,jaba,maa
Chinta nokoriba bhonti bhogoban aase
Bhanti tumak moi halp karim ami asu sinta nakariba
Bhagwane jate bhale bhale ghurai aane
Tumar deutak tumi nisoi log paba
Nakandi thakibo nwarilu.
🙏
😭😭😭😭😭
Tumar papak,pai,jaba,maa